Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
Krishno 🙏
কৃষ্ণ 🙏🏻🙏🏻🙏🏻🙏
Ki khbor
🙏🙏🙏🙏🙏
Jai ek saran vagowoti samaj, he bap sokol khub val lagil, aapulalukor soronot khewa he janalu Krishna,
"জয় গুৰু শংকৰ" কৃষ্ণ ।।
বহুত ধুনীয়া। কৃষ্ণ কৃষ্ণ ।
Krishna Krishna Bap bandhab aiti xakal. Xewa janalu.
বহুত ভাল লাগিল, বাপ জনাৰ কণ্ঠ বহুত সুমধুৰকৃষ্ণ কৃষ্ণ বাপ
krishna ram🙏🏻💐
কৃষ্ণ শংকৰ গুৰু
জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰ 🙏❤️🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ ৰাম ৰাম ৰাম
হৰি হৰি ৰাম হৰি ৰাম হৰি ৰাম হৰি ৰাম হৰি ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম
Aybaro palnamor kirton Diyak 🙏🙏🙏
কৃষ্ণ কৃষ্ণ প্ৰভূ সমস্থআমি আপোনাৰ সৰ্ব চৰণত কুটি কুটি সেৱা জনাছো কৃষ্ণ 🙏🙏🙏।
🙏🙏
🙏 কৃষ্ণ কৃষ্ণ প্ৰভূ
krishna aai👏🏻
কৃষ্ণ কৃষ্ণ কৃষ্ণ।
কৃষ্ণ ৰাম হৰি ৰাম প্ৰভু
কৃষ্ণ কৃষ্ণ ৰাম ৰাম
কৃষ্ণ কৃষ্ণ প্ৰভূ আমিও আপোনাসৱৰ প্ৰবিত্ৰ চৰনৰ তলত থাকিম !ভকতেই ভাগৱত ঈশ্বৰ।
একশৰণ ভাগৱতী সমাজৰ জীয়ৰী বুলি গৌৰৱ কৰো❤🙏
কৃষ্ণ 💐
Bohut dhuniyaa lagise bap
কৃষ্ণ 🙏🙏🙏🙏🙏 কৃষ্ণ
বহুত ধুনীয়া লাগিচে। বাপৰ মাত আৰু ধুনীয়া
Krishna 🙏❤️❤️🙏❤️🙏❤️
Krishan ram
Ram ram,👏
কৃষ্ণ🙏🙏🙏3:58
Ram kreshna
krishna Ram
কৃষ্ণ
Ram krishna
Bohut din hol ghort nai nam prohongo hunibo puanai.aji bohut monot poril hunibo val lagil huni ❤❤❤krishna
একশৰণ ভাগৱতী সমাজৰ শৰণীয়া হিচাৱে গৌৰৱ কৰো ৷
Krishna ram
Krishna
Joy gogot guru srimanta sankar
কৃষ্ণ শঙ্কৰ গুৰু
বাপ জনাৰ মাতে মোক বৰ আনন্দ দিয়ে। দিনটোৰ ভিতৰত এবাৰ হলেও শুনি আনন্দ লও। কৃষ্ণ কৃষ্ণ বাপ সেৱাহে।
Krishno 🙏Dokhin kamrup jila pora
krishna🙏🏻💐
স্বামী ৰাম নেৰো আৰ চৰণ তোমাৰ৷দূৰ কৰা সংসাৰ নিকাৰ৷৷|| পদ ||: বোলন্ত প্ৰহ্লাদ উঠ উঠ৷তোৰ ভক্তিত ভৈলো মহা তুষ্ট৷৷লৈয়ো বৰ তোৰ যেন মন৷বৃথা নোহে মোৰ দৰিশন৷৷মোক দেখিলেক যিটোজন৷নাহি তাৰ পুনৰাগমন৷৷ভকতৰ পূৰো মনোৰথ৷দেঞো কাম মোক্ষ ধৰ্ম্ম অৰ্থ৷৷এহি বুলি প্ৰলোভন্ত বৰ৷নবাঞ্ছন্ত প্ৰহ্লাদ কুমৰে৷৷ভক্তিসে পৰম লাভ জানি৷বিষ্ণুক বোলন্ত হাসি বাণী৷৷জানো প্ৰভু পৰীক্ষা আমাক৷সিহেতু বুলিলা হেন