Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
নীল দা আৰু পাপৰি বাইদেউৰ গীতবোৰ মজা লাগে।
বহুত ধুনীয়া হৈছে। ভাল লাগিল চাই। বিশেষকৈ জেৰিণা বৰুৱা বাৰ অভিনয় মন পৰশা হৈছে। কহিনুৰ থিয়েটাৰ বহুত ভাল হওঁক।
বহুত ধুনীয়া ৰূপান্তৰিত গান। অভিনেত্ৰী জেৰিণা বৰুৱাৰ অভিনয়ত আৰু বেছি ভাল লাগিল।
থিয়েটাৰ গান বোৰত দিক্ষু আৰু তৰালী বাৰ কন্ঠ হ'লে বেছি ভাল লাগে আৰু পলাশ গগৈ বা অহিৰ দাৰ সংগীত ব্যৱস্থাপনা বেছি ভাল লাগে
aii gan tu tumr kiba beya lagise niki mur kintu vl lagise aro xuna zubeen dar nisina kuno gabo nuware buji pala
Zubeen daar xoman kune o gabo nuware
@@simanta8047 আপোনিও এটা কথা ভালদৰে বুজি লওঁক জুবিন মানেই সকলো নহয় আৰু আপোনি কাৰোৱাক ভাল পাই আপোনৰ কথা সেই বুলি আমিওঁ যে ভাল পাৱ লাগিৱ কি কথা
Zubeen r hight 💀💀
media.tenor.com/ivAZZULM2pkAAAAM/ayushkiprinci-ap.gifmedia.tenor.com/XWMBFqVpv4EAAAAM/sanbalentin.gifmedia.tenor.com/ex0tn4OsrqwAAAAM/priya-asim.gif
Wow সচাঁকৈ সুন্দৰ সংগীত। লগতে নৃত্য তথা অভিনয় জেৰিণা বা মৰম তোমালৈ❤️❤️❤️😍😍😍😍😍
বহুত ভাল লাগিল জেৰিনা বা সদায়েই প্ৰিয় মোৰ...❤
Khoub val hoise....@jerina baa and entire teamloi morom jasilu💞
বৰ ধুনীয়া লাগিছে অসমীয়া আৰু নেপালী গানৰ মিক্চ্
dhunia hoise❣❣❣
ধুনীয়া লাগিছে দেই
হৃদয়ত লিখা গানত আছে তোমাৰ নাম,আপোন কৰি তোমাক পালে হিয়া উজাৰি গাম।জাগি জাগি সপোন দেখোঁ সপোনৰ মাজত তুমিতোমাৰ অৱিহনে জীৱনটো হব যন্ত্ৰণাৰ মৰুভূমিদুখৰ মাজতো সুখ পাম থাকিলে তুমি কাষত,কষ্টৰ পাহাৰ বগাই যাম ধৰি তোমাৰ হাতত।আহিলে আহিব হাজাৰ ধুমুহা তথাপিও এৰি নিদিম হাত সুখ দুখত পাৰ হম দুজনে জীৱনৰ দীঘলীয়া বাট ধুমুহাৰ পিছতো দেখোঁ যদি তোমাৰ মুখত হাঁহি,পাহৰি যাম সকলো দুখ বজাই সুখৰ বাঁহী৷৷তোমাক মৰমেৰে চাবলৈতোমাক মৰমেৰে মাতিবলৈ এখন হৃদয় আছেয'ত তুমি জিৰণি ল'ব পাৰা বিষাদৰ প্ৰতিটো নিশাত,তোমাক আপোন বুলি ভবা তোমাৰ নিজৰ কৰি ল'ব খোজা এখন হৃদয় আছে য'ত প্ৰাণখুলি হাঁহিব পাৰাজোনাকেৰে ভৰা প্ৰতিটো সন্ধিয়াত।Poem to - জেৰিণা বৰুৱা❤❤❤
সুন্দৰ ❤
ভাল লাগিল মনি বা (জেৰিনা) ❤
বৰ সুন্দৰ ❤❤
নবস্তি বজাৰ খেল পথাৰত ১৭,১৮ আৰু১৯ অক্টোবৰ কহিনুৰ থিয়েটাৰ মতিছে | নিশ্চয় যাম | ❤❤❤
Bah bah neel daai aji kali proti khon theatere gaan gai
Bohut val lagil jerina baa❤❤❤❤
Bohut khub,......,👌👍
Kohinoor Theatre’s Beautiful romantic song
Dhuniya hoise
জেৰিণা জুই❤❤❤
Rishab dada👍👍👍👍❤❤❤❤❤❤🎉🎉🎉
Awesome 👍🏻👍🏻❤❤❤
Bohut duniya Moni baa(jerina baa)🔥❤️🌹🔥
Neel akash Dak val puwa hokol kiman ase saw❤
Bohut bhal lagil❤❤❤❤❤❤❤❤❤
অভিনয় সুন্দৰ:::
beautiful SONG NEPALI WITH ASSMESA lyrics Dhuniya lagise song love from nepal🇳🇵🇳🇵🇳🇵🇳🇵🇳🇵🇳🇵🇳🇵🇳🇵🇳🇵🇳🇵🇳🇵
Oh really u right
Love from karbi anglong🥰❤🤝
Very very beautiful song by Jerina Boruah. May you be happy in every moment of life sister.
