বিহালীত জয়ন্তক জিকাই কংগ্ৰেছৰ মুখ্য়মন্ত্ৰীৰ প্ৰাৰ্থী হব গৌৰৱ || Atanu Bhuyan || Satya

Поделиться
HTML-код
  • Опубликовано: 23 окт 2024

Комментарии • 176

  • @ৰিংকুসমাদ্দাৰ
    @ৰিংকুসমাদ্দাৰ 11 часов назад +21

    মূল্যহীন সত্য। প্ৰকৃত সাংবাদিকে এনেদৰে একপক্ষীয়ভাৱে বাতৰি বিশ্লেষণ নকৰে।

  • @SuniljantuDoley
    @SuniljantuDoley 13 часов назад +43

    আপুনি লোকসভাৰ ইলেক্ট্ৰনত গৌৰৱ গগৈক হাৰিব বোলি কৈছিল, কিন্তু আপোনাৰ কথা নহ'ল।

    • @Maths-u4e
      @Maths-u4e 12 часов назад +8

      আপোনালোকে নাজানে নেকি অতনু দা ৰিনীকি ভূঞাৰ কি হয় বুলি?😅

    • @SelimAhmed-uw7le
      @SelimAhmed-uw7le 10 часов назад +1

      Right

    • @nilamanitalukdar5197
      @nilamanitalukdar5197 5 часов назад

      Ai bokasudar kam nai

  • @GautamDey-y8v
    @GautamDey-y8v 12 часов назад +22

    আপুনি সদায় অলপ বেছি কৈ কয়। যিমান নহয় তাতোকৈ বেছি। আপুনি যোৰহাটত গৌৰৱ হাৰিব বুলি কৈছিল কিন্তু বাস্তবত হ'ল গৈ ওলোটা।

  • @Kiran-si2bf
    @Kiran-si2bf 7 часов назад +3

    আপোনাৰ কথা ভেলো নাই ,যোৰহাটত গৌৰৱ গগৈ porajoi হব বুলি কৈছিল ,

  • @Tilldeath-cc4sr
    @Tilldeath-cc4sr 13 часов назад +17

    যিজনে টিকটৰ বাবে দলত্যাগ কৰি অন্য দল গ্ৰহণ কৰে তেওঁ কি ৰাইজৰ সেৱা কৰিব

  • @jiaunnaher6318
    @jiaunnaher6318 10 часов назад +12

    😂😂😂😂😂😂
    আপুনি বেছি গৌৰৱ গগৈৰ কথা চিন্তা নকৰি pressure stroke হৈ মৰি থাকিব।

  • @james_northeast
    @james_northeast 11 часов назад +13

    Dalal hoi apuni sobei jane😂

  • @rajuhazarika6583
    @rajuhazarika6583 13 часов назад +7

    গৰৌব গগৈয়ে টকা খালে ভুপেন বৰা ই ইয়াৰ ভাগ নাপালে

  • @haquechaudhury2399
    @haquechaudhury2399 5 часов назад +1

    আপুনি বৰ বেছি অসত্য হৈ গ'ল দেই।

  • @pintubhuyan-rg3do
    @pintubhuyan-rg3do 13 часов назад +9

    কংগ্ৰেছ দলৰ পৰাই জয়ন্ত বৰাক টিকট দিয়াত ভাল লাগিল ❤

  • @surjyaSK
    @surjyaSK 13 часов назад +6

    নিৰ্বাচনী অধিসূচনা চলি থাকিলে পৰীক্ষা নিৰীক্ষণ নকৰিলে কাকো সোমাব নিদিয়ে ৷ লাগিলে প্ৰধানমন্ত্ৰী হওঁক। প্ৰধানমন্ত্ৰীয়ে থিয় হৈ Nomination দিব লাগে তথাপিও DC বা Election officer থিয় হ’ব নোৱাৰে ৷ বহিয়ে মনোনয়নপত্ৰ গ্ৰহণ কৰে ৷

    • @Maths-u4e
      @Maths-u4e 12 часов назад

      Whatsapp University t porha manuhe ane kotha buji napai dei!😅

    • @paragdas9262
      @paragdas9262 10 часов назад

      Aitue aibur sob jane. Kintu bikri goise. kobo nuare.

