@@GaganKrb হয় ,আমি বনাঞ্চলৰ নিচেই কাষত থাকো ,গতিকে আমি আমাৰ লগত হাথিয়াৰ বিলাক ইয়াত নৰাখো ,ইয়াত বহুত কথা আছে তোমালোকে এই বিষয়ে নোবুজিবা।কেতিয়াবা সমস্যা হলে হেড অফিচৰ বিষয়াক খবৰ দিলে তেওঁলোকে লৈ আহে।
@@kiron837 wooooo kokaai val lagise aponar kotha Aponar mongol kamona korilu Jugmo jibon apuni soday sukhi howk mongol howk bongaigaon I love kokai to you
চাকৰি কৰিব মন নাই যদি এৰি দে। বহু খাটি খোৱা লৰা আছে যি চাকৰি এটাৰ কাৰণে কান্দি আছে। ফালটো থামনেল দিয়।
@@biswajitpamegam8299 তোমাৰ কমেন্ট বাবে ধন্যবাদ জনালো
ইমান ভাল লাগিল। নিয়মিত ভিডিঅ' কৰি থাকিব।
@@dhrubajyotibaruah6220 তোমাৰ লৈ অশেষ ধন্যবাদ
6:07 কি চৰাইয়ে মাতিছিলনো পাৰিলে অলপ জনাব বুলি আশা থাকিল দাদা।😊
Bahut badhiya hai sa vidioti
@@HemakantaHatimuria ধন্যবাদ
Anekuwa poribekh muk vaal lage cheita da, moiu huwa hole tat,
ভিডিঅ টি চাই ভাল লগা বুলি জানিব পাৰি ধন্যবাদ জনালো
😅😅😅😅
Moja
Rati daily night duty dilea mukhe di hawa ulai jai😂, dekhibo sob val lageaa
@@bikashchetry3063 হয় নেকি ,ধন্যবাদ ,আহিবা সময় পালে
Xeuji dhoroni dhunia.
Xundor video bonala Kiron .
Take care bondhu.
@@mousumimudoi3749 ধন্যবাদ ডুমডুমা বন সংমণ্ডলৰ অধীনৰ কাকজান বনাঞ্চলৰ
@@mousumimudoi3749 ধন্যবাদ
সুন্দৰ ভাল লাগিল | আপোনাৰ ঘৰ কত হয় কব নেকী
@@krishnagogoi1657 ধন্যবাদ, ডিৰাক গেটৰ ওচৰত
Anekuwa Hewjiya prakitik poribekh majot ❤❤❤❤❤
@@NpAssamVlogs-55 ধন্যবাদ থাকিল তেমাৰ কমেন্ট বাবে
@@kiron837 Welcome
মইয়ো সেউজীয়া প্ৰাকৃতিক দৃশ্য চাই বৰ ভাল পাওঁ ❤
@@NpAssamVlogs-55 ধন্যবাদ
Welcome
Environment related video dea RUclips channel bahut kam ASSAM t..to daki val lagil
তহল দৰাৰ নামত বনাঞ্চলত কি ছলি আছে ৰাইজে বুজিবলৈ কিবা বাকি
@@RakeshRahang-nc8ng কি কৰিম আমি যিমান পাৰো চেষ্টাৰ অব্যাহত ৰাখো।যাৰ প্ৰকৃতিৰ প্ৰতি মৰম আছে সি নিজেই বুজিব।যি নুবুজে ধেৰুৱা মূলা সিজালেও নিসিজে
কি কৰি আছে গছ কাতি আছে😢😢😢
@@akashdas6110 কি কৰিবা জনসাধাৰণক বুজাবহে পাৰি তাতো যদি নামানে উপাই নাই, ৰাতি বিয়লি জংঘলত গৈ গছ দাল সাবটি ধৰি থাকিলেহে হব।তোমাৰ লোকে যদি ফৰেষ্টৰ কৰ্মী হলোহেতেন তেতিয়াহে বুজিলাহেতেন।এই সমস্যা বিলাকৰ কথা।যি কি নহওঁক তোমাৰ কমেন্টৰ বাবে ধন্যবাদ।
Safety ako nai Bhogoban bhorokha anekoi jaay neki amar dekhor TEACNICAL bebochtha akdom pichpora boli kobo lagibo Joy Krishnaguru
@@Mdas1984 কি কবা ,আমি বনাঞ্চলৰ কাষত থাকো হাথিয়াৰ ৰাখিবলৈ ভয় লাগে আজি কালি যুগ যিতুহে ।ৰাতি যদি কোনো পাৰ্টিয়ে আমাৰ পৰা কাৰি লৈ যায় সেইয়ে ভয় লাগে।ভগৱানক নমস্কাৰ কৰিয়েই বনাঞ্চলৰ ভি্তৰত সোমাও আৰু।কৃষ্ণ জয়গুৰু
Moi notun subscriber imn bhal lagise video bur sai❤..
