তাইক মই কি দিয়া নাছিলোঁ😔কিয় এনেকুৱা কৰিলে তাই!আত্মহত্যাৰ কৰিবলৈ বাধ্য মই

Поделиться
HTML-код
  • Опубликовано: 22 ноя 2024

Комментарии • 315

  • @samudrahazarika110
    @samudrahazarika110 Год назад +138

    সাহসী হোৱা বন্ধু। কি কাৰণে ইমান তেল মাৰিব লাগে? ভগৱানে কৰিলে হেই জনিতকৈও বহুত ভাল ছোৱালী পাবা। এজনীৰ পিছত ইমান পৰিব নালাগে।

    • @rojoniprovabaruah5461
      @rojoniprovabaruah5461 Год назад +11

      100%

    • @bupdhanbania2131
      @bupdhanbania2131 Год назад +5

      💯%

    • @RajuKumar-vh6mp
      @RajuKumar-vh6mp 11 месяцев назад +4

      Patarark beymaNey NarijTeetok%biswas
      Koriba nuwari.hat kora95/5 buktavogi.
      Aji kali nari bohurupi .

    • @RitaSarmah-f2o
      @RitaSarmah-f2o 11 месяцев назад

      ​@@rojoniprovabaruah5461অনা অ কি অ'ক অনা

    • @romenjit7549
      @romenjit7549 11 месяцев назад +2

      Ex wife is not perfect for your life

  • @BinaSaikia-k7p
    @BinaSaikia-k7p 19 дней назад +5

    নিজ তকৈ তাইক ভাল পোৱা বেলি জানিহে ইমানকৈ দৌৰাই আছে । ভাইতি সাহস ৰাখি জীৱনটো আগুৱাই য়োৱা।

  • @sikhaborah3288
    @sikhaborah3288 11 месяцев назад +14

    বহু ত দুখ লাগিল দাদা। তাই যেতিয়া আপোনাক বুজি নাপালে তাই লগত লাগি থাকি একো লাভ নাই।

  • @durbaphukan2170
    @durbaphukan2170 Год назад +41

    সঁচাকৈ দেই দাদাজনে বহুত ভাল পায় ।ভগৱানে আকৌ সংসাৰখন মিলাই দিয়ত তাকেই কামনা কৰিলোঁ💚💚💚

  • @arunimalahon-ld8rs
    @arunimalahon-ld8rs 11 месяцев назад +18

    ভাগি নপৰিবা সাহসী হোৱা মা দেউতাক সুখী কৰিবলৈ চেষ্টা কৰা ❤❤❤

  • @ranjanborah5983
    @ranjanborah5983 11 месяцев назад +9

    আপোনাৰ প্ৰেমক সন্মান জনাই কও যদি নাহে আৰু এবাৰো নিবিছাৰিব। নিজৰ কথা ভাৱক ৷মা দেউতাৰ কথা ভাৱক৷ এটা বেয়া সপোন বুলি পাহৰি য়াওক।

  • @ParnjalSaikia-t3v
    @ParnjalSaikia-t3v 11 месяцев назад +13

    দাদা তুমি ভালে‌ থাকা‌ তুমাৰ এদিন ভাল দিন আহিব তাকেই কামনা কৰিছো ।

  • @DhrubajyotiGogoi-kq6sy
    @DhrubajyotiGogoi-kq6sy 11 месяцев назад +12

    মই ও আহোম ল'ৰা। তুমি ভাল বুলি গম পাইছো। তোমাৰ সাহস আছে ; কিন্তু তুমি মহাভীৰুও । কাৰণ তুমি মাইকীজনীৰ ওঢৰত বিক্ৰী হবলৈ গৈ আছা। তোমাৰ মহানতাক তাই বুজি নাপালে। মাক-দেউতাৰ কথা যি ভাবিব সিহে আচল ল'ৰা।

