all the students and union please take some action againsts this rogue police ,why are you all not protesting such issues ???a single event can bring change to whole system if people rises .
Kintu bhargav borbora e rati hizra rendy bur ok pura jaga diye 😂😂😂 Bhargav borbora tumi ulubari pora panbazar loike ratir kotit bari luwa keitak nunu less kori dekhuwa manim tumak
এইজনাক উগ্ৰপন্থীৰ লগত যুঁজ কৰিবলৈ সীমান্তত পঠিয়াই দিয়ক।ভিজা মেকুৰীৰ দৰে পলায়ন কৰিব।
Thik solution disa👍 Tetia gom pua jbo eyar dom kiman
Right kotha koise
Ugraponthi r lgt lagibo parile he
Your right bro
সৰুতে দেখি আহিছো,, ক'ৰবাত উগ্ৰপন্থী ৰ উপদ্ৰৱ হ'লে ,, সবাতোকৈ প্ৰথমতে ভাৰতীয় Army আৰু দ্বিতীয়তে CRPF , আটাইতকৈ শেষত হে ইয়াৰ দৰে কুকুৰৰ বাচছাক দেখো ,, ,,,, নকওঁ আও
চাকৰিৰ পৰা চিৰকাললৈ নিলম্বিত কৰি দিয়ক, তাৰ লেবেল নাইকিয়া হৈ পৰিব। বুধ হয়।
এইজন OC বিষয়া জনক উচিত শাস্তি নিদিলে, অন্য পুলিচ বিষয়া তাতকৈ বেছি বেয়া কাম কৰিব বুলি আমাৰ সন্দেশ হৈছে ।
এনেকুৱা গুণ্ডা ৰূপী পুলিচ বোৰক suspand কৰক
Suspend নহয় dismiss koribo lage
Yes
Suspand nhy dismissal korok servicer pora
এই OC বিষয়াজনৰ নহয় মানসিক বিসংগতি আছে নহয় ক্ষমতাই মূৰত ধৰিছে। ইয়াক তেজপুৰৰ মানসিক চিকিৎসালয়ত নিয়াৰ ব্যৱস্থা কৰক নতুবা ভাৰত চীন সীমান্তলৈ পঠিয়াই দিয়ক....
Right
সাধাৰণ লোকৰ ওপৰত নিয়ম কিন্তু থিকে পালন কৰে। ৰৌ বৰালীৰ ক্ষেত্ৰত ভিজা মেকুৰী।
এইগৰাকী পুলিচৰ বাবে অনুপযুক্ত ৷
Bhargav borborak OCr pora hawaldar bonai dibo Lage. Dhonyobad 🙏
Best 😂
Ekdom😂
Moi CM k koi taak hawaldaar bonai dim
Thik koisa
Home guard bonabo lage tak
এনেকুৱা অসুৰক পৃথিৱীৰ পৰা নিলম্বনৰ ব্যৱস্থা কৰিব লাগে।
বেয়া বোৰ আতৰালে শান্তি আহিব, জনসংখ্যা কমিব, পৃথিৱীখনৰ ওজনো কমিব।
এইজন বিষাক চাকৰিৰ পৰা চিৰ বিদায় দিৱ লাগে।
পুলিচক দেখিলে সাধাৰন জনতাই নিৰাপদ অনুভৱ কৰিবনে নে ভয়ভীত হব?
এটা star তে ইমান লেবেল তাৰ
আইনী ব্যৱস্থা লব লাগে। বিভাগীয় নিলম্বনেই যথেষ্ট নহয়।
মই অসম আন্দোলনতেই পাই থৈছোঁ।থানা আৰু পুলিচ বুলিলেই ভয় লাগে ।
সচাই অসম খন অৰাজকতাৰ পৰিবেশ হৈ গল।
চাস্পেন হ'ব তাৰ পাছত প্ৰমোচন হ'ব। এইখনেই আমাৰ অসম।
এই জনক নিল্মবন নহয় তেওঁক চিপাহি লৈ নমাব লাগে ।
বিষয়াজনৰ তেল বেচি হৈছে ,তেলখিনি ভালকৈ কাঢ়িব লাগিব তেতিয়াহে ঠিক হ'ব
এইসকল পুলিচে বিজেপি দিনত চাকৰি পোৱা পুলিচ। গতিকে পুলিচে চৰকাৰ স্বাৰ্থত যিকোনো কামেই কৰিব পাৰে।
৬মাহৰ দৰমহা কাটি লৰাজনক ভৰাই দিয়ক! তেতিয়া গম পাব!
