Puwati Tora - পুৱতি তৰা | 20th July 2024 | Ep No 114
HTML-код
- Опубликовано: 13 окт 2024
- Click here to Subscribe to Rang TV Channel:- bit.ly/2zKPoy8
Episode No :- 114
---------------------------
বেদৰ দেউকাৰে অনুভূতিক বোৱাৰী হিচাপে মানি ল'বনে?
#RangTV #PuwatiTora #prideeastentertainments
More Useful Links :
Visit us at: www.rangtv.org
Like us on Facebook: / rangtvofficial
Follow us on Twitter: / rangtv2
মাক আৰু প্ৰজ্ঞা ইমান স্বাৰ্থপৰ হয় নে.....,🙄🙄...অণুৰ মনৰ কথা এবাৰ ও নাভাবিলে....😢😢😢....ধন,টকা-পইছা এ প্ৰকৃত সুখ দিব নোৱাৰে........দুজনৰ মাজত বোজা-বুজি থাকিলে এনে ও সুখী হ'ব পৰা যায়.....😊😊😮😮😮😊....কোনে কোনে মোৰ কথাত.... একমন like কৰা......😢😢😮😮
তহঁতি jimn ji e nkra kio Anu adin joy hobo e ,,edin anur vorit পৰিব লাগিব তহতি,,,,kune kune বিচৰা like kori jowa❤
বিভান তই অনুভুতিৰ লগত দুবাৰ বিয়া ভাঙিলি এইবাৰ অনুভুতিয়ে ভাঙিলে বহুত ভাল লাগিল
প্ৰজ্ঞাৰ দৰে ভনীয়েক আৰু মাকৰ দৰে মাক থাকিলে বেলেগ শত্ৰু প্ৰয়োজন নাই।
অনুভূতিহতকলৈ কাৰ কাৰ দুখ লাগিছে! 😢
প্ৰজ্ঞা বিভানৰ লগত বিয়া দিলে ভাল হব 😂কি কোৱা ৰাইজ ?
Thik koisai 😂
😊
Right
Hoi
😂😂😂
Progya k baya pua hokole like kora
অনুভূতিৰ মা মাজে মাজে অণুৰ কথা থিক ভাল চিন্তা কৰি থাকে কিন্তু প্ৰজ্ঞা জনী হে অসাধাৰণ কথা মাক মূৰত সোমাই দি থাকে । আৰু বেদক ঘৰৰ পৰা উলিয়াই দিলে প্ৰেম সফল হব জানো কাৰ কি কথা শুনিব 😢যি কি নহওঁক অনুভূতিৰ বা আৰু বেদ দা বিয়াখন হব লাগে নে কি কোৱা guy's 🤗❤️ like diya sun hy na nhy
অনুভূতি ক ওলাই দি ভাল কাম নকৰিলে এতিয়া মাক আৰু জীয়েক হতে শুদা ভাত খাব লাগিব l আৰু কেতিয়াবা তাকো নেপাব তেতিয়া মনত পৰিব জীয়েক le বেছি মাক আৰু জিও কষ্ট হব কাৰণ প্ৰজ্ঞা ই বেলেগলে বিয়া হৈ যাব গে যদি হয় like kora
অনুক ঘৰৰ পৰা মাক আৰু প্ৰজ্ঞাই উলিয়ায় দিলে ঠিকেই। কিন্তু এতিয়া ঘৰ কেনেকৈ চলিব! খোৱা-পিন্ধা আৰু জীউৰ দৰৱ-পাতি এইবোৰ ক'ত পাব! প্ৰজ্ঞাহতৰ তেতিয়াহে মজা ওলাব।
ভাল পোৱা ই কুনো ধ্বনি দুখিৱা নাচায় ❤❤❤❤❤
এনেকুৱা ভনীয়েক এনেকুৱা মাকৰ লগত থকাতকৈ সত্ৰুৰ লগত থকাই ভাল
প্ৰজ্ঞা জনীৰ দম টো চাচোন, দে অ' দুছৰমান লগাই।😂😡😡😡
দুবছৰ নহয় দুছৰ
@@TulumoniKoch-u2f type mistake hol
পজ্ঞা তোক দুই চৰ মাৰিবলৈ মন গৈছে
অণু লৈ বেয়াই লাগিল😢,,এতিয়া প্ৰজ্ঞা আৰু মাকে বহুত প্ৰস্তাৱ,,,,ঘৰ কৰ পৰা চলাব আগতে অণুয়েহে চলাই আছিল এতিয়া টো অণুকু খেদিলে পাব মযা এতিয়া,,,,🙄
Kar kar prio siriel hoi aitu aru bedo dak aru anuvuti bak Kune Kune val puwa like kora❤❤❤❤❤❤❤
মৰম আৰু বেদনাৰে ভৰপুৰ এখন ধুনীয়া চিৰিয়েল ।
Kar kun khon sai basi val laga,, bristi,,,,gungun,,,puwati,,,Tora comments koribo❤👍
Mm ai 3 khon aa val lage tar bahire blg nasauu aa❤😊
@@ParismitaDevi-jd4ec umm moi u ♥️☺️😊
অনুভূতিক ভাল লাগে