@@mridupabandangoria9592 ধন্যবাদ জনালোঁ ভিডিঅ বিলাক উপভোগ কৰাৰ বাবে।আশা ৰাখিলো ভিডিঅ বিলাক চাই যাব বুলি
Gutei Video tu bhalei lagisil.. Lastor khini he 😅😅😅.. Gom paise saage ki koisu...aagoloi informative video pam buli asha rakhilu. 👍
@@manashgonewild ভিডিঅ বিলাক ভাল লগা বুলি জানিব পাৰি তোমাৰ লৈ বহুত বহুত ধন্যবাদ থাকিল
Dada forest ot ki ki bostu eatable hoi video bonabo
Bor val lagise video tu...Akha koru agoloiu ane video pai thakim...👍
@@Ripunjoy17 ধন্যবাদ
Dihing patkai
@@BipulSonowal-ws5zh নহয় কাকজান টকৌৱনী বনাঞ্চলত ভিডিঅ বনুৱা হয়
Val vedio dise dei agoloi w anekuwa vedio dibo xun ratir vedio dibo dei
@@jinusaikia2652 নিশ্চয় ৰাতি সুবিধা পালে দিম।ভিডিঅ টি চোৱাৰ বাবে ধন্যবাদ থাকিল
Gos kota mechinor mat xunilo jen pao. ..
🔥🔥🔥🔥
ধন্যবাদ দেই
হাথিয়াৰ কিয় নিনিয়ে।বিপদত দৰকাৰ হয়
@@BinodGogoi-us4vs আমাৰ হাতত হাথিয়াৰ নাথাকে আবশ্যক অনুসাৰি হেড অফিচৰ পৰা হাথিয়াৰ পাৰ্টি আহে।ধন্যবাদ থাকিল
Tante sun kiba hole head officer pora manuh ahute sun kiba hoi jabo ge
@@BinodGogoi-us4vs আমি বনাঞ্চলৰ একেবাৰে কাষত থাকো গতিকে তে স্থানত হাথিয়াৰ ৰাতি বিয়লি ৰাখিবলৈ ভয়।আমাৰ এই ঠাই ডোখৰ সিমান সুৰক্ষিত ঠাই নহয়।আবশ্যক অনুসাৰি হেড অফিচৰ পৰা হাথিয়াৰ পাৰ্টি আহে।উপাইও নাই বনাঞ্চলৰ ভি্তৰত গৈতু টহলদাৰী কৰিবৈ লাগিব সেইয়ে ভগৱানক নমস্কাৰ কৰি জংঘলৰ ভিতৰত সোমাই যাওঁ
Uncle আপোনালোকৰ হাতত arms নাই যে, নিব নিদিয়ে নেকি মানে 6 জনৰ এজনৰ লগত হে হাতিয়াৰ দেখিছোঁ Emergency কেনেকৈ hendl কৰিব 😢
@@GaganKrb হয় ,আমি বনাঞ্চলৰ নিচেই কাষত থাকো ,গতিকে আমি আমাৰ লগত হাথিয়াৰ বিলাক ইয়াত নৰাখো ,ইয়াত বহুত কথা আছে তোমালোকে এই বিষয়ে নোবুজিবা।কেতিয়াবা সমস্যা হলে হেড অফিচৰ বিষয়াক খবৰ দিলে তেওঁলোকে লৈ আহে।
Oo atiya he gom palo uncle 🤗
Kokai ami Aru Sakori h bisari powa nai❤❤
@@NabajitDas-d1e মন ভাঙি নিদিবা ভাইটি,Trai Trai Agin, এজনী মকৰাই শূন্যত কেনেকৈ এখন জাল গুঠে দেখিছা নহয়।সি জালখন গুথোতে বাৰে বাৰে তলত সৰি পৰে তথাপিও সি বাৰে বাৰে চেষ্টা কৰি থাকে এটা সময়ত কষ্ট সফল হয় নহয়নে বাৰু? ঘহোতে ঘহোতে শিল ও ক্ষয় যায় ,মনত পৰিছেনে ? চেষ্টাৰ অব্যাহত ৰাখা এদিন নিশ্চয় ফল পাবা।
@@kiron837 wooooo kokaai val lagise aponar kotha
Aponar mongol kamona korilu
Jugmo jibon apuni soday sukhi howk mongol howk
bongaigaon
I love kokai to you
@@NabajitDas-d1e চেষ্টাৰ অসাধ্য নাই, মন ভাঙি নিদিবা Trai Trai Agin এদিন নিশ্চয় ফল পাবা,ধন্যবাদ থাকিল
kun forest dada
@@ayeshaahmed6001 Doomdooma Forest Division Kakojan R/F
আজিৰ প্ৰথম চালোঁ আপোনাৰ ভিদিও চাই ভাল লাগিল কিন্তু
@@RubulMoran-j2q ধন্যবাদ ৰুবুল, চাচক্ৰাইব কৰি ৰাখিবা চেনেলটি
Kath pola machine dekun
Kath fola machine r mat xunisu dekhun
@@Writu-qx7mb চোৱা কেৱল বন বিভাগৰেই যে বনাঞ্চল সমূহৰ দ্বায়িত্ব আছে তেনে নহয়,ৰাইজেও এই বনাঞ্চল খন চকু কান দিব লাগিব।ধন্যবাদ
তাত কাম কৰে যদি পাণ আৰু জালুক গছ লগাব চোন
@@MuhikantaGogoi এবাৰ কিছুমান গছত লগুৱা হৈছিল মানুহৰ পৰা নাথাকে,আনহাতে হাতীয়ে গা ঘহাই
এইখন হাবিত ঢেঁকয়াপতীয়া বাঘ পাইনে...??? আপুনি দেখুওৱা বাঘৰ খোজটো ঢেঁকয়াপতীয়া বাঘৰ নে নাহৰফুটকী বাঘৰ....????
