ALPHULIA - Ritom Borah & DRIMONZ (ft. Migom Bori) || Official Visualiser ||

Поделиться
HTML-код
  • Опубликовано: 5 фев 2025
  • ALPHULIA - Ritom Borah & DRIMONZ (ft. Migom Bori) || Official Visualiser ||
    Credits-
    ♫ Song : ALPHULIA
    ♫ Vocal & Composition : Ritom Borah
    ♫ Music : DRIMONZ
    ♫ Flute : Ritom Borah
    🔈 stroke: Hirak jyoti sharma
    ♫ Mix & Master : Migom Bori
    Connect with the Artists-
    Ritom Borah :
    ...
    DRIMONZ :
    ...
    Migom Bori :
    ...
    ALPHULIA Lyrics :
    চামেলী নে চম্পাৱতী কৰেনো মোহিনী
    বিচাৰিলে দিবা জানো কোমল হিয়াখনি
    সৰগৰে পৰী তুমি পদুম কোঁৱৰী
    সপোনতো বাৰে বাৰে কৰা আমনি
    আলফুলীয়া কপৌপাহি
    কোনে বাৰু দিলেহি খোপাতে গুজি
    কোনে বাৰু আনি দিলে মুগাৰ চোলাটি
    মন পগলা হ'ল মিচিকি হাঁহিত
    আলসুৱা বুকুতে সোমালা আহি
    নোৱাৰো থাকিব জানা তোমাকে এৰি
    ধেমালি ধেমালিতে পৰিলো প্ৰেমত
    অবুজন মনে তোমাক বিচাৰে কাষত
    তোমাৰ প্ৰেমত পৰি আছো আধা মৰাকৈ
    দিবানে মোক সঁচা মৰম আচুতীয়াকৈ
    হবানে মোৰ সঁচা মৰম চিৰদিনলৈ
    টেতেলী পতীয়া চিৰা খোন্দিছিলা
    কেলৈনো মোক নিদিলা কোৱা
    চকুলৈ নোচোৱা মৰম কি নুবুজা
    কিয়নো মোৰ কলিজা খোৱা
    ৰভা খোটা হেলেকা
    মোৰে বুকুৰ মইনামতী বিয়া হ'বা কেতিয়া
    লাজে লাজে চোৱা দুচকুলে
    হিয়াতে ঠাই দিছা নেকি ?
    মোৰ কলিজাতে থাকিবা আলফুলে
    যাচিবা মৰম প্ৰতিদিনে
    তোমাৰ চকুৰ কাজলে মোৰ টোপনি কাঢ়িছে
    লাহি যৌৱনে মোক পগলা কৰিছে
    চামেলী নে চম্পাৱতী কৰেনো মোহিনী
    বিচাৰিলে দিবা জানো কোমল হিয়াখনি
    সৰগৰে পৰী তুমি পদুম কোঁৱৰী
    সপোনতো বাৰে বাৰে কৰা আমনি
    Special Thanks : Jyoti borah(Maa), Gobin chandra(deuta), Disha hazari, Hareshwar Bori, partha kukil saikiya , lucky borah Bishnu Gogoi, Mrignaka Deuri,Hirainya Das
    #alphulia, #ritomborah, #drimonz,#assamese trending, #Tetelipotiya

Комментарии • 700