বাক৷৷বাঞ্ছে ফল কৰি তযু কৃত্য৷সিটো বাণিজাৰু নোহে ভৃত্য৷৷তোমাৰ অকাম ভৃত্য আমি৷তুমিও নিষ্কাম মোৰ স্বামী৷৷নাহি কাম আমাৰ অন্যথা৷নুহি ৰাজসেৱকৰ যথা৷৷শুনি নৰসিংহে হাসিলন্ত৷জানো তঞি ভকত একান্ত৷৷তথাপিতো ইটো মন্বন্তৰ৷হুয়া থাক দৈত্যৰ ঈশ্বৰ৷৷সদায়ে শুনিবি মোৰ কথা৷মোৰ ৰূপ চিন্তিবি সৰ্ব্বথা৷৷কীৰ্ত্তনে পলাইবে পাপচয়৷ভোগ ভুঞ্জি পুণ্য কৰা ক্ষয়৷৷তোৰ যশ ব্যাপিব জগতে৷ৰাত্ৰি দিনে মোক সুমৰন্তে৷৷সৱে কৰ্ম্মবন্ধ হৈব ক্ষীণ৷অন্তকালে মোত যাইবি লীন৷৷তোৰ মোৰ কথা যিটো নৰে৷তোক মোক সময়ত স্মৰে৷৷সিও জনে মোক পাইব আসি৷প্ৰহ্লাদে মাতন্ত পাছে হাসি৷৷তযু পাৱে মাগো এক বৰ৷তুমি প্ৰভু জগত ঈশ্বৰ৷৷তোমাক নিন্দিলে পিতৃ মোৰ৷সিজিল পাতক মহাঘোৰ৷৷তাত হন্তে পিতৃ নিস্তৰোক৷এতেক প্ৰসাদ দিয়া মোক৷৷তুমি দীন দয়াশীল দেৱ৷তোমাৰ চৰণে কৰো সেৱ৷৷কহে কৃষ্ণ কিঙ্কৰে শঙ্কৰে৷নেৰিবা কীৰ্ত্তন একো নৰে৷৷আজি কালি মিলিবে মৰণ৷হৰি হৰি বোলা সৰ্ব্বজন৷৷
Jodi Moi dehaswar Borah Bap r lgt asu Golaghat palnaam Than tothabi u moi Ram Nath Bap r khuu tu xuni bht vl pauu
ৰাম নাথ বাপ হয় নে বাৰু 🙏
Hoi
Krishno 🙏
কৃষ্ণ 🙏🏻🙏🏻🙏🏻🙏
Ki khbor
🙏🙏🙏🙏🙏
Jai ek saran vagowoti samaj, he bap sokol khub val lagil, aapulalukor soronot khewa he janalu Krishna,
"জয় গুৰু শংকৰ" কৃষ্ণ ।।
বহুত ধুনীয়া। কৃষ্ণ কৃষ্ণ ।
Krishna Krishna Bap bandhab aiti xakal. Xewa janalu.
বহুত ভাল লাগিল, বাপ জনাৰ কণ্ঠ বহুত সুমধুৰ
কৃষ্ণ কৃষ্ণ বাপ
krishna ram🙏🏻💐
কৃষ্ণ শংকৰ গুৰু
জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰ 🙏❤️🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ ৰাম ৰাম ৰাম
হৰি হৰি ৰাম হৰি ৰাম হৰি ৰাম হৰি ৰাম হৰি ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম
Aybaro palnamor kirton Diyak 🙏🙏🙏
কৃষ্ণ কৃষ্ণ প্ৰভূ সমস্থআমি আপোনাৰ সৰ্ব চৰণত কুটি কুটি সেৱা জনাছো কৃষ্ণ 🙏🙏🙏।
🙏🙏
🙏 কৃষ্ণ কৃষ্ণ প্ৰভূ
krishna aai👏🏻
কৃষ্ণ কৃষ্ণ কৃষ্ণ।
কৃষ্ণ ৰাম হৰি ৰাম প্ৰভু
কৃষ্ণ কৃষ্ণ ৰাম ৰাম
কৃষ্ণ কৃষ্ণ প্ৰভূ আমিও আপোনাসৱৰ প্ৰবিত্ৰ চৰনৰ তলত থাকিম !ভকতেই ভাগৱত ঈশ্বৰ।
একশৰণ ভাগৱতী সমাজৰ জীয়ৰী বুলি গৌৰৱ কৰো❤🙏
কৃষ্ণ 💐
Bohut dhuniyaa lagise bap
কৃষ্ণ 🙏🙏🙏🙏🙏 কৃষ্ণ
