CM Himanta Biswa on ADRE Paper Leaked | প্ৰশ্নকাকত ভাইৰেলক লৈ মুখ্যমন্ত্ৰীৰ ব্যংগাত্মক মন্তব্য। N18V

Поделиться
HTML-код
  • Опубликовано: 20 сен 2024
  • CM Himanta Biswa on ADRE Paper Viral | প্ৰশ্নকাকত ভাইৰেলক লৈ মুখ্যমন্ত্ৰীৰ ব্যংগাত্মক মন্তব্য। যিদৰে বিয়া হৈ যোৱাৰ পিছত পেণ্ডেলৰ মূল্য নাই ঠিক তেনেদৰে পৰীক্ষা হৈ যোৱাৰ পিছতো ভাইৰেল হ'লে কোনো মূল্য নাই |
    #news18assamoriginals
    লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
    #cmhimantabiswasarma #himantabiswasarma #adrepaperviral #viralpaper
    #news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
    News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
    News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
    দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
    Download our News18 Mobile App - onelink.to/des...
    Please follow up page to watch live and breaking news with latest videos added very hour.
    To subscribe our channel click here tinyurl.com/y5...
    Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
    Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
    To subscribe our channel click here tinyurl.com/y5...

Комментарии • 313

  • @joonahmed5741
    @joonahmed5741 4 дня назад +113

    মূল্য যদি নাই তেন্তে প্ৰশ্নকাকত লগত দি দিয়ক

  • @indianvloggerrahul
    @indianvloggerrahul 4 дня назад +72

    বালৰ কথা কয় ১বছৰৰ পৰা কষ্ট কৰি পঢ়ি যিসকলে exam দিব গৈছে সিহঁতক হুধক ডাঙৰীয়া only নিজৰ চলি পলিৰ কথা ভাবি মুখ্য মন্ত্ৰী হলে নহব ।। আৰু আপোনাৰ মন্তব্যৰ উপৰত প্ৰশ্ন
    ১/ পৰীক্ষা শেষ হোৱাৰ পাছত কিয় প্ৰশ্ন কাকত নিদিয়ে?( এতিয়া যে ভাইৰেল হল তাৰবাবে এতিয়া প্ৰশ্ন কাকতৰ কাম নাই নেকি)
    ২/ বেলেগ ৰাজ্য বিলাকৰ দৰে আমাৰ কিয় answer key নুলাই?
    ৩/মাৰ্ক চিত কিয় নিদিয়ে subject wise
    (দম নাই নেকি ,নে ১৫০০ টকীয়া বোৰৰ বাবেও post ৰিজাৰ্ভ কৰা আছে)

    • @kangkanjyotibarman9366
      @kangkanjyotibarman9366 4 дня назад

      r u dumb or what? jonmor prai ene nki.

    • @TCF573
      @TCF573 4 дня назад +1

      @@indianvloggerrahul hei CM tue sob kotha byonga kori koi.. Heituei tar mania

    • @TCF573
      @TCF573 4 дня назад +1

      @@indianvloggerrahul hei CM tue sob kotha byonga korie koi heituei tar mania soboke Vorir tolor. buli bhabe

    • @champakrabha1205
      @champakrabha1205 4 дня назад +2

      আকদম সঁচা কথা

    • @zreducationallive8000
      @zreducationallive8000 4 дня назад

      Cmk ane ke kobo napai 😂😂😂😂, Mama jui 😂😂😂

  • @taradoi7957
    @taradoi7957 4 дня назад +11

    মোৰ প্ৰশ্ন যদি প্ৰশ্ন কাকতৰ পৰীক্ষা হৈ যোৱাৰ পাছত মুল্যই নাই তেন্তে পৰীক্ষাথীক কিয় প্ৰশ্ন কাকত নিদিলে ? ৰহস্য কি ?

