Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
Aam lokhi khini khabo he mon gise baa😋
Bhal lagise
Buhut val lagil Baidew 💋💋💋
ভাল লাগিল ।
Vl baidew
ভাল লাগিল
Val lagil
Vl lgil baideu 😊
❤❤❤ভাল লাগিল
Moiu Try kore sam baidw
মই বনাই চাম
Alovera dibo parim ne Baideu jonabosun
❤
বনাই লগাব লাগিব
Bhut val lagil ❤❤❤
Kiman dinor loike rakhibo parim store kori
মই কেবামাহো ৰাখি থওঁ ।
বাইদে--ৰাতি-লগাই-থলে-ৰাতিপুৱা-ধুলে-কিবা-হৱ--নেকি-জনাব-চোন
বেছি ভালহে । আমি সাধাৰণতে ৰাতি মূৰত তেল লগাই গাৰুটোত গেন্জী পিন্ধাই শোওঁ । পিছদিনা ধুই দিওঁ ।
Souli degl hb ne koula hb kotha .. lgte koi dele bhal hol hoi .....gorm kori lole souli bou fati ......jaie Baidewo ....video saie bhut bhut bhal lagile. ❤❤❤❤...god ..bless ❤❤you
Ag fatile kati loba. Suli xora bondho hobo,kola digholu hobo.
@@RupanjaliRonganoi o aji gom paisu lgab lagib baidew
Eat keharaj dibo pari naki
পাৰি ।
বাইদেউ নমস্কাৰ মোৰ চুলি খিনি কুলা অকল পাতল খুব সৰিছে কি লগাম জনাব চোন
এই তেলটোৰ উপৰিও এলোভেৰা তেল,কেহেৰাজ তেল আৰু মহাভৃংগৰাজ তেল দুমাহ লগালে উপকৃত হবা । তেতিয়াও যদি সৰি থাকে তেতিয়াহলে ডাক্টৰক দেখুৱাব লাগিব ।
Mur suli pokise olp olp aru front side ot nuhuwa hoise...use korile vll Pam neki baru
কেঁহৰাজ আৰু ভৃঙ্গৰাজ তেলে বেছি ভাল কাম কৰিব ।
@RupanjaliRonganoi kot Pam baru jonabo...apuni kuwar babehe use korim...ses hoi goise sulikhini
Good
Thanks
For how long will the oil be good? Do I need to refrigerate it?
মই চাৰিমাহ ঘঁহো । ফ্ৰীজত নেৰাখোঁ ।
পকা চুলি ক'লা হয়নে
Xoru suwalik lagabo parim ne jonabo soon
পাৰিবা ।
মই বনাই চুলি ত লগাও। চুলি খিনি কলা হৈছে thank you বাইদেউ
কথাষাৰ গম পাই ভাল লাগিল । মোৰ ৫৭ বছৰ বয়সত চুলি বাঢ়ি আছে আৰু পকা নাই ।
শিলিখা দিব পাৰি নেকি?
মই শিলিখা দি পোৱা নাই ।
চুলিত সানি দুই তিনিদিন ৰাখিব পাৰিনে ?
সদায় অলপকৈ ঘঁহিলেই হ’ল ।
২/৩ দিন লৈকে গা নোধোৱা লেতেৰী তাৰ মানে ন চি চি😂
@@Hkg698 গা ধুও ।কিন্তু সদায়টো মূৰত চেম্পু নিদিওঁ। 😇
হাত খন দেখোন মেকাপ কৰা।
আমলখি তেলটো বনাওঁতেই ভিটামিন e ৰ tablet মিহলি কৰিব পাৰিনে জনাবচোন
❤❤❤
VL laĝìl