  • @bulbulAxom099
    @bulbulAxom099 13 часов назад +8

    এইজনাই ভাল বাখ্যা কৰিব জানে আকৌ।
    সেইবোৰ হলে নকয় এইজনাই 🤣🤣🤣🤣

  • @NieorM
    @NieorM 9 часов назад +4

    সাংবাদিকৰ কাম হল খবৰ বা তথ্য (news or information) জনোৱা, তই পাগলে নিজৰ দৃষ্টিভংগী (view) দিবলৈ সংবাদ মাধ্যমৰ ব্যৱহাৰ কৰাটো ভাল কথা নহয় মক্কেল। নহলে তই আকৌ জেইলত যাবি মক্কেল।

  • @RDSProduction
    @RDSProduction 12 часов назад +3

    লুৰিণ, অখিল বা অজিতৰ কি এনে গণভিত্তি আছে যে কংগ্ৰেছে সিহঁতক মিত্ৰ কৰি ৰাখিব ?😂

  • @HdfhjghdFirstlyo
    @HdfhjghdFirstlyo 8 часов назад +2

    এইজনৰ বাতৰি চাব নালাগe

  • @BharatigayonGayon
    @BharatigayonGayon 9 часов назад +2

    অসত্য নে সত্য সন্দেহ থাকি গ'ল

  • @nhabarkhetri3618
    @nhabarkhetri3618 6 часов назад +1

    বুজিছো আপুনি এক পক্ষ বাতৰি কয়

  • @AZIMUDDINAHMED-fq8so
    @AZIMUDDINAHMED-fq8so 5 часов назад +1

    এই সাংবাদিক গৰাকী বিজেপি দলৰ হৈ প্ৰচাৰ কৰি আছে

  • @TankaMedok
    @TankaMedok 6 часов назад +1

    কিমান টকা দিয়ে বি জে পি য়ে

  • @kaushikpapul6153
    @kaushikpapul6153 12 часов назад +3

    আপুনি বিৰাট দালালি কৰে দেই

  • @shanuwarrahman1824
    @shanuwarrahman1824 11 часов назад +3

    আপুনি নিৰপেক্ষ সাংবাদিক নহয়।আপোনাৰ কথাৰ value নাই।

  • @abhashreecreate9669
    @abhashreecreate9669 12 часов назад +6

    মই এটা কথা বুজা নাই খাৰ্গে ডাঙৰীয়াক DC office ত gandhi পৰিয়ালে সোমাব দিয়া নাই বুলি কোনে কলে।Nomination ৰ time ত কাক সোমাব দিব কাক সোমাব নিদিব সেইটো DC এ সিদ্ধান্ত লয়

    • @rajdeepsaikia3439
      @rajdeepsaikia3439 11 часов назад +2

      দুই তিনি জনক হে অনুমতি দিয়ে।জানিব দেই

  • @james_northeast
    @james_northeast 11 часов назад +3

    Apunak laj pabo lage apuni tu gourav gogoi herur opor sesta korisile🤨

  • @GopalNewar-d7c
    @GopalNewar-d7c 12 часов назад +5

    কংগ্ৰেছক লেং মৰা কেইজনমান যদি নৱগ্ৰহ বুলি মেডিয়াই এসময়ত প্ৰচাৰ কৰিব পাৰে। সেই হিচাপত জয়ন্ত বৰা বৃহস্পতি গ্ৰহ। সময় থাকোতেই বুদ্ধিমানৰ কাম কৰিছে।সময়ে কাৰো অপেক্ষা কৰি নেথাকে।।।

  • @assamesenewsandculture8737
    @assamesenewsandculture8737 12 часов назад +2

    Apuni BJP neki

  • @mujaforahmed8843
    @mujaforahmed8843 12 часов назад +1

    বৰ ধুনীয়াকৈ কয় দেই আপুনি! ❤u A da

  • @DambarBista-z3b
    @DambarBista-z3b 12 часов назад +2

    Faltu News....

