এইবাৰৰ অতিথি মহাৰাণী

Поделиться
HTML-код
  • Опубликовано: 26 сен 2024
  • এইবাৰৰ অতিথি মহাৰাণীঃ প্ৰেম, সংগ্ৰাম, বিয়াৰ পৰা আদি কৰি থিয়েটাৰৰ মালিক হোৱালৈকে প্ৰস্তুতি পৰাশৰৰ সৈতে বহু কথা...
    #interview #ritstime #movies #assamese #flim #podcast #letstallkwithmonalisha ‪@PrastutiPorasor‬

Комментарии • 114

  • @deepalideka718
    @deepalideka718 2 месяца назад +4

    সচাকৈয়ে প্ৰস্তুতি পৰাশৰ এজনী সফল অভিনেত্ৰী।সুন্দৰ দক্ষতা তেওঁৰ।ভগৱানে কুশলে ৰাখক।

  • @bm6500
    @bm6500 4 месяца назад +32

    প্ৰস্তুতি বা এগৰাকী সৎ সাহসী এগৰাকী নাৰী ❤️ ইতিহাসৰ পৃষ্ঠাত তেওঁৰ বিষয়ে লিখি শেষ নহব❤️ তেওঁৰ কথা কৈ শেষ কৰিব নোৱাৰি ❤️ তেওঁৰ লগত একে লগে অভিনয় কৰিবলৈ পায় নিজকে সুভাইগ অনুভৱ কৰিছো ❤সকলোৰে লগত ইমান সহজ ভাৱে সকলোকে নিজৰ দৰে ভাবে❤ আকৌ কলো বাৰ কথা কৈ শেষ নহব ❤ আৰু এটা কথা কবই লাগিব বাৰ কথা বা বহুত মৰমিয়াল সৎ সাহসী এগৰাকী অসমীয়া নাৰী❤❤❤❤️ এটাই কথা কও বাক ভগৱানে কুশলে ৰাখক ❤

    • @dhritismitakalita3621
      @dhritismitakalita3621 4 месяца назад +2

      baa apunar o obhinoi bohut val hoise .2024,2025t apuni baar logot obhinoi koribo ne?prostuti baar big fan .apunar obhinoi bor val lage kintu apuni ardhangini aru mor tej mor moromt auni agoraki beleg soritrot korise kintu beyat ke val hole besi val lagil hoi . god bless you aibaro apuni thakibo baar logt aru hit hobo.❤❤