  • @bishwajyotigogoi5368
    @bishwajyotigogoi5368 4 дня назад +7

    আৰু কেইবছৰ মানৰ পাছত ADRE APSC দিয়াত কৈ মুখ্যমন্ত্ৰী MP MLA ৰ বাবে হে প্ৰতিযোগিতা চলাম কিয়নো মোকো ২৫বছৰৰ পাছত ভাৰতীয় সংবিধানে মুখ্যমন্ত্ৰী, সাংসদ, বিধায়ক হবলে যোগ্যতা দিছে গতিকে এইবোৰ ফাকিবাজী পৰীক্ষা দিয়াতকৈ নিবনুৱা বোৰে নিজৰ নিজৰ সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়ায় যাওঁক, কিয়নো বিধায়ক, সাংসদ, মুখ্যমন্ত্ৰী সকলোকে ৰাজ্যপালে নিয়োগ কৰে অৰ্থাৎ Employer Governor and Employees বিধায়ক মুখ্যমন্ত্ৰী নহলে কিহৰ কাৰণে দৰমহা দিয়ে কিহৰ কাৰণে পুৰণি পেঞ্চন নীতি মতে পেঞ্চন পাই!?? এওঁলোকেতো দেশ সেৱা বিনা পাৰিশ্ৰমিকে আগবহাব লাগিছিলে কিন্তু এই ওপৰৰ কাৰ্যবাহী পদ বিলাক স্বাধীনতাৰ সময়ত অশিক্ষিত নিৰক্ষৰ লোক বেছি থকাৰ বাবেই সেই ব্ৰিটিছৰ শোষণ নীতি যি স্বাধীনতাৰ পাছত ভাৰতীয় সকলে বৰ্তমানলৈকে বৰ্তাই ৰাখিছে তাৰ বাহিৰে অন্য একো নাই।

  • @itsmeprof4677
    @itsmeprof4677 4 дня назад +31

    তেতিয়া হলে মামা আপুনি ১৬ জনক কিয় গ্ৰেপ্তাৰ কৰিলে? আৰু আপুনিও এজন মানুহ হয় আৰু আপোনাৰ নিৰ্দেশ মতে কাম কৰা সকলো মানুহেই হয় গতিকে মানুহ মাত্ৰেই ভুল😊 সঁকীয়াই চালে দোষী ওলাই পৰিব চিন্তা নকৰিব। আমাৰ দৰে দুখীয়া বোৰক এনেও চাকৰি নিদিয়ে কিয়নো আমি ১২ লাখ টকা ঘুচ দিব নোৱাৰোঁ। জয় আই অসম 🙏

  • @kanishka6445
    @kanishka6445 4 дня назад +28

    Central exam ৰ দৰে Answer key দিয়ক marit list দিয়ক .... কিমান মাৰ্কৰ পৰা cutoff যায়.... ইমান যদি নিকা exam হৈছে.....
    তেতিয়াহে সাধাৰণ মানুহৰ লৰা ছোৱালীয়ে চাকৰি পাব....

  • @Rreview_1
    @Rreview_1 4 дня назад +7

    নিজৰ দোষ লুকাবলৈ আনৰ গাত দোষ চপাই দিয়া। Good decision 👍

  • @AssamTechGunjan
    @AssamTechGunjan 4 дня назад +4

    Leak হোৱা কাকত খনৰ photo click কৰাৰ time টো আমাক ৰাজহুৱা কৰক, অন্যথা কেতিয়াও মানি নলও.....

  • @Akash-ok7su
    @Akash-ok7su 4 дня назад +32

    Misa kotha, ADRE paper leak hoise. We want retest. Bjp go back

    • @BijoyDeka-u5k
      @BijoyDeka-u5k 4 дня назад

      Toi geda ali

    • @aizen27399
      @aizen27399 4 дня назад +6

      toi re holeo napao 😂😂😂

    • @chandraeducational
      @chandraeducational 4 дня назад

      Right 😅😅​@@aizen27399

    • @subarnachetia9560
      @subarnachetia9560 3 дня назад +1

      Sob bostu perfect nohoi.. Korobat kiba hoboai... Sob sualii u hua ny..lora u kisumanor hoisa... Thakibo aii..kunau vogowan nhoi j sob perfect hobo...janaka pasta angoli homan nhoi tankoi kunau perfect nhoi.. But i appreciate govt...alteast agor sarkarkhonot koi val hoisa... Sobotai vul bisarela akou dinoloi ghure jabo hola... Gom paisa nhoi grade 4 sakori pora APSC loi akol kalangkarii.. So val hobo laha laha ka... Akadinotai Tajmahal bonabo nwaraa..