  • @Inudutta-fn9jb
    @Inudutta-fn9jb 10 месяцев назад +4

    দাদা আপুনি ভগবানৰ উপৰত বিশ্বাস কৰিব আকৌ ঘূৰি আহিব তেওঁ এদিন বুজিব । মাকেই ভূল কৰি থৈছে তেওঁ মাক দেউতাকেই বেলেগ বেলেগকৈ থাকে সেইকাৰণে মাকে তেওঁ কো তেনেকুৱাকৈ শিকাই আছে সেইকাৰণে তেওঁ এনেকুৱা কৰিছে । যি দিনা বুজিব সেইদিনা ঘুৰি আহিব ।

  • @pranitabarmandas6911
    @pranitabarmandas6911 Год назад +22

    সচা মানুহৰ লগত মিছা মানুহ আহিলে এনে হয়।

  • @BabuBabu-fe2zs
    @BabuBabu-fe2zs Год назад +16

    আপুনি ঘৰত নাযাব।। যদি আপুনি কোৱা খিনি সঁচা হয় তেতিয়া টো বুজি পালোঁ যে মেইন কাল পৃত জন মোমায়েক।।। ঘৰত নাযাব আপুনি ৰাস্তা ই পদূলিয়ে যেতিয়া মামা ক জনক পাব এবাৰ ভাল দৰে বুজাই দিয়ক যে এবাৰ মোক কথা পাতিব দিয়ক ভাল ত ভদ্ৰ ভাবে মৰমট কৈছোঁ তাৰ পাছত কোনো কথা নাই বুলি কব।। তাৰ পাছত আপুনি তেওঁ লোকৰ ঘৰ যাব তাৰ পাছত যদি মামাএক জনে উষ্টদি মাৰে ৰাস্তাত ধৰি ভাল কৈ অলপ মৰম কৰি দিব হাতে ভৰি এ।। আৰু সকলোতকৈ ভাল কথা টো কও যে এইবাৰ ভাল পোৱা বাল পোৱা চক্কৰ বাদ দিয়ক।। মদ খৌক ফুৰ্তী কৰক ।।এনেকুৱা এটা ঘটনা হৈ যোৱা পাছত আপুনি পাছৰ সমগ্ৰ কাল চোৱা ভয়ত থাকিব লাগিব মোক আকৌ এৰি যাব নেকি?? হাৰ্ড ৰ বেমাৰ হব এনেকুৱা বস্ত ৰ পৰা দূৰত থকা ভাল

    • @nvnita
      @nvnita 9 месяцев назад

      um thik koixa krn mur lgtu anekwa hl so aji Kali vlpua uprt mur akebai trust nhuwah 😢hl

  • @priyojonorbandhun
    @priyojonorbandhun Год назад +19

    ভগৱানৰ প্ৰতি বিশ্বাস ৰাখক।🙏🙏🙏

  • @anjanahazarika2740
    @anjanahazarika2740 Год назад +22

    ভাইটি তুমি দুখ নকৰিবা বহুত ভাল ছোৱালী পাবা তুমি মা দেউতাৰ মুখ লৈ চাই চুইচাদ নকৰিবা তাই এদিন অনুতাপ কৰিব তুমি ভালে থাকা

  • @nitishdoley9288
    @nitishdoley9288 11 месяцев назад +8

    Dada, ভগৱানে আশীৰ্বাদ কৰিব । ছোৱালী জনী উচিত চিন্তাধাৰা কৰিব লাগে। জীৱন টো এবাৰ ,-*****।❤

