LP School ত subject অনুসৰি শিক্ষক দি পিছত এইবোৰ কৰিবলৈ দিয়ক ৷ এজনীয়া শিক্ষকে ৬টা class ত কেনেকৈ কি কৰিব ৷ Education minister মহোদয়ে গাঁৱৰ এখন বিদ্যালয়ত এজনীয়া contractual শিক্ষক হৈ ১১৩ জন student থকা বিদ্যালয়ত এই কামবোৰ কৰি চাওকচোন কেনে মজা লাগে তেতিয়াহে গম পাব ৷
Khel moharon,dance,singing aadir vabe beleg teacher niyog dibo Lage.ei bilak beleg pattiokrom. LP schoolot atia Head teacher Diya nai ei bilak Kam Kune koribo ?
চৰকাৰৰ বিষয়া তথা মন্ত্ৰী বিধায়কসকলৰ মৰমৰ সন্তানসকলক ২০২৫ চনৰ পৰা চৰকাৰী বিদ্যালয়ত নামভৰ্তি কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰক বাধ্যতামূলকভাবে। তাৰবাবে কঠোৰ আইন প্ৰণয়ন কৰক।চৰকাৰে আন্তৰিকতাৰে উদ্যোগ লওক।দেখিব,অসমৰ শিক্ষা জগতলৈ পুনৰ সোণালী সুদিন ঘূৰি আহিছে।
Hundor comment dangoria!!!!
@@lakshyanath127 বেয়া দিন সমাগত। গতিকে সকলোৱে এষাৰ মাত দিয়ক। আমিও বাধ্য কৰাব পাৰিব লাগিব।নাথ ডাঙৰীয়া আপোনাৰ কথাত মত প্ৰকাশ কৰিছোঁ।
ৰনোজ পেগুৰ মনতো ইমানেই লেতেৰা এইখন পৃথিৱীত আৰু তাৰ দৰে অহংকাৰী শিক্ষা মন্ত্ৰী নোলাই তাৰে ভগৱানৰ ওপৰত প্ৰাৰথনা জনালোঁ
LP School ত subject অনুসৰি শিক্ষক দি পিছত এইবোৰ কৰিবলৈ দিয়ক ৷ এজনীয়া শিক্ষকে ৬টা class ত কেনেকৈ কি কৰিব ৷ Education minister মহোদয়ে গাঁৱৰ এখন বিদ্যালয়ত এজনীয়া contractual শিক্ষক হৈ ১১৩ জন student থকা বিদ্যালয়ত এই কামবোৰ কৰি চাওকচোন কেনে মজা লাগে তেতিয়াহে গম পাব ৷
Right. Education minister
শিক্ষকৰ কাম কেৱল পাঠদান কৰা ।
১৯ অক্টোবৰৰ পৰা শিক্ষাৰ্থী সকলৰ লগত মুক্তমনে লাগি থাকিব পাৰিছো।
ৰনোজ পেগুয়ে শিক্ষাক সকলক মৰ্যদা দিৱ নাজানে।
বিদ্যালয় বোৰত বছেৰেকীয়া খেল-ধেমালি পতা হয়েই । তাৰ উপৰিও কিহৰ খেলমহাৰণ ! এই খেল মহাৰণতো সকলো ছাত্ৰ ছাত্ৰী য়ে ভাগ নলয় ।
Cluster group Tu left kora pasot he bhal lagise.. Very good. ...
2:27 okhubidha bur hol tatkhyonik nirdekhona 😢😢😢😢😢😢
শিক্ষা মন্ত্ৰী হল বুলিয়েই পাঠ্যক্ৰম নিজে প্ৰস্তুত কৰিব পাৰে জানো ।
শিক্ষক এগৰাকী ভগবান স্বৰূপ গতিকে সকলোৱে সন্মান জনাব লাগে
আপোনালোকৰ সিদ্ধান্ত সঠিক। আমি একমত ।
Sikhok hokolor daityo hoise sikha dan kora, sikhok hokole classical teacher , dance teacher ,ba khelor teacher nohoi, sikhok hokolok bahira kambur kyo diye? Paitho pothir kam dyog.