    • @mamonisaikia5789
      @mamonisaikia5789 3 месяца назад

      ❤❤❤

  • @mousumidas8463
    @mousumidas8463 4 месяца назад +9

    ইমান ভাল লগা প্ৰস্তুতিৰ কথা বোৰ । ইমান সাহসী , শক্তিশালী মহিলা ।

  • @satyaborah1603
    @satyaborah1603 4 месяца назад +2

    প্ৰস্তুতি পৰাশৰ বাইদেউ মোৰ বাবে এগৰাকী বহুত ভাল লগা অভিনেত্ৰী । বাইদেউৰ যিটো চিন্তাধাৰা অথবা নিজা ব্যক্তিত্ব সেইটোৱেহে মোক বহুত লালায়িত কৰে। যেতিয়াই বাইদেউৰ সাক্ষাৎকাৰবোৰ চাও কিয় জানো তেওঁৰ চিন্তাধাৰা বাইদেউৰ বক্তব্যবোৰে বৰকৈ মোহিত কৰে।
    বাইদেউক ওচৰৰ পৰা আজিলৈকে দেখাৰ সৌভাগ্যকন আজিলৈকে হোৱা নাই তথাপিও কিন্ত্ত এনে লাগে যেন আজিৰ নৱসমাজে বাইদেউৰ পৰা বহুত কিবা কিবি শিকিব পাৰিব। প্ৰতিটো দিশতে ইমান নিপুণ । সছাই বাইদেউ প্ৰতি ক্ষেত্ৰতে একেবাৰেই practical। আপোনাৰ যি চিন্তাধাৰা যি ব্যক্তিত্ব এইবোৰে মোক বৰকৈ আপ্লুত কৰে। থিয়েটাৰ এখনত অভিনেত্ৰী হিচাপে নাটক খনৰ চৰিত্ৰটোত একেবাৰেই সোমাই পৰে এনে লাগে যেন মই এখন বাস্তৱ পৃথিৱীতহে আছো অন্যহাতে আপোনাৰ সাক্ষাৎকাৰ প্ৰত্যক্ষ কৰি থাকিলেও এনে লাগে যেন আপুনি অতুলনীয় মাতৃ, পত্নী অথবা গৃহিনী ।
    কিন্ত্ত আপোনাৰ আটাইতকৈ ভাল লগা কথাটো কি জানে আপুনি নিজক লৈ সুখী । কাৰোবাৰ বেয়া সমালোচনা কাৰোবাৰ প্ৰতি থকা ক্ষোভ এইবোৰ একেবাৰেই নেদেখিলো। এনেবোৰ কথাৰ বাবে আপোনাক বিশেষকৈ বহুত ভাল পাও। আপোনাৰ প্ৰতিটো সাক্ষাৎকাৰতে আমনি নালাগে।
    কিমান যে সুন্দৰ ব্যক্তিত্ব আপোনাৰ।
    মই কিন্ত্ত এগৰাকী অভিনেত্ৰী, মাতৃ, গৃহিনী এইবোৰৰ সন্মুখত এটা ছদ্মনাম লগাব খোজো আমাৰ প্ৰস্তুতি বা সকলো দিশতে আদৰ্শ ৱ
    যেন আপোনাৰ চিন্তাধাৰাবোৰে এটা ধনাত্মক চিন্তাধাৰাৰ মাজত সোমাই ঋনাত্মক চিন্তাধাৰাবোৰ আমাৰ
    সমাজৰ পৰা বিলুপ্ত কৰা হওক।
    I have been a big fan of you...

  • @NavasmitaDas-m5h
    @NavasmitaDas-m5h 4 месяца назад +8

    Barakha baa prastuti baa interview sale sai a thakibo mon jay emn dhuniya dhuniya kotha bilak knekoi je kbo pare huni a thakibo mon jay

  • @susmitadutta9526
    @susmitadutta9526 4 месяца назад +11

    প্ৰস্তুতি বা যোৰহাটৰ ছোৱালী,,,ৰাজনীতিলৈ কেতিয়াও যোৱাটো নিবিচাৰোঁ,,,ৰাইজৰ মৰম অভিনয় কৰি পাইছে,,,আগলৈও পাব,,,

  • @jinadasdeori5895
    @jinadasdeori5895 4 месяца назад +4

    Juwa rati vat khai thakute baar kotha alusona kora hoisil maa moi aru husband 3niu mili ratir vat khaj tenekoi khotom korilu koboloi vakha nai. Moromor baa joni 🥰amar hokokure prio tumi dhemaji r pora sai asu.

  • @dhurbajyotiborah8743
    @dhurbajyotiborah8743 4 месяца назад +2

    প্ৰস্তুতী এজনি সাহসী আৰুখোলা মনৰ মানুহ মই বহুত লগ পাবলে মন যায়

  • @jinaborgohain1909
    @jinaborgohain1909 4 месяца назад

    প্ৰথমেই দুয়ো গৰাকী লৈকে অলেখ মৰম , আশীৰ্বাদ , শুভকামনা জনালোঁ । যাতে এনেদৰে মনৰ উদ্যমেৰে নিজৰ মনৰ আশাবোৰ বাস্তৱত ৰূপায়িত কৰি নৱপ্ৰজন্মৰ বাবে আদৰ্শ হৈ জিলিকি উঠা । সচাঁকৈয়ে প্ৰস্ত্ততি এগৰাকী সকলোৰে মন জয় কৰিব পৰা অভিনেত্রী । সকলো ৰূপতে সুন্দৰ অভিনয় দেখি বৰ ভাল লাগে ।দুয়োৰে সু স্বাস্হ্যৰ লগতে দীৰ্ঘায়ু কামনা কৰিলোঁ 🙏🙏❤❤।

  • @priyojonorbandhun
    @priyojonorbandhun 4 месяца назад +3

    ভাষাৰে বুজাব নোঁৱাৰো।হিয়ালৈ অভিনন্দন🎉❤🎉।সুন্দৰ মোৰ প্ৰিয় অভিনেত্ৰী।উজ্জ্বল হওঁক অভিনয়ৰ প্ৰতিটো সময়।আৰ্দশবাদী নাৰী।❤❤❤