Anu n bed r khosa bhalpua...so Pragya Sepeti n mak bodmasi joniye jiman ji planning krilei khiht dutak blg kribo ketyau nuare....❤❤
Pragya❤❤
অনুভূতি কাৰনে বেয়া লাগিছে যি হৈছে মাকৰ কাৰনে 😡😡 এতিয়া কি হব মাকে গাৰি চলাব আৰু ঘৰ চলাব তাকু লৰা হয় মাকৰ কাৰনে 😎😎😎 ...আৰু অনুভূতি কাৰনে এটা ❤❤...👍👍.. 👌👌👌👌
Maak jiman bujuwa Val powak kuneo rakhibo noware.❤❤❤❤❤❤❤
এই কথাটোত মোৰ বহুত বিশ্বাস আছে, কৰবাত নহয় কৰবাত থকা ঠাই ওলাবই
Kar kar favourite like kri jwa❤
প্ৰগ্যাৰ দম হে আছে কাম নাই।
Ty atya kinsuk r pkort douri dori ghr solabo ru tr pixt ty pet fulibo ru last t kinsuke Ari gusi jbo😂😂😂😂
Mur dore Kune Kune 11:33t Sai asa ❤
Moi
Comment দিয়া বোৰে নিজকে ভাৱে সিহঁতে হে কেৱল ছিৰিয়েল খন উপভোগ কৰে আৰু বেলেগ কোনো মানু্হ নেথাকে বুলি ভাৱে
আমি ও আছো ভাই মৰিগাঁও জিলাৰ পৰা কৈ আছো মই ⚔️🇮🇳⚔️🧐
Kio kole buji napalu
Anubhuti baa karone bohut dukh lagise😢 anekua kribo nalagisil
পইগাৰ কথা শুনি কাম নকৰিবি অলপ নিজৰ মাথা খ টোয়াই কাম কৰিব পইগাঢ় একো কাম নাই
❤❤❤❤bed and anu love love love love❤❤❤❤❤❤🎉🎉🎉🎉🎉
Pragya and vivan best
সুন্দৰ চিয়েল বহুতভাললগিছে চাই
Poiga joni bhut dahi val nalaga
কেনেকুৱা মাক হে নিজৰ স্বাৰ্থৰ বাবে জীয়েকক বাঘৰ মুখলৈ ঠেলি দিয়ে ৷
Besi ohongkar hole manuh edin joli hekh hoi jabo praggya ru mak bohut beyake postabo edin😢
Homoi ahibo
এনেকুৱা মাক ভনীয়েক থাকিলে বেলেক শত্ৰু নালাগে ,,
Anu+ bedo❤❤❤❤
😢 পুৱতি তৰা দিছা নিকি 💜🌈💋❤️💞🌷🌷💐🥀🌹🌼🍉💖🌸🍩🍎💔🍓🏩🌺🤪
Bohot dukh lagel progya aru bevan beya
Kune Kune 12 ta bojat Sai asa like koriba....aji Sai dukh lgle ...anu ba k tnkuwa koribo nlgsle❤❤❤❤❤❤
Moi
Moi sai asu
ঢ্ৰভ্ৰ মমী@@DayanandadehingiaOfficial
1ta bojat Sai asu
1.14 মই চাই আছো
Pragya nisina bhoniyek thokatkoi okole thokai bhal 😢😢
Right 👍👍❤
Akdom right 👍
Right
Ai khn sai he tupni mru❤
Hy nee
অনুৰ মাক ইমান স্বাৰ্থপৰ হে হৰি এনেকূৱা মা ক থাকে নে
Ved r deutake teur pahora bemar pahori gol sage 😂😂
1.10 ot Sai asu Kune Kune Sai asa like kora
12:03 t kune kune sai asa like kora 😊
Puwati tora❤
অনুৰ পম হঁতৰ প্ৰতি থকা দায়িত্ব বোধ সঁচাই শলাগিব লগীয়া ।
Xosa koi jdi anu ru bador da biya hl Hy bht vl lagil hy
Pogya tume nije bivanor logot beya hua.❤❤
প্ৰজ্ঞা নিজৰ বায়েক জনীৰ কথা ইমান বেয়া কে মাকজনীক লগাব পাৰে দেখিব মন নাযায় এই জনীক 😡
Nice.❤❤❤❤❤❤❤❤❤❤
Ai joni maa নামত কলংক।
11.40 t sai asu❤❤
Bohut dukh lagisa anubhuti baa karona 😢anekua koribo nalagisil
Anubhutir makor kapur jur val lagise😁😁😁
Anu aru bed r biya khon hoi goi.. tar pisot lagile duitare struggle dekhai.. dutai last t success hua dekhale kiman bhal lagil hoi serial khon..
