Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
বঢ়িয়া লাগিল।
ধন্যবাদ।
Dada cocopith panit dhoi rodat hukuabo lage neki please jonabo
হয়....
Dada local jolokiya puli ki mahot posai puli bonam
নৱেম্বৰ মাহৰ পৰা পুলি বনালে ভাল হয়।
সুন্দৰ
দাদা এতিয়া ভোট জলকীয়া গুটি পচালে কেনে হব,,, বস্তাত পুলি বোৰ ৰোপন কৰিম যিহেতু বাৰিষা বতৰত পুলি বোৰ ৰোপন কৰিবলৈ হব
এতিয়া উচিত সময় নহব আপুনি অহা বছৰৰ বাবে আগতীয়াকৈ প্লানিং কৰক আগষ্ট মাহৰ পৰা গুটি সংগহ কৰি পুলি প্ৰস্তুত কৰিলে ভাল হয়।
Satling tray tu kot Pam dada kobone plz
Online order কৰিব পাৰে।seedling tray বুলি চাব।
Hi
Hlw
চেষ্টা কৰি চাব লাগিব, ভাল লাগিল।
নিশ্চয় উপকৃত হব।
কওঁতে ভুল হৈছে- আধা ক'কপিত আধা কেঁচুসাৰ ।
ধন্যবাদ আপোনালৈ।কেতিয়াবা কওঁতে অলপ ভুল হল ।
বহুতে ভাল লাগিল। ধুনীয়াকৈ দেখুৱাইছে , বুজাই দিছে ।
ধন্যবাদ আপোনালৈ।
Dada ai plate akhonot kiman dam jonabo
50 rupees per plate
রঙা লাউ কেনেকে বিবহার করা হয়
কি কলে ভালকৈ বুজি নাপালোঁ।
Dada nursery tery keneka odar kore mk lagisil
Online amazon ত চাই লব..
Dada ! Seed pam nki apner tate?
পাব।
Okay...
Kiman k price dise? Details jonabo nki?
Nomskar sir.uripok maribolui ki medicine bebohar korile bhal hobo.
মাটি চপাওঁতে যদি ফুৰদন ব্যৱ্হাৰ কৰে তেন্তে উঁই পোকৰ পৰা ৰক্ষা পাব।নহলে গুৰিৰ চাৰিওফালে ৰিং কৰি দিব লাগিব।
Nursery Tray বোৰ কৰ পৰা কিনিছে?
amzn.to/3AKCvRXLink দিয়া আছে ক্লিক কৰি চাই লওক।
Very nice sir
Thank you।
कूकपित नहले पूलहबने
Aitu padhatit cocopit lagiboi।
आमार इयात नापाइजेगबर दिले हबने
👌
Guti bojarot kinibo pai nki
ফল কিনি আনি গুটি উলিয়াই লব পাৰে।
Dada bhut jolokiya r guti kot poya jabo
Nice one yaar puli bur bhaal hois
হয় নেকি।ধন্যবাদ আপোনালৈ।
Dada seedling tray aru cocopeat kot pam Biswnath t?
Online আনিব লাগে..cocopit পাব পাৰে কিন্তু ট্ৰে নাপাই।
দাদা মই seedling tray t ভোট জলকীয়া গুটি পছোৱা আজি ৬ দিন হৈছে নাই ওলোৱা কিয় please reply দিব বুলি আশা ৰাখিলোঁ
দাদা vermicompost ৫০% আৰু কেচুসাৰ৫০% মানে দুয়োটা একে নহয় নেকি আপোনাৰ মতে।
একেই হয় কেতিয়াবা কোৱা সময়ত অলপ উলট পালত হয়।আঙুলিয়াই দিয়াৰ বাবে অশেষ ধন্যবাদ।
কোন মাহত গুটি সিচিব লাগে
এতিয়াৰ পৰা গুটি খিছিবো পাৰে আৰু এমাহ পিছত লগাব পাৰে।
দাদা অমিতা সেতিৰ বিষযে ভিদিঅ এটা বানাব চোন
চেষ্টা কৰিম বাৰু।
জলকীয়া পুলিত পোক লাগিছে কি ঔষধ দিব পাৰি আৰু কিমান পৰিমান দিব পাৰি
ৰোগ বহু ধৰণৰ থাকে।কবলৈ অসুবিধা হব নজনাকৈ।
Tq dada
Welcome।
Kiman din man pasot lage
যদি ভাল দৰে চোৱা চিতা কৰে ২ মাহত ফুল ধৰে। নহলে সময় বেছি লাগে
Boss🙏 Ata kotha, moi jadi ai kheti karo market kot aaru ketiya puwa jai, moi vdo ata saisilo 150₹ Per kg, kothato real ne???? ¿??.
Ronga lahu keneke bivohar kore
দাদা গুটিবোৰ উলিয়াই কিমান দিন ৰদত পাৰি?
2,3 দিন মান থলে হব যদি ৰদ বেছিকৈ দিয়ে 2 দিনত হৈ যায়।
মোৰ পুলিবোৰৰ aag বোৰ নোহোৱা হৈ গৈছে। কি কৰিব লাগিব।
Dada mok votjolokiyar guti lage kenekoi pam
Bodhiya! Vdo bonaai jauk!😍
Do you still have the seed for selling?