@@suarsuar747 ধন্যবাদ এইটো নাহৰফুটুকী বাঘৰ হয়।আজি ৮\১০ বছৰ এই জংঘলত ঘুৰিছো নহৰফুটুকী বাঘৰ বাহিৰে ঢেঁকীয়াপটীয়া বাঘ দেখা নাই
@@kiron837moi zanat naharfotoki aru ROYAL BANGAL TIGER aka thit nathaka...
লগত বন্দুক নৰখাটো বেয়া
@@dilipmahanta8479 আমি বনাঞ্চলৰ কাষত থাকো গতিকে আমি দুজনে বন্ধুক ৰাখিব নোৱাৰো
😂😂😂 Ani 😂😂😂😂
@@BishwajitBoruah-lq2is ভাল হৈছে নে ,কমেন্ট এটি কৰিব লাগিছিল,ধন্যবাদ জনালো।
Mojja
@@bikashchetry3063 ধন্যবাদ বিকাশ
Mja
@@gohain ধন্যবাদ
hu hu sound to kihr baru?
@@Daku_gamingyt-o6f কিছুমান ঠাইত জালুক লগুৱা হৈছিল মানুহৰ পৰা নাথাকে আন হাতে হাতীয়ে গ ঘহাই। ধন্যবাদ থাকিল
Jungle moi bohut val paw
@@rongdas4456 হয় নেকি,ধন্যবাদ
Kun jega hoi
@@abora2639 কাকজান, ডুমডুমাৰ
Dada moi afpf mts hoi nambrtu pam nki ktha ata asil
@@pranjalbora891 আপোনাৰ কমেন্ট বুজি নাপালো
Apunar nambar diyok sun
@@pranjalbora891 দিচো বাৰু তোমাৰ ঘৰ আৰু চাকৰি কত বাৰু 6901833723
Moja
@@krishnamoran9740 ধন্যবাদ
সুন্দৰ! বনাঞ্চলৰ ভিতৰ ভাগ অতি মনোৰম! কিন্তু বন্যপ্রাণীৰ বিচৰণভূমিত মানুহৰ বিচৰন বৰ কঠিন! সদায় সাবধান হব দাদা!
@@AshokkrPachani নিশ্চয় হয়,বহু সাৱধানতাৰ অৱলম্বন কৰি যাব লগিয়া বাৰু,তথাপিতো ভগৱানৰ আশীষ মূৰত লৈ যাও আৰু
Bagh thoka jegat eneke kio goi ase without saftey?
@@ImBiplav উপায় নাই ককাইদেউ যাবৈতু লাগিব। ধন্যবাদ থাকিল ককাইদেউ
Aponar ghr kot da da
@@bidyutra কাকপথাৰ অঞ্চলৰ অৰুণাচল লোহিত সীমান্তত
@kiron837 aponar video sai val lage aponi guwai jowa mor youtube channel ase parile video bur sabo logte channel tu subscribe kori ralhibo
Kija hobdho hunisu
Bhoot ulai nai tat😅
@@hotshotyt4645 সকলো নো বিতং ভাৱে কত হব যিমান পাৰিছো দাঙি ধৰিছো।ধন্যবাদ
Aibr tu hadhoron ktha. Army t ahok tetiya gm pabo
@@tuturay3404 No tension
Eku eta Kam hadharon nohoi sob kamei tan
@dipakborah5953 হয় নিশ্চয় হয়, ফৰেষ্টৰ চাকৰি দেখিবলৈ সাধাৰণ বুলি ভৱা হয় কিন্ত কৰিলেহে বুজিব কিমান কঠিন
Hati tu 6. 7 bosor he hoise ni
@@pabitraboravawnavlog3397 হয় ককাইদেউ মূখত হথাৎ উলাই গল 9/10 বছৰ হব যন লাগে
Bysi hbo nki
Ogotanugotik video.
Misolia toi video ending ot hate dakhisa
@@pitomgogoi7824 তোমাৰ কমেন্ট বাবে ধন্যবাদ
Pagl ni toht sudir bhai past marib hatiye kbi aal bal
@@Ujjalkonwar-t8o ধন্যবাদ তেনে কমেন্ট দিয়াৰ বাবে