  • @BabaliHazarika-wp5jg
    @BabaliHazarika-wp5jg 4 месяца назад +2

    Prastuti baa r kotha ki kom speechless bhut bhut morom aru vl pua ba loi ❤️🥰

  • @kabitachoudhury8621
    @kabitachoudhury8621 4 месяца назад +1

    বৰ ভাল লাগিল,❤❤❤❤❤আগবাঢ়ি যাওক ,অভিনয়ৰ যোগেদি ,শুভেচ্ছা থাকিল দুয়োগৰাকী লৈ❤❤❤

  • @rashmirekhaneog5215
    @rashmirekhaneog5215 4 месяца назад +1

    Prastuti baa tumar logot ktha patiboloi mn jaii log paboloi mn jai❤❤❤❤❤

  • @chiranjibdutta565
    @chiranjibdutta565 3 месяца назад

    Manuhar mon xustha hoi thakibo lagibo,xustha kaam koriboloi...baideo khub eta most important kotha raijok koi gol👍🙏

  • @hemaramchiary2205
    @hemaramchiary2205 4 месяца назад

    Bohut bohut bhal lagil, logote bohut bohut Subheshya jonalu আহি থকা dinboroloi

  • @indranigogoi4233
    @indranigogoi4233 4 месяца назад

    আমি যেতিয়া সৰু আছিলো তেতিয়াৰ পৰাই প্ৰস্তুতি পৰাশৰ আৰু যতিন বৰাৰ চিনেমা বুলিলে বলিয়া আছিলো। তেওঁলোকে অভিনয় কৰা এখনো চিনেমা নোচোৱাকৈ থকা নাই। বহুত ভাল লগা এগৰাকী সাহসী, সৎ ,স্পষ্টবাদী অভিনেত্রী।

  • @drpurabithakuria5755
    @drpurabithakuria5755 4 месяца назад

    Nemcare Hospital, কঁকালৰ তললৈ বৈ পৰা একছা চুলি, কোলাত এজনী মৰম লগা চোৱালী। মই প্ৰথম তেওঁক তেনেকৈয়ে দেখিছিলো। ইমান ধুনীয়া এগৰাকী মানুহ।

  • @AnnuDas-bb6zt
    @AnnuDas-bb6zt 3 месяца назад

    Aponak khub val pao, baa, pathsalat Monisha baar parlarot apunak dekha, black colour mekhela sadarot. Mur manat roi gol. ❤❤❤❤❤❤

  • @basantiboro4314
    @basantiboro4314 4 месяца назад +5

    ইমানেই মৰম লাগে প্রস্ততিজনীক মোৰ আয়ুষ কনেই তাইক দিলো। কৃষ্ণ কৃষ্ণ।

  • @chimpineog6730
    @chimpineog6730 2 месяца назад +1

    ❤❤❤❤

  • @helenmonimedhi1272
    @helenmonimedhi1272 4 месяца назад +1

    অতিকৈ প্ৰিয় অভিনেত্ৰী গৰাকী ❤

  • @jahnabisaikia3266
    @jahnabisaikia3266 4 месяца назад +1

    দুয়োগৰাকী প্ৰিয় নাৰী ৷ নাৰীৰ বাবে আদৰ্শ, শক্তি সকলো 💚🌻

    • @ratnakalita3020
      @ratnakalita3020 4 месяца назад

      ইমান সুন্দৰ কথোপকথন শুনি থাকিবলৈ মন যায় । ঈশ্বৰে সদায় এনেকৈ কুশলে ৰাখক ❤❤❤❤❤

  • @mamanigoswami4340
    @mamanigoswami4340 4 месяца назад

    বৰ ভাল লাগিল কথাবোৰ শিকিবলৈ মন জায়❤

  • @GangaKuli
    @GangaKuli 4 месяца назад +1

    Thanks god bless you

  • @kborah1637
    @kborah1637 4 месяца назад +1

    Bhal lagil

  • @briskvlogcat396
    @briskvlogcat396 4 месяца назад +2

    Barasa baa k o.Matib ..prastuti ba all time favourite

  • @mitalikalita8696
    @mitalikalita8696 3 месяца назад +1

    বৰষা বাৰ interview দিব বুলি আশা কৰিলোঁ

  • @srutidharadutta896
    @srutidharadutta896 4 месяца назад

    বৰ ভাল লাগিল

  • @sushilkonwar7012
    @sushilkonwar7012 3 месяца назад

    এগৰাকী মহিলাই --- নিজেই প্ৰস্তুত কৰি --- সকলো দিশ নিয়াৰিকৈ -- চম্ভালি নিব পৰা তু -- সাধাৰণ কথা নহয় -- নাম যাৰ প্ৰস্তুতি --- বাঃ ধন্যবাদ -- এগৰাকী সাহসী -- প্ৰতিবাদী নাৰীৰ --- Symble হৈ ৰওক --