Moi roi silo ki khar dib lage
কেঁচু সাৰ গোবৰ সাৰ যিকোনো সাৰ ব্যৱ্হাৰ কৰিলে হল।গছৰ বৃদ্ধি অনুসৰি সাৰ দিব লাগে।সাৰ দিয়া video আছে চাই লব যোৱাবাৰ দিয়া।
Name ki 😂
Sir Mujhe aspka mobile number Chanute bat karnekeliye
9957717856
Dada puli lagile contact karibo parim na mane akhan mini fram banabo essa asay lock down buliii bt help Karibo sñn
দাদা পচনসাৰ বনাইছিলো কিন্তু সাৰ খিনিত উই পোক আৰু ৰঙা পৰুৱা ধৰিছে বাবে ব্যৱহাৰ কৰিব পৰা নাই কি কৰিলে এই পোকবোৰ নাইকিয়া হব জনাবছোন ।
উলিয়াই ৰদত মেলি দিয়ক আৰু মাজে মাজে তল উপৰ কৰি দিব। দুদিন মান তেনে কৰক গুচি যাব।
medicine nedileo hb nki
Puli pam neki ????rate kiman hoi
পাব।পুলি চাই দাম হব।
Dada apunar no2 dibone
ব্যৱসায়িক ভিত্তিত বহুত বেছি পুলি এই পদ্ধতিতি উৎপাদন কৰিব পাৰি নিশ্চয় ৷ অনুগ্ৰহ কৰি জনাব ৷
পাৰিব।nursery বোৰে এনেদৰে পুলি প্ৰস্তুত কৰি আছে।
অশেষ ধন্যবাদ ৷
Dada apunar contact no Tu dibo sun
দাদা vermi compost আৰু coco peat ৰ সলনি এই product বিধ বিবহাৰ কৰিলে হবনে যত আছে - coco peat Vermi compost neem cace powder organic cow dung dry manure Epsom Salt/magnesian sulfate মানে, এই product বিধ একেই কিন্তু mix ইয়াৰ দ্বাৰা যিকোনো পুলি প্ৰস্তুত কৰিব পাৰিম নে ?আৰু nursery tray ৰ সলনি পলিঠিনৰ গিলাজত হব নে ?
পুলি প্ৰস্তুত কৰোঁতে এইটো দিব নালাগে এইটো ৰোপন কৰা সময়ত ব্যৱহাৰ কৰিলে সুফল পাব।
বঢ়িয়া লাগিল।
ধন্যবাদ।
Dada cocopith panit dhoi rodat hukuabo lage neki please jonabo
হয়....
Dada local jolokiya puli ki mahot posai puli bonam
নৱেম্বৰ মাহৰ পৰা পুলি বনালে ভাল হয়।
সুন্দৰ
দাদা এতিয়া ভোট জলকীয়া গুটি পচালে কেনে হব,,, বস্তাত পুলি বোৰ ৰোপন কৰিম যিহেতু বাৰিষা বতৰত পুলি বোৰ ৰোপন কৰিবলৈ হব
এতিয়া উচিত সময় নহব আপুনি অহা বছৰৰ বাবে আগতীয়াকৈ প্লানিং কৰক আগষ্ট মাহৰ পৰা গুটি সংগহ কৰি পুলি প্ৰস্তুত কৰিলে ভাল হয়।
Satling tray tu kot Pam dada kobone plz
Online order কৰিব পাৰে।seedling tray বুলি চাব।
Hi
Hlw
চেষ্টা কৰি চাব লাগিব, ভাল লাগিল।
নিশ্চয় উপকৃত হব।
কওঁতে ভুল হৈছে- আধা ক'কপিত আধা কেঁচুসাৰ ।
ধন্যবাদ আপোনালৈ।কেতিয়াবা কওঁতে অলপ ভুল হল ।
বহুতে ভাল লাগিল। ধুনীয়াকৈ দেখুৱাইছে , বুজাই দিছে ।
ধন্যবাদ আপোনালৈ।
Dada ai plate akhonot kiman dam jonabo
50 rupees per plate
রঙা লাউ কেনেকে বিবহার করা হয়
কি কলে ভালকৈ বুজি নাপালোঁ।
Dada nursery tery keneka odar kore mk lagisil
Online amazon ত চাই লব..
Dada ! Seed pam nki apner tate?
পাব।
Okay...
Kiman k price dise? Details jonabo nki?
Nomskar sir.uripok maribolui ki medicine bebohar korile bhal hobo.
