Puwati Tora - পুৱতি তৰা | 2nd August 2024 | Ep No 125
HTML-код
- Опубликовано: 20 окт 2024
- #RangTV #PuwatiTora #prideeastentertainments
More Useful Links :
Visit us at: www.rangtv.org
Like us on Facebook: / rangtvofficial
Follow us on Twitter: / rangtv2
পুলিচ জনক অকনমানু ভাল লগা নাই ৰোগীয়া ছোৱালীজনীক এনেকৈ কৰাৰ বাবে
এনেকুৱা পুলিচ গীৰি নচলে , আৰু এনেকুৱা এখন আইনো নাই ৰোগীয়া সৰু ছোৱালী এজনীক এনেকৈ জেয়াৰ কৰা
পুলিচ গিৰি দেখুৱাইচৰ ইমান দিনে মাইকী কেইজনি ওপৰত। কৰাৰ ৰমনৰ অত্যাচাৰ নেদেখিলী লওয়া পুলিচ
পুলিচ নহয় নৰপিখাজ
😂😂😂😂😂
Waiting for next episode
I q1 the best of 1 and I am not 1 to be a fan of 1 and 1@@diptinath6689
@@diptinath6689👍
ইমান দিনে পুলিচ ক'ত আছিল এতিয়া পুলিচ গিৰি দেখুৱাব আহিছে
Moja lagise 😊
কোনো ছোৱালীৰ কিবা কাৰণত বিয়া ভাঙিলে আন কোনোবাই পোনে পোনে তাইকে সুধিব নাপায় নহয় । কান্ড জ্ঞান নথকা জনেহে তেনেকৈ সোধে। ছিৰিয়েল খনৰ ৰচক জনে এনে এগৰাকী কাণ্ড জ্ঞান নথকা ভদ্ৰ মহিলা উপস্থাপন কৰাই প্ৰিয়মক চৰম লজ্জিত কৰা নাই নে ?
জহৰা পুলিচ কেলা মাইকী মানুহৰ উপৰত ৰজা দেখাইছ
Hosake paiii
❤❤❤❤❤❤❤
এই কেইজনী ৰ ভয়েই ধৰা পৰি যাব । সাহসৰ প্ৰয়োজন লাগে।।
Thikei
পাগল নেকি পুলিচ জন ৰুগীয়া সৰু ছোৱালী জনিক যে এনেকৈ হাৰাশাস্তি কৰিছে দাবি ধমকি দি😡
পমৰ মাকৰ অভিনয় বৰ সুন্দৰ । সুন্দৰকৈ ফুটাই তুলিব পা্ৰিছে।
🤩😍🥰👌😘💝💗💞💓💕💖💚💛♥️💜💙❤️🧡💖💖💖💖💖💖💖💖💖💖
Oo hoi ❤
ইমান বুঢ়া পুলিচ থাকে জানো? Acting ও ভাল নাই লগা এইটোৰ কিবা গুণ্ডা নিচিনা হে লাগিছে।
পুলিচ জনৰ ডাড়ি কাটিবলৈ পইচা নাছিল নেকি ? মোক কব লাগিছিল, মই দিলো হেতেন । পুলিচ ইমান যোৱা হৈ নাথাকে । পৰিচালকৰ ভুল ।
😂😂
😂😂
ঘৰৰ ভিতৰত ল'ৰা ছোৱালী হালক ইমান ধমক দিছে ,অনু তুমি পুলিচক নোকোৱাকিয় ?তোমাৰ দেউতাক যে উলিয়াই দিবপৰা নাই ?
আহিল আকৌ এজনী শকুনি ইটালি সিটালিকৈ কথা লগাবলৈ
Saboloi val lage baru 😊😊
পুৱতি তৰা' চিৰিয়েলখন চাই ভাল লাগিছে ।
Pomor acting dhuniya hoise
পুলিচ টোৰ মুখত মেখেলা মাৰি দিব লাগে
পুৱতি তৰা চাই কোনে কোনে বেয়া নেপায়!