  • @sewaligogoi3175
    @sewaligogoi3175 13 часов назад +1

    আপুনি টকাৰ মোনাটো সচাকৈ দেখিছিল নেকি ।

  • @GauriBaruah-gx7ck
    @GauriBaruah-gx7ck 10 часов назад

    বোপাই ও তোৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন সপোন হৈয়ে থাকিব। তোৰ চালাকী অসমৰ ৰাইজে আৰু বুজিবলৈ বাকী নাই। গৌৰৱৰ পৰা অসমে যে কিবা পাব আশা নকৰাই ভাল।

  • @bububorah
    @bububorah 12 часов назад +2

    সত্য unofficial MD is pride east entertainment

  • @minakumarigogoi-ev9wc
    @minakumarigogoi-ev9wc 7 часов назад +1

    Atonu Bhuyani Sodai Gaurav k Bodnam Gai thake E BJP r Agent

  • @digantakalita773
    @digantakalita773 13 часов назад +3

    Apuni. BJP. Nake

  • @mukundamahanta7553
    @mukundamahanta7553 9 часов назад

    বিহালিত কঙগেছ‌ জিকিলে যোৰহাটৰ গতি হ'ব একো কাম নাইকিয়া হ'ব

  • @RisaPegu
    @RisaPegu 13 часов назад +2

    Atanu da Apunar batoribur agotey bhal lagisil, kintu Aji kali bhal nalagey. Kiyonu, apunar kotar aku guruto nai.

  • @nayanmahanta2383
    @nayanmahanta2383 13 часов назад +2

    Be neutral Mr Atanu.. did u get salary from BJP????? Plz behave like a true journalist

  • @manashchetry2215
    @manashchetry2215 10 часов назад +1

    ইমান hat speech কোনেও নকৰে

  • @ajgarali1955
    @ajgarali1955 13 часов назад +1

    আপোনাৰ প্ৰায়বোৰ কথাতেই কংগ্ৰেছৰ বিৰোধ কৰে ।

  • @dibakorsonowal9726
    @dibakorsonowal9726 2 часа назад

    কাম নাই । ইমান বৰ্ননা কৰি লাভ নাই । কংগ্ৰেছ জিন্দাবাদ

  • @SachinHazarika-u2u
    @SachinHazarika-u2u 13 часов назад +2

    আমি ভবিষ্যতে অসমৰ ৰাজনিতীত গৌৰব গগৈক কঃগ্ৰেছে দায়িত্ব দিয়াতো বিচাৰো । ।

    • @Desiboynnmddgh
      @Desiboynnmddgh 12 часов назад

      Namazi rendir putek gourav johora miar cm hbo paribo 😂

  • @arupbarn4395
    @arupbarn4395 13 часов назад +2

    6 bar Hara candidate janak inc ticket dile apuni vhal palehoi😂😂

  • @muzzkirhussain3104
    @muzzkirhussain3104 12 часов назад +1

    অতনু ভূঞা ডাঙৰীয়া আপুনি কোনটো পাৰ্টিৰ হৈ কাম কৰে।

  • @joynalahmed3235
    @joynalahmed3235 10 часов назад +2

    Gotonu bhuya

  • @mujaforahmed8843
    @mujaforahmed8843 13 часов назад +1

    গাঁৱৰ মানুহৰ অন্তৰত সোমাবলৈ চেষ্টা কৰিলে বেছি ভাল হ'ল হ্য়। Automatic পায় যায় ।

