NKTVৰ ষ্টুডিঅ’ত এটি পৃথক শিশু | শিশুটিৰ মাত-কথাই মুহি পেলাব আপোনাক

Поделиться
HTML-код
  • Опубликовано: 3 фев 2022
  • 🎶 NKTVৰ ষ্টুডিঅ’ত এটি পৃথক শিশু
    🎶 শিশুটিৰ মাত-কথাই মুহি পেলাব আপোনাক
    🎶 আশ্বাস আয়ুষ্মান তেওঁৰ নাম...
    🎶 অনুপম চক্ৰৱৰ্তীৰ সৈতে ‘জনসাধাৰণ’

Комментарии • 1,2 тыс.

  • @user-hh5vs6wp1c

    Asswax....tumaloi antorik akhir bad ase.aru ag badhi buwa....

  • @trailukyagogoi4298
    @trailukyagogoi4298 2 года назад +7

    শিল্পী হোৱাৰ লক্ষণ আছে

  • @monjubhora633
    @monjubhora633 2 года назад +82

    সুন্দৰ কণ্ঠ আশ্বাস।উজ্জ্বল ভৱিষ্যত কামনা কৰিলো তোমাৰ।

  • @babulray4471
    @babulray4471 2 года назад +15

    সচাকৈ অস্বাসই এদিন নহ'লে এদিন অসমৰ এগৰাকী ভাল গায়ক হিচাপে প্ৰতিষ্ঠা লাভ কৰিব ১০০ পাৰচেন গেৰানতি দিছু মই

  • @padminisaikia6104

    বর সুন্দর ।আগুৱাগ যোৱা তুমি আশ্বাস ।আশীবাদ করিছো আরু দীরঘায়ু কামনা করিছো ।মরম লগা লরাটো

  • @bhagabandas4888
    @bhagabandas4888 2 года назад +16

    বোপাই অ বৰ ভাল লাগিল l উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ l

  • @ratanpaul725
    @ratanpaul725 Год назад +1

    Khub val lagica

  • @alakadevi5347

    Bahut bhal lagil thanks

  • @utpalgogoi2112
    @utpalgogoi2112 2 года назад +12

    বহুত ভাল লাগিলে ভাইটি ক

  • @dhrubachamua3943

    Bahut Dhuniya hoise

  • @jebinsultana8104
    @jebinsultana8104 2 года назад +73

    আশ্বাস, বৰ ধুনীয়া কণমানি…, পোন প্ৰথমে আশ্বাসৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ।

  • @ritudarrang4170
    @ritudarrang4170 2 года назад +192

    ৪ৰ্থ শ্ৰেণীৰ ল'ৰা কিন্তু ল'ৰাজনৰ অসমীয়া ভাষা শৈলী বাক্যৰ গাঠনি বৰ সুন্দৰ; অসমীয়া বিষয়ৰ অধ্যাপক এজনতকৈ কোনো গুনে কম নহয়। উজ্জ্বল ভবিষ্যত কামনা কৰিলো

  • @prafulladas7224
    @prafulladas7224 2 года назад +60

    শেষৰ গীতটি বৰ অৰ্থ পূৰ্ণ কৰি দিলা ও বাবু সঁচাই বাদ্যশিল্পী সকল পৰিচয় বিহীন হৈ থাকে কিন্তু তুমি কাষত গৈ এজন এজন কৈ দেখাই দিলা । ধন্যবাদ তোমালৈ ।

  • @sanjibhandique6021
    @sanjibhandique6021 2 года назад +78

    অসমৰ আটাইতকৈ মৰমীয়াল ল'ৰাটো ,,ইমান মৰম লগা ,বাকপটু,তীক্ষ্ণ, কথা কোৱাৰ ভংগী উপস্থাপনশৈলী, কণ্ঠ ,,,👌👌👌👌অহংকাৰ শূন্য হৈ আগবাঢ়ি যোৱা আশ্বাস,, মৰম আৰু আশীৰ্বাদ থাকিল।

  • @songeetaboruah2610
    @songeetaboruah2610 2 года назад +208

    সুৰ কণ্ঠ ইমান সুন্দৰ ❤️

  • @padmeswarborah-yy1zr

    অন্যান্য অনুপম অস্বাসৰ সম্পৰ্কে ঠোৰটে এটা কথা মনলৈ আহিছে,যি লাই বাঢ়ে দুটা পাটতে চিনি পোৱা যায়।। এওঁৰ ভবিষ্যত উজ্জ্বল হোৱাৰ কামনা কৰোঁ আৰু অভিভাৱকৰ প্ৰতি আহ্বান জনাও এই শিশুটিক সজতনে দায়িত্ব বোধেৰে আপোনালোকৰ মৰমত ডাঙৰ দীঘল কৰক।।🎉❤❤

  • @dipuphukan3396
    @dipuphukan3396 2 года назад +26

    আস্বাসৰ প্ৰতিভাই আপ্লুত কৰিলে৷ অভিনন্দনৰ লগতে উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিলোঁ!

  • @nirupomaphukan3504
    @nirupomaphukan3504 2 года назад +45

    আশ্বাস বাবা তুমি আৰু আগুৱাই যোৱা ,ঈশ্বৰে তোমাৰ মংগল কৰক ।

  • @hirokjyotihazarika.golagha5284
    @hirokjyotihazarika.golagha5284 Год назад +21

    সকলোৰে মন মুহিব পৰা মাত আৰু বহুত ধুনীয়া কণ্ঠৰ অধিকাৰী তুমি আশ্বাস। তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।

  • @nirmalirajkumari7584
    @nirmalirajkumari7584 2 года назад +49

    পৃথিবীলৈ নতুন সুৰুজ নামিছে । ধন্যবাদ উজ্জ্বল ভবিশ্যত কামনা কৰিলো আশ্ৰস ।