মাকে পুলিচক নকয় কিয় মোৰ মানুহ টোকইমান দিনে কিয় বিছাৰি ওলিয়াব পৰানাই কিয় ৰমেনৰ লগত লাগি আছে
বহুত বহুত ভাল লাগিলে চায়
Nice❤❤
পলিচে হবলা মানুহৰ ঘৰত জাৰাকৰে
পম আৰু জিউ ছুটিং ভাল কৈ কৰিছে ♥️♥️♥️
অভদ্ৰ পুলিচ কি জেৰা কৰিব লাগে নাভাবিলে । লগত থকা ৰমন বৰ্মনৰ হৈ কাম কৰা গুন্দা জনকো জেৰা কৰক ৰমন বৰ্মন কি আছিল ।
❤
🤩
Priyomor karone baya lgise 😢😢
পুলিছে মানোহৰ ঘৰত আহি এনেকুৱা কৰা দেখা নাই আৰো একেবাৰে ভাল লগা নাই
এই পুলিছ বোৰক এই কাৰনে বেয়া পাও
পুলিচ টো ৰমনৰ গোলাম নেকি
Police r character kra tuk vl lga ni dei...olp blg ajnk db lgisl tetia besi vl lgil hle❤anei serial khn birat dhunia lge sai
পুলিচ জনে বিহুতি ফুকনক বিচাৰি ছেনে বাৰু। ৰমন প, ইচা খাই থৈছে য়ে।বিছাৰি ফুৰিছে। পুলিচ বোৰ সচাকে ফতোৱ।
আচল পুলিচ নকল পুলিচ সকলো একে বদমাচৰ লগ নিৰ্দোষী বিলাকে ন্যায় নাপায়😢
My favourite serial❤
পুলিচৰ দাঢ়ি-গোঁফ থাকিলে ভাল নালাগে ।
Polictuk dekhib mon najay
1st comment ❤
Morning❤❤
Mur juni priyomor dore ghori ahil hoi..
পুলিচ জনৰ অভিনয় ভাল হোৱা নাই,কিবা
Aibar priyom e প্ৰতিশোধ লৈ nki bed r oport anekoi kne kne vbe like kra
First like ❤
পুলিচ জনক অকণো ভাল লগা নাই🙄
Police jone olp basei korese❤
Atiya 11.40 kune kune kune sai asa like kora
ইমান দিনে বিভূতিভূষণ ক বিচাৰ কৰ
My fvrt serial 😭❤️
Police jan val nalage ...
Morning kune kune sai asa like ata kri diok ❤❤❤❤
কি যে কৈ আছ নহয় আহ ভিতৰলৈ
Leidiriwu❤❤❤❤❤
First viewers
মাকৰকাৰনেইঘৰখনশেষ
পাছত পমৰ মাক গৰাকী a মাৰিলো কৈ জেলত যাব
❤❤
Romantic hot ABC politics
❤😢😊
Drishyam movie r copy
Drishyam Ajay Devgan best movie
My all time favourite ❤
Police tu bhut bura hol😂😂
Kuni kuni puwati Tora khon 1pra 125 Loike sai asa Comments kriba sun from Dimacushi District Udargorir pora saw❤❤❤❤
❤❤❤❤❤❤❤❤❤❤😂
Anur deutakok eman dine bisari pua nai aru ata noropikhasok bisari pai gol bah bah
First Commnt❤❤
Police Jon bor letera dekhile gm pai😂
Music besi hoise
Priyam ❤❤❤
Olympic CA police police station
Hii😂😂😂
Police atiya kihar jera korisa
Johora police dei kela 😡
Police to Val nalaga
পুলিচজনৰ অভিনয় একদম ফটুৱা লাগিচে
মৰন মৰা নাই
En dne police kt mori asil Fukonok bisari ulbo nuari ramonok tat lagi ase veti kha jodhola jon
Mor mote eat kiba aku kahini ulabo romon bormon hoitu mora nai aku sage entry koribo😂
Moriaeo
Aiya kune kune sai asa like dia ❤
😅letera police jn tar dari acting 0
বুঢ়া পুলিচটোৰ মুখখন ভাঙি পেলাব লাগে।
Change korok police jan ..mackup kri nodiye nki
Serial khon keidinmanor pora kiba eta val loga nai.
First like comment ❤❤❤❤❤
❤❤❤❤❤❤❤❤❤
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
J😅@@NajimuddinAhmed-xz5nu
Polic tu acting alopu val loga nai aru romon bulatu
Aneke.without proof kunu police e questions koribo nuare aru child harassment koribo nuare faltu.kio dekhuaise
11:55 kune sai asa 🎉
Ai police jnk dekhibole mon nejay
Hii
Polic jon dekhat akhom val loga nai
Sound tu olop komale val hoy ,Mane Buji paboloi ,,
Police Mane toka
12:38 am kune kune sai asa
Aei pulistu jatke val loga nai nimilise 😒😒
List comment😂
Kamnaikiya police.
Police k kio voi kore oo.... Mur 1% tu voi nalage 😊
Same
Ata akhu morisehe akoi an ate ulal kopurukh polic ji takat bikijai atuku marib logisil mmmmmm
Hi❤❤😂😂😊😊
Police jon ovdro eneke ru acting kore nk
Muk priyom k kibata
bhal lage
m.d.r.c.d police ❌🤬😡😠