    • @ksarania3392
      @ksarania3392 16 дней назад

      আমাৰ সমাজত ছোৱালী জোনীৰ গাৰ চালখন বগা হ'লেই সুন্দৰ ও সতী সাবিত্ৰী বুলি ভাবে । এগৰাকী ছোৱালীৰ গাৰ ৰং কলা হ'লেই অসুনোদৰ নহয়।মানুহৰ অনতোৰ খনহে সুন্দৰ হ'ব লাগে। কথাতে কয় নহয় যে মাক ভালহে জীয়েক ভাল । ছোৱালী বিয়া পাতিবা মাক ভাল ।মাটি কিনিবা মাজ খাল । তেতিয়াহে ধান খেতি ভাল হয় । ছোৱালীৰ পিতৃ-মাতৃৰ মিল নাই বিশ বাইছ বছৰ তাৰ পিছতো তুমি এনেকুৱা ছোৱালীৰ বাবে পাগল হৈ থকাটোহে আচৰিত । কাক কম কোনে পতিয়াব।যাকে কম সিয়েই লথিয়াব।
      হে বাপু এতিয়াও সময় উকলি যোৱা নাই ডাক পুৰুষৰ কথা মতে নচলাৰ বাবে আজি সমাজত বিশৃঙ্খলাৰ সৃষ্টি হৈছে।আৰু হ'ব ।
      আৰাম্ভনি হৈছে হে মাথোন।

  • @seemadevi9151
    @seemadevi9151 18 дней назад

    যাৰ লগত হয়,তেওঁ হে বুজিব
    তেনেকুৱা ধুখা বহুত খাই খাই
    আজি এই অৱস্থাত।আজি সুখী

  • @Jon_mani
    @Jon_mani 11 месяцев назад +9

    তুমি আগতে নিজক ভাল পাবলৈ শিকা। তেতিয়া হ'লে জীৱনত সুখি হ'ব পাৰিবা।

  • @gaming_boy2820
    @gaming_boy2820 Год назад +14

    ছোৱালীৰ অভাৱ হোৱা নাই।সাহস নেহেৰুৱাবা।

  • @NamitaBasumatary-z1x
    @NamitaBasumatary-z1x Месяц назад

    সচাকৈ দেই কথাবোৰ শুনি বহুত বহুত দোষ লাগিল 😢😢 হয়তো এনেকুৱা কৰিব নালাগিছিল তাই ,,,ভগৱানে ভাল কৰে যাতে তেওঁক

  • @recipemakeranjumoni9856
    @recipemakeranjumoni9856 Год назад +7

    দাদা আপোনাৰ কথবোৰ শুনি বহুত দুখ লাগিল 😢😢

  • @bulbulisarmah1530
    @bulbulisarmah1530 11 месяцев назад +3

    আপোনাক যদি এৰি থৈ গৈছে যাবলৈ দিযক কাৰণ ভাল বস্তু হজম কৰা ক্ষমতা চাগে সেই জনীৰ নাই ❤

  • @monjulagogoi6480
    @monjulagogoi6480 11 месяцев назад +2

    বশুত জ্ঞানি মানুহ ঈশ্বৰে পৰিক্ষ্যা লৈছে ভাল দিন আহিব।ধৈজ্য ফল মিঠা।

  • @gubindasutradhar3750
    @gubindasutradhar3750 Год назад +25

    দাদা উত্তৰ বিচাৰি শেষ হয় যাব কিন্তু উত্তৰ নাপাব। অপেক্ষা নকৰিব গ্ৰহণ কৰক যে তাই আপোনাৰ পৰা আঁতৰি গৈছে। সকলো Memories বোৰ Delete কৰক আৰু পাহৰি যাওক। যদি ঘূৰি আহে শুভেচছা থাকিব।

  • @chetiahaflong3511
    @chetiahaflong3511 15 дней назад

    Good morning she must come back be positive

  • @gitashreevlogs3927
    @gitashreevlogs3927 11 месяцев назад +8

    ভগৱানে যি কৰে‌‌ ভালৰ কাৰণে কৰে । কিজানি আপোনাৰ ভালৰ দিন আহি আছে।

  • @somirbora6904
    @somirbora6904 9 месяцев назад

    GOD Blees You. Adin she will come soon

  • @momikonwar3030
    @momikonwar3030 9 месяцев назад

    Ji jonie apunar morom mulyo Buji napale kheijoni kotha bhabi nakandibo dada bohut val suali pabo apuni

  • @aatikshaentertainment3812
    @aatikshaentertainment3812 11 месяцев назад +3

    Can't judge anything to hearing only from one side..

