zubeen daa ai prithibit jona huar pora aapunar gaan huni aaji ai 26 ta bosor par korilu....morar loike aapunar gaan huni a jibon2 par korem....ke dukh ke hukh sobote....
এই গীতটো dislike মাৰাকেইটাই ছাগে বাপেক নোহোৱাকৈ জন্ম হোৱা সন্তান...... জুবিন দা আপুনি এই গানটো ইমান সুন্দৰকৈ গাইছে সচাকৈ হিয়াখন চুই গৈছে ........ দুচকুৰে সু হৃদয়ৰ অস্ৰু দুনয়নৰে বাগৰি গৈছে.... Love u abba,i miss u i miss u so much😘😘😘
আমি দেউতা বাচি থকা কালত তেওঁক বুজি নাপাও ....মা জীবন দিয়ে দেউতা জীবন টো এখন চাকিৰ পোহৰৰ দৰে পোহৰাই তুলে ......thnx zubeen da for this song.....I love u u r the pride of our Assam
Hello Dear Viewers, How Are You ?........ Welcome you to AC Multimedia RUclips channel. You can enjoy here the latest and super hit Assamese Music Videos. So viewers to enjoy upcoming videos please *_please please Subscribe the channel_* and like, comment, share the pages and be updated. But *don't forget to click on the RUclips Bell Icon* so that you don't miss anything.Then for this time Bye Bye Bye. See You. Thank You
আজিলৈ কোনোৱেই উলিয়াব পৰা নাছিল দেউতাক লৈ গান কিন্তু জুবিন দা আপুনি আজি এটা কিবা নতুন দিলে যি আমি অনুভৱ কৰিছো। অকল মা নহয় দেউতা নহলে ও আমি নোৱাৰো থাকিব ।সৰুৰে পৰা একো অভাৱ নোপোৱা কৈ ডাঙৰ দীঘল কৰা মানুহ জনে হল দেউতা।।। love u zubin zubin zubin daaaa
What a song! It touches heart and soul...Every mng when I wake up and realize that God has kept my parents hale and hearty, I feel I am the luckiest and happiest person. Thank u God...Don't need anything else in life...Just keep every mom and dad with their children longer enough....Zubin da u r the greatest....Thank u so much for this soul touching song....
Hridoy sui jua gaan.. Each word gave me goosebumps.. Beautiful lyrics.. Beautiful song.. Magical zubeen daa.. My Words cannot define ur greatness zubeen da.. U r a true legend.
My father is superman=superpapa...nd he also an army..so i proud to say that he is fight against enemies of our nation...love u papa...my papa is real hero..
সঁচা কথা জুবিন দা দেউতা কথা শব্দৰে শেষ নহয় কিমান কষ্ট কৰে আমাৰ বাবে তথাপিও আমাক বুজিব নিদিয়ে সদায় সুখত ৰাখে আমাক বহুত ধুনীয়া গান গাইছে জুবিন দা I LOVE U ZUBEEN DA & I LOVEE U PAPA
Dhuni lyrics lihkisa Abhijit Bhattacharya and Zubeen daa apunar konthot opurbo jadu ase dewtar karone ai gitto gowa babe aru likha babe apunalokoloi mor torofor pora antorik abhinandan jonalu and gitto khuni bohut....val lagil aru logote hrydoi esporkho kori gol.
O Deuta - Zubeen Garg | Full Official Video | Chiranjeeb Theatre 2018-19 | Rajkumarir Biya | Link - ruclips.net/video/Zo6OyHqlVa0/видео.html
©AC MULTIMEDIA
zubeen daa ai prithibit jona huar pora aapunar gaan huni aaji ai 26 ta bosor par korilu....morar loike aapunar gaan huni a jibon2 par korem....ke dukh ke hukh sobote....
Moja da jubeen daa
love you zubeen da
bht bht bhtei vl dei song2....bht mnt pre oo deutaloi...😔😔😔😔
zubeen da is ever green singer.I like every songs hardly
দেউতা মানেই যেন এক বুজাব নোৱাৰা অনুভূতি ❤ পৃথিৱীৰ প্ৰত্যেক জন দেউতাকে ভালে থাকক তাৰেই কামনা কৰোঁ ❤
মৰমৰ দেউতা...
মৰম ল'বা। আশা কৰো তুমি য'তেই আছা কুশলে আছা। বাৰুকৈয়ে অভাৱ অনুভৱ কৰিছো তোমাৰ ..
অনুভৱ কৰিছো ল'ৰালিৰ সেয়া দুষ্টালিৰ অনুশাসন...
তুমি ছাগৈ পাহৰিছা মোক...
মোৰো ছাগে বৰ বিশেষ মনত নাই সৰুতে দেখা তোমাৰ মুখখন ...
এতয়াটো মই বহুত ডাঙৰ হলো ।
যিমানেই ডাঙৰ হৈ আহিছো সিমানেই যেন তোমাৰ অভাৱ অনুভৱ কৰিছো ।
তুমি মোক এৰি যোৱা সেই দিনটোৰ কথা যেন মই আজিহে উপলব্ধি কৰিব পাৰিছো ।মনত পৰেনে তোমাৰ সেই দিনবোৰৰ কথা ,তুমি আৰু খুৰা যে মেন্থেল লাইট জলাই বাৰিষাৰ ৰাতি মাছ ধৰিব গৈছিলা ।
মোৰ এতিয়াও মনত আছে জনা,তোমাক যে তুমি আমাক এৰি গুছি যোৱাৰ দিনা যে চোতালত শুৱাই মেন্থেল লাইট জলাই তোমাক অন্তিম শত্কাৰ কৰিবলৈ মানুহ গোট খাইছিল ,আৰু মই তেতিয়া খুৰাক শুধিছিলো "খুৰা দেউতা আজি মাছ ধৰিব নাযায় নেকি ,দেউতা যে শুই আছে ”
তেতিয়া খুৰাই কান্দি কান্দি কৈছিল "সোন" তোমাৰ দেউতা আৰু নাই ........
