Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
অতি সোনকালেই সকলো সমস্যা সমাধান কৰিবলৈ আহ্বান জনালোঁ বিৰোধী দল সমূহে এৰা ধৰা কৰি পৰিবেশ ভালদৰে মনোনিবেশ কৰিবলৈ আহ্বান জনালোঁ
পুনৰ ঐক্যমঞ্চৰ ঐক্যতা গঢ়ি উঠক ,তাৰেই কামনা কৰিছো ।
Gourav gogoi smart mathmatice
সঁচা কথা কবলৈ গলে বিৰোধীত কংগ্ৰেছৰ প্ৰাৰ্থীৰ বাহিৰে আন দলৰ প্ৰাৰ্থী নায়েই। চিপিআই (এম এল)ৰ যিজন প্ৰাৰ্থী দিছে তেওঁ সঁচাকৈয়ে উপযুক্ত নহয়। কথাকেইটাকে ভালদৰে ক'ব পৰা নাই।
Gourav gogoi zindabad ❤
অখিল, লুৰিণ আৰু অজিতৰ কোনো কাম নাই, সিহঁত কংগ্রেছৰ লগত থাকি আকৌ কংগ্রেছক গালি পাৰে আৰু কংগ্রেছৰ বদনাম গায়, সিহঁতৰ বিজেপিৰ লগত বুজাবুজি আছে।
ব্যৰ্থতাৰ কাহিনী আকৌ কিমান শুনাই থাকিব ? "হালধীয়া চৰায়ে বাওধান খায় " ৰ দৰে আকৌ বাৰ বাৰ অখিল লুৰিন মহাশয় সকলক ঠগিয়ে থাকিব। কংগ্ৰেছৰ ভূপেন বৰা ভাল গৌৰৱ গগৈ বেয়া এইবোৰ কৈ কিবা ৰাজনীতি হয় নেকি? কোনো এটা দলক এই মাপকাঠিৰে জুখিব গ'লে দেখোন কোনো পাৰ্টীকে বেয়া বুলি কব নোৱাৰিব ।
লুৰীনে আলপ শান্ত হোৱা ভাল নহলে বী জে পীলৈ গমন কৰক
অ. স. ম. ৰ নেতা সকললৈ কংগ্রেছৰ লালীপপ, আত্মসন্মানবোধ নথকাৰ দৰে ২০২৬ লৈ চুপি থাকিলে হল, কি নো ডাঙৰ কথা!
আপোনালোক শতাংশ নহব
অখিল গগৈ অহংকাৰী।
এই জাতীয় নায়ক বোৰৰ কোনো নিজস্ব বোলা কথা নাই ।
good
বিজেপিৰ জয়
Laz thakile akou log nohoi
কংগ্ৰেছৰ কথা সকলো সঁচা। আনবোৰ কথা মিছা।
কংগ্ৰেছে এনেকুৱাই কৰিব সেইকাৰণেই আৰু সম্পৰ্ক কৰিবই নালাগিব
Congress is no more in Assam politics
আপোনাৰ কাৰনে কংগ্ৰেছ হাৰিব
kontu party o adivasir kotha napate
Nilajor kajia Lagibe
অহংকাৰী কংগ্ৰেছক সকলোৱে বৰ্জন কৰক ।১৬টা বিৰোধী মিত্ৰ দলে পাঁচটা সমষ্টিতে প্ৰাৰ্থী দিয়ক ।অহংকাৰী কংগ্ৰেছ এনেও নিজিকে ।কংগ্ৰেছৰ অহংকাৰেই কংগ্ৰেছৰ পতনৰ মুল ।অহংকাৰী অজগৰ কংগ্ৰেছক বিশ্বাস নকৰিব ।
Dilip gogoi
কংগ্ৰেছ সদায় ঠগবাজ😅😅😅😅😅😅😅😅😅😂😂😂
Tumi 3 bar harila relax
26 aky obosta hobo
Big zero
Good decision by AJP. Best Wishes for AJP
লোৰিন ভাইটি, ৰাইজে তোমাক সংগঠনৰ নেতা হিচাপে বিচাৰে, ৰাজনৈতিক নেতা হিচাপে নহয় !
