Devi buli matisilu. ( দেৱী বুলি মাতিছিলোঁ )
HTML-код
- Опубликовано: 11 дек 2024
- Devi buli matisilu.
দেৱী বুলি মাতিছিলোঁ ।
An Assamese modern song by Monjumala Sharma.
কণ্ঠশিল্পী - মঞ্জুমালা শৰ্মা ।
গীতিকাৰ - দ্বীজেন্দ্ৰ মোহন শৰ্মা ।
সুৰকাৰ - দ্বীজেন্দ্ৰ মোহন শৰ্মা ।
{ Note : - The image of the lady used in this video is of the singer, Monjumala Sharma.}
শুনিলেই হৃদয় শাত পৰি যায়!!অনাতাৰ শিল্পী মঞ্জুমালা ফুকনৰ গীত মোৰ খুবেই প্ৰিয়!! বহুদিনৰ আগতেই শুনা গীত এতিয়াও নতুন হৈয়ে আছে!! অতি সুন্দৰ কন্ঠত সুন্দৰ পৰিবেশন!!!!
সচাই এনেধৰণৰ গীতৰ আদৰেই বেলেগে।
মঞ্জুমালা বাইদেউৰ গীত তাহানিৰ ৰেডিঅ'তে শুনা । ইমান ভাল লাগে। নেপাহৰো বুলিও পাহৰা এই গীতসমূহ সংগ্ৰহ কৰি ৰাইজলৈ উপহাৰ দিয়াৰ বাবে প্ৰবীণা বাইদেউলৈ অশেষ ধন্যবাদ থাকিল।
মতামতৰ বাবে আপোনাকো অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
Jai Durga maa 🙏🙏🙏
Manjumala Sarma is one of good singer of Assamese music culture who is singing lovely song written by Dijendramohan Samah it is lovely for all listeners
বহুত বিচাৰি আছিলোঁ এই গীতটি,অৱশেষত পালোঁ দেই,সৰুতে মই দুৰ্গা পূজাৰ সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানত এই গীতটি পৰিবেশন কৰিছিলোঁ আৰু বহুত ভাল লাগে গীতটি ❤❤❤
প্ৰখ্যাত গীতিকাৰ দ্বিজেন্দ্ৰ মোহন শৰ্মা দেৱৰ কথাৰে, দৰদী শিল্পী মঞ্জুমালা শৰ্মা বাইদেউৰ গীতটিয়ে হীয়া চুই গ'ল। তেখেতৰ গায়কী অতি উচ্চ মানদণ্ডৰ। তেখেতৰ বেছিভাগ গীতেই শ্ৰোতাৰ অতি প্ৰিয়। এনে এটি চিৰসেউজ গীত আপলোড কৰা বাবে আপোনালৈ আন্তৰিক শ্ৰদ্ধা ও প্ৰণাম জনাইছোঁ।
আপোনাৰ মতামতৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
Thank you so much for uploading this beautiful song...shared on my fb timeline
OK.
বহু দিনৰ মূৰত গীতটি শুনি বৰ সুখী হলোঁ৷
অশেষ ধন্যবাদ থাকিল ।
These are songs very nice
Nice 👌
Thank you so much.
Nice
Thank you so much.
বিচাৰি বিচাৰি পালোঁ দেই গীতটি।
আই মাতৃ গোসাঁনী দুৰ্গতি নাখিনী গীতটি দিবচোন
ধন্যবাদ থাকিল ।
চিৰসেউজ গীত।
মঞ্জূমালা শৰ্মাৰ 'ঠিকনা মোৰ বিচাৰিবা ফাগুনৰ সৰা পাতত আৰু সুধিবা শাৰদী পূৱাৰ তল সৰা বকুলক' গীতটি বহু বিচাৰিও পোৱা নাই। আপোনাৰ যোগেদি পাম বুলি আশা ৰাখিলোঁ।
6:00 6:00
চিৰ সেউজ গীত,আমনি নালাগে।
আপুনি ঠিকেই কৈছে । অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।