  • @ranumonibaruah3182
    @ranumonibaruah3182 Год назад +14

    ছোৱালীজনীৰ নিদাৰুণ হয ।

  • @AnandaramDoley-l8f
    @AnandaramDoley-l8f 11 месяцев назад +2

    Gajoni auwalir babe .nijor jivwon kiyoheko koribo..bisora song sarot .bohu.bohut.dhuniys.suwali.ase.nohoi 51:07

  • @manashbora6419
    @manashbora6419 10 месяцев назад

    Hsakoi bhut vl pai dada jone vgbne hoghar khn ghurai deya jen

  • @durbarabha761
    @durbarabha761 Месяц назад

    Apunar kotha kini suni bhal lagil

  • @madonrajput3437
    @madonrajput3437 11 месяцев назад +5

    আপুনি মতা মানুহ নহয় নেকি । এজনী ছোৱালী ৰ পাছত ইমান লাগি আছে😢😢 51:07

  • @sumirabha9022
    @sumirabha9022 11 месяцев назад +2

    Tumàr kotha honi,,moi bahut to hotobak ,Mane bahut sok hoisu aru bahut dukh lagil,,,mor atai onurodh korisu vonti ,tumar live to mama ,ba ,maa logt nohoy,,honkhar khon tumar husband or logt ase,,,gotike husband logot aha, take kamona koru, tumio to hoyto sage,,hantire thakibo pora ni, aha,aru hantire thaka,,bahut khokhi hoba vonti,,

  • @manashjnath2519
    @manashjnath2519 11 месяцев назад +1

    সেই মাইকী জনিক ভাল পাবলৈ লোৱাতকৈ নিজক ভাল পোৱা ককাই , দুৰ্বল নহবা , ছোৱালী গৰাকী ভাল নহয় । ভাল হল তাই আঁতৰি গল ।

  • @rotonkhakhlary6297
    @rotonkhakhlary6297 10 месяцев назад

    Dada jonk bhut val lage kotha bur Soni eman beya lagise

  • @bornaliengti7761
    @bornaliengti7761 Месяц назад

    Kotha bur huni Ane lagil apuni emotional..bhal powa khini hosa.. kintu apunar lokhyo nai..bht kaam korile kintu stables hobo nuwarile eta kamot aru suwali jonir ghoror manuh khinir suwali jonir uport bht akha asil.karon tayu kostot dangor hua deutak nathake logot....

  • @GitanjaliDeka-n7y
    @GitanjaliDeka-n7y 17 дней назад

    বৰ দুখ লাগিল

  • @durnibangogoi4102
    @durnibangogoi4102 17 дней назад

    যাৰ লগত হয় সি কেৱল বুজি পাই। ময়ো তেনেকোৱা এটা অৱস্থা হোৱাৰ আগতে সিদ্বান্ত সলনি কৰিলো।

  • @sobigogoisobigogoi
    @sobigogoisobigogoi Год назад +5

    Dada apunar bohut val din ahibo

  • @chandonchutiachandan-km3co
    @chandonchutiachandan-km3co 11 месяцев назад

    তাই আছলতে আপোনাক ভালেই ভালে পোৱা নাছিলে কিবা Sarthu loi hahisile Shartho hekh hol মানুহো গ'ল নহলেনো চাৰিবছৰ লগত থকা মানুহ গৰাকীয়ে খবৰ এটা হব নোৱাৰে নে।

  • @pinkumonimahanta1070
    @pinkumonimahanta1070 Год назад

    2mar kothakhini huni bahut dukh lagil tumi bahut vl Lora Hoi ji Hoi gol tak loi dukh nokori aguai jua bahut vl din ahib tumar vl houk