  • @popibaruah3204
    @popibaruah3204 12 часов назад +4

    কংগ্ৰেছে এখনৰ বাহিৰে আৰু নাপায় ।

  • @kalpanahazarika7631
    @kalpanahazarika7631 11 часов назад +1

    অকল এজনৰ ওপৰত নিৰ্ভৰ কৰি চৰকাৰ হয় নেকি।।

  • @Boraanshu
    @Boraanshu 12 часов назад +1

    Gaurav gogoi a jikai anibo nisina lagise

  • @purnimakalita1805
    @purnimakalita1805 13 часов назад +1

    অতীতৰ পৰা যিজনে দলটোৰ গুৰি ধৰি আছে সেই জনক বাদ দি একো কৰিব নোবাৰে

  • @parthapneog8652
    @parthapneog8652 12 часов назад +7

    হিমন্তৰ অপশাসনৰ পৰা গৌৰৱেহে অসমক উদ্ধাৰ কৰিব পাৰিব

    • @Desiboynnmddgh
      @Desiboynnmddgh 12 часов назад +2

      Namaz pohi uddhar koribo ne😂😂😂...jar bapeke mia Ani axomot ses korile ...hi axom bosabo...lower Assam r demographics change hoi gol ei rendir putek johora gogoi poriyal tur karone😂

    • @srigunajitsharma8282
      @srigunajitsharma8282 3 часа назад

      Gourab gogoi taka loi tikkot dibo loga hoise ,aru tor gogoi axom bosabo

  • @tdtalks8926
    @tdtalks8926 3 часа назад

    এটা কথা তোৰ নিচিনা মদাহী এটাই গৌৰবৰ কথা কলে শোভা নাপাই ।

  • @SankarjitGogoi-z9j
    @SankarjitGogoi-z9j 12 часов назад

    গৌৰবে সিমন্তক অনুসৰন কৰা দেখা গৈছে, তেওউ লেতেৰা ৰাজনীতি কৰিবলৈ লৈছে,

  • @lachitgogoi5670
    @lachitgogoi5670 13 часов назад +1

    Bjp bjp only bjp in Bihali 1000%

  • @rupprasad4861
    @rupprasad4861 13 часов назад +3

    Jayanta Bora jindabad ❤

  • @Azhar.e123
    @Azhar.e123 13 часов назад +2

    RSS news chennal

  • @pikusaikia5953
    @pikusaikia5953 5 часов назад

    কংগ্ৰেছ বিশ্বাসঘাটক....

  • @sanjibkumarnayak9686
    @sanjibkumarnayak9686 11 часов назад

    হৈ যোৱা ৰাজ্যসভাৰ অধিবেশনত খাৰগে ডাঙৰীয়াই সদনৰ সভাপতিৰ পৰা কথা শুনিব লগা হৈছিল তেতিয়া, যেতিয়া খাৰগে ই কৈছিল তেওঁ এতিয়া যি হৈছে,সেইয়া একমাত্ৰ কাষতে থকা চনিয়াজীক দেখুৱাই তেওঁৰ ৰ বাবে হৈছে বুলি কৈছিল।তেতিয়া সভাপতি এ খাৰ্গেজিক কৈছিল,আপুনি যি হৈছে গণতান্ত্ৰিক ভাবে হৈছে, চনিয়াজী ৰ বাবে নহয়।
    ২০২১ ত পৰাজয় হোৱাৰ কাৰণ সন্দৰ্ভত কংগ্ৰেছ ৰ তেতিয়াৰ ৰাজ্য সভাপতি ৰিপুণ বৰাই যধে মধে টিকট দিয়াৰ বাবে গৌৰৱ গগৈ ক দোষাৰোপ কৰিছিল।
    অলপতে ভূপেন বৰাই কৈছিল,মই তিনি দশকৰো অধিক কাল,মানে ছাত্ৰ কংগ্ৰেছ,যুৱ কংগ্ৰেছ আদি কৰি আজি এই পৰ্যাই পাইছেহি,তেওঁ পেৰাচুত লেণ্ডিং কৰি নেতা হোৱা নাই।সেইদৰে প্ৰদ্যুৎ বৰদলৈ ও অলপতে কৈছিল তেওঁ সোণ ৰূপ ৰ চামূচ মুখত লৈ জন্ম হোৱা নাই ।এইয়া নিশ্চয় সকলোৱে বুজে কাৰ কথা কোৱা হৈছে ।