❤❤
My favourite serial ♥️♥️♥️♥️♥️
Val lagil sai❤❤
ভাল লাগিল চাই ❤❤❤❤❤❤
Anuvuti bedk phone krib lagisil grr pra ulai diya buli tetiya hli besi Val lagil hoi
এদিন প্ৰজ্ঞা আৰু মাকে অনুভূতিৰ ভৰিত ধৰি কান্দিব লাগিব।টকা সম্পত্তিৰ কথা ভাবি নিজৰ ছোৱালীৰ মনৰ কথা ভাবিব লৈ পাহৰি গ'ল স্বাৰ্থপৰ মাইকী ছি:ছি:। এতিয়া প্ৰজ্ঞাক ভালপোৱা টোৰ পৰা আতৰাই আনিব পাৰিবা নে?তাইক কিয় বিশ্বাস কৰিছা।
Gd morning..bht vl paw puoti tora..😊
Praggyai mane atiyaw Anubhutik Bivanor logot biya diyar akhat ase 😂.
Ma jiyekr alp beseye hoise.....nejoke buhut upart bli bhabese ...belegr poisare ghor sli ase hehotr he bahadori
অনু ঘৰৰ পৰা ওলাই গ'ল। এতিয়া প্ৰজ্ঞা, তই ঘৰ চলা।জীউৰ ঔষধ ৰ ব্যবস্থা কৰ।বৰ মতা দেখুৱাই অনু খেদিলি। এতিয়া ঘৰ চলাই কেনে লাগে চা বনৰী।
My favourite seriel anu baly like ❤😂🎉
Anu bar dore voniyek joni u huwa heten 😢Anu bar jibon tu atiya dukh pisoloi hukh hbo aru baki bur khaboloi nupuwa hoi moribi gm pabi😅😅
Kuna kuna val puwa Sai like kora
❤❤❤❤❤❤❤❤
I love this serial 😊😊😊😊🎉🎉🎉❤❤❤
Anubaloihe beya lagise o 😢😢😢😢😢😢😢
অনুভূতিৰ কাপোবোৰ তাত গৈ কি পিন্ধিবৰ ৷
প্ৰজ্ঞা আৰু মাকে বিয়াৰ পোচাক জোৰ অনুক খেদিহে খুলিব
Aji saii val lagilw❤😊😊😊
Progya jonik vl nlge progaya a makok mon xoloni kori di thke😂
অনুভূতি এ বিভানৰ পাতৰ কাপোৰ যোৰ নিডিলে😂😂
Seijur nivane niya nhy😂😂. Junu nathar biyar kapur he..nhlenu dukhan siriyelot pindhe ne.
@@jumidas611 That is also important matter 🤣🤣
প্ৰেম এক পাগল ❤😢
Bohut duk lagsi de 😢😢😢
Ai siriyel khon besike nesaba kio nu alop komjuri manuh hole heart attack hoi moriba so always beware of that type of siriyel..
😂❤
Hoi ne
😂😂😂
Nice 💞💞💞💞💞💞💞💞
জোনালী বুঢ়ী ৰমন বাপে দিব ৰ ।
My favorite serial
ৰত্ন বঢ়িয়া অভিনয় কৰিছে 😊😊😊😊
Bag t agorporai kapor vorai thoisilei mane😂
Mur dore kun kune 11:34 t sai asa ❤❤❤
Prem janu manuhor income sai hoi
😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊
Moi atya sai asu
প্ৰজ্ঞা বিভানৰ লগত বিয়া দিবলগে😂
Ai maak joni olp o anu baar kotha bujibo nukhuje 😢 hoi nhoi guys like kri diya
Mor dore kune kune 12:20 sai asa ❤❤❤ kara
একেবাৰে ফটোৱা কৰি দিলে😂
প্ৰজ্ঞা পাই আছ' ৰ চেপেটিজনী
অনুভূতি
ই তোৰ লগত খেলা খেলিলে সজা তাই এতো তাইক বিটা দুবাৰ কৈ ভাঙিলি
1 like ❤❤
Ai pragya joni r beya din nahe ne? Ketia ahibo pragya r beya din? Sabo mn goi ase tetia he vl lagibo.
প্ৰ জ্ঞা ক বিধানলে দি লে ভাল হব নহয়নে বাৰু