তেতিয়া হয়তো মই বুজিবও পৰা নাছিলো কথাষাৰৰ আৰ্থ....
এতিয়া বুজিব পাৰিছো বহু কথাই......
অভাৱ অনুভৱ কৰিছো তোমাৰ ....
এতিয়া যে তোমাৰ সোণ বহুত ডঙৰ হ'ল...
এতিয়া তোমাৰ সোনে টকা ঘটিব পৰা হ'ল,প্ৰেম কৰিব পৰা হ'ল....
তুমি চিন্তা নকৰিবা দেউতা ,তুমি বেয়া দেখা কাম মই নকৰো কেতিয়াও ,তুমি বিচৰা মতে মাক সুখ দিব পৰা নাই....
তথাপিও তুমি চিন্তা নকৰিবা দেউতা বেয়া নহওঁ কেতিয়াও ,নিষ্ঠাৰে কাম কৰি যাম,এটা চিনাকি দি থৈ যাম নিজকে....
বহু কথাই লিখিব মন গৈছিল ,তুমি ছাগৈ আমনিয়ে পাই গৈছা....
আজিলৈ সামৰো দিয়া ,বহু কথাই কবলৈ আছিল তোমাক,পাছে পৰে ক'ম দিয়া কেতিয়াবা .......
ইতি তোমাৰ মৰমৰ
দ্বিপশ্ৰী...
kobo aru bhakha nai
Bor besi dukh logai dila he...😭
@@babuponchi275 hoi,
This comment made me cry. May your father's soul rest in peace. 🌸
Kandua dila
এই গীতটো dislike মাৰাকেইটাই ছাগে বাপেক নোহোৱাকৈ জন্ম হোৱা সন্তান......
জুবিন দা আপুনি এই গানটো ইমান সুন্দৰকৈ গাইছে সচাকৈ হিয়াখন চুই গৈছে ........
দুচকুৰে সু হৃদয়ৰ অস্ৰু দুনয়নৰে বাগৰি গৈছে....
Love u abba,i miss u i miss u so much😘😘😘
Um tenekuwai .....kuku hot sage ...... ..
All right .....my name karuna namasudra
Karuna namasudra ...nalbari
Right
Yes
দেউতাক ভালপোৱা সকলে লাইক এটা আৰু
2024 কোন কোন মোৰ দৰে শুনিছা মৰমৰ দেউতাৰ বাবে কমেন্ট এটা💚........
😢😭💔
❤❤❤❤
I love you papa ❤❤
I love dauta
I❤u maa and papa😢😢😢
ধন্যবাদ জনাইছোঁ তোমাক জুবিন দা... এই সুন্দৰ গীতটি আমালৈ উপহাৰ দিয়া বাবে... আশা কৰোঁ এইটো গীত শুনাৰ পিছত দেউতাৰ প্ৰতি পুত্ৰ -কণ্যা মৰম এক নতুন দিগন্তৰ পাতনি মেলিব... দেউতা এজন এনেকুৱা ব্যক্তি যিজনে নিজে কান্দে কিন্তু নিজৰ লৰা - ছোৱালীৰ চকুত পৰা পক্ষত কেতিয়াও চকু পানী ওলাব নেদিয়ে... দেউতা জীৱনৰ প্ৰেৰণা হয় আৰু মা জীৱনৰ বাট...
Thanks
Right
Dhanjit Deka tikei koisa Dhanjit
right
Dhanjit Deka very nice song
এবাৰ মাতিবানে দেউতা। তুমি নোহোৱা তেৰ বছৰ হল বহুত মনত পৰে তোমালৈ । ধন্যবাদ জুবিন দা এই গানটোৰ মাজেৰে অনুভৱ কৰিব পাৰিছোঁ😥😥
🥲
জুবিন দাই মা - দেউতাৰ ওপৰত লিখা গানকেইটা বহুত নষ্টালজিক 🥺❤️ মা - দেউতাতকৈ এই পৃথিৱীত কোনো ডাঙৰ হব নোৱাৰে । মোৰ মা - দেউতাৰ লগতে পৃথিৱীৰ সকলো মা - দেউতা ভালে কুশলে থাকক লগতে জুবিন দা আপোনি ভালে কুশলে থাকক 🙏🏻💖
দেউতা, কত আছা তুমি😢 দেউতা এক পৰিচয় এক সাহস , এবাৰ যদি আকৌ লগ পালোঁ হয় 😢❤ , যতেই আছে ভালে থাকক পাপা , বৰ কষ্ট আপুনি বিহীন 😢❤ , I love you papa ❤ পুনৰ লগ পোৱাৰ আশা আজিও কৰোঁ আৰু শেষ মুহূৰ্ত্ততটো কৰিম ❤😢
Miu koabt adin Jen log pam ❤
এই গানটো ৰ শুনি মোৰ মনটো বহুত দুখ লাগি গল।কাৰণ মোৰ দেউতালৈ বহুত মনত পৰিছে দেউতা আজি আমাৰ মাজত নাই।দেউতাৰ বাবে গোৱা গানতো বহুত সুন্দৰ হৈছে।মা আৰু দেউতাৰ বাদে পৃথিৱীত কোনেও মৰম দিব নোৱাৰে।এইক্ষেত্ৰত গানটো লিখা অজয় দাআৰুগীত টি গোৱা জুবীনদালৈ বহুত বহুত মৰম থাকিলে।
Good song
I
Relly
সচাঁই দেউতা I Really Love U💏.. সীমাৰ পৰা, হাবিৰ পৰা এজন সাধাৰণ সৈনিকে কৈছোঁ,,, বৃদ্ধাশ্ৰম বোৰ নোহোৱা হব লাগে।।।
নহলে মা দেউতাৰ শব্দ বোৰ অসাৰ্থক হব।।।
জন্মু কাশ্মীৰৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ জুবিন দালৈ
Great think. Salute Sir.