  • @Tulumoniborah250
    @Tulumoniborah250 4 месяца назад +1

    Nahibana baa obvinouotei thik asa so much love you from lakhimpur Dhalpur ❤❤❤❤❤❤

  • @junumamali108
    @junumamali108 3 месяца назад

    Bahut bhal lagil

  • @madhurimahazarika5054
    @madhurimahazarika5054 3 месяца назад

    Prostuti baa❤❤❤❤

  • @Dipshikharay-ph9wk
    @Dipshikharay-ph9wk 3 месяца назад

    Bohut val lagile❤

  • @smritirekha1235
    @smritirekha1235 4 месяца назад

    All time favourite prostuti ba❤

  • @jaansaikia9308
    @jaansaikia9308 4 месяца назад +20

    No politics dei Ek dom Xosaa kothaa Anekoi thakok Raijor lagot...Xakoluwe val pai..Party join korar pisot Asamor karonehe val hoi..😀😀

  • @mayuriphukan6734
    @mayuriphukan6734 3 месяца назад

    Gd h 2u...

  • @pranitasaharia2041
    @pranitasaharia2041 3 месяца назад

    Very nice ❤

  • @jutikadeka5870
    @jutikadeka5870 3 месяца назад

    Anytime priyo baa joni

  • @ranigogoi187
    @ranigogoi187 4 месяца назад

    Best Interview ❤

  • @TaraliPatgiri-i8j
    @TaraliPatgiri-i8j 3 месяца назад

    ❤❤❤❤❤❤❤❤

  • @assamesedolisa
    @assamesedolisa 4 месяца назад

    All time favourite tumi ba prastuti

  • @biswajitkalita996
    @biswajitkalita996 3 месяца назад

    এক বুজাব নোৱাৰা প্ৰেম প্ৰস্তুতি বাৰ প্ৰতি।
    ভাল পোৱা মোৰ বা ৰ প্ৰতি অসীম।

  • @pranitadas4191
    @pranitadas4191 4 месяца назад +3

    নাটকখন চালো আপোনাৰ ইউটুবত

  • @mayuribhatta416
    @mayuribhatta416 4 месяца назад

    Lots of love from nalbari❤❤..always my favorite

  • @AnitaDasThakuriavolge
    @AnitaDasThakuriavolge 4 месяца назад

    প্ৰস্তুতি বাক মই বহুত বেছি ভাল পাওঁ. বাৰ যি কোনো প্ৰগ্ৰেম চাই ভাল পাওঁ মই. কাৰণ বহুত বেছি ভাল পাওঁ যে.

  • @pranamiborah1501
    @pranamiborah1501 4 месяца назад

    প্রিয় নাৰী তেওঁ ..❤️

  • @kabyashreechutia4126
    @kabyashreechutia4126 4 месяца назад

    Best episode

  • @bhagyashreekalita4921
    @bhagyashreekalita4921 4 месяца назад

    My favourite ❤️❤

  • @AnitaDasThakuriavolge
    @AnitaDasThakuriavolge 4 месяца назад +1

    প্ৰস্তুতি বা আপুনি যদি নতুনকৈ চিনেমা পৰিচালনা korib বিচাৰিছে তেতিয়া হলে .মোৰ নিজৰ real কাহিনী দিম .আপুনি চিনেমা বনাই দিব কাৰণ মোৰ নিজৰে বহুত হেঁপাহ মোৰ জীৱনত হৈ যোৱা ঘটাটো মই চিনেমা ৰূপ দিম. Plz বা মোক ata reply দিব. যদি আপুনি বিচাৰে মই আপুনাক মোৰ লগত হৈ যোৱা সকলো কথা কৈ দিম.

