নামঘৰৰ ৰাইজক কপাই তুলিলে এঞ্জেলা চাংমাই | Angela Changmai | বৰ নাৰায়ণপুৰ নামঘৰ
HTML-код
- Опубликовано: 28 ноя 2024
- নামঘৰৰ ৰাইজক কপাই তুলিলে এঞ্জেলা চাংমাই | Angela Changmai | বৰ নাৰায়ণপুৰ নামঘৰ
যুব বক্তা:
শ্রীযুতা এঞ্জেলা চাংমাই, ত্রিবেণী মাধব ৰাজখোৱা যুৱ উৎকর্ষ বঁটা, সংবাদ প্রণোদন বঁটা- ২০২৪, যুব-আধ্যাত্মিক সাংবাদিকতা বঁটাপ্রাপক আৰু শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ সঙ্গী
নামঘৰৰ ৰাইজক কপাই তুলিলে এঞ্জেলা চাংমাহৰ ভাষণে আপুনিও শুনি হ'ব আচৰিত ?
জয় গুৰু শঙ্কৰ
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ নাৰায়ণপুৰ আঞ্চলিক শাখাৰ ৩০ সংখ্যক শিশু আইমাতৃ, ৩১ সংখ্যক যুৱ সমাৰোহ আৰু মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ ৫৭৬ সংখ্যক
আৱিৰ্ভাৱ মহোৎসৱ
ব্যবস্থাপনা: নাৰায়ণপুৰ প্ৰাথমিক শাখা
স্থান: বৰ নাৰায়ণপুৰ নামঘৰ, নাৰায়ণপুৰ, লখিমপুৰ, অসম
তাৰিখ: ২৫ আহিন (ইং ১২ অক্টোবৰ, ২০২৪) শনিবাৰ
#motivationalspeech #angela_changmai #assamese
Disclaimer:
Under section 107 of the copyright Act 1976, allowance is mad for FAIR USE for purpose such a as criticism, comment, news reporting, teaching, scholarship and research. Fair use is a use permitted by copyright statues that might otherwise be infringing. Non- Profit, educational or personal use tips the balance in favor of FAIR USE.
Thanks for watching 🙏🏻❤️