Assamese Creation thik
100% মইও একমত..
ভাল গীত দাদা ॥
Assamese Creation ri8
চকুলো টুকিলো গীতটি শুনি জুবিন দা, বহুত সুন্দৰ। দেউতাৰ প্ৰসঙ্গত পুৰ্বতে ৰচনা নোহোৱা গীত শুনিবলৈ পালোঁ। গীতটিৰ ৰচক, সংগীত পৰিচালক, জুবিন দা আৰু গীতটিৰ লগত জড়িত সমূহ কৰ্মকৰ্তাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।
Zubeen da and My father is my life as a Diamond
Zubeen da you are the best all over the world
Falto zubeen
@@kritarthasarma5717 koni3
@@rockygaming39 🤣🤣🤣
দেউতা বুলি মাতিবলৈ দেউতা নোহোৱা বোৰেহে বুজি পায় দেউতা অবিহনে এই পৃথিৱীত জীয়াই থাকাটো কিমান কষ্টকৰ.....
ধন্যবাদ জুবিন দা আমাৰ দৰে দেউতা নথকা বোৰৰ মনৰ আৱেগবোৰ গানৰ জৰিয়তে প্ৰকাশ কৰাৰ বাবে ❤
❤
Hoy nutuba sobe dukh diye 😅😅😅 nisthu niroti hble deuta buli matiboloy nai kunu nubuje deuta mrm sobered deuta bilake mrm kore amarto mat diboloy nay
ধন্যবাদ জুবিন দা । যেনেদৰে দেউতাৰ নিচিনা কোনেও হব নোৱাৰে,তেনেদৰে তোমাৰ নিচিনা আৰু কোনেও হব নোৱাৰে।
ৰাতি ৯ বজাৰ পৰা ৰাতিপূৱা ৪ টা বাজি গল কিন্তু হুনি ভাগৰ নালাগিল। অন্তৰ চুৱা গান। ধন্যবাদ জুবিন দা ।
সচাঁই নে
Xosai ne dada 😍💗
😢
জুবিন দাক বহুত বহুত ধন্যবাদ। এনেকুৱা গান এটা আপোনাৰ পৰা আমি পাইছো। জুবিন দা আপুনি শ্ৰেষ্ঠ।
Yes..yes..zubin da rock of assam...
Wow nice
Sasa kotha de😅😂😅😊😅😂😂😅😊😂👏
মই জুবিন দাৰ গীটবোৰ শুনি বহুত ভাল পাওঁ । কাৰণ এই গীটতিৰ লগত মোৰ মিল আছে । মোৰ ২ বছৰ বয়সতে দেউতাই এৰি থৈ যায় । মাযে ৮ বছৰ বয়সত এৰি থৈ যায় । এতিয়া মোৰ বয়স ১৪ বছৰ । বহুত কম বয়সতে নিঠৰুৱা হৈ পৰিলো 😭 । ভগৱানৰ ওচৰত পাৰথনা জনাওঁ যে কাৰোৰ লগত এনেকুৱা নহয়🙏
😢😢
🙏
God bless you 🙏
আজি দেউতা লৈ বহুত মনত পৰিছে.. বিয়া হৈ গম পাইছো মা দেউতা ৰ বাহিৰে কেনোবে মৰম নকৰে😭
Rely so 😢 nijar dewtA nahle saklu Misa oo dewtA aji nai
@@bhupendeka9750 😊
@@bhupendeka9750 😊
Yes bacha ma bap sabche acche hote he ❤
Muru bohut mont porisa o deuta loi 😢
ক'বলৈ ভাষা নাই জুবিন দা । বহুত ভাল লাগিল অ দেউতা গানটো । ধন্যবাদ জুবিন দা।
Bikash Bikash iceoxath
Hi kikorisa
আমি দেউতা বাচি থকা কালত তেওঁক বুজি নাপাও ....মা জীবন দিয়ে দেউতা জীবন টো এখন চাকিৰ পোহৰৰ দৰে পোহৰাই তুলে ......thnx zubeen da for this song.....I love u u r the pride of our Assam
❤❤❤
Lv u
Right
Hosakoi😢
Right think
দেউতা ভগৱান আৰু জুবিন দা মোৰ প্ৰীয়❤
জুবিন দা, আপোনাৰ গানে বাৰে বাৰে মোৰ ভঙা হৃদয় খন জোৰা লগাই । নাজানো এনেকুৱা কি আছে আপোনাৰ গানত, আপোনাৰ গান ৰাতিপুৱা শুই উঠি নুশুনিলে দিনটো পাৰ নহয় আৰু ৰাতি শোৱাৰ আগত এবাৰ নুশুনিলে ৰাতিটো পাৰ নহয়, আপুনি মোৰ বাবে ভগৱান স্বৰূপ , এবাৰ মন আপোনাৰ লগত কথা পতাৰ ।
Jubin da I Love u so much
Jintu Das good
Nice
Hoi zubeen da vogban amar
জুবিন দাৰ লগতে অজয়দা আৰু এই সুন্দৰ গীতটিৰ সৈতে জড়িত সকলোলৈকে আমাক দিয়া এই অনুপম উপহাৰটিৰ বাবে আন্তৰিক ধন্যবাদ জনালো। আগলৈও জুবিন গাৰ্গ আৰু অজয় ফুকনৰ এই যুটিটোৰ পৰা চিৰসেউজ গীত পাম বুলি আশা কাৰিলোঁ। জুবিন দাৰ কন্ঠত গীতটিয়ে প্ৰাণ পাই উঠিছে।কথা আৰু সুৰ লগতে গীতটিৰ পৰিচালনা কৰাৰ শৈলীও অনন্য।
Thanks
