বাংলা বনাম অসম সাহিত্য সভা।কি হ'ব ভৱিষ্যতে..

Поделиться
HTML-код
  • Опубликовано: 23 янв 2025

Комментарии • 15

  • @dkbfact9345
    @dkbfact9345  19 часов назад +3

    DKBfact নিউজ চেনেল নহয় স্বাধীন কণ্ঠ। সঁচা কথা সাহস আৰু স্পষ্টতাৰে সাধাৰণ জনতাৰ পক্ষত কোৱাটো বিচাৰে যদি চেনেলটো Subscribe কৰি আমাক অধিক উৎসাহিত কৰিব পাৰে 🙏 DKBfact শোষিত নিস্পেষিত বঞ্চিত জনৰ ক্ষোভ আৰু প্ৰতিবাদৰ মঞ্চ।

  • @PrbinChutia
    @PrbinChutia 15 часов назад +1

    অতি সুন্দৰ, সত্য আৰু সময়োপযোগী বিশ্লেষণ আগ বঢ়াইছে ডাঙৰীয়া। অশেষ ধন্যবাদ আপোনালৈ। আমাৰ সাহিত্য সভাৰ বিষয় ববীয়া আৰু জাতীয় দল, সংগঠন বোৰে এই অতি গুৰুত্বপূৰ্ণ কথা বোৰ ভালদৰে গমি পিতি চাই,অতি সজাগ আৰু সচেতনতাৰে আগবঢ়া উচিত।নহলে আমাৰ জাতিৰ বিপদ অনিবাৰ্য। ধন্যবাদ।

    • @dkbfact9345
      @dkbfact9345  14 часов назад

      ধন্যবাদ 🙏

  • @swapnanath1077
    @swapnanath1077 5 часов назад

    তাতে মই আছিলো।
    ১)প্ৰস্তাব সৰ্বসম্মতিক্ৰমে ড়গৃহীত হৈছে যে,অসম বিশ্ববিদ্যালয়ত অসমীয়া ভাষাৰ প্ৰবৰ্তন।
    ২)ইতিমধ্যে শিলচৰত অসমীয়া মাধ্যম বিদ্যালয় হৈছে আৰু তাৰে শিক্ষক এগাৰাকী মঞ্চত বিহু গাইছে।
    ৩)শিলচৰ অসমৰ ভিতৰতে আছে আৰু অসম সাহিত্য সভাখন অসমীয়া সাহিত্য সভা নহয় কাৰণে বাংলা সাহিত্য সভাৰ সাধাৰণ সম্পাদক ড০ প্ৰশান্ত চক্ৰৱৰ্তী কটন বিশ্ববিদ্যালয়ৰ অসম সাহিত্য সভাৰ বহুবছৰ ধৰি সম্পাদক হৈ বহু কাম কৰি আছে।
    মৰ্মিতা মিত্ৰ এগৰাকী শিল্পী।নচিকেতা, কুমাৰ ছানু আদিকে ধৰি শিল্পীৰ অনুষ্ঠান অসমত আগতেও হৈছে আৰু তেওঁলোকে বাংলা ও হিন্দি গান গাইছিল। মৰ্মিতা তো অসমৰ বোৱাৰী। অসমীয়া সংস্কৃতিত বোৱাৰীক আদুৰী লোৱা হয়,লাঞ্ছিত নকৰে।
    বাকি যিকোনো সাহিত্য সভাই গোটেই বছৰ ধৰি সংস্কৃতিবান সদস্য ৰ টকাৰে সেৱা আগ বঢ়াই কিন্তু অধিবেশন পাতিবলৈ বা সিদ্ধান্ত সমূহ ফলপ্ৰসূ কৰিবলৈ বৰ্তমানৰ চৰকাৰৰ দ্বাৰস্থ হ'ব লাগে।
    ৰাজনেতা সকল সাহিত্য বা সমাজৰ বাহিৰৰ নহয়। তেওঁলোক আমাৰ জনপ্ৰতিনিধি।
    সহিতৰ ভাবৰ পৰাই সাহিত্য,বিভেদ নহয় সমন্বয় সাহিত্যৰ ধৰ্ম।
    আপোনাৰ চিন্তাৰ ব্যাপ্তি কৰিবলৈ অধ্যয়নৰ প্ৰয়োজন আছে।

    • @dkbfact9345
      @dkbfact9345  3 часа назад

      অসমত অনেক বাঙালী সম্প্ৰদায়ৰ শ্ৰদ্ধেয় লোক আছে যিয়ে আমাৰ জাতিটোক বিভিন্ন দিশত সমৃদ্ধ কৰিছে। কিন্তু এওঁলোকে কি কৰিব সেয়া এতিয়াই অনুমান কৰিব পাৰি..
      অসমত অসম সাহিত্য সভাৰ সমান্তৰাল বাংলা সাহিত্য সভা কিয়????

    • @swapnanath1077
      @swapnanath1077 17 минут назад

      আপোনাৰ লগত মোৰ পৰিচয় নাই। কিন্তু উত্তৰটো হ'ল , অসমীয়া আৰু বাংলা সাহিত্য ভিন্ন।অসমত অসমীয়া, বাংলা, নেপালী,বড়ো,মণিপুৰি সাহিত্য চৰ্চা হৈ থাকে।অসমৰ চলচ্চিত্ৰ উৎসৱত অকল অসমীয়া চিনেমা নহয় বিশ্বৰ সকলো প্ৰদৰ্শিত হয়। নন্দনতো একেই। কিন্তু অসমত ৰচিত প্ৰতিটো ভাষাৰ সাহিত্য ৰ পটভূমি অসম ,ভাৰত বা বিশ্ব হ'ব পাৰে।

  • @DhirajkrDeka
    @DhirajkrDeka 18 часов назад +1

    Silcharot assamia school aase

    • @dkbfact9345
      @dkbfact9345  18 часов назад

      আছিল। এতিয়া বন্ধ

  • @kabitabhuyan545
    @kabitabhuyan545 18 часов назад +2

    অসমীয়া স্ব তন্ত্ৰ ভাষা। কাৰো লগত বিলীন নহয়।

    • @dkbfact9345
      @dkbfact9345  18 часов назад +4

      বিলীন নহয় কিন্তু পৰাধীন হোৱাৰ সম্ভাৱনা নথকা নহয়

    • @kabitabhuyan545
      @kabitabhuyan545 16 часов назад

      @dkbfact9345 yes

    • @swapnanath1077
      @swapnanath1077 10 минут назад

      অসমীয়া ধ্ৰুপদী ভাষাৰ স্বীকৃতি পাইছে যেতিয়া, কেতিয়াও বিলীন নহয় কিন্তু অসমীয়া পঢ়িব আৰু লিখিব জনাটো সকলোৰে প্ৰয়োজন। মই কিন্তু বাংলা ভাষাৰ অধ্যাপক।কালি বেঙ্গলী ফেডাৰেচনৰ সম্বৰ্ধনা পত্ৰ এখন দেখিলোঁ ,তাতে ৪টা বানান ভুল। শুদ্ধকৈ লিখিব জনা অসমীয়াৰ সংখ্যা ফেচবুক খুলিলে গম পাও।আহক আমি সাহিত্য চৰ্চা কৰোঁ। মোবাইল চোৱাৰ সময় অকণমান কমাই হ'লেও সাহিত্য পঢ়ো।যি ভাষাৰে হওক।