Nice ❤❤❤
Kanak Hero LIVE Puja ✍️🙏👍
Nice song
Bohut duniya lagese neel dar get ❤❤❤❤❤
অভিনন্দন (Jerina Boruah) মনি বা ❤️🥹আমাৰ গৌৰৱ হৈ এনেকৈয়ে জিকিলি থাকা সদায় তুমি জনী❤️❤️উৰি যোৱা দূৰ দিগন্তলৈ সকলোৰে এসাগৰ মৰম বুটলি যোৱা ,দেউকা মেলি দিয়া ,পখিলা জনী হৈ উৰি ফুৰা দেশৰ চুকে কোনে ,ভাল লগা হৈয়ে ৰৈ যোৱা, মৰমৰ হৈ থাকি যোৱা কলিজাৰ কুহে কুহে ,তোমাক এনেকৈ দেখাৰো এক মনৰ এক প্ৰশান্তি ।ভালে থাকা বা তুমি আৰু বহু দূৰ আগুৱাই যোৱা, তাৰেই প্ৰাৰ্থনা ভগবানৰ ওচৰত 🕉️📿🙏
Bor bhl lagil huni hundor jerina acting hasakoi mon sui gol
Borhia gaan ❤
My assames new song❤❤❤❤
Dhuniya
❤❤❤❤ Lovly
সুন্দৰ গীত আৰু পৰিবেশন
Dhunia lagise ❤😍
Very nice song ❤❤❤
Mising gaan gai sabo pura dhunia lagibo
Mojja❤❤❤❤tmm
My best singer neel da
Jerina comment tu saba dei, bhal lagil video tu sai❤❤❤❤
Nepali line aru ebar man val hol hoi sage😮
🔥🔥 jerina ( moni baa) ❤️
Very nice ❤❤❤
Axomiya n Nepali lyrics Combo ,❤🔥❤🔥❤🔥❤🔥
Very nice 👍❤
🎉❤❤
Very nice so beautiful ❤❤
My forevoit nell akash ❤❤❤
Beautiful
Nice song ❤❤
New varsn moja
Baa❤❤
Nice song ❤
Nice neel akash sing ❤❤❤
Jerina val hoise
Har har Mahadev ❤❤❤
Jubeen da r gaan lge
Super Song
Beautiful song❤
Very nice song
❤ From bongaigaon ❤
Super songs
😮😮
Wow ❤❤❤
Kohinoor ❤
মজাঞ
Wow super sang
Mojjjjjj❤❤❤
My favourite song ❤❤❤❤❤❤❤☺️☺️☺️
MOZZZA
Very nice ❤❤❤❤❤❤❤
Nice
Vary nice
Varry nice songs
❤❤❤❤
Niiiice song 🎉❤
🎉🎉
Wonderfull song
Nice 👍🇮🇳🇮🇳🇮🇳
Neel Da fans like my comment ❤
🐚🐚🐚🐚🐚🐚🐚🐚🐚
Im imagine 😌 Zubeen dar voice t kenekua lgibo huni .