এই গানটোৰ মাজত মই মোৰ দেউতাক বিচাৰি পাওঁ । গানটো শুনাৰ পিছত মোৰ চকুলো অকলে অকলে বৈ আহিল । মাত্ৰ ২ মাহ হৈছে দেউতাই এই পৃথিৱীৰ মায়াজাল এৰি যোৱা 😭😭😭😭
Same😔😔😔
Ari goise kintu xodai apunalukor monot thakibo no 🙏🙏😭😭
Miss u dewta 😭
@@gm-yi6ny😭😭😭😭
@@ankitasutradharaankitasutr2496 😭😭😭😭😭
গীতটোৰ প্ৰতিটো শব্দই বুকুখন বিষাই যায় - বুকুখনত কিবা এটাই খুন্দা মাৰি ধৰে - বেছি সময় শুনি থাকিবলৈ ধৈয্য কমি যায়। দুখৰ সময়ৰ কথাটো বাদেই - সুখৰ সময় খিনিতো আপোনাৰ শূণ্যতাই মাথো কন্দুৱাই দেউতা। সকলো থাকিও মাথো যেন শূণ্য সকলো। ভগৱানৰ শ্ৰী চৰণত মাথো প্ৰাৰ্থনা -সকলোৰে মা-দেউতা সদায় কুশলে থাকক 🙏 গীতৰ ৰচয়িতা গৰাকীৰ লিখনি আৰু শব্দ-সংযোজন অতি সুন্দৰ। জুবিন গাৰ্গৰ কণ্ঠই গীতটো অধিক প্ৰাণ দিছে - সকলো কুশলে থাকক 💐
Hello Dear Viewers, How Are You ?........ Welcome you to AC Multimedia RUclips channel. You can enjoy here the latest and super hit Assamese Music Videos. So viewers to enjoy upcoming videos please *_please please Subscribe the channel_* and like, comment, share the pages and be updated. But *don't forget to click on the RUclips Bell Icon* so that you don't miss anything.Then for this time Bye Bye Bye. See You. Thank You
very nice song😢😧💔💕
Very nice song
AC MULTIMEDIA 👌rttklvk
Moni Ram Duarah 😢
😢🎂
পাপা ঢুকুৱা আজি এমাহো নহ'ল পাপাৰ নিচিনাকৈ মৰম কৰা একমাত্র মামাজনো গ'ল গৈ। বৰ অকলশৰীয়া হৈ পৰিলো😢😢😥
Moru konu Nai oo 😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭
ৱাইদেউ
Tomar kunu nai 😢😢
God bless you
@@simachutia610 😄😄😄😄😄😐😄😄😉😉😯😯😐😐😐😄
কোব নোৱাৰা এটি অনুভৱ....
কিমান ভাল লাগিছে কোব নোৱাৰো......
মুখৰ মাত নোহোৱা হৈ গৈছে.......
এই অনুভৱ চিৰযোগমীয়া হৈ ৰক.....
জুবিন দা আপোনাক লগতে যিসকলে এই সুন্দৰ গানটো বনোৱাত সহায় কৰিছে তেওঁলোকলৈ ও ধন্যবাদ ।।।
শেষত কবলৈ লাগিব যে "দেউতা "
আপোনালৈ সহস্ৰ প্ৰনাম ।
Subrata Ray ❤❤❤
I like it
মোৰ দেউতা নাই। দেউতা নোহোৱা অনুভৱ বহুত কৰিছোঁ। জুবিন দা এই গীতটো এই মোক বহুত খন্দোৱা। মই বহুত miss কৰিছোঁ।😭😭❤️❤️
Same here
Miss u deuta 😢😢😢 muru ni deuta 1mant hol
আজিলৈ কোনোৱেই উলিয়াব পৰা নাছিল দেউতাক লৈ গান কিন্তু জুবিন দা আপুনি আজি এটা কিবা নতুন দিলে যি আমি অনুভৱ কৰিছো। অকল মা নহয় দেউতা নহলে ও আমি নোৱাৰো থাকিব ।সৰুৰে পৰা একো অভাৱ নোপোৱা কৈ ডাঙৰ দীঘল কৰা মানুহ জনে হল দেউতা।।। love u zubin zubin zubin daaaa
Rubi Thakuria right bro
Rubi Thakuria bohut dhuniya zubeen daar gaan bor agote ata dise deutak loy gaan zubeen dai mukha keset tut
Rubi Thakuria Umm zubeen Dar logote dangor thanks chiranjeeb theatre k o dibo lagibo
Hosa oooo
গান টোৰ সৃষ্টিৰ আঁৰত থকা মানুহ কেইজনহে আচল কৃতিত্বৰ অধিকাৰী । জুবিন গাৰ্গে মাথোঁ কণ্ঠহে নিগৰাইছে ।
Thank u zubeen da apuni jibonot dautar je je kiman mohotto ase khai2 ai song 2 r joriote amak jonai dese.. We love u jubin daa
দেউতাৰ নিচিনা আৰু কোনো হব নোৱাৰে...ঠিক তেনেদৰে জুবিন দাৰ নিচিনা আৰু কোনো হব নোৱাৰে...সঁচাই বহুত ভাল পাওঁ দেউতা আৰু জুবিন দাক..