  • @lakhikrchintey5693
    @lakhikrchintey5693 4 дня назад +10

    হিমন্তৰ কথা শুনিলে এনে লাগে যেন তেও এই প্ৰিথিবীত নাই যেন লাগে

  • @digantakrrabha9647
    @digantakrrabha9647 4 дня назад +15

    Mojjjaa mama

  • @pranabozah4917
    @pranabozah4917 4 дня назад +5

    সুচাৰু ৰূপে পৰীক্ষা সম্পন্ন হৈছে ৷ইমান বৃহৎ সংখ্যক প্ৰাৰ্থী অৱতীৰ্ণ হোৱা নিযুক্তি পৰীক্ষাত বেমেজালি নোহোৱাটোৱে হয়টো দোষ বিচাৰি থকা সকলক হতাশ কৰিলে ৷ইমান ভালো ভাল নহয়, এনে মানসিকতা প্ৰদৰ্শণ কৰি পৰীক্ষা সম্পন্ন হোৱাৰ পিছত প্ৰশ্নকাকত ফাদিল হোৱাৰ ঘটনাটোক ঢৌ টোকে ৰৌ কৰা হল ৷সমালোচনা স্বাৰ্থত সমালোচনা নকৰি ভাল কামৰ প্ৰশংসাও কৰিব লাগে ৷

    • @bishwajyotigogoi5368
      @bishwajyotigogoi5368 4 дня назад +1

      পিছে কিমান নম্বৰ পাই এজন পাৰ্থীয়ে সেইটো দিব নোৱাৰা কেনেকুৱা চৰকাৰ 😅😅 প্ৰশ্ন কাকত ফাফিল হলত কিবা দুৰ্নীতি হৈছে নে নাই নাজানো কিন্তু ইয়াৰ পাছৰ পৰ্যায়ত কি স্বচতা দি চাকৰি দিব কিয় সকলোৰে প্ৰাপ্ত নম্বৰ দিয়াৰ ব্যবস্থা কিয় কৰা নাই😂😂 নে দক্ষিণা দিব লাগিব

  • @ironcutgaiming-yt
    @ironcutgaiming-yt 4 дня назад +4

    11 লাখ লৰা কি মহামূৰ্খ নেকি । ঘিউ বোলা বস্তুটো নাই নেকি 11 লাখ

  • @asish1096
    @asish1096 3 дня назад +1

    কথা আছিল প্ৰশ্ন কাকত খনৰ লগত OMR খন জমা লোৱা, যদি প্ৰশ্ন খন centre 1 তাত 2.15 loike আছিলে তেতিয়া OMR খন সেই centre টোত বা বাকী centre বোৰত কেইটা লৈকে আছিলে, কাৰণে omr fillup koribole 5 minute ও নালাগে বাকী ,আমাৰ future সিহঁতৰ হাতত আছে যদি আমাৰ জনাৰো odhikar আছে

  • @saifulsikdar9761
    @saifulsikdar9761 4 дня назад +14

    ব্যৰ্থতা মানি ল'ব পৰা নাই মামাই। আমি প্ৰশ্ন ফাদিল কৰাৰ সঠিক তদন্ত বিছাৰিছো নহ'লে যিসকল প্ৰাৰ্থীয়ে বহুত কষ্ট কৰি পঢ়া-শুনা কৰি পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই গৈছিল তেখেতসকলৰ কষ্ট এনেই বিফল হব।

    • @BijoyDeka-u5k
      @BijoyDeka-u5k 4 дня назад

      Rocky r guti duta suhi thak

    • @saifulsikdar9761
      @saifulsikdar9761 4 дня назад

      @@BijoyDeka-u5k tor aro ki hol, kiman toka disa Questions out korar karone. Tok todonto koribo lagibo..