  • @PromilaGogoi-l1n
    @PromilaGogoi-l1n 17 дней назад

    নিজতকৈ আনক বেছি ভাল পোৱা সকলেই এনে কষ্ট পাই ।

  • @rabiulislam9042
    @rabiulislam9042 11 месяцев назад +4

    কাৰণ একো নাই, আপোনাক ঘৰ জামাই কৰিব বিচাৰে, কিন্তু পৰা নাই । খুলিও ক'ব নোৱাৰে সিহতে। দুখ সহিব নোৱাৰি এদিন আপুনি নিজে নিজেই কওক মই তোমালোকৰ ঘৰত থাকি দিম। তেতিয়াহে সিহতে আপোনাক সিহঁতৰ ঘৰত ঠাই দিব। কিন্তু আপুনি সেইটো নকৰিব। আপুনি তাইক বেছি গুৰুত্ব দি আছে কাৰণে সিহতে আপোনাক গুৰুত্ব দিয়া নাই, যাতে দুখত থাকিব নোৱাৰি ঘৰজোঁৱাই হৈ যায়। আপুনি তাইক মেচেজ বা ফোনকল নকৰিব আৰু কোনো খবৰ নকৰিব ছয়টা মাহ । ছয়মাহ পিছত তাই আহি যাব যদি এই ছয়মাহ আপুনি একেবাৰেই নিৰল নিস্তব্ধ হৈ থাকে। যদি ইয়াৰ মাজতে এদিন মেচেজ বা ফোনকল কৰে, তেন্তে সেইটো তাৰিখৰ পৰা আকৌ ছয়মাহ পিছত তাই আহিব। এই ক্ষেত্ৰত মোৰ পুৰা অভিজ্ঞতা আছে, কাৰণ মোৰ লগতো ছেম কাহিনী। যদি তাই ছয়মাহ পিছত নাহে তেন্তে আপুনি আৰু তাইৰ আশা বাদ দি নতুন এজনী চাব। তাৰ বাহিৰে গত্যান্তৰ নাই ভাইটি। বেছি আবেগিক হ'লে তাইক নাপাব, পাবলৈ ঘৰ জামাই হ'ব লাগিব , যিটো অতি লাজৰ বিষয়।

  • @sagorikadas6145
    @sagorikadas6145 4 месяца назад +1

    Apunar nisina valpowa manuh ejon paboloi vagyo lagibo..

  • @bidyuthazarikabidyuthazarika
    @bidyuthazarikabidyuthazarika 11 месяцев назад +1

    Same day 14 August. Same story. Mor life tu o black day black life hisapa start hol.
    Dadar kotha gita huni same story mor o hoisa same day hsa koi kotha gita huni soku Pani ulai gol😢😢😢

  • @pranabbaishya9349
    @pranabbaishya9349 Год назад +2

    Dukh lagil ena india haraot bohi dukh khaba pora nai bhalka. Love you so much baa.

  • @sukleswardas3869
    @sukleswardas3869 17 дней назад

    আপুনি কৈছে 2019 t log pale aru 23 t tenekua hol buli kola kintu moi ক্লাছ ছিক্স আৰু girlfriend joni ফাইভ t তেতিয়াৰ পৰা ভাল paisilo তাৰ পিছতো তাই মোক এৰি মোৰ চুবুৰীৰ লৰা এটাৰ লগত বিয়া হয় গল এতিয়া মই sutit গলেই মই তাইক khadai log paw kintu moi তথাপিও দুখ নকৰোঁ কাৰণ তাই মোৰ nasifat নাই খেটোও ভাবি থাকিলে জানো কিবা লাভ হব কোৱা

  • @himujitborah4027
    @himujitborah4027 11 месяцев назад

    Mon beya lagi gl bondhu
    Tenekuw beya kaam nkriba
    Life 2 ebare pai beya kam nkriba
    Hodai val kam kori juwa saba edin tai ahib bondhu