অখিল গগৈ হিমন্ত বিশ্ব শৰ্মাৰ লগত মিতিৰালি কৰি আছে।
Gaurav Gogoi k Abhimanyu bonai lav nai .. Gaurav Gogoi obihone face nail oppositiont . Ki lurin Gogoi ki akhil Gogoi. .
আজি প্ৰাৰ্থীত্ব দিয়া নাই পিছত যদি জিকি গলে আকৌ বিবেক দাসক কেনেকৈ 26 ত প্ৰাৰ্থীত্ব দিয়াৰ প্ৰতিশ্ৰুতি দিছে
Karon seat tu sc reservation kora ase ... Jayanta Bora sc nhoi
Coñgress ziñdabad, lurin, akhil, Ajit kam nai gaurav gogoi ziñdabad
ansolik dol kita congresok blackmail koribo bisarise neki, ,
২০২৬ চনত কংগ্ৰেছ উজনিত Ziro হব
অ স ম্ চুৰি ঘাত । কটা ঘাত লোন বাই জি জি
Congress aa raam thogon diar pisotu ki dore ako alusonat bohe
Akhil lurin laj sorom nuhua netar news kio bonaihe
Faltu
গৌৰৱ গগৈক অহংকাৰে খাবলৈ ধৰিছে
অতি সোনকালেই সকলো সমস্যা সমাধান কৰিবলৈ আহ্বান জনালোঁ বিৰোধী দল সমূহে এৰা ধৰা কৰি পৰিবেশ ভালদৰে মনোনিবেশ কৰিবলৈ আহ্বান জনালোঁ
পুনৰ ঐক্যমঞ্চৰ ঐক্যতা গঢ়ি উঠক ,তাৰেই কামনা কৰিছো ।
Gourav gogoi smart mathmatice
সঁচা কথা কবলৈ গলে বিৰোধীত কংগ্ৰেছৰ প্ৰাৰ্থীৰ বাহিৰে আন দলৰ প্ৰাৰ্থী নায়েই। চিপিআই (এম এল)ৰ যিজন প্ৰাৰ্থী দিছে তেওঁ সঁচাকৈয়ে উপযুক্ত নহয়। কথাকেইটাকে ভালদৰে ক'ব পৰা নাই।
Gourav gogoi zindabad ❤
অখিল, লুৰিণ আৰু অজিতৰ কোনো কাম নাই, সিহঁত কংগ্রেছৰ লগত থাকি আকৌ কংগ্রেছক গালি পাৰে আৰু কংগ্রেছৰ বদনাম গায়, সিহঁতৰ বিজেপিৰ লগত বুজাবুজি আছে।
ব্যৰ্থতাৰ কাহিনী আকৌ কিমান শুনাই থাকিব ? "হালধীয়া চৰায়ে বাওধান খায় " ৰ দৰে আকৌ বাৰ বাৰ অখিল লুৰিন মহাশয় সকলক ঠগিয়ে থাকিব। কংগ্ৰেছৰ ভূপেন বৰা ভাল গৌৰৱ গগৈ বেয়া এইবোৰ কৈ কিবা ৰাজনীতি হয় নেকি? কোনো এটা দলক এই মাপকাঠিৰে জুখিব গ'লে দেখোন কোনো পাৰ্টীকে বেয়া বুলি কব নোৱাৰিব ।
লুৰীনে আলপ শান্ত
হোৱা ভাল নহলে বী জে পী
লৈ গমন কৰক
অ. স. ম. ৰ নেতা সকললৈ কংগ্রেছৰ লালীপপ,
আত্মসন্মানবোধ নথকাৰ দৰে ২০২৬ লৈ চুপি থাকিলে হল, কি নো ডাঙৰ কথা!