    • @NayanJyoti-y9i
      @NayanJyoti-y9i 4 дня назад

      ​@@BijoyDeka-u5keman din a toiu eke guti suhi asili.. 500 toka eta bjp r naam tu loi pua krne hehote hagi dileu khabi toi

    • @BijoyDeka-u5k
      @BijoyDeka-u5k 4 дня назад

      @@NayanJyoti-y9i 500 toka tur bhoiyeror logot coffee khabo jaute lage hodai, 500 t solibo nuari baba

    • @NayanJyoti-y9i
      @NayanJyoti-y9i 4 дня назад

      ​@@BijoyDeka-u5k 500 toka tur krne bohut.. lal sah khua manuh tui coffee r lebl dile nasaje. Eman din a bjp k gali para manuh tui kihor krne bjp supporter hoise jana ase. Vul tut maat dibo hikibi.. hagi dilei mukh khn meli nidibi

  • @guptasarmah8949
    @guptasarmah8949 4 дня назад +12

    যদি প্ৰশ্ন কাকতৰ কোনো মূল্য নাই তেন্তে পৰীক্ষাৰ্থী সকলৰ পৰা কাকতখন ৰাখি থোৱাৰ কাৰণ কি? সেই বিষয়টো ৰাইজক বুজাই দিয়াতো ভাল। নিশ্বয় কিবা গোপনীয়তা আছে বাবেই কাকতখন ৰাখি থোৱা হয়। পৰীক্ষাৰ্থীক ঘৰলৈ নিবলৈ নিদিয়া কাকতখন যদি পাছত ফাদিল হয়, তেন্তে পৰীক্ষাৰ আগত যে ফাদিল হোৱা নাই তাৰ কিবা গেৰাণ্টি আছে জানো। প্ৰায়ে দেখা যায় মুখ্যমন্ত্রীয়ে যিকোনো গম্ভীৰ বিষয় এৰাই চলিবলৈ হওক বা দায় সাৰিবলৈ হওক ভেঙুচালি সূচক তৰল মন্তব্য কৰে। তাৰ পৰাই মুখ্যমন্ত্রী হিচাপে দায়বদ্ধতা কিমান প্ৰকাশ পায়।

  • @daizee4510
    @daizee4510 4 дня назад +2

    অহংকাৰী এজনৰ পৰা কি আশা কৰিব ৷ সাংবাদিকৰ ভুল হৈছে , তেওঁৰ পৰা উত্তৰ বিছাৰি ৷ কিমান সময়ত ভাইৰেল হৈছিল কিয় কব নোৱাৰে ? কুচ টো হ্যে , ভাই কুছ টো হ্যে...৷

  • @dhanjitnath4013
    @dhanjitnath4013 4 дня назад +19

    আপুনি মহিলাবোৰক কাপোৰখুলি চেকিং কৰিব দিছে নেকি ? 🙏🌹

  • @pranabjyotijyoti6261
    @pranabjyotijyoti6261 4 дня назад +9

    আচৰিত জনক কথা দেই মুখ্য মন্ত্ৰী ডাঙৰীয়া

  • @debenhandique9958
    @debenhandique9958 4 дня назад +2

    মূখৰ জৱাব ৰাখি কথা কব মহাশয়, বিয়া ৰভাৰ লগত তুলনা নকৰিব।১২লাখ canditor অনলাইনৰ মূনাফা কোনে পাব।

  • @babulsaikia462
    @babulsaikia462 4 дня назад +1

    কথা ক'ব জানিলে মৰণ নাই।

  • @munindraray180
    @munindraray180 4 дня назад

    যদি সঁচাকৈ পেপাৰ লিক কৰিছে
    তেতিয়া হলে লীক কৰতাজনক
    এনেকা শাস্তি দিব লাগে যাতে আগলৈ এনে কাম কৰিবলৈ 100 বাৰ ভাবিব লাগে। মুখ্যমন্ত্ৰী ক দোষ দি কি লাভ আছে এখন সুস্থ সমাজ গঢ়িবলে প্ৰতি জন নাগৰিক কৰ্তব্য আৰু দায়িত্ব।

  • @Sun.International
    @Sun.International 4 дня назад +2

    যিবিলাক ফোটোষ্টেট কৰি লোৱা হৈছে সেইবিলাক কিছুমানৰ পৰীক্ষাৰ্থীৰ বহীৰ উত্তৰবোৰ মিলাই (যিবিলাকৰ সৈতে আলোচনা আছে সিহঁতৰ লগত বহি) অশুদ্ধবোৰ শুদ্ধ কৰি দিয়াৰ চেষ্টা কৰা হৈছে বুলি কিছুমানৰ মুখে মুখে শুনি আছো... বিশ্বাস হোৱা নাই বাৰু... তথাপি এনেকুৱা কথা শুনি থাকিলে মন বেয়া লাগি যায়... ইমান কষ্ট কৰি পৰীক্ষা দিব... ওপৰতে পইচা ভেটি দি ফল কোনোবাই খাব... এনেকুৱা যাতে নহয়... কিবা এটা হলেও গণ্ডগোল হৈয়ে থাকে...এনেকুৱা হোৱাটোও একো ডাঙৰ কথা নহয়...

