▶️ভৱিষ্যতে কোন দলত যোগ দিব জুবিনে? ▶️হিমন্ত বিশ্ব শৰ্মাক কিয় ভাল পাই জুবিনে? ▶️আজমলৰ সৈতে জুবিনে কি কথা পাতে বিমানত? ▶️পৰেশ বৰুৱাই কি কৰাটো বিচাৰে জুবিনে?
Himotor samsa...1st time negative❎... , ulfa k loi Zubeen garga comment nokorai... Bhal. , BJP, Congress r... Kotha kio nokoi...? ULFA is an organization... , ULFAr bikhoiu nokobo...!(destructive montoibo nokoribo...).
জুবিন গাৰ্গে কোনো দলতেই যোগ নিদিয়াটোৱেই ভাল বুলি মই ভাৱো কিয়নো ৰাজনীতিত আহিলে মানুহে তেওঁক বেয়া পাব । কেতিয়াবা শাসকীয় দলৰ চৰকাৰৰ গুণ-গান গোৱা দেখিলে আমাৰো বহুত দুঃখ লাগে ।
জুবিনৰ আচৰণ সছাকৈ বৰ মৰম লগা । জে.বি.ৰ দিনবোৰ মনত পৰে । একেই হৈ আছা জুবিন ।
আপোনালোক সংৱাদ সেৱী তথা সংৱাদ মাধ্যমৰ মানুহমখাই অসমত অলপ জনপ্ৰিয় হলেই উচ্ছতাই ৰাইজে বিছাৰিছে বুলি কৈ চিধাই ৰাজনিতীলৈ আহিবনে ? কোনদলত যোগ দিব ? কোনদলত হৈ প্ৰচাৰ চলাব ? এইবোৰ কিয় সোধে ? আপোনালোৰ ৰাজনিতীক লৈ আপোনালোকৰ কিবা বেমাৰ আছেনেকি ? জুৱীন ৰ্গাগ তুমি নাহিবা ?এইবোৰ বৰ লেতেৰা । কৰ্দয্য ।ফাকিৰ একোটা গড়াল ।
দাদাই কেলা বুলি কলেও শুনি থাকিব মন যায়😍🥰
এজন শিল্পী ৰাজনীতিলৈ গ’লে তেওঁৰ আদৰ কমে৷ গতিকে, দাদা শিল্পী হৈ থাকক৷ ৰাজনীতি কৰিব নালাগে৷
মানুহজনে এনেই গুনগুনাই দিলেও গান হৈ যায়
ba bos one kah kije gun
🙏___জয় জুবিন দা___❤ 🥰
জুবিন গাৰ্গ👍👍👍👍👍👍👍
সময়ে মানুহক শিক্ষা দি আহে । আমাৰ অসমত যিমান বিলাক জাতীয় আন্দোলন হল তাৰ কোনো অৰ্থ নাই বুলি কব নোৱাৰো । ভাৱ হয় পৰিচলনা কৰি নিয়াত সফল নহল । কাৰন আমাৰ সমাজত নেতাৰ পয়োভয় বেছি মাত্ৰাত বৃদ্ধি পালে । যাৰ ফলত চিপৰাং মৰা কাৰ্য্যই একতাৰ দোল ভাঙি চুৰমাৰ কৰিলে । গুৰু গোঁসাই নমনা হল । পৰিনতিত ___________
Zubeen da dore kono hobo nuware i love you zubeen da😘😘😘😘😘😘😘😘😘😘
Kono hobo noro do. Kobo nologo bolog koi
@@নয়নজ্যোতি umm
Anupam da Zubeen da Tumi Kole Alop beya dekhai.. He is Legend
onupam ata sudmarani hoi...borkothiya hoi
onupam ata sudmarani hoi...borkothiya hoi
Jubin da kunu poltics party join koribo nalge vut diba enekoi mornr tumi
এনেকৈ কথা সুধিলে লাইভ ভিদিঅ বোৰ ছাবলৈ ভাল লাগে
জয় জুবিন দা ❤️
Xundar Zubeen da.
Zubeen daa r maat ru uuufffff ❣️
Kela zubeen daa tuk bohut val pau be... I love you ❤zubeen daa.. Joy aai axom
Jubeen da best ❤️❤️❤️ singar
Zubeen garg... ❤❤❤❤❤❤❤❤❤
ৰাজনিতি নকৰিলে ভাল হয় ককাইদেউ
Zubeen da ..vs...cm..wine...zubeen da♥️♥️♥️
আপুনি আমাৰ বাবে ভগৱান 🙏♥️
Love you Zubin da❤️❤️❤️❤️
Khundor zubeen da
Joi zubeen da🥰🥰
Joy zg da 🙏
Yes.
Mohd. Rafi r gaan zubeen r konthot . Ai2 besi vl tag line acile politics ba party t r tag t koi
প্ৰফুল্ল কুমাৰ মহন্তৰ লগত কিয় ভাল? কি স্বাৰ্থ আছে? তেওঁ ৰাজনীতিত আটাইতকৈ লেতেৰা মানুহ আছিল। আপুনি গান গোৱা মানুহ গান গাই যাওঁক।
Tur ki hol
Eiya hol perfect interview luwa
Zubeen da rock
Love u zubeen da
aaponi political side ot amak ari najabo jubin da,
Love u Zubben daa all time
Zubeen Garg jr Sarkar hoi tare manuh...
Zubeen da himonta mama nimokh khabloi gole bea pam ako
Lovely voice 🔥🔥
Ai2 song apuniyo maribo lage Zubeen da
Lord of Assam ❤️❤️🙏
❤️❤️
Gotai keita khondo playlist ot dibo.
Uff pagol hoi jam de❤️❤️❤️
😊👍
শিল্পি শিল্পি হৈ থাকিবলে দিয়ক
Vl lgaise xuni apunar kanthot
Zubeen da❤️
Public place t tmi nkoi aponi koi..caa khn drama asil
Thank you very much for your nice and fàntastic video .
With lots of love and regards ,
Jayantàda ,
15/5/2022
Jai zubeen da 🤟
Fullk deok ....video 2
Lord 🙏❤️❤️❤️❤️
Rajniti nokoribo zubeen
🤗
❤️❤️👌👌
Tumi koi j aponaloke.... Behave najane ne ann kiba... Aito personal talk tunohoi ata tv talkshow hoi...
Þ4
jadu zubin jadu
জুবিন CM হলে অগ্ৰং বগ্ৰং পখৰা কাপোৰ আৰু মতা মানুহেও কানফুলি পিন্ধব লাগিব নেকি???
Tur baper r mur tu
Tok akdom jagat pindhai dim tntion lob nalage !! Balor kotha kob aha
@@arupdeka942 অধমক ভাষা শিকাই লাভ নাই....নৰাধম....
Hat mari ghume thk xtt toi
@@harishkalita3479 bainerer lalak?
Dada 🔥🔥kobo lageni aru
Sob ake loge diok
Zubeen
Is
A
Secular
Person
Good
Himotor samsa...1st time negative❎... , ulfa k loi Zubeen garga comment nokorai... Bhal. , BJP, Congress r... Kotha kio nokoi...? ULFA is an organization... , ULFAr bikhoiu nokobo...!(destructive montoibo nokoribo...).
Tohotor aru kotha nai kela
Politician Kam ni ❌
Arijit singh lage ai tuk nalage
Eitu kun goru.. Zubeen Da k aneke nkobi ..❤️
Ki kowa he🤣🤣🤣🤣🤣
Tor Arjit r baapek hoi zubeen daa
ভান্ড
❤❤❤