6 মাহলৈ 70% দৰমহা পাই থাকিব, একেবাৰে dismis কৰিব লাগে ।
Baki 30% ako pabo suspensión hekh hua past @@mrigank6071
আজি কালি পুলিচ ৰ উৎপাত বেছি হৈছে, মই police হৈতে আজি 1 years যুঁজি আছোঁ, মিছা মিছা কথা ত ,
এখেতক নাগালেণ্ড সীমান্তত কিছুদিন দিলে সীমান্ত বাসী উদ্ধাৰ হব যেন পাইছোঁ
ন্যায় লাগে ধন্যবাদ🙏
সোনকালেই বৰ্খাস্ত কৰিব লাগে।
Suspension he korise. Aku dangor punishnent dia nai.pist akou sakori join koribo. Akebare sakorir pora dismissed kori dibo lage.
কত পাই আহিছে ইমান সাহস, ভাবিব
Bjp main
এহ! এনেকুৱা চাকৰি বিলাকৰ বয়স বঢ়াই দিব লাগে যাতে গাখীৰৰ দাঁত নপৰা কেইটাই যাতে চাকৰিৰ কাৰণে পৰীক্ষা দিবই নোৱাৰে।
এইটোক টাৰ্মিনেট কৰি দিব লাগে 🙏 এইটো গুণ্ডা আৰক্ষী নহয় 😡
এটা তৰাৰ ক্ষমতাই মুৰত ধৰিছে
এওক অসম পুলিচৰ পৰা খেদি দিয়াই মঙ্গল জনক
এখেতৰ দৰে আৰু কেইগৰাকী মান দক্ষ আৰু সাহসী আৰক্ষী বিষয়া নাগালেণ্ড আৰু অৰুণাচল সীমান্তত নিয়োযিত থাকিলে সীমান্ত সুৰক্ষিত হৈ থাকিব🤗
👌🏻👌🏻😂😂
চেলুয়া পিঁয়াটো বৰ বেলেগ দম দেখোন 😂
ভোট দে আৰু বিজেপিক
🧠 thoka hole anekua ortho naikiya comment nokorile haten 😂
ইয়াক পেঙেৰী ফালে দিৱ লাগিছিল চালনী কৰি পেলালে হয়😂
Permanent Termination koribo lage
Police tuku pitibo lagisil ...
মামাই মিঠামুখেৰে কি কয় এতিয়া সেয়া হে লক্ষণীয় হব
Fb live t 😂
Mamai kbo ,, na na seitu toh nohobo nh ,, he baba ,, uhu ,, moi mod khoa manuhr lgt kotha npatu ,,😅😂😅
Bilkul sahi kaha black t shirt gentleman ney..
মা দেউতাকৰ পাপৰ ফলত এজনৰ জন্ম হৈছে,,মা দেউতাকৰ চৰিত্ৰ ভাল হলে ভাল লৰা ছোৱালী জন্ম হৈ
Such type of police officials r a shame on the department...strict actions should be initiated against him...
all the students and union please take some action againsts this rogue police ,why are you all not protesting such issues ???a single event can bring change to whole system if people rises .
Tak Asomar pora khediba lage
এইটো পাগল, মানসিক ৰোগী
উচিত তদন্ত হব লাগে।
অভদ্ৰতাৰ সমাৰ্থক শব্দ যদি ব্যৱহাৰ কৰিব লাগে ইয়াৰ অৰ্থ নিশ্চয় আৰক্ষীয়ে হ'ব ? আৰক্ষীৰ এনে গুণ্ডা গিৰি ,অভব্য আচৰণ এতিয়া সততে সুলোভ । আৰক্ষীৰ যদি এই আচৰণ ৰাইজ কাৰ ওচৰলৈ যাব? গৃহ মন্ত্ৰীৰ দায়িত্বত থকা ডাইনোমিক মুখ্য মন্ত্ৰী ডাঙৰীয়া আৰক্ষীক নিয়ন্ত্ৰণ কৰক।
Should be take action against OC as soon as possible
Moi police r ai bor sobhabor karone police r interview nidiu.......
Mane police k ketiyao bhal sokure nesai......
ই নহয় এনেকুৱা বহুত আছে পোছাকৰ লেবেল দিয়ে সাধাৰণ মানুহ কাম কৰি খাব নালাগে গুণ্ডাগিৰি
assom police 80 person loke sur dokaeet, ehotok langta kori kubaba lage
পুলিচৰ পোছাক যোৰত কলংক নলগাবি । সাধাৰণ মানুহৰ উপৰত সৎ ব্যৱহাৰ কৰ অসৎ গুন্দাগিৰি নহয় ।
এইটো চৰকাৰী চাকৰী কৰা যোগ্য নহয়।
নিম্বন এটা নাটক কাৰণ চৰকাৰ নির্দেশ
এইটো ক কটনৰ সন্মুখত সাতদিন কাণত ধৰাই থব লাগে!