  • @dibbagaming25
    @dibbagaming25 4 дня назад +1

    Dear mama jodi ankai kotha then nxt exam r pra kindly amk question paper khn ghrt niboloi dibo please

  • @PureReview5
    @PureReview5 3 дня назад +1

    Dear CM sir, Apuni recruitment babe Compitive exam pata nasil mane Gutai Assam juri dangor Bia ha patisil na, din rati ek kri kosto kri exam diba jua candidate bur biyar atithi asil na, borjatri asil, apuni ane kotha koi candidate burk aru taulkr kosto handhanak tuoso tatislo, krise bhut apaman krise nijor sorkar dukh dakhiboli goi, ai paper leaked case tu ata guwahati high court dara judiciary enquiry ata diboli hakhok kriba parib na, baru

  • @mahatbasumatary1050
    @mahatbasumatary1050 4 дня назад +2

    Correct ❤

  • @riyazahmed5475
    @riyazahmed5475 4 дня назад +25

    Ummm hoi de job tu selected person e he pabo exam tu just ata chol he🥱🥱🥱

    • @Abhinashgarg-q7r
      @Abhinashgarg-q7r 4 дня назад +8

      Kiman aru negative hobi...last time Mur logor 5 ta ye paise...dur duroloike aku connection nai kunu party r lgt..muthote nasibo najanile sutalkhon beka...

    • @rikikashyap8761
      @rikikashyap8761 4 дня назад +3

      Fix ase nai ebur njanu ..kintu amr centre t ru lgor bur jot porise maximum centre t discussion kri lkhise exam t ..mur room t sobe discussion di lkhise ..3 ta bohai val kora nai kam tu ksto bur eni jwa nsna lgise ...2 ta shift kribo prile hoi 3 ta bohua dorkar nasl imn dangr exam eta t​@@Abhinashgarg-q7r

    • @gogoiparanjyoti
      @gogoiparanjyoti 4 дня назад +3

      Toi npli sge juabar amr eyat sob suka suka val gitai paise

    • @drstrangergaming241
      @drstrangergaming241 4 дня назад +1

      Sebai paper agotei leak korise. Leak hua paper xn salei gom pi

    • @drstrangergaming241
      @drstrangergaming241 4 дня назад

      ​@@gogoiparanjyotileak hoa ni tumar mote?

  • @biplobkarmakar4906
    @biplobkarmakar4906 4 дня назад +6

    Re exam lage amak

  • @jayantahirahira-jn1ht
    @jayantahirahira-jn1ht 4 дня назад +18

    Mama zindabad.....

  • @brothersglobe5706
    @brothersglobe5706 3 дня назад

    অসমৰ ৰাইজক চুমি বিশাল নামৰ দালাল কেইটাৰ পিছত দৌৰাই এতিয়া অলপ প্ৰশ্ন কাকতৰ পিছত দৌৰাব। তেতিয়াহে মানুহে অসমৰ জ্বলন্ত সমস্যা সমূ্হৰ পৰা আঁতৰি থাকিব। কেন্দ্ৰীয় চৰকাৰৰ অধীনত কত যুগ যুগ ধৰি ডাঙৰ ডাঙৰ পৰীক্ষা হৈ আছিল, তেতিয়াটো কোনো নাৰীয়ে নাৰীৰ মৰ্য্যদা বিসৰ্জন দিবলগীয়া হোৱা নাছিল। এতিয়া নাচ মলুৱা নাচৰ দিন। গতিকে নাচিব লাগিবই।😂😂

