দৃষ্টি আৰু যুক্তি (EP. 21) - Interview with Dipanwita Deka

Поделиться
HTML-код
  • Опубликовано: 22 окт 2024

Комментарии • 5

  • @padmeswarborah-yy1zr
    @padmeswarborah-yy1zr 2 месяца назад +1

    দীপান্বিতা ডেকাই এতিয়া আপুনি এগৰাকী মুৰদাঙী উঠি অহা অতি মৰম লগা গায়িকা।। মোৰ অজ্ঞতাৰ বাবে বহুত সৰু অৱস্থাতে বিবাহ পাশত আবদ্ধ হৈ যি অন্ধ কোপত সোমালো আৰু ওলাই আহিব নোৱাৰিলো বৰ্তমান সময়ত ইয়াৰ অনুসুচনা মনলৈ আহিলেও এতিয়া লাভ নাই।। তুমি আৰু আন আন অসমীয়া সমাজৰ আপুৰুগীয়া সম্পদ বুলি গণ্য কৰি,, মই বহুত জেদী উগ্ৰ ভাৱ লৈ ৭০/৮০ দশকত এটি কৰ্ম সংস্থাপন পাই অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ ইমুৰ সিমুৰ ঘূৰি শেষত পুত্ৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষৰ সময়ত তৰুণ গগৈ চৰকাৰে অজ্ঞন দত্তৰ নিৰ্দেশিত কলকাতালৈ বদলি হৈ আহিবলৈ বাধ্য কৰোৱা হ'ল সকলো ঈশ্বৰৰ ইচ্ছা মইয়ো সৰু চৰাই হলো বুলি হোলুং গছত বাহবনাই অসম চৰকাৰৰ বিৰুদ্ধে গৈয়ো সফল হলো ল'ৰাৰ পৰীক্ষাৰ আগে আগে গুৱাহাটী আহিব পাৰিলো বৰ্তমান সেই ল'ৰাই সুদুৰ অষ্ট্ৰেলিয়াৰ মাতিলৈ তিনিবাৰকৈ আনিলে অসমত মাক দেউতাকৰ বাবে দুখন গাড়ীও লৈ দিছে।। আমাৰ দৰে সৰু মানুহৰ ল'ৰা ছোৱালীয়ে গ'ল্ড মেডেল পাই ইঞ্জিনীয়াৰিংত উৰ্ত্তীণ হৈ অষ্ট্ৰেলিয়াৰ দৰে দেশত জীৱন নিৰ্বাহ কৰাৰ বাবে বাধ্য হ'ল
    । আমাৰ বিজ্ঞ ধনবান লোকৰ সন্তান হোৱা হ'লে নিশ্চয় প্ৰচাৰ বিমুখী হ'ব লগা নহ'ল হয়।। মোক কলিকতালৈ পঠিয়াই দিয়া লোক এজনো ধৰনীত নাই ঈশ্বৰে কুশল মঙ্গলেৰে নি। নিজৰ নিজৰ ঠাইত ধুনীয়াকৈ ৰাখিছে।। তোমাৰ মঙ্গল উন্নতিৰ বাবে প্ৰভুৰ ওচৰত প্ৰাৰ্থনা জনালোঁ।।

  • @SDSHAN2002
    @SDSHAN2002 3 месяца назад +4

    From west bengal

  • @NarenIngti-u6n
    @NarenIngti-u6n 26 дней назад

    Mur Val loga gaika

  • @KhagenBora-c9l
    @KhagenBora-c9l 3 месяца назад +2

    সুন্দৰ