  • @AbulhussainLaskar-v9d
    @AbulhussainLaskar-v9d 8 часов назад

    গৌরবগগৈঅহংকারীহয়েছে

  • @rupprasad4861
    @rupprasad4861 13 часов назад +1

    Behalir babe upajukta candidate jayanta Bora, ki BJP ki congress sabei jayanta Borak bisari aasil. Eat kunu bikhambad nai, kebal jayanta Bora jindabad

  • @Dipankareating
    @Dipankareating 11 часов назад +1

    অসমৰ গৌৰব , গৌৰব গগৈ ,

  • @--tg--jack--7957
    @--tg--jack--7957 13 часов назад +3

    Atanu Ramani pagal

  • @BarashaBarman-u4w
    @BarashaBarman-u4w 13 часов назад

    আশা আশা হৈ এ ৰৱ এনে হলে 5 তাতে খেলি মেলি 126 তাত কি বা হই

  • @RamenBora-q5z
    @RamenBora-q5z 5 часов назад

    Apunar motamotbur val nologa hol.apuniu nijor honman nijai heruwai dile.

  • @hemchandraborah-vd6nz
    @hemchandraborah-vd6nz 13 часов назад

    গছত কঠাল ওঠত তেল গাই বাই থাকোতে হব নেকি চেল বেল।

  • @tapanjitdeka800
    @tapanjitdeka800 11 часов назад

    Bjp জিকিব

  • @pabankumar4461
    @pabankumar4461 12 часов назад

    মুখ্য মন্ত্ৰী হলেই তেওঁৰ ৰাজনৈতিক কেৰিয়াৰ শেষ কৰিব তেওঁক উচতাই দিয়া সকলে । বাপেকক শেষত তেনেকুৱাই কৰিছিল ।

    • @Kardong123
      @Kardong123 12 часов назад

      Bapekok noi kurhakok

  • @swapnanilgogoi4009
    @swapnanilgogoi4009 13 часов назад +3

    Toi pagal atanu

  • @tdtalks8926
    @tdtalks8926 3 часа назад

    গৌৰব ভালে কিন্তু তোৰ পুতেৰক সেইদিনা চান্দমাৰিত গাৰি চলাই যি চিগাৰেট হুপি গৈছে দেখি ভগবানক এটাই প্ৰাৰ্থনা কৰিলো যে ভগবানে আৰু অধপতন কৰক কাৰন তই মানুহক বিভাজন কৰ

  • @anantaborgohain6929
    @anantaborgohain6929 11 часов назад

    সচা কবলৈ চিন্তা কৰক 😮

  • @RaniBhuyan-rq8se
    @RaniBhuyan-rq8se 7 часов назад

    Gaurab gogoia toka palea Bhupen anapalea atia harebo B J P jekebo

  • @SelimAhmed-uw7le
    @SelimAhmed-uw7le 10 часов назад

    Gaurav gogoi aamar heart atunu da

  • @fakruddinjinna3628
    @fakruddinjinna3628 11 часов назад

    Politics murdabad. No political party is good for nothing. I have taken a decision to cast my vote based on the morality of the candidate and nothing else.

  • @riazuddin4872
    @riazuddin4872 11 часов назад

    Congress aktio sit ne jete 100%0000⁰00000000

  • @ShiponShipon-e8k
    @ShiponShipon-e8k 4 часа назад

    Gourav Gogoi poton hoya suru hoasa

  • @News19Assam
    @News19Assam 12 часов назад

    Gourob Gogoi CM hole BJP a apunak dea funds bondho hobo n😂😂😂

  • @DabGogoi
    @DabGogoi 9 часов назад

    Gorv jubaraj nahoi
    Juba kalngkar

  • @rikibrajkhowa
    @rikibrajkhowa 12 часов назад

    Jayanta borah jindabad from behali

  • @rintusaikia810
    @rintusaikia810 7 часов назад

    Apunak BJP e kinan tokat kinile?

