Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
আপুনি ইমান ধুনীয়া কৈ গাইছে মন চুই গৈছে আপোনাৰ লগত যদি গাব পৰা হলে কৃষ্ণ গুৰু
সুন্দৰ ।আগলৈকেও প্ৰভু ভগবন্তই কৃপা কৰক তাৰে কামনা কৰিলো।
Excelent keep it up Amiakalita tumali amar bahut patakha.
🙏pranam Baideo Kamal dadar babe ji vaktimulk geet gale mor falar para o tekhetoloi 🙏🙏
🙏 Krishna 🙏 Madhaba Madhaba Madhaba 🙏🙏🙏🙏🙏🔥🔥🔥🔥...
বাইদেউ বহুত ভাল লাগিল শুনি শুনিলে শুনি থাকিবৰ মন যাই
ভাল লাগে বাইদেউ আপোনাৰ হৰি নাম
সুন্দৰ হৈছে বাইদেউ
বৰ ভাল লাগিল শুনি
তেখেতৰ বিদেহী আত্মা চিৰ শান্তি কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ । মানুহৰ জীৱন টো এনেকুৱা য়ে বা কিন্তু ছোৱালী জনী কথা চিন্তা কৰি পাছলৈ নাহিব আগলৈ যাওক ।
Baideu namasker apuner konthot dihaa naam xuni bor bhal lage aru bhal bhal dihanam gai zabo buli xubheisya thakil 🙏🏿🙏🏿❤❤
কৃষ্ণ কৃষ্ণ বাইদেউ আপোনাৰ কন্ঠ অতি সুন্দৰ। আপোনাৰ নাম শুনি ভোক পিয়াহ সকলো হেৰাই যায়।হক দিয়ক ভগৱানৰ ওচৰত প্ৰাথনা জনাইছোঁ আপোনাৰ লগতে প্ৰিন্সিপিয়াকো আগলৈকে এনেদৰে সুন্দৰ কন্ঠ দিবলৈ সহায় কৰক। তাৰেই কামনা কৰিলো। কৃষ্ণ কৃষ্ণ কৃষ্ণ
Bohut val lagil huni 🙏🙏🙏
Krishna Krishna bohut val lagil xuni baa
Bohut val lagil agbahi jauk
বৰ সুন্দৰ বাইদেউ কৃষ্ণ 🙏🙏🙏
কৃষ্ণ বাইদেউ ধুনীয়া হৈছে শুনিলে শুনি থাকিবৰ মন জাই
🙏প্ৰণাম জনাইছোঁ বাইদেউ,বহুত ভাল লাগে আপোনাৰ নাম সমূহ শুনি।
বেচ ভাল লাগিল। কলিতা দেৱক শ্ৰদ্ধাৰে সোঁৱৰিলো।
Bah sundar kantha gai jaok santit thakk pathsalar pra
bohut Val hoise..krishna🙏
আপোনাৰ গীত শুনি বহুত ভাল পাও ,ধুনীয়া লাগিছে , লগতে ছোৱালীজনীৰো ।
অতি সুন্দৰ হৰি নাম। কৃষ্ণ কৃষ্ণ।
আপোনাৰ কণ্ঠয়ে আপ্লুত কৰিছেঁ ৷
অমীয়া বাইদেউ আপোৰ দিহানাম আজি প্ৰথম শুনিলোঁ আৰু শুনি আপ্লুত হ'লো । বৰ ভাল লাগিল দেহা মন জুৰ পৰি গ'ল ।আৰু ভৱিষ্যতে শুনিবলৈ পাই থকাৰ কামনা কৰিলোঁ।ভগৱন্তই আপোনাক দীৰ্ঘায়ু কৰি আমাক ভগৱন্তৰ সুমধুৰ নামৰ অমৃত কৰাত কৃপা কৰে যেন ।
সুপ্ৰভাত 💕 অতি সুন্দৰ মধুময় হৰি নামমুধুৰ কণ্ঠেৰে সজাই তোলা ❤️ভাল লাগিল👍🏻🙏🏻জয় শ্ৰী কৃষ্ণৰ ওম নমো ভগৱতে বাসুদেৱায়
Hupovat baideu apuni aru valkoi agbahi jauk
অতি সুন্দৰ দিহানাম টি শুনি আপ্লুত হলোঁ , ভগৱন্তই কৃপা কৰক , কুশল কামনা কৰিলোঁ 🙏
সুন্দৰ🙏🙏🙏
সুন্দৰ
সুন্দৰ হৈছে বা ❤️
তেওঁ আমাৰ মাজত নাথাকিলেও তেওঁৰ স্মৃতি বোৰ আমাৰ মাজত জীয়াই থাকিব তেও আত্মাই শান্তি পাবলে ভগৱান ওচৰ প্রাথনা জনালো কৃষ্ণ
Bor val lagil xoni xumodhor horinam.