  • @nomitamoran5289
    @nomitamoran5289 19 дней назад

    বহুত দুখ লাগিলে

  • @punimagogoi1363
    @punimagogoi1363 3 месяца назад

    বহুত দুখ লাগিল

  • @SunsunTai-kn3jb
    @SunsunTai-kn3jb 3 месяца назад

    কথা বোৰ শুনি বেয়া লাগিল কিন্তু এটা। কথা first দিনতে কৈছোঁ যত বাৰ্তা লাভ কৰিছে বৰ হুলস্থলীয়া পৰিবেশ অলপ নিজন ঠাই বা room hobo lage

  • @aminabegum7y
    @aminabegum7y 11 месяцев назад +2

    ইমান বেছি ভাল পাব নালাগে, ইমান series ভাল পালে বহুত kosto হয়।

  • @manjuhazarika1575
    @manjuhazarika1575 17 дней назад

    God bless you

  • @Channdrimaa
    @Channdrimaa 11 месяцев назад +15

    আহোম ডেকাটি ❤ । ইমান দুৰ্বল হলে নহ’ব দেই । কৰিবলগীয়া কাম বহুত আছে ।

  • @dasrunu1678
    @dasrunu1678 14 дней назад

    সেইগৰাকীৰ কথা আপুনি মগজুৰ পৰা উলিয়াই দিয়ক।

  • @julisaikia7380
    @julisaikia7380 Год назад +3

    Ki suali o eman valpua ajon lora payu eman kasta dise

  • @intumonisharma7129
    @intumonisharma7129 11 месяцев назад +6

    I want to tell you that just move on. Forget it. It is hundred percent toxic relationship. If someone is not clear about anything, so better to move it. There are many factors work. May be it's your past life some karmic account ase. Try to clear your karma

  • @tulashidas4872
    @tulashidas4872 11 месяцев назад +1

    para jodi tik pahara try kora tumi pariba aru tumar life to pesot bhut val hobo

  • @NilimaBoruah-p3p
    @NilimaBoruah-p3p 2 месяца назад

    tumak support nakara janir logot sansar pati lav nài beta❤

  • @kampalabaishya3439
    @kampalabaishya3439 19 дней назад

    ভগবানে সোনকালে ঠিক কৰি দিব

  • @Krishna-d9e4p
    @Krishna-d9e4p Год назад +5

    Mur mote ghuri ahibo sinta kribo nlgy vl hbo karon apunr msg say jode monor pora beya paly hoi apunr nombr block korily hoi apunar uporot abhiman kori asy sagy vl hbo 1 2 bosor tu hoa ni joa kaimah man hy hoisy ahibo

  • @bhabanikakati9110
    @bhabanikakati9110 11 месяцев назад +1

    বহুত দুখ লাগি ছে

  • @AminaKhatun-x8v
    @AminaKhatun-x8v 15 дней назад

    Dada ahibo senate nokoreba apuni bohut val asa,❤

  • @mamitasaikia6194
    @mamitasaikia6194 8 месяцев назад

    তাই যেতিয়া বুজি নেপালে আপুনি তাইৰ লগত লাগি থাকি লাভ নাই।

  • @susmitathakuria8291
    @susmitathakuria8291 11 месяцев назад

    Emn vangi noporibo.prectical houk.apnr.. maa deuta ase.thekhet hokolor ktha vabi jibon to notunkoi start krk.. jibon etae manuhr.

  • @parishmitachoudhury930
    @parishmitachoudhury930 Год назад +10

    Jihetu maak deutak separately thake so maak hte family ki heitu buji nepai aru tene manuhe suwaliku val koi honkhar kori khabo nidiye aru tenekua manuhor suwaliyeu family hongkhar ki buji nepai....karon hihote horur porai maak deutakor morom bur buji nepai anuvob koribo nuware aru vabi loi amiu husband abihone thakibo parim