  • @BoraH932
    @BoraH932 4 дня назад

    Great work done sir🙏

  • @BhaitiMison
    @BhaitiMison 4 дня назад +3

    Mojja

  • @kanakbaro2762
    @kanakbaro2762 4 дня назад +2

    Right 👍

  • @bigantaborghain7941
    @bigantaborghain7941 4 дня назад +9

    Thik kotha

  • @truthhurts6760
    @truthhurts6760 4 дня назад +10

    মামা প্ৰশ্ন কাকতখন candidate ক দি দিয়ক

  • @kanakrabha3239
    @kanakrabha3239 4 дня назад +10

    9 বজাতে নেট কাটিছে কেনেকৈ ভাইৰেল হব পাৰে কিছুমানে উৰা বাতৰি কৰি আছে 2 বজাৰ পিছত ওলালে কাৰৰে ক্ষতি নহয়।

  • @EDUCARE181
    @EDUCARE181 4 дня назад +4

    Tente question paper khon candidate k gurai nidiye kio.....

  • @probinkumarkakati6151
    @probinkumarkakati6151 4 дня назад +1

    ঠিকেই কৈছে ইয়াত ক্ষতি হব অসমৰ পৰীক্ষাথী হে ?

  • @nurjamalbora5297
    @nurjamalbora5297 4 дня назад +2

    Sir apuni jikhiny katha kose khai ak dom khosa...🙏

  • @jyotirmoykalita5412
    @jyotirmoykalita5412 4 дня назад

    30%-40% legally pabo sakori...100% dui nmbri kribo nware
    Ji keijne legally pabo sakori xei keijn k loi politics kribo 100% legally hwa buli

  • @sudem_7
    @sudem_7 4 дня назад +2

    Maama , my best CM till now.

  • @abanidas6895
    @abanidas6895 4 дня назад +1

    বদনাম গায় ফুৰা এটা লবি আছে। কিছুমান প্ৰচাৰ মাধ্যমৰ এই বিলাকে কাম।

  • @Indian.5i
    @Indian.5i 3 дня назад

    মামা তুমি এটা ধূৰ্ত বেয়া নাপাবা এই বাৰ চাকৰি কোনে কোনে পাব আমি জানো সব বিক্ৰীহৈ গল-

  • @biswajitdas7392
    @biswajitdas7392 4 дня назад +1

    মামা সঁচাকৈয়ে 🔥🔥

  • @NabinSaikia-m5r
    @NabinSaikia-m5r 4 дня назад +1

    Kela Rtipua 9.30 te paper leak hoise

  • @hemantapegu1053
    @hemantapegu1053 4 дня назад +1

    ADRE পৰীক্ষা নিয়াৰিকৈ চলিল। সঁচা কথা অহা বাৰৰ পৰা question booklet নিব পৰা ব্যৱস্থা থাকিব লাগে।

  • @amarjitsandilya1236
    @amarjitsandilya1236 4 дня назад +1

    সকলোলৈকে অনুৰোধ 11লাখ লৰা ছোৱালীৰ মোৰ নাখাব। 🙏🙏🙏🙏🙏

  • @navajyotisaikia7481
    @navajyotisaikia7481 2 дня назад

    Mama very good

  • @artworld6596
    @artworld6596 4 дня назад +1

    Mama exam buror cut-off marks bur dibo sun aru kune kiman pai pass korile u fail korile u g a pai marks bur dibo sun please 🙏🙏🙏

  • @nurjamalbora5297
    @nurjamalbora5297 4 дня назад +1

    Mama is great ❤❤❤🎉🎉🎉🎉

  • @k.......B...4273
    @k.......B...4273 4 дня назад +1

    সাংবাদিক সকলে কিয় নুশুধে কোনে কিমান number পাইছে এইটো দিব লাগে বুলি??

  • @DaisyRabhaDaisyRabha
    @DaisyRabhaDaisyRabha 4 дня назад +1

    Right

  • @Ramjanali-i6n
    @Ramjanali-i6n 4 дня назад +15

    নিজৰ দোষ ঢাকিবলৈ বিয়াৰ পেণ্ডলৰ লগত তুলনা দি ভাষণ দিছে।

    • @diprabha549
      @diprabha549 4 дня назад

      Nijor gaat dukh staff r manuhe vul tu korise atya biyar pendel r logot tulona...eitu vul jodi candidate a korile hoi aru j ki natok dekhiboloi palu hoi

  • @azadhussain8869
    @azadhussain8869 4 дня назад +1

    Himanta go back

  • @pallabisaikia5728
    @pallabisaikia5728 4 дня назад +3

    Paperr khon candidate k di dibo tetia hole... Ki koribole loi tnhole.....