বহুত ধুনীয়া লাগিচে। বাপৰ মাত আৰু ধুনীয়া
Krishna 🙏❤️❤️🙏❤️🙏❤️
Krishan ram
Ram ram,👏
কৃষ্ণ🙏🙏🙏
3:58
Ram kreshna
krishna Ram
কৃষ্ণ
Ram krishna
Bohut din hol ghort nai nam prohongo hunibo puanai.aji bohut monot poril hunibo val lagil huni ❤❤❤krishna
একশৰণ ভাগৱতী সমাজৰ শৰণীয়া হিচাৱে গৌৰৱ কৰো ৷
Krishna ram
Krishna
Joy gogot guru srimanta sankar
কৃষ্ণ শঙ্কৰ গুৰু
বাপ জনাৰ মাতে মোক বৰ আনন্দ দিয়ে। দিনটোৰ ভিতৰত এবাৰ হলেও শুনি আনন্দ লও। কৃষ্ণ কৃষ্ণ বাপ সেৱাহে।
Krishno 🙏
Dokhin kamrup jila pora
krishna🙏🏻💐
স্বামী ৰাম নেৰো আৰ চৰণ তোমাৰ৷
দূৰ কৰা সংসাৰ নিকাৰ৷৷
|| পদ ||:
বোলন্ত প্ৰহ্লাদ উঠ উঠ৷
তোৰ ভক্তিত ভৈলো মহা তুষ্ট৷৷
লৈয়ো বৰ তোৰ যেন মন৷
বৃথা নোহে মোৰ দৰিশন৷৷
মোক দেখিলেক যিটোজন৷
নাহি তাৰ পুনৰাগমন৷৷
ভকতৰ পূৰো মনোৰথ৷
দেঞো কাম মোক্ষ ধৰ্ম্ম অৰ্থ৷৷
এহি বুলি প্ৰলোভন্ত বৰ৷
নবাঞ্ছন্ত প্ৰহ্লাদ কুমৰে৷৷
ভক্তিসে পৰম লাভ জানি৷
বিষ্ণুক বোলন্ত হাসি বাণী৷৷
জানো প্ৰভু পৰীক্ষা আমাক৷
সিহেতু বুলিলা হেন বাক৷৷
বাঞ্ছে ফল কৰি তযু কৃত্য৷
সিটো বাণিজাৰু নোহে ভৃত্য৷৷
তোমাৰ অকাম ভৃত্য আমি৷
তুমিও নিষ্কাম মোৰ স্বামী৷৷
নাহি কাম আমাৰ অন্যথা৷
নুহি ৰাজসেৱকৰ যথা৷৷
শুনি নৰসিংহে হাসিলন্ত৷
জানো তঞি ভকত একান্ত৷৷
তথাপিতো ইটো মন্বন্তৰ৷
হুয়া থাক দৈত্যৰ ঈশ্বৰ৷৷
সদায়ে শুনিবি মোৰ কথা৷
মোৰ ৰূপ চিন্তিবি সৰ্ব্বথা৷৷
কীৰ্ত্তনে পলাইবে পাপচয়৷
ভোগ ভুঞ্জি পুণ্য কৰা ক্ষয়৷৷
তোৰ যশ ব্যাপিব জগতে৷
ৰাত্ৰি দিনে মোক সুমৰন্তে৷৷
সৱে কৰ্ম্মবন্ধ হৈব ক্ষীণ৷
অন্তকালে মোত যাইবি লীন৷৷
তোৰ মোৰ কথা যিটো নৰে৷
তোক মোক সময়ত স্মৰে৷৷
সিও জনে মোক পাইব আসি৷
প্ৰহ্লাদে মাতন্ত পাছে হাসি৷৷
তযু পাৱে মাগো এক বৰ৷
তুমি প্ৰভু জগত ঈশ্বৰ৷৷
তোমাক নিন্দিলে পিতৃ মোৰ৷
সিজিল পাতক মহাঘোৰ৷৷
তাত হন্তে পিতৃ নিস্তৰোক৷
এতেক প্ৰসাদ দিয়া মোক৷৷
তুমি দীন দয়াশীল দেৱ৷
তোমাৰ চৰণে কৰো সেৱ৷৷
কহে কৃষ্ণ কিঙ্কৰে শঙ্কৰে৷
নেৰিবা কীৰ্ত্তন একো নৰে৷৷
আজি কালি মিলিবে মৰণ৷
হৰি হৰি বোলা সৰ্ব্বজন৷৷
Jodi Moi dehaswar Borah Bap r lgt asu Golaghat palnaam Than tothabi u moi Ram Nath Bap r khuu tu xuni bht vl pauu
ৰাম নাথ বাপ হয় নে বাৰু 🙏
Hoi
Krishna
Krishna