    • @chimkideka1866
      @chimkideka1866 4 месяца назад

      Kali teo thoka cinema akhon realise hobo

  • @rekhagogoi322
    @rekhagogoi322 4 месяца назад

    Tekhet egaraki bahut hahakhi avinetry tatha khulamanar byaktittar garaki .Tekhetar para naba prajanmai hikibalaga bahutei ase buli mur anuvab hay gatike tekhet aru aguwai jauk aru bhagabane tekhetak kukhale rakhak 👍👍❤️❤️❤😅😮

  • @amazing.world0290
    @amazing.world0290 4 месяца назад

    Love u Prastuti baa

  • @smitabhuyan2556
    @smitabhuyan2556 4 месяца назад

    এগৰাকী perfect নাৰী ❤

  • @probitradutta178
    @probitradutta178 4 месяца назад

  • @bhaskarjyotisaikia2636
    @bhaskarjyotisaikia2636 4 месяца назад

    “প্ৰথম আৰম্ভণি“ খাপচাৰা লাগিছে৷ প্ৰথম বা আৰম্ভণি একেটাই

  • @HappyLife-888
    @HappyLife-888 3 месяца назад

    Moi ardhangini you tube ot sai bhut kandilu aru bar natok bur sable nisa lagi gl sb saisu afalr pra

  • @PallabiBorah7
    @PallabiBorah7 4 месяца назад

    প্ৰিয় নাৰী মোৰ প্ৰস্ততি বা❤❤

  • @mamoniboruahchutia5012
    @mamoniboruahchutia5012 4 месяца назад

    Borokha bak anibosun..❤❤

  • @KiranPhukon-f4z
    @KiranPhukon-f4z 4 месяца назад

    RAJNITI hamparkt ji kaita hobdoya kole mur bhal lagil .

  • @hirakdeka5809
    @hirakdeka5809 4 месяца назад

    মই আপোনাৰ অভিনয় চাই বহুত ভাল পাওঁ বাইদেউ ।প্ৰায় বেছি সংখ্যক নাটকেই চাইছো ।আৰু আপুনি ৰাজনীতিত নাযায় বুলি আমাৰ দৃঢ়বিশ্বাস ।যদিও কেতিয়াবা আপুনি যায় ,মই নাটক চোৱাই সম্পূৰ্ণকৈ বাদ দি দিম ।আৰু শেষত এটা কথা কও বাইদেউ আপোনাক কিমান ভাল পাওঁ বুজাবলে ভাষা নাই ।তথাপি মই কবলৈ চেষ্টা কৰিছো যে মই মোৰ মাক যিমান ভাল পাওঁ ঠিক সিমানেই ভাল পাওঁ আপোনাকো ।যাৰ সিমা নাই অপৰিসীম ভালপোৱা ।❤❤❤❤❤❤❤❤❤

  • @abhinobpsaikia4579
    @abhinobpsaikia4579 4 месяца назад

    I love you ba aguia jua ❤❤

  • @DipikaMedhi-t8n
    @DipikaMedhi-t8n 2 месяца назад

    প্ৰস্তুতী কাৰনেহে‌ এনেকুৱা তান কাম কৰিছিল।আনে হ'লে নোয়াৰিলে হেতেন। প্ৰস্তুত

  • @purabikalita4864
    @purabikalita4864 4 месяца назад

    Mor atikoi val powa actress ,,,, polices ketiyao nahib anekoia thakib xodai raejor majot aponak xokaloye anekoia a val pai ❤❤

  • @udeshnasaikia7045
    @udeshnasaikia7045 4 месяца назад

    Nice video ❤ 😮😮 udeshna from jorhat

  • @armancompany7546
    @armancompany7546 4 месяца назад

    Rajnitit najabo dai❤❤❤❤

  • @monmisgoodlife3769
    @monmisgoodlife3769 4 месяца назад +1

    সীমাহীন ভাল পাও বা

  • @preetirekhacreation3075
    @preetirekhacreation3075 4 месяца назад

    Baai Rajneeti nkora tuye bisaru hodai ovinetri hoi thkbo priyo ovinetri ❤

  • @baruahjayantaofficialboy4175
    @baruahjayantaofficialboy4175 4 месяца назад

    😊😊😊😊

  • @GitimoniRajkumare-f4d
    @GitimoniRajkumare-f4d 4 месяца назад

    Tumak bor morom lage ba

  • @chandramasaharia6604
    @chandramasaharia6604 4 месяца назад

    Avinetri khn maii saisu... Moi lucky❤❤

  • @monichoudhury59
    @monichoudhury59 4 месяца назад

    Anekoi val rajnitit jabo nalage ami xrur prai sai aha agraki xahxi avinetri

  • @SaratNath-hg3ly
    @SaratNath-hg3ly 4 месяца назад

    Thanks

  • @kanaklatadas960
    @kanaklatadas960 4 месяца назад

    Moi j apunak kiman val pao bujabo nuaru... apunar nisina dom thka buli koi mk bhute