  • @crdigital9175
    @crdigital9175 4 дня назад +1

    Re exam hobo lage

  • @tridipdas5436
    @tridipdas5436 4 дня назад +1

    Diar agot ne pisot ulale ami kenekoi gom pam

  • @ecrochet6528
    @ecrochet6528 4 дня назад

    Thik ase question paper diok, kintu cut off and score card u diok. Iman information pua tu amar right hoi.

  • @sanatdas4046
    @sanatdas4046 4 дня назад

    Thik koise mama

  • @PARESH-z2f
    @PARESH-z2f День назад

    মামা আপোনাৰ পাতি দিয়া বিয়াত কন্যাৰ সন্তান আছিল পাছতে গম পালো।

  • @NayanJyoti-y9i
    @NayanJyoti-y9i 4 дня назад

    Last time SI r exam t bedsheet r uporot question paper loi photo disil. . Question paper kintu logt anibou dia nasil. Tothapiu hehote koi thole je exam r pisot heijon student a ques paper khn ghrt loi goisil.. invigilator jon eman murkho asil ne student a ques paper joma nidile okol OMR khn joma loise.. aru photo khn t 1ta pen r mark nasil.. ghrt loi aha ques paper khn 1ta mark nokora ke exam disile.. kiman aru murkho bonabo manuh k.. Eibar u same case tue hol.. sob janiu kunui eku maat matibo nuare

  • @minarulsikdar6461
    @minarulsikdar6461 4 дня назад +6

    Re Exam patibo lgibo
    Tenehole paper khon kio loi ahibo nidiye

  • @PARESH-z2f
    @PARESH-z2f День назад

    বিয়াৰ আগেয়ে পেণ্ডল উওোৱাৰ কাৰনে viral hunisu আৰু নহ'লে viral hbo neki?

  • @ptalk09
    @ptalk09 4 дня назад +1

    Students sokot kola chasma dili aru mama a. ..kothar Babi noval price pabo mama a..re exam hobo lage mama doubtful lagi sa...

  • @GreenWorld-wm7ng
    @GreenWorld-wm7ng 4 дня назад

    Mama is best🎉🎉🎉

  • @MAK_M68
    @MAK_M68 4 дня назад +3

    ফ্ৰেদি কুছ টো গৰ্বৰ হে।।।।।।।।মই নগোলো adre exam দিব।।।।। ইকানে সি কানে শুনিবলৈ পাইছোঁ কৰবাত হৈছে টকাৰ লতি ঘটি সেইকাৰণে মই নগলো ।

  • @sewaliBorphukan
    @sewaliBorphukan 4 дня назад +1

    Ako exam hobo lage

  • @scout8417
    @scout8417 4 дня назад

    এয়া আপোনাৰ দুখ নাই স্বীকাৰ কৰকADR pepar lookout hol exam piri।piodagstip

  • @bhawajitdas9701
    @bhawajitdas9701 4 дня назад

    Bahh re bahh😂😂

  • @Umm-t1c
    @Umm-t1c 4 дня назад

    এটাই কথা অসম চৰকাৰৰ লগত লাগিব কাৰো সাহস নাই কাৰণ আজিৰ দিনত কষ্টৰ একো মূল্য নাই সেইকাৰণে এইবোৰ ভেকো ভাওনা ৰ পৰা আঁতৰি থকাই ভাল নিজে কিবা এটা কৰিবলৈ চেষ্টা কৰিব লাগে

  • @AllinOne-zv8ki
    @AllinOne-zv8ki 4 дня назад

    Mark diyok exam r.....question paper loge loge diyok

  • @KanchanRoy-fn6zs
    @KanchanRoy-fn6zs 4 дня назад

    Akdom thik..

  • @jahnobideuri2821
    @jahnobideuri2821 3 дня назад

    Hoi sr

  • @nasirhussain-fd2rr
    @nasirhussain-fd2rr 4 дня назад

    Dear mama....Marks bur kio declare nokore,,,amar Assam t govt. exam burr marks declare nokore,,,why why???