Nice 👍
Woww 🤎👏🏻👏🏻
❤
❤❤❤🎉
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Zubeen dar bemar hoise karone neel a theater gan gaboloi paise
Kuch bhi😂
Cry hard 😂
Choreography tu vaal nohol
Rishabh sarma dada💥💥💥
Kiba gantu logot videotu mela nai gota lagil
Sowalir acting bhal howa nai
$40.00
নীল দা আৰু পাপৰি বাইদেউৰ গীতবোৰ মজা লাগে।
বহুত ধুনীয়া হৈছে। ভাল লাগিল চাই। বিশেষকৈ জেৰিণা বৰুৱা বাৰ অভিনয় মন পৰশা হৈছে। কহিনুৰ থিয়েটাৰ বহুত ভাল হওঁক।
বহুত ধুনীয়া ৰূপান্তৰিত গান। অভিনেত্ৰী জেৰিণা বৰুৱাৰ অভিনয়ত আৰু বেছি ভাল লাগিল।
থিয়েটাৰ গান বোৰত দিক্ষু আৰু তৰালী বাৰ কন্ঠ হ'লে বেছি ভাল লাগে আৰু পলাশ গগৈ বা অহিৰ দাৰ সংগীত ব্যৱস্থাপনা বেছি ভাল লাগে
aii gan tu tumr kiba beya lagise niki mur kintu vl lagise aro xuna zubeen dar nisina kuno gabo nuware buji pala
Zubeen daar xoman kune o gabo nuware
@@simanta8047 আপোনিও এটা কথা ভালদৰে বুজি লওঁক জুবিন মানেই সকলো নহয় আৰু আপোনি কাৰোৱাক ভাল পাই আপোনৰ কথা সেই বুলি আমিওঁ যে ভাল পাৱ লাগিৱ কি কথা
Zubeen r hight 💀💀
media.tenor.com/ivAZZULM2pkAAAAM/ayushkiprinci-ap.gifmedia.tenor.com/XWMBFqVpv4EAAAAM/sanbalentin.gifmedia.tenor.com/ex0tn4OsrqwAAAAM/priya-asim.gif
Wow সচাঁকৈ সুন্দৰ সংগীত। লগতে নৃত্য তথা অভিনয় জেৰিণা বা মৰম তোমালৈ❤️❤️❤️😍😍😍😍😍
বহুত ভাল লাগিল জেৰিনা বা সদায়েই প্ৰিয় মোৰ...❤
Khoub val hoise....@jerina baa and entire teamloi morom jasilu💞
বৰ ধুনীয়া লাগিছে অসমীয়া আৰু নেপালী গানৰ মিক্চ্
dhunia hoise❣❣❣
ধুনীয়া লাগিছে দেই
হৃদয়ত লিখা গানত আছে তোমাৰ নাম,
আপোন কৰি তোমাক পালে হিয়া উজাৰি গাম।
জাগি জাগি সপোন দেখোঁ সপোনৰ মাজত তুমি
তোমাৰ অৱিহনে জীৱনটো হব যন্ত্ৰণাৰ মৰুভূমি
দুখৰ মাজতো সুখ পাম থাকিলে তুমি কাষত,
কষ্টৰ পাহাৰ বগাই যাম ধৰি তোমাৰ হাতত।
আহিলে আহিব হাজাৰ ধুমুহা তথাপিও এৰি নিদিম হাত
সুখ দুখত পাৰ হম দুজনে জীৱনৰ দীঘলীয়া বাট
ধুমুহাৰ পিছতো দেখোঁ যদি তোমাৰ মুখত হাঁহি,
পাহৰি যাম সকলো দুখ বজাই সুখৰ বাঁহী৷৷
তোমাক মৰমেৰে চাবলৈ
তোমাক মৰমেৰে মাতিবলৈ এখন হৃদয় আছে
য'ত তুমি জিৰণি ল'ব পাৰা বিষাদৰ প্ৰতিটো নিশাত,
তোমাক আপোন বুলি ভবা তোমাৰ নিজৰ কৰি ল'ব খোজা এখন হৃদয় আছে য'ত প্ৰাণখুলি হাঁহিব পাৰা
জোনাকেৰে ভৰা প্ৰতিটো সন্ধিয়াত।
Poem to - জেৰিণা বৰুৱা❤❤❤