কৃষ্ণ কৃষ্ণ 🙏 প্ৰনাম জনাইছো বাইদেউ আপোনাৰ নাম শুনিলে শুনি ঠাকিবৰ মন জায়
ভাল লাগিলে অমিয়া বা 🙏🙏
সুন্দৰ সুন্দৰ সুন্দৰ সুন্দৰ সুন্দৰ সুন্দৰ সুন্দৰ সুন্দৰ
কৃষ্ণ🙏🙏🙏
Krishna baideu bor hundor hoise...apunar nam homuh puwa godhuli hunu bor val lage..🙏
সুন্দৰ আই।❤️
মজা
বাইদেউ ধণ্যবাদ থাকিল।
কি কম ভাষা নাই বাইদেউ গা নোম শিয়ৰি গল
বহুত ধুনীয়া আইজনী তুমাৰ দিহানাম মই কৈঠালকুছিৰ পৰা কলো ।
অমৃত পান কৰাত হ'ব লাগিছিল
বহুত ভাল লাগিল দে বাইদেউ । ❣️।
বাইদেউ খুব ভাল লাগিল, শুনি থকিবৰে মন যায় অপোনাৰ কণ্ঠ ।
নতুন নাম ভাগি শুনি যথেষ্ট ভাল লাগিল। আপোনাৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি ভগৱানৰ ওচৰত প্ৰাথনা জনালোঁ।
Apunar gaan suni bhot val lage baa...
Bahut vl lagil xuni
আপোনাৰ তথা আপোনাৰ ছোৱালীজনীৰ কণ্ঠৰ গীত শুনিলে শুনি থাকিবৰ মন যায় ভগৱান আপোনালোকৰ সাৰথি হৈ আগলৈ আগবাঢ়ি যোৱাত সহায় হওক তাকে কামনা কৰিলো 🙏🙏কৃষ্ণ🙏🙏
Mojja lagies dei amiy bady mojja lagies dei princhipriya 😍😍😍😍😍😍
Bohut dinor pisot apunar nam xuni bohut besi val lagil .
বাইদেউ আপুনি সদায়ে এনেকৈয়ে গায় যাওক আপুনি মোৰ বহুত প্ৰিয় আৰু আপোনাৰ গীতবোৰো মোৰ অতি প্ৰিয়
Xuni val lagil ba.
🙏🙏🙏🙏কৃষ্ণ কৃষ্ণ
Bahut bahut val lagile🙏🙏
Baideu aami asu aapunar logot aguai jauk apunak bohut bhal pau
Val lagisa Amiya bou
Bohut val lagise🥰🙏❤
সুন্দৰ বাইদেউ 🙏🙏🙏🙏👍
সুন্দৰ আপোনাৰ নাম ।।।।🙏🙏🙏👍মধুমই হৰিনাম বহুত ভাল লাগে শুনি।।।🙏🙏🙏বাইদেউ আপুনি আৰু বহুত বেছি আগবাঢ়ি যাওঁক।।।।।🙏🙏🙏ধন্যবাদ 🙏🙏
অতি সুন্দৰ হৈছে
Vl lagisa
Hundor hoisa
কৃষ্ণ আই 🙏
Bohut xundor,,😭
বহুত সুন্দৰ হৈছে বাইদেউ..চকুপানী ওলাই গল.. ভিনদেউ কথাবোৰ মনলে আহি গল..তেওঁ যতেই আছে সুখত থাকক