  • @SultanMahmud-fb5vt
    @SultanMahmud-fb5vt 4 дня назад +2

    good natok

    • @Jai-p8q
      @Jai-p8q 4 дня назад

      Why... Good Natok

  • @HMDreamBlog
    @HMDreamBlog 4 дня назад

    Question paper 📃 নিদিলে কিও তেনে হলে..😢

  • @sansitasarmah2197
    @sansitasarmah2197 4 дня назад

    Thanks mama

  • @arjuntamulpur8639
    @arjuntamulpur8639 4 дня назад

    ADRE exam OMR sheet exam nelage amak CBT exam lage amak

  • @Him-l3z
    @Him-l3z 3 дня назад

    অসমৰ মানুহক joker বনাই আছে ।।

  • @সমুদ্ৰকুমাৰনাথ

    9.30mnt ulal paper. Mama i gomei npai sge? Answer key dia bebostha korok

  • @namasteindia9976
    @namasteindia9976 4 дня назад

    Right says by CM Sir

  • @natendrabin7260
    @natendrabin7260 4 дня назад

    Right and good jok

  • @samimborah5304
    @samimborah5304 4 дня назад

    Moma tmi jui❤️‍🔥

  • @BkumarRay-ur1oo
    @BkumarRay-ur1oo 4 дня назад

    যদি প্ৰশ্ন কাকতখনৰ মূল্য নাই তেন্তে ৰাখি থয় কিয় আপোনালোকে,আমাক আনিবলৈ নিদিয়ে কিয়?

  • @naturelover-gq7pl
    @naturelover-gq7pl 4 дня назад

    Thk koise aamar manoniya mukya mantri.🙏🙏

  • @pranabbaruah7687
    @pranabbaruah7687 4 дня назад

    এইবোৰ হৈ থাকিব,একো নাই,খালি GPS যাতে ব্যৱহাৰ কৰিব পাৰে 9.30 লৈ

  • @drstrangergaming241
    @drstrangergaming241 4 дня назад +3

    Sebai paper agotei leak korsi😢... Paper xn jodi di uthar psr paper, ataw kolomor sin nuhuake knke thakil bhai???

  • @nirmalbasuar8090
    @nirmalbasuar8090 4 дня назад

    Very good sir

  • @youngnick07
    @youngnick07 4 дня назад +1

    Mama booklet tu gorot anibo diba next time

  • @aparadevisarma5797
    @aparadevisarma5797 4 дня назад

    You are the.main.culpit

  • @hemantabhuyanbhuyan2499
    @hemantabhuyanbhuyan2499 4 дня назад

    Ebar moi MLA hom

  • @surajboro7942
    @surajboro7942 3 дня назад

    Diya pasat jadi question aku nai nahole question to candidate question to kio gorai napai kio

  • @ViralcLipsVlogS
    @ViralcLipsVlogS 4 дня назад

    OMR or uporot nam aru photo r kenekua diya hol... Etur uporot comment kora nay CM

  • @pegu3112
    @pegu3112 4 дня назад

    Kisuman manuh thakei aru kaneke exam ti bodanam koru. Student aru government te bohut kosto kori exam patixe. As a candidate I'm satisfied with the arrangement and process of the exam. We are with you CM sir, carry on your good work

  • @SaddamHussainmazumder
    @SaddamHussainmazumder 4 дня назад

    Only assam state exam hone k baad question nehi deta hain students ko,but why

  • @simplevillageboy7257
    @simplevillageboy7257 4 дня назад

    Exam khek huar pisot viral hoise judi eku nohoi diya

  • @utpaldeka9800
    @utpaldeka9800 4 дня назад

    Jar exam beya hoise xihote he paper leak hoise and re-exam ptibo lge bli koi ase......besi vag candidate gom pai je paper leak hua nai..... re-exam ptileu siyori thoka bure pass koribo nuware.....

    • @RuponAdvice123
      @RuponAdvice123 4 дня назад +1

      Tur re exam dibole dom nai nki . Viral paper khon tur usorot asil nki

  • @hobiburrahman2376
    @hobiburrahman2376 4 дня назад

    Exam r pisot photo mara buli ki proman ase???? Eman nirapottar majot keneke scan koribo

  • @dhananjoyarjya2887
    @dhananjoyarjya2887 4 дня назад

    Mozza

  • @AbjalKhan-mt3wv
    @AbjalKhan-mt3wv 4 дня назад

    Answer sheet t nam photo kio