  • @AshokSaahriya
    @AshokSaahriya 9 месяцев назад

    Apunar val din ahibo vogoban ase

  • @NirmaliSarmah-h2o
    @NirmaliSarmah-h2o 11 месяцев назад

    Lav nai bujisa atia postai,,Tai bohut kosto pabo lagibo so Tai tenkoi aribo Parise ,,apuni mod khai soshe mar pit korixil ji2 bohut vul ...aru jibur kosto Tai pahori o pra nai

  • @s-wj3tt
    @s-wj3tt Месяц назад +1

    কন্দিলে কি হব বাপুকন আৰু এজনী বিয়া কৰাই লোৱা

  • @pujarajbangshi6455
    @pujarajbangshi6455 9 месяцев назад

    Bortmn muru ata sad story asil... Bortmn moi akebare akolxoriya feel kri asu mur j kunue ni log bondhu pra xokolue mur pora atori gol... Jak vlll plu teu game khelil vobai nsilu je mur bahire teur lifet ann kunubau asil... Ajiu moi kebol kandi kndi nijok heruwai pelaisu tothapiu kintu jiwai asu🙂

  • @axomjintugamer7568
    @axomjintugamer7568 16 дней назад

    বেছি মৰম কৰিলে ছোৱালী বোৰ মূৰত উঠে ।সেই কাৰনে আস দিব নালাগে

  • @punimaboruwa5325
    @punimaboruwa5325 Год назад +13

    তাইতকৈ ভাল ছোৱালী পাবা দাদা ।

  • @norenborah9010
    @norenborah9010 Год назад

    Muru lift eyatkoi u dangor ghotana hi goisa dhoija dhora vl fol pba poka pat Hari goisa vl hb tmr god bls u

  • @nishiassameseculture789
    @nishiassameseculture789 10 месяцев назад +1

    Dada moi dhakuakhana pora sai aasu.apuni sinta nokorib akou teu ghuri aahib

  • @ashddbhhcccucujv1045
    @ashddbhhcccucujv1045 3 месяца назад

    Amar din a vl ashil teo r kotha ako njonakoi a biya. Hlo so bahut happy aso 24 years hl

  • @pratimadeuribharali2456
    @pratimadeuribharali2456 Год назад +3

    বৰ বেয় লাগিলে।

    • @birenpdas5347
      @birenpdas5347 Год назад

      বৰ দুখ পাইছো। মনটো স্হিৰ কৰক। এজনী সাধাৰণ ছোৱালীৰ কাৰণে নিজৰ জীৱনটো নষ্ট নকৰিব । ভগৱানে সহায় কৰিব ।

  • @nirmaliburagohain9376
    @nirmaliburagohain9376 14 дней назад

    মাইকী এৰি। দিয়াএনেকোৱা। ছোৱালী

  • @monikaduttachoudhury6540
    @monikaduttachoudhury6540 11 месяцев назад

    Swali joni r kothakhini sunibo parilahe kiba eta kobo parim.... Tothapi story tu suni dukh lagil😢

  • @renubegum3639
    @renubegum3639 Год назад +1

    Khosa vl poat Misa ketiao nathake o brother bohut beia lagil tomar kothabor xuni😭😭

  • @lemarabha9882
    @lemarabha9882 11 месяцев назад

    aponar kotha bor honi dukh lagil aru nakadake thakib nowarilu'''

  • @ashwinidasi8439
    @ashwinidasi8439 Месяц назад

    তাইক অন্তৰৰ পৰা এৰি দিয়া তুমি কাপুৰুষ নহয় তোমাৰ গাৰ পৰা শনি আতৰি গ'ল তোমাৰ ভবিষ্যত ভাল হ'ব।

  • @pankajkumarnath3093
    @pankajkumarnath3093 9 месяцев назад +1

    সময়ে সকলো ঠিক কৰিব।Time is a great healer and time change s everything, GOD BLESS YOU

  • @parishmitadutta3121
    @parishmitadutta3121 Год назад +1

    Hosa vl. Pua to. Aribo. Kaityai u nwari...video to sai bhut dhuk lgil.. Agbhi jauk..apunin Love form dhakhuakhna