  • @kaylashadhikary7227
    @kaylashadhikary7227 13 часов назад

    ভাল ব্যাখ্যা কৰিছে।

  • @digyashbhattacharyya6363
    @digyashbhattacharyya6363 7 часов назад

    মিছা কথা ।

  • @rupprasad4861
    @rupprasad4861 12 часов назад +1

    Behalir ki bidha,ki dekasam ki bacha sabei jayanta Borak bisari aasil.jayanta Bora jindabad

  • @munindrakhataniar1165
    @munindrakhataniar1165 12 часов назад

    Most important video, fantastic

  • @sahidurrahman1576
    @sahidurrahman1576 10 часов назад

    Oh sir modi kun hoy pise ,laj loga nai ne apunar gourav Gogoi bikhoye je alusona korisa je

  • @dumahusoroniya6691
    @dumahusoroniya6691 7 часов назад

    বিজেপি ৫। খোন আখনত জয় লাভ কৰিব নিশ্চিত। বিজেপি জিন্দাবাদ

  • @rupprasad4861
    @rupprasad4861 13 часов назад +1

    Behali raije Uttar dibo.

  • @AliAhmed-t4w2i
    @AliAhmed-t4w2i 11 часов назад

    Vupen Da bohut kosto hoyca gom picu.aponi agon val manu

  • @srigunajitsharma8282
    @srigunajitsharma8282 4 часа назад

    Gourab gogoik mokkel bore cm hb buli bhabe .rokibul aru Gourab gogoi akol Congress buli bhabise neki ,

  • @palasdutta3841
    @palasdutta3841 12 часов назад

    Nice reporting sir

  • @abanidas6895
    @abanidas6895 12 часов назад

    ❤❤❤❤❤

  • @DabRaba-b5u
    @DabRaba-b5u 13 часов назад

    Congress.. Raj. Family. Right

  • @anshuaiims
    @anshuaiims 3 часа назад

    apuni gaurav gogoi pasot a lagi thakok🤣 baki aku nedekhe bjp r kune ki korise ki nai kora.. cheap mentality

  • @rikibrajkhowa
    @rikibrajkhowa 12 часов назад

    Smart mitar logaise ahok mur ghr behali sai jbo hi bhuyan da

  • @PrasantaPatir-kz3fi
    @PrasantaPatir-kz3fi 6 часов назад

    Atunu apuni bjp joing kra

  • @KAWSARUDDINMAZUMDER
    @KAWSARUDDINMAZUMDER 6 часов назад

    Cm hobo.g.gogi.bupenda.mla.harilo.3.bar

  • @PritomRongpi-zy7mm
    @PritomRongpi-zy7mm 12 часов назад

    Welcome Gourav Gogoi. We are with you

  • @Nabajyoti-c4c
    @Nabajyoti-c4c 13 часов назад +1

    😂Congress

  • @independent4055
    @independent4055 12 часов назад

    😂😂😂😂High Command Party Congress😂😂

  • @sahidurrahman1576
    @sahidurrahman1576 10 часов назад

    Oh sir sabo apunar gu olai jabo

  • @extender231
    @extender231 10 часов назад

    Why this channel don't like royal people....do you want all to be beggars.....like seriously?

  • @s.ploveassam2433
    @s.ploveassam2433 12 часов назад

    Gourav gogoi zindabad

  • @rubisaikia6100
    @rubisaikia6100 5 часов назад

    Atunu Dallal

  • @TheJahanalom
    @TheJahanalom 10 часов назад

    apOni kio eman morom pati ase Bupen borar hoi bjp jikabor karone hoi apni Bj p manuh hoi