মাটি চপাওঁতে যদি ফুৰদন ব্যৱ্হাৰ কৰে তেন্তে উঁই পোকৰ পৰা ৰক্ষা পাব।নহলে গুৰিৰ চাৰিওফালে ৰিং কৰি দিব লাগিব।
Nursery Tray বোৰ কৰ পৰা কিনিছে?
amzn.to/3AKCvRX
Link দিয়া আছে ক্লিক কৰি চাই লওক।
Very nice sir
Thank you।
कूकपित नहले पूलहबने
Aitu padhatit cocopit lagiboi।
आमार इयात नापाइजेगबर दिले हबने
👌
Guti bojarot kinibo pai nki
ফল কিনি আনি গুটি উলিয়াই লব পাৰে।
Dada bhut jolokiya r guti kot poya jabo
Nice one yaar puli bur bhaal hois
হয় নেকি।ধন্যবাদ আপোনালৈ।
Dada seedling tray aru cocopeat kot pam Biswnath t?
Online আনিব লাগে..cocopit পাব পাৰে কিন্তু ট্ৰে নাপাই।
দাদা মই seedling tray t ভোট জলকীয়া গুটি পছোৱা আজি ৬ দিন হৈছে নাই ওলোৱা কিয় please reply দিব বুলি আশা ৰাখিলোঁ
দাদা vermicompost ৫০% আৰু কেচুসাৰ৫০% মানে দুয়োটা একে নহয় নেকি আপোনাৰ মতে।
একেই হয় কেতিয়াবা কোৱা সময়ত অলপ উলট পালত হয়।আঙুলিয়াই দিয়াৰ বাবে অশেষ ধন্যবাদ।
কোন মাহত গুটি সিচিব লাগে
এতিয়াৰ পৰা গুটি খিছিবো পাৰে আৰু এমাহ পিছত লগাব পাৰে।
দাদা অমিতা সেতিৰ বিষযে ভিদিঅ এটা বানাব চোন
চেষ্টা কৰিম বাৰু।
জলকীয়া পুলিত পোক লাগিছে কি ঔষধ দিব পাৰি আৰু কিমান পৰিমান দিব পাৰি
ৰোগ বহু ধৰণৰ থাকে।কবলৈ অসুবিধা হব নজনাকৈ।
Tq dada
Welcome।
Kiman din man pasot lage
যদি ভাল দৰে চোৱা চিতা কৰে ২ মাহত ফুল ধৰে। নহলে সময় বেছি লাগে
Boss🙏 Ata kotha, moi jadi ai kheti karo market kot aaru ketiya puwa jai, moi vdo ata saisilo 150₹ Per kg, kothato real ne???? ¿??.
Ronga lahu keneke bivohar kore
দাদা গুটিবোৰ উলিয়াই কিমান দিন ৰদত পাৰি?
2,3 দিন মান থলে হব যদি ৰদ বেছিকৈ দিয়ে 2 দিনত হৈ যায়।
মোৰ পুলিবোৰৰ aag বোৰ নোহোৱা হৈ গৈছে। কি কৰিব লাগিব।
Dada mok votjolokiyar guti lage kenekoi pam
Bodhiya! Vdo bonaai jauk!😍
ধন্যবাদ।
Do you still have the seed for selling?
Moi roi silo ki khar dib lage
কেঁচু সাৰ গোবৰ সাৰ যিকোনো সাৰ ব্যৱ্হাৰ কৰিলে হল।গছৰ বৃদ্ধি অনুসৰি সাৰ দিব লাগে।সাৰ দিয়া video আছে চাই লব যোৱাবাৰ দিয়া।
Name ki 😂
Sir Mujhe aspka mobile number Chanute bat karnekeliye
9957717856
Dada puli lagile contact karibo parim na mane akhan mini fram banabo essa asay lock down buliii bt help Karibo sñn
দাদা পচনসাৰ বনাইছিলো কিন্তু সাৰ খিনিত উই পোক আৰু ৰঙা পৰুৱা ধৰিছে বাবে ব্যৱহাৰ কৰিব পৰা নাই কি কৰিলে এই পোকবোৰ নাইকিয়া হব জনাবছোন ।
উলিয়াই ৰদত মেলি দিয়ক আৰু মাজে মাজে তল উপৰ কৰি দিব। দুদিন মান তেনে কৰক গুচি যাব।
medicine nedileo hb nki
Puli pam neki ????rate kiman hoi
পাব।পুলি চাই দাম হব।
Dada apunar no2 dibone
ব্যৱসায়িক ভিত্তিত বহুত বেছি পুলি এই পদ্ধতিতি উৎপাদন কৰিব পাৰি নিশ্চয় ৷ অনুগ্ৰহ কৰি জনাব ৷
পাৰিব।nursery বোৰে এনেদৰে পুলি প্ৰস্তুত কৰি আছে।
অশেষ ধন্যবাদ ৷
Dada apunar contact no Tu dibo sun
দাদা vermi compost আৰু coco peat ৰ সলনি এই product বিধ বিবহাৰ কৰিলে হবনে যত আছে - coco peat
Vermi compost
neem cace powder
organic cow dung dry manure
Epsom Salt/magnesian sulfate
মানে, এই product বিধ একেই কিন্তু mix ইয়াৰ দ্বাৰা যিকোনো পুলি প্ৰস্তুত কৰিব পাৰিম নে ?
আৰু nursery tray ৰ সলনি পলিঠিনৰ গিলাজত হব নে ?