Marak val nopowa neki
Maaa k 2 sobot ke besi vl Pau...
Don't compare ur father to zubeen da .father is always father .
I don't compare but father is the best for all of us
Himan jyoti Bora right
দেউতা নথকা জনে বুজি পায় এই বেদনা। মোৰ দেউতা নাই মোক মাতিবলৈ ।প্ৰতিটো পল দেউতালৈ মনত পৰে। তোমাৰ অবিহনে এটা বছৰ পাৰ কৰিলো প্ৰতিটো খোজত তোমাৰ অনুপস্থিতিয়ে বৰকৈ দুখ দিয়ে দেউতা। তোমাৰ প্ৰয়োজন কিমান হয়তো মই শব্দৰে প্ৰকাশ কৰিব নোৱাৰো । তুমি যতে আছা ভালে থাকা।। love you father 😔😭😭
আজি দেউতালৈ বৰকৈ মনত পৰিছে ।
Eku nohoi dia tumar dewta xodai tumar lgt ase 😊
এই গীতৰ মূল্য সেইজনেই বুজি পাব যিয়ে নিজৰ দেউতাক হেৰুৱাই ছে😭😭
মই হেৰুৱালী আজি চাৰি দিন হল🥺🥺
😢 nijar dewtA dare ako hobo noware
3bosor hol bohut miss koru mor dewtak abar xaboti dhoribo mon jai bohut
Moi herua aji 49days hol. Keneke je jiyai asu . kunudinei anor dore hobo nuwaru.
Yes😢
Moi hurur porai powa nai deutak moi aarai howat te deuta a dhokise
এই গানটো ৰ মাজত মই মোৰ দেউতাক বিচাৰি পাওঁ 😥😔বহুত ভাল পাওঁ মই গানটো 😔নীৰৱে চকুলো বৈ আহে ,,,,,
So sad😥😥🥺🥺😖😖😭😭
Same here
Moiu
@@Kalpanachutia45 gdvubg😍👩👩👦💏👌
My condition is same as you
দিনটোৰ ব্যস্ততাৰ শেষত ৰাতি শুব আহি তোমাৰ কথাই ভাবো আব্বা তেতিয়াই এই গানটো লগাই লওঁ আৰু কলিজাৰ বিষ বোৰ চকুলো হৈ ওলাই যায়.... 'এবাৰ মাতিবা নে দেউতা' তোমাত মুখৰ মাতষাৰ শুনিব যে ইমান মন যায়... বৰ কষ্টত আছো অ আব্বা মৰমৰ বৰ অভাৱ হৈছে...... তুমি যতে আছা ভালে থাকা মোক দূৰৰ পৰাই আশীৰ্বাদ কৰিবা😔
i can't stop my eye tears 😭😭😭😭
😭😭
দেউতা এটা কেৱল শব্দ নহয়, দেউতা কেৱল এটা অনুভুতি নহয়, যাক প্ৰকাশ কৰাৰ কোনে ভাষা নাই l জুবিনদাৰ কণ্ঠত এই গানতো বহুত ভাল লাগিছে l
গ
সপোনে যদি হেৰাই ঠিকণা
বিচাৰি দিবানে অ' দেউতা...
আঠ বছৰ হৈ গ'ল আপুনি নোহোৱা |আপোনাৰ অবিহনে সপোনবোৰ ঠিকণা সঁচাকৈয়ে বিচাৰি পোৱাটো বৰ কষ্টকৰ...
Eku naiii Mon Beya koribo Nalage deuta re eta part tumi Hoi ...tekhet kotu jua naii tumar Logot ase feel kora nijok ...
Xaito To hoi. Xaie chesta ara nai
Dukh nkriba.aku ni
13 years hol .. bahut miss karu..
@@bluebirds6244,same feeling here.