বহুত বেছি ভাল লাগে আপোনাৰ নাম। ভগৱানে আৰু সহায় কৰক। 🙏🙏🙏
অতি অনুপম
মই আপোনাৰ দিহা নামৰ এগৰাকী নতুন শ্ৰোতা তথা শুভাকাংক্ষী। আপোনাৰ জীৱন সংগ্ৰামৰ কাহিনী শুনি সচা কৈ বৰ দুঃখ লাগিল।আপুনি বহুত সাহসী মহিলা।আপোনাৰ সৃষ্টিৰাজিৰে সুললিত কন্ঠ ত নিগৰুৱা দিহানামৰ অমিয়া সুৰে জগত জিনক।
ভাল লাগিল দেই গানটি 🥰❤🙏🙏
Bohut val lage baa 🙏🙏🙏🙏🙏
Sundar Àmiya kantha
সুন্দৰ 🙏🏼❤️
আপোনাৰ স্বামীৰ আত্মাৰ শান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাথনা জনাইছোঁ। মোৰ ঘৰ লখিমপুৰত
Val hoise baideu❤️❤️
ভাল লাগিল বা।।❤️ (মাজুলীৰ পৰা ক'লো)
Hundor 🙏🙏🙏
1st view, ভাল লাগিল বাইদেউ
Nice 🙏❤️
আপোনাৰ মাত শুনি হে মোৰ লৰা শুবলৈ লয়। মই ও শুনি ভালপাওঁ।।।।
Very nice
Nice🙏🙏🙏🙏
🙏🙏🙏
🙏
আপোনাৰ মাতটো বহুত ভাল লাগে। মোৰ ১৯ মহীয়া ল'ৰাটোৱে আপোনাৰ নাম শুনি শুনিহে ভাত খায়। মোৰ দিখৌমুখত ঘৰ
Huni sakulu boi ahise
Apunar dihanamor mohima opar baideow
বহুত সুন্দৰ কণ্ঠ ,নাম । আপোনাৰ ঘৰ পাঠশালাৰ কত বাৰু ? মোৰো ঘৰ পাঠশালাত সেইকাৰণে সুধিলোঁ । আপোনাৰ স্বামী কমল চন্দ্ৰ কলিতাদেৱৰ আত্মাই চিৰ শান্তি লাভ কৰক তাৰেই কামনা কৰিলোঁ ।🙏🙏🙏
ভাল লাগিছে বাইদেউ......ভালে আছে নহয় আপুনি....?????
Video টো চালোঁ ভাল লাগিল চাই, নতুন বন্ধু হলো আশা কৰোঁ আপুনিও মোৰ ভীদেও বোৰ চাই নতুন বন্ধু হব ধন্যবাদ । #jintumainavlogs
সুন্দৰ বাইদেউ
🙏🙏🙏🙏
🙏🙏
Bor hunder
🙏🙏🙏🙏🙏
আপুনি ইমান ধুনীয়া কৈ গাইছে মন চুই গৈছে আপোনাৰ লগত যদি গাব পৰা হলে কৃষ্ণ গুৰু
সুন্দৰ ।আগলৈকেও প্ৰভু ভগবন্তই কৃপা কৰক তাৰে কামনা কৰিলো।
Excelent keep it up Amiakalita tumali amar bahut patakha.
🙏pranam Baideo Kamal dadar babe ji vaktimulk geet gale mor falar para o tekhetoloi 🙏🙏
🙏 Krishna 🙏 Madhaba Madhaba Madhaba 🙏🙏🙏🙏🙏🔥🔥🔥🔥...