বাকী একো নাই,চৰকাৰী শিক্ষা ব্যবস্থা শেষ কৰিব লাগে মাথো ।
শিক্ষক সকল মানুহ বনোৱা মেচিন।মেচিনৰ ভাগৰ নাই গতিকে যিকোনো কামত ব্যৱহাৰ কৰিব পাৰি।
শ্ৰদ্ধাৰ আলোচক সকললৈ বিনম্ৰ অনুৰোধ তেওঁলোকে সৎ সাহসেৰে এই বিষয়ে আলোচনাত ভাগ লয় যেন।
শিক্ষা মন্ত্ৰীৰ পৰিয়ালৰ কোনোবাই চৰকাৰী বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰে নে?
বিনামূলীয়া কিতাপ সময়মতে যোগান দিব পৰা নাই বাবে বহুতো অসুবিধা হৈছে। আমাৰ বিদ্যালয় vi-x, elementary section ত আজিলৈকে ল'ৰা ছোৱালীয়ে কিতাপ পোৱা নাই। 😭
অহা বছৰৰ পৰা দিনপঞ্জীত উল্লেখ কৰি দিয়ক ভালেই হ'ব।।
শিক্ষা মন্ত্ৰীৰ শিক্ষা সর্ম্পকে কোনো জ্ঞান নাই তেওঁ শিক্ষা মন্ত্ৰীৰ যোগ্য নহয়
ছাত্ৰ ছাত্ৰীৰ অভিভাৱক সকলোৱেই প্ৰতিবাদ কৰিব লাগে চৰকাৰৰ অদৰকাৰী কামত।
4:50
Montri mohudoi , eibur karjo husir babod khoros kune bohon koribo ❓ duta mulyan gol , pise mulyayon bohi kot ❓❓❓❓❓
The should be given time to teach in classroom not in useless outside work.
Protome. Montri, bidhayaksokolor lora soaliborok sorkari schoolot foriboloi diyok, thar fisot sikshok sokolor duty kiki hobolahe motri bidhayok sokolok koboloi diyok
Goma goru eta xikkhamontri hole' enekuai hoy......
Aei j private scl bure fees bur eman besi loi ase haiburok naki kiyo nologai. Bisekhkoi jorhat titabar pragjyotika english sclkhon.
Khel moharon,dance,singing aadir vabe beleg teacher niyog dibo Lage.ei bilak beleg pattiokrom. LP schoolot atia Head teacher Diya nai ei bilak Kam Kune koribo ?
Aslote sarkare Gv school hekh korar hidhantro loise ter bade aku nahoi.
গাওবূঢ়া ৰণোজ পেগূৰ কানদত বনধূক থৈ অসমীয়া ভাষাটো শেষ কৰিব বিচাৰিছে।
Goswami da jindabad
ME/HS/HSS ৰ বাহিৰে LP স্কুলৰ শিক্ষা গুৰু সকলে ছাত্ৰ ছাত্ৰীৰ চিন্তা কৰেনে? যদি ছিন্তা কৰে ২/১৫ বজাত কিয় out time attendance দিব নোৱাৰে?
Ami LP school r soru sura shikkhok xokol apunar dore ME/HS/HSS r mohan shikkhok ajonor soman hobo pora joygota ase janu.
BJP HATAW ABHIJAN ARAMVA KARAK .kam nai... education minister...
অমৃত বৃক্ষ শৈক্ষিক প্ৰগ্ৰেমত পৰে জানো ?
BLO অনা শৈক্ষিক ।
1/2 jon teacher thoka school ki koribo kouksun
শিক্ষা শেষ কৰিলে চৰকাৰী শিক্ষক সকলে। ইহঁতক কেৱল দৰমহা বঢ়াই লাগে। শঙ্কৰদেৱে শিক্ষা নিকেতনৰ শিক্ষক সকলক দেখা নাই কিমান ভালদৰে পঢ়ায়?
Axomar e murar para shi muraloi sarkari schoolar sakalo sikshake sakari baad d dile kene hai?
Chatra santhar sikhar khetrat .kunu daiatra nai neki why the silent ? Assamese madhiyamr bisoyae studentr daiyatra nai neki ?
Ronuj pegur asalote tar siga
November 22/11/2024 Evaluation ase so, what happened??? Education minister.... 😮????????
Ashan pai shiksha manti pagal hoiche.