কংগ্ৰেছ চৰকাৰ আহিলে অসমত বন্ধ হ’ব অৰুণোদয়, কোনে ক’লে?

Поделиться
HTML-код
  • Опубликовано: 18 сен 2024
  • #Da_News_Plus #Da_news_plus_bangla #MamataBanerjee #বাংলা #Banglanews #Bangla #WestBengal #kolkata #Kolkata #Assam #Northeast #India #Congress #BJP #Dailynews #TMC #মমতা
    Da NEWS PLUS is an Assamese News Channel. Da NEWS PLUS brings you the latest and live Assamese and Bengali news from Assam with the current happenings of Northeast, National and Global News.
    Please follow up page to watch live and latest news with latest updates every hour.
    দিনটোৰ প্ৰতিটো খবৰৰ কাৰণে চাওক Da NEWS PLUS। প্ৰতিটো মুহুৰ্তৰ প্ৰতিটো শুদ্ধ খবৰ কেৱল Da NEWS PLUSত
    To subscribe to our channel click here / @danewsplusassam
    Please visit our website: danewsplus.com/ for latest opinions and detailed news coverage, Pictures, Entertainment, Sports and Lifestyle Updates.
    Follow us on Twitter-
    / danewsplus​
    Facebook-
    / danewsplus.dnp
    Koo app- www.kooapp.com...

Комментарии • 14

  • @AbdulRahman-p1u5d
    @AbdulRahman-p1u5d 5 часов назад

    সচা কথাই কৈছে কংগ্ৰেছৰ চৰকাৰ গঠন হলে অৰুনোদয় বন্ধ হোৱাৰ লগতে ৰ্বতমানৰ মন্ত্ৰী বিধায়কৰ নগদ জমাধন অৰু সম্পতিৰ অনুসন্ধান হব। যোৰহাট সমষ্টিৰ উপৰ্নিবাচনত মহাশয়েহে সপোন দেখিছিল গৌৰৱ গগৈয়ে দেখা নাছিল এইবাৰতো একেই হব দাম্ভিকতা দেখুৱাই লাভ নাই।

  • @dipankarkhargharia9952
    @dipankarkhargharia9952 5 часов назад

    ১২৫০ দিছে ১০০০ হাজাৰ কোটি আমাৰ মুৰত ধাৰে লৈ বছতুৰ দাম বহাই ১২৫০০ লোতি নিছে

  • @dipankarkhargharia9952
    @dipankarkhargharia9952 5 часов назад

    এ বাদ দিযক এওৰ কথা প্ৰতিসুঁতি পাহৰিলে নিজৰ গৌৰব গগৈ জিকিলে কি কৈছিল আগষ্ট মাহত মহিলাৰ ১০ হাজাৰ টকা পাই জাব নিজৰ বোৰ পাহৰিছে

  • @taradoi7957
    @taradoi7957 6 часов назад

    মোৰ দৃষ্টিৰে-------------
    অৰুনোদয় আঁচনি দি একো ভাল কাম কৰা নাই ।‌ এইবোৰ আঁচনিয়ে উন্নয়ন নুবুজায় ।উন্নয়নৰ বিকল্প আঁচনিটো উলিয়াবলৈ সক্ষম হোৱা নাই ।এইয়াও কিবা উন্নয়ন নে ?

  • @masudas2240
    @masudas2240 5 часов назад

    এই পিয়াজ ক বিদাই দিয়াই ভাল নহলে ইয়াৰ বহুত হল আৰু,, তাৰ দম নাই সেইকাৰণে অৰুণোদ় য় কৰি থাকা,,, নিজৰ দম থাকিলে এনেও ভোট দিব 😂😂😂😂 কি ভাল কাম কৰিলি ৰাইজে ক ভই খুৱাই সদস্য হব কব লগা হল 😂😂😂 বাপেক ৰ চাকৰি নহ য় ও বোপাই ৰাইজ অংগুথা চাপ হয় মিনিষ্টাৰ এক ছেকেণ্ডত গুৰ মাৰি নমায় দিব 😂😂😂😂

  • @tonuraagdas2459
    @tonuraagdas2459 5 часов назад

    Piyaj Hazarika😂😂😂
    Ai jonai podotyag kio nkorile

  • @SamadulHoque-hf2yt
    @SamadulHoque-hf2yt 6 часов назад +1

    Toi rajniti bad diyai neki

  • @SerenePinkFlamingos-kz1vk
    @SerenePinkFlamingos-kz1vk 3 часа назад

    Congress hoboi

  • @babul8718
    @babul8718 5 часов назад

    😅😅😅😅😅 Uporor Mal...

  • @Friends-t9q
    @Friends-t9q 6 часов назад

    O tarmane aru gorib barhi ase oxomit.aitu nu ki val khobor hol.raije sob buji pay burbok nohoy.jodi kom korilikhoi tente buji paluhoi je oxomot manuhbor dhoni hoise kintu asonir manuh borhai asa mane gorib aru barhise

  • @MokhtarulIslam-bj9pg
    @MokhtarulIslam-bj9pg 4 часа назад

    Lon lowa vai lon lowa.

  • @Friends-t9q
    @Friends-t9q 6 часов назад +1

    Ai piyush r mattua manuhor posondo nohoy