  • @dhrubajyotidas7031
    @dhrubajyotidas7031 4 месяца назад

    Grihobondini is my favourite one।।।।

  • @Sansankasanjibblog
    @Sansankasanjibblog 3 месяца назад

    Manalisha ba apunak xarute dekhisilu acting kora apuni aru acting nokore neki ? Mor aru eta anirudh ase apunar exomoyor co artist Sagarika Goswami bak Maribo sun

  • @abhinobpsaikia4579
    @abhinobpsaikia4579 4 месяца назад

    Salu dei ❤

  • @BinaGohain-un2ot
    @BinaGohain-un2ot 4 месяца назад

    Moi bht vl pao proshtuty porakhor k

  • @Gojoff4448
    @Gojoff4448 4 месяца назад

    God bless u baa.

  • @parthafilmsandvlogs.4076
    @parthafilmsandvlogs.4076 2 месяца назад

    Theatre mane awahon theatre

  • @ManakhiBorah-i9w
    @ManakhiBorah-i9w 4 месяца назад +1

    Borsha bak Anibo sun

  • @AnimaTamuli-uf2jb
    @AnimaTamuli-uf2jb 4 месяца назад

    Ba apunak ovinoy jogot khonte val lage rajnitile najabo..

  • @rekhamoniPhukon-u9e
    @rekhamoniPhukon-u9e 4 месяца назад

    নাটকত যিমান স্বাধীনতা লৈছে ৰাজনীতি ত নাই

  • @gautamdutta340
    @gautamdutta340 4 месяца назад

    Prostuti baa nari kendrik akhon val cinema lage akharay bat sam

  • @JGVlogs6
    @JGVlogs6 4 месяца назад

    😮😮😂

  • @KankanaDas-qb4ei
    @KankanaDas-qb4ei 4 месяца назад

    Mor o mon asil baa actress huar kintu mur husbend a suport nkore

  • @filismaahmed8092
    @filismaahmed8092 4 месяца назад

    Barsha Rani bishaya baak lagee

  • @jurihaloi6062
    @jurihaloi6062 4 месяца назад

    Prasuti baar suwali k matibosun

  • @rimjimborah4533
    @rimjimborah4533 4 месяца назад

    Natak keikhn RUclips t di kntu bor vl kam krise teu

  • @sushilkonwar7012
    @sushilkonwar7012 3 месяца назад

    Din pisat rati ahi -- b

  • @jadunath8167
    @jadunath8167 4 месяца назад

    Raijor kathak gurutta nidiea

  • @upakulparashar8628
    @upakulparashar8628 4 месяца назад +1

    Munmi kalita baa k lage please 🙏

  • @nilutpolduttaphotography4703
    @nilutpolduttaphotography4703 4 месяца назад

    Sobata akol podcast balag topic nai

  • @dipikaduarah6308
    @dipikaduarah6308 4 месяца назад

    বৰ ভাল লাগিল

  • @atulchandraSharma
    @atulchandraSharma 3 месяца назад

    ❤❤❤❤❤

  • @moloyaborkotoky2818
    @moloyaborkotoky2818 4 месяца назад

    Dear Prastuti , tomar interview tu sai bor val lagil , xadai tomak val pao . Bahudin agot tomak log paisilu Dhemaji t .Moi Baligaon r buwari , Dr Rohini Barkataky r wife , Sonapur t thaku . Anek Suvessa thakil .

  • @popikakati4485
    @popikakati4485 3 месяца назад

    ❤❤❤

  • @bhanitadevi4074
    @bhanitadevi4074 4 месяца назад

  • @MunmiSahariah
    @MunmiSahariah 4 месяца назад

    ❤❤❤❤❤

  • @MrinaliHandiaue
    @MrinaliHandiaue 4 месяца назад

    Kuna kuna facbookr pora sai ahisa 😅

  • @ranjandas-dt4nk
    @ranjandas-dt4nk 4 месяца назад

    Love you ❤️❤️❤️❤️ ba mur priyo ba joni

  • @rekhadas2322
    @rekhadas2322 3 месяца назад

    Super 👌 ba.love you