হৃদয় স্পৰ্শী গীতৰ কথাই জুবিন দাৰ কণ্ঠত প্ৰাণ পাই উঠিল।।।। শুনি থাকিবৰ মন যোৱা এটি গীত।
গীতটোৰ মুক্তিৰ ৬ বছৰ হৈ গ'ল...... কিন্তু যেতিয়াই শুনো তেতিয়াই নজনাকৈ চকুপানী ওলাই আহে। ভগৱানে পৃথিৱীৰ প্ৰত্যেকজন দেউতাক ভালে ৰাখক।
মোৰ আৰু দেউতাৰ সম্পৰ্ক টো কোনো দীঘলীয়া যাত্ৰৰ বাছচালক আৰু যাত্ৰীৰ দৰে।আমি যাত্ৰাটো একেলগেই কৰোঁ, কিন্তু জোখতকৈ বেছি এটাও কথা পতা নহয়।
মোৰ ডাঙৰ সমস্যাটো হ'ল মই বেলেগৰ নিচিনকৈ দেউতাক সাৱটি ধৰি,কান্দি সকলো খিনি কৈ দিৱ নোৱাৰোঁ।
মোৰ দৰে আৰু কোন কোন আছা,লাইক কৰা❤।
আন এজনে যদি এই গীত টু গালে কেনে হল হেন ভাবি চোৱাচোন. অসমীয়া গীতৰ ৰজা এজনে হল আমাৰ জুবিন ডা
অনুপম সৃষ্টি।হৃদয় হীন জনেও ভাবিবলৈ বাধ্য হব দেউতা আচলতে কি।🙏
Hoi bro
ভাষাই নাই কবলৈ জুবিন দাৰ.....
কি সুন্দৰ
অনুভৱৰ চৰম সীমা পাৰ কৰি যোৱা এটা গান ❤
দেউতা নোহোৱা হোৱাৰ আজি দুমাহ হ'ল। দেউতা বিহীন এই জীৱন বৰ কষ্টকৰ।
20 বছৰ আগতে মই মোৰ দেউতাক হেৰুৱায় বহুত কষ্ট দিন বোৰ পাৰ কৰিছো। নিজকে বহুত অকলশৰীয়া অনুভৱ কৰিছো। এই গীতটোৱে চকুলো সেমেকাই দিলে
Hoi hoi
I love you deuta
অসমৰ গৌৰৱ তুমি জুবিন দা😢
Living legend
Umm xosaky
Thikei ksa o tmi...
Xosakoi apunar dore kunu hbo nuware love you dewta
সকলোৰে দেউতা যেন জীয়াই থাকে, সন্তানৰ উপযুক্ত বয়স পৰ্যন্ত । বহুত কষ্ট হয় ঔ কেতিয়াবা নিজক পথ দেখুৱাবলৈ । হে ভগৱান যদি জীৱনত কেতিয়াবা কিবা দুখ কৰিছিলোঁ ক্ষমা কৰি বা ।আগলৈ যাতে পথ দেখুওৱা প্ৰভু ।
❤
হয় অ😢😢
Deuta nohole bohut besi dukh Lage. jar nai he buji pai
@@parikhitrava3763🥺❤️🩹
Aji pos paiso @@parikhitrava3763
দেউতাক ভালপোৱা সকলে লাইক এটা আৰু ২০২৪ কোন কোন মোৰ দৰে শুনিছা মৰমৰ দেউতাৰ বাবে কমেণট এটা কৰি দিয়ে যেন ❤❤
মোৰ দেউতা মোৰ কাৰণে Superhero ❤️ মোৰ জীৱনৰ শ্ৰেষ্ঠ উপহাৰ মোৰ মা দেউতা ❤️
কিনো কম জুবিন দা, মাথো তুমিএ এজন ব্যক্তি যাৰ সুৰত চকুলো সৰিবলৈ অলপো সংকোচ নকৰে । ইমান সুন্দৰ কথা আৰু সুৰ । তুমি বৰ সন্মানীয় জুবিন দা । সদায়ে জিলিকি থাকা যেন।
Hosa ou....
Thnks zubin da..
Dnu B
Dhunu BG মোৰ মনৰ ভাৱখিনি কৈ দিলা
What a song! It touches heart and soul...Every mng when I wake up and realize that God has kept my parents hale and hearty, I feel I am the luckiest and happiest person. Thank u God...Don't need anything else in life...Just keep every mom and dad with their children longer enough....Zubin da u r the greatest....Thank u so much for this soul touching song....
❤❤
1❤1
মোৰ দেউতা ২১/১২/২৩ তাৰিখে মোৰ পৰা গুচি গল ।
শব্দবিহীন গান শুনি মুগ্ধ হৈ পৰিলো ।
Love you abba
❤️❤️মোৰ মাজে মাজে ভাৱ হয়, আৰু এনেকুৱা গানবোৰ শুনিলে ভাবিবলৈ বাধ্য কৰায়,,! মই যেতিয়া জন্ম লৈছিলো সেই সময়ত মই জনা নাছিলো কোনটো মোৰ দেউতা কোনটো মোৰ মা ? মোৰ জাতি কি ? কাৰণ এই পৃথিৱীত খোজ দিয়াৰ পিছত কোনটো মোৰ দেউতা কোনটো মোৰ মা,,,,জাতি কি? এই সকলোবোৰ কথা মানুহৰ মুখে শুনা আৰু সমাজৰ পৰা শিকা। কেতিয়াবা দহকৈ ভাবিলে অন্তৰৰ অন্তস্থলত খুন্দা মাৰে অ,,,,, জুবিন দা।😭😭
😭
পিতা স্বৰ্গ পিতা ধৰ্ম পিতাহি পৰম:তপ৷ Nice song zubinda.