  • @ashwinidasi8439
    @ashwinidasi8439 Месяц назад

    তুমি তাইক অন্তৰৰ পৰা এৰি দিয়া তুমি কাপুৰুষ নহয় তোমাৰ গাৰ পৰা শনি আতৰিৰ তোমাৰ ভবিষ্যত ভাল হ'ব।

  • @ManjushreeBhatta-i1z
    @ManjushreeBhatta-i1z 19 дней назад

    Apuni comfortable dress karibo please vl lagibo

  • @MainaHazarika-r6q
    @MainaHazarika-r6q 11 месяцев назад

    Helthtu borbad nokoriba bondhu valkoi thaka

  • @AshokSaahriya
    @AshokSaahriya 9 месяцев назад

    Apunar dore hajben pabo vaigo lagibo ❤

  • @sumandeka7568
    @sumandeka7568 11 месяцев назад +1

    Kandi dilo xuni . xsai mnuh bure emn kiy dukh dia o buji a napao .. ako karan nuhuwake asrit Kintu 😢

  • @dhanadadevidoley8594
    @dhanadadevidoley8594 10 месяцев назад

    সেই কাৰণেই অলপ ভাবি চিন্তি কাম কৰিব লাগে ছোৱালী দেখিলেই আগ গুৰি নাভাবি বিয়া পাতিলে পিছত ভুগিব লগা হয় এনেকুৱা কেচ ইউটিউবত বহুত দেখিছো

  • @kidslearning2001
    @kidslearning2001 19 дней назад

    কোনো মানুহক নিজতকৈ বেছি ভাল পাব নাযাবা Kosto হয়

  • @jintuhaloi7824
    @jintuhaloi7824 11 месяцев назад +4

    নতুনকৈ জীৱনটো আৰম্ভ কৰক , তাইৰ কথা ভাবি লাভ নাই।

  • @rotonkhakhlary6297
    @rotonkhakhlary6297 10 месяцев назад

    Buhut dukh laghise de

  • @RajuGogoi-yn4wz
    @RajuGogoi-yn4wz 11 месяцев назад +1

    Hoi dada Val puwa bur bujabole nuware bat ,,,, 3 den lok pai biya pota tu apunar vul hol karon apune monar pora Buji nupuwake apune biya korele ,,,,,karon apunar wife khata bur khuli nakoi hobo pare biya napta agot an karubak Tai apuntuku gaver vabe Val paisele sage school r denor pora nai ba college denor parai ,,,,,,❤❤❤ apune tu manhu bahut kintu ,,, relationship tu 2,3 bosar rakhibole lagese dada ,,,valke Buji huni he life partner,,,nejor wife korebole ,,, lage ,,,, 2,3 den khata pati biya patile apune 🥺🥺🥺

  • @MonuranjanPhukan-c2e
    @MonuranjanPhukan-c2e 6 дней назад

    ধেই কেলা এইজনী বয়কত কৰি নতুন জীৱন আৰম্ভ কৰা ।

  • @TutumoniBorah-ub4vy
    @TutumoniBorah-ub4vy 6 месяцев назад

    😢😢😢 hosai dhuk. Lagise

  • @dulumonidutta-ls6ym
    @dulumonidutta-ls6ym 11 месяцев назад

    Manuhok jiyai jiyai mari rong sai enekua suwaliye

  • @MaineeBazboruah
    @MaineeBazboruah 11 месяцев назад

    Tai akow ghuri nahileu kotha bur khuli kouk ' .emankoi manokhik kosto kiyo dise . Agoraki narir eman kothuwa hidoi thake ne?

  • @karobisaikia3548
    @karobisaikia3548 11 месяцев назад +1

    😭😭😭

  • @ni2m-rr2qp
    @ni2m-rr2qp 11 месяцев назад

    Hahokh ....selyut

  • @Bipualgogoi
    @Bipualgogoi 9 месяцев назад +1

    আপুনি,পাহৰি,যক