হিমন্ত মামাৰ আশীৰ্বাদত ভাগব বৰবৰাৰ গুণ্ডা গিৰি,এই পাগলটোক অফ Dutyত উচিত শিক্ষা দিয়ক
এই পুলিচ কৰ্মী জনক চাকৰিৰ পৰা নিলম্বন নহয় বৰ্খাস্ত কৰিব লাগে।
ও কলকাতাৰ পুলিচক দেখি খুব গা উঠিছে যেন লাগিছে।
এয়া গৃীহ মন্ত্ৰী বাবে সকলো সম্ভব হৈ পৰিছে৷
Aijonr property check korok vlke.....kimn legal property bonaise abar saok
Eyak Terminate koribo lagibo...... Suspended kori ki lap.... direct terminate koribo lagibo
এই OC জনক চাকৰিৰ পৰা বৰ্খাস্ত কৰক ।
Police bur actually legal Gunda hoi
Godimedia dy365
Akl atiya hytu controversial clips bure a dikhabo!
Eman controversial nohoiiii a lagile
Termination koribo lageee
He should be deployed in Border as defence staff.
Aijonak atiya sobay mele PP deba lagay. PP manay Public Peton deba lagay aru.
Suspend nhoi dismisss
Not only Suspension ,A strict action must be taken
Don't underestimate the power of common men.
Kintu bhargav borbora e rati hizra rendy bur ok pura jaga diye 😂😂😂
Bhargav borbora tumi ulubari pora panbazar loike ratir kotit bari luwa keitak nunu less kori dekhuwa manim tumak
কিহৰ পৰ্মিছিন লাগে , অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ হবই। তহঁতৰ দাদাগীৰী মানুহে কিমান সহ্য কৰিব।
Deputation t Manipur pothai dile hll CM sir e
Moja police marib lge
,বৰ আৎকাৰি পুলিচ এই জন
Bohut baya hoisa
মামা তাক চাকৰিৰ পৰা উলিয়াই দিয়ক
Sob cinema sai sai hero hobo khujise...SI level ar mnuh ar budhhinu kiman taku toka di lua sakori...Singham hobo bisarise..
Police Ankoi kori bo nalaga Arou police tok kiba sejai dibo Lage ❤❤❤
মামায়ে বিষয়তো বিচাৰ কৰক
Kuntu zimot goisili o bupai dress aibar kholi ahibi set.
পুলিচবোৰৰ বাপেকৰ ৰাজ্য বুলি ভাবিছে
Assam Needs a powerful OFFICER OR MLA OR LEADER THAT CAN CONTROL THESE TYPES OF police
He should be dismissed from service on an immediate basis. Suspended from service is just a drama..
Tel gorom hoise yaar...komabo lage
চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগে।
আৰক্ষীৰ পোছাকত গুণ্ডা এইজন
তেওক আৰ্মিত জইন কৰাই কাশ্মীৰ ত পঠাইদিব লাগে মোৰ মতে, তেওঁ তাত সন্ত্ৰাসবাদী বহুতো ধৰিব পাৰিলে হেঁতেন
Cotton r front ot ahi hat jur kri kobo lagibo
ইয়াক এৰিলে
সাধাৰণ মানুহে কেনেকৈই
থাকিৱ
Good 🎉🎉🎉
Public servants...hol aru public r safety...hihotok dekhiye voi khai public bore, Moye voi koro batot dekhile, keneke safety pam ami tente
Police jonok action lobo lage
এই আৰক্ষী বিষয়া জনে কাৰ বলত ইমান বলিয়ান কেলা sudurvai sutmarani kela এই আৰক্ষী বিষয়া জনক অকল নিলম্বন নহয় dismissed kri dibo lge sutmarani jonk
Bht dom sun , iyak keskeliya jaga burot posting dibo lgsl
Dress jur pindhi thakibo nalagisile .... Sidha kri dlu hoi
Aito police purana papi
Jodi eman dom ase khaki kapurjur khuli ahi publikor majot aneke dadagiri dekhabi tetiahe gom pam kolija kiman dangr tur balor singham 😂😂
3 mah pisot akow join koribo 😂 anekuwa police owk sakorir pora Borkhastho koribo lage nilombon kori aku nohobo👍
মামাক এটাই অনুৰোধ যে পুলিচে জনসাধাৰণৰ ওপৰত এনেকোৱা ব্যৱহাৰ নকৰে। তাৰে ব্যৱস্থা কৰিব লাগে।
Eyak khedi dibo Lage police force pra
Panbazar OC uprot montri bidhayokor haat thake aitu raije jani luwatu usit.