❤
BOHUT VL LAGIL HUNI BHUT BHUT VLL
Deuta😍😢😳😱🙏
সচাকৈ খুব সুন্দৰ এটি গীত ।। গীত টিয়ে দেউতা ৰ অনুপস্থিতি বৰকৈ অনুভৱ কৰাইছে ।
i love you papaa
Miss you papa😢😢😢😢😢😢😢😢😢
সুন্দৰ.....মই বহুত ভাল পাওঁ ‘অ’ দেউতা ....মোৰ পৰা কেতিয়াও আঁতৰি নাযাব ।
জুবিন দা বহুতো অনাথ দুৰ্ভগীয়া লোকৰো পিতৃৰ দৰে selute the man of King 💖 ❤️❤️
I love you zubeen da বহুত সুখ পালো আপোনাৰ এই দেউতাৰ প্ৰতি মৰম থকা গান
Yes
দেউতা নথকা জনে এই বেদনা বুজি পায়। মোকো মাতিবলে মোৰ দেউতা নাই। প্ৰতিটো পল দেউতাক Miss কৰো 😢.... I Love you my father ❤❤
Each time I listen to the song, eyes become full of water by realizing that "My father can loose everything to make me winner". Long live Deuta
চকুপানী বোৰ ধৰি ৰাখিব নোৱাৰিলো ,বৰ মনত পৰে অ'😢য'তেই আছে শান্তিত থাকক দেউতা😢দুমাহ হৈ গ'ল দেউতাক হেৰুৱা😢
গাৰ নোম সিয়ৰি উঠিচে ...তুমি মহান মোৰ দেউতা...😘😘.. Lv u zubin Da tumi ru aguaai jua.... Tumar konthor git xunar pst herai jua tuponiu ghuri ahe
দেউতা আপোনাক বহু বছৰ দেখা নাই। আপোনাক ভগৱানে ভালে ৰাখক 🤗🙏🙏🙏
দেউতা জীয়াই থাকোতে আদৰ নাপাই কিন্তু গুচি গলেহে অনুভৱ হয় কঠিন সমাজ খনত জীয়াই থাকিবলৈ দিয়া সাহসটো যে একেবাৰে হেৰাই গল।
" গান এটি গোৱা না অ' মা " গীতটিৰ অভূতপুৰ্ব সঁহাৰিৰ পাছত জুবিন গাৰ্গৰ "অ দেউতা"।
So sweet
মোৰ মৰমৰ দেউতা আজি এই পৃথিৱীত নাই !
মোক অকনমান সহায় কৰিব বুলি আশা কৰিলো জুবিন দা !আগোৱাই যোৱাত!মোৰ দেউতাৰ সপোন আছিল !
ধুনীয়া
Binod Borah
মা দেউতাক সদাই ভগবান বুলি ভাবিব লাগে ....
Beautiful💟💐🙏
দেউতা বহুত ভাল পাওঁ তোমাক ❤❤ ভগবান মোৰ দেউতা ৰ উপৰত কৃপা কৰা তেওঁক ভালে কুশলী ৰখিবা 🙏🏻🙏🏻
দেউতালৈ বুলি গোৱা গানটো শুনিলে মোৰ দেউতালৈ মনত পৰে।জুবিন গাগ চাৰে ইমান ধুনীয়া গাইছে বহুত ভাল লাগে।ধন্যবাদ,
দেউতা তুমলৈ বহুত মনত পৰে অ ময় একেবাৰে অকলশৰীয়া হৈ গলো অ দেউতা l miss you Dad😭😭😭😭😭😭😭😭😭😭
Bhut val lagil gaantu....papa loi bhut mont pore o kio janu loi gol niyoti a amr pora...miss u every movment.
Same
Krishna Gogoi rjfhyfhd8fjj
Krishna Gogoi @Same dewta amr majot o nai bohut miss koru 😢😢😢
এই গীত শুনিলে দেউতাৰ কথা বেছিকে মনত পৰে 😢 I miss you Baba❤
অ দেউতা বহুত মনত পৰিছে আপোনালৈ
তোমাৰ দেউতা যত আছে ভালে কুশলে আছে।
দেউতা অবিহনে মই আধুৰুয়া, জুবিন অবিহনে অসম আঁধুৰুৱা।
ইমান ধুনীয়া গীত জুবিন দা তুমি সমাজৰ আগলৈ আগবঢ়াইছা তোমালৈ বহুত ধন্যবাদ থাকিল
দেউতাৰ অবিহনে জীয়াই থকাটো কিমান কঠিন, যাৰ দেউতা নাই তেওঁহে অনুভৱ কৰিব পাৰে । সেয়েহে দেউতাক কেতিয়াও দুখ নিদিবা । ❤
"দেউতা" যিয়ে নিজে আন্ধাৰত থাকি নিজ ল'ৰা-ছোৱালীক পোহৰত ৰাখে। গীতটো শুনাৰ পিছৰ পৰাই দেউতাৰ কস্ট বোৰ মনলৈ আহিছে। সেই সৰু চাকৰিটো আৰু সেই সৰু চাইকেল খন আজিপৰ্যন্ত চলাই আমাক ইমান খিনি জ্ঞানী কৰিলে ডাঙৰ কৰিলে। পকেট ত থকা একমাত্ৰ ১০ টকাটো ও মোক চকলেট খাবলৈ দিছিল। নাজানো দেউতাৰ বাবে কি কৰিছো বা আগলৈ পাৰিম কিন্তু দেউতাক এৰি মই কতো নাযাও। চকুলো বৈ আহে😢😢
Bijit Sahari😂😍😚🤣☺🙂🙂😎
Xosai ata val loga gaan Zubeen daa🙂Zubeen daar karane ata like plz gys🥰
Thnq zubeen daa.. emn duniya gaan Upohar diya r babe ...Hsaiii gaan 2 e hridoy sui goise..." o deuta " Gaan e muku kondualee ....
Priyakhi Deka 👌👌
😢😢😢😢
মন টো ভৰি যোৱা এটি গীত ❤️
I cried ,speechless!! Only ZG SIR CAN DO IT AND I M PROUD OF IT!! LOVE YOU ZUBEEN DAA!!
Hridoy sui jua gaan.. Each word gave me goosebumps.. Beautiful lyrics.. Beautiful song.. Magical zubeen daa.. My Words cannot define ur greatness zubeen da.. U r a true legend.
এইবাৰো no comment....jubeen da hodai best for mine
নীৰৱে চকুলো বৈ আহিল💔🥺
Miss u so much deota❤❤
My father is superman=superpapa...nd he also an army..so i proud to say that he is fight against enemies of our nation...love u papa...my papa is real hero..
মই ও মোৰ দেউতাক বহুত ভাল পাও!! কেতিয়াবা খং কৰো যদিও ❤❤❤
দেউতা এনে এটা শব্দ যাৰ হেৰাইছে। সি চিৰজিৱন উপলব্ধি কৰে।
Same moiu
সঁচা কথা জুবিন দা দেউতা কথা শব্দৰে শেষ নহয় কিমান কষ্ট কৰে আমাৰ বাবে তথাপিও আমাক বুজিব নিদিয়ে সদায় সুখত ৰাখে আমাক বহুত ধুনীয়া গান গাইছে জুবিন দা I LOVE U ZUBEEN DA & I LOVEE U PAPA
সচাকৈ শুনি থাকিবৰ মন যায় ❤🙏🏻🙏🏻
মৰমৰ জুবিন গাৰ্গে গোৱা গানটিয়ে আজি এটা নতুন কিবা এটা দিলে যেন। দেউতা.. দেউতা আমাৰ মৰম, ভালপোৱা, স্নেহ, নমস্য ব্যক্তি যি জনে আমাক পোহৰ দিয়ে, দি থৈ গৈছে। আৰু সেই দেউতাৰ গান।
সুন্দৰ গান আৰু জুবিন গাৰ্গ।
মই CRPF ত Trining কৰি থাকোতে দেউতাই লিখা চিঠি এতিয়াও আছে. কিনতু দেউতা আজি নাই॥😭চিঠি বিলাক চালে চকুপানী ওলাই জায়😢
Moi feel koribo parisu tumr Monor kotha...
😭😭
bht miss kru deauta ......tumiii nohuwakoi 7bosar bht struggle krilu. .....kori jam
Teu jot ase tar porai apunaloi ojut morom di ase aguaai jauk☺️
তোমাৰ অবিহনে আজি পাঁচটা বছৰ পাৰ কৰিলো।।।
প্ৰতিটো খুজত তোমাৰ অনুপস্থিতিয়ে বৰকৈ কষ্ট দিয়ে দেউতা।।।
তোমাৰ প্ৰয়োজন কিমান হয়টো মই শব্দৰে প্ৰকাশ কৰিব নোৱাৰো❤🩹
তুমি জতেই আছা ভালে থকা দেউতা😌🙏🏻
বহুত ধুনীয়া গান জুবিনদাৰ ।
অ মা....❤️ আৰু অ দেউতা 💓🥰 জুবিন দাৰ অনুপম সৃষ্টি 💕😘
এই দুয়োটা গীত চিৰদিনৰ বাবে মনত থাকিব 🥺🥺🥺
আৰু এনেকে গোৱা এই পৃথিৱীত নাই 💓🥰
Xosa dei vai
নিজৰ সপোন বোৰ ত্যাগ কৰি তোমাৰ বাবে পৰিশ্ৰম কৰা জনেই হৈছে দেউতা ❤️
নিজৰ সপোনবোৰ ত্যাগ কৰি তোমাৰ বাবে পৰিশ্ৰম কৰা জনেই হৈছে দেউতা।
সদায় তোমাক মনত পেলাওঁ অ দেউতা কিয় গলা আমাক এৰি তুমি ♥️🥺সদায় ভালে ভালে থকা তুমি জতে আছা ভালে থকা 🥺 এনেকুৱা এটা মূহূৰ্ত নাই যত তোমাক মই অনুভৱ নকৰোঁ কিন্তু যেতিয়া বেছিকৈ তোমাৰ লগী মনত পৰে এই গান শুনি তুমি আমাৰ মাজত থকা অনুভব কৰোঁ ♥️😭 Miss u all time ♥️😔😔
দেউতা লৈ মোৰ যেতিয়া বেছিকৈ মনত পৰে মই তেতিয়া এই গীতটি শুনো,নাজানো কিয় এই গীতটোৰ জৰিয়তে মই মোৰ দেউতাক কাষত থকা যেন অনুভৱ কৰো।
কি voice,মানিব লাগিব কিন্তু.....love you জুবীন দা
Dhuni lyrics lihkisa Abhijit Bhattacharya and Zubeen daa apunar konthot opurbo jadu ase dewtar karone ai gitto gowa babe aru likha babe apunalokoloi mor torofor pora antorik abhinandan jonalu and gitto khuni bohut....val lagil aru logote hrydoi esporkho kori gol.