বাইদেউ বহুত ভাল লাগিল শুনি শুনিলে শুনি থাকিবৰ মন যাই
ভাল লাগে বাইদেউ আপোনাৰ হৰি নাম
সুন্দৰ হৈছে বাইদেউ
বৰ ভাল লাগিল শুনি
তেখেতৰ বিদেহী আত্মা চিৰ শান্তি কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ । মানুহৰ জীৱন টো এনেকুৱা য়ে বা কিন্তু ছোৱালী জনী কথা চিন্তা কৰি পাছলৈ নাহিব আগলৈ যাওক ।
Baideu namasker apuner konthot dihaa naam xuni bor bhal lage aru bhal bhal dihanam gai zabo buli xubheisya thakil 🙏🏿🙏🏿❤❤
কৃষ্ণ কৃষ্ণ বাইদেউ আপোনাৰ কন্ঠ অতি সুন্দৰ। আপোনাৰ নাম শুনি ভোক পিয়াহ সকলো হেৰাই যায়।হক দিয়ক ভগৱানৰ ওচৰত প্ৰাথনা জনাইছোঁ আপোনাৰ লগতে প্ৰিন্সিপিয়াকো আগলৈকে এনেদৰে সুন্দৰ কন্ঠ দিবলৈ সহায় কৰক। তাৰেই কামনা কৰিলো। কৃষ্ণ কৃষ্ণ কৃষ্ণ
Bohut val lagil huni 🙏🙏🙏
Krishna Krishna bohut val lagil xuni baa
Bohut val lagil agbahi jauk
বৰ সুন্দৰ বাইদেউ কৃষ্ণ 🙏🙏🙏
কৃষ্ণ বাইদেউ ধুনীয়া হৈছে শুনিলে শুনি থাকিবৰ মন জাই
🙏প্ৰণাম জনাইছোঁ বাইদেউ,বহুত ভাল লাগে আপোনাৰ নাম সমূহ শুনি।
বেচ ভাল লাগিল। কলিতা দেৱক শ্ৰদ্ধাৰে সোঁৱৰিলো।
Bah sundar kantha gai jaok santit thakk pathsalar pra
bohut Val hoise..krishna🙏
আপোনাৰ গীত শুনি বহুত ভাল পাও ,ধুনীয়া লাগিছে , লগতে ছোৱালীজনীৰো ।
অতি সুন্দৰ হৰি নাম। কৃষ্ণ কৃষ্ণ।
আপোনাৰ কণ্ঠয়ে আপ্লুত কৰিছেঁ ৷
অমীয়া বাইদেউ আপোৰ দিহানাম আজি প্ৰথম শুনিলোঁ আৰু শুনি আপ্লুত হ'লো । বৰ ভাল লাগিল দেহা মন জুৰ পৰি গ'ল ।আৰু ভৱিষ্যতে শুনিবলৈ পাই থকাৰ কামনা কৰিলোঁ।ভগৱন্তই আপোনাক দীৰ্ঘায়ু কৰি আমাক ভগৱন্তৰ সুমধুৰ নামৰ অমৃত কৰাত কৃপা কৰে যেন ।
সুপ্ৰভাত 💕 অতি সুন্দৰ মধুময় হৰি নাম
মুধুৰ কণ্ঠেৰে সজাই তোলা ❤️ভাল লাগিল👍🏻🙏🏻জয় শ্ৰী কৃষ্ণৰ
ওম নমো ভগৱতে বাসুদেৱায়
Hupovat baideu apuni aru valkoi agbahi jauk
অতি সুন্দৰ দিহানাম টি শুনি আপ্লুত হলোঁ , ভগৱন্তই কৃপা কৰক , কুশল কামনা কৰিলোঁ 🙏
সুন্দৰ🙏🙏🙏
সুন্দৰ
সুন্দৰ হৈছে বা ❤️
তেওঁ আমাৰ মাজত নাথাকিলেও তেওঁৰ স্মৃতি বোৰ আমাৰ মাজত জীয়াই থাকিব তেও আত্মাই শান্তি পাবলে ভগৱান ওচৰ প্রাথনা জনালো কৃষ্ণ
Bor val lagil xoni xumodhor horinam.
কৃষ্ণ কৃষ্ণ 🙏 প্ৰনাম জনাইছো বাইদেউ আপোনাৰ নাম শুনিলে শুনি ঠাকিবৰ মন জায়
ভাল লাগিলে অমিয়া বা 🙏🙏
সুন্দৰ সুন্দৰ সুন্দৰ সুন্দৰ সুন্দৰ সুন্দৰ সুন্দৰ সুন্দৰ
কৃষ্ণ🙏🙏🙏
Krishna baideu bor hundor hoise...apunar nam homuh puwa godhuli hunu bor val lage..🙏
সুন্দৰ আই।❤️
মজা
বাইদেউ ধণ্যবাদ থাকিল।
কি কম ভাষা নাই বাইদেউ গা নোম শিয়ৰি গল
বহুত ধুনীয়া আইজনী তুমাৰ দিহানাম মই কৈঠালকুছিৰ পৰা কলো ।
অমৃত পান কৰাত হ'ব লাগিছিল
বহুত ভাল লাগিল দে বাইদেউ । ❣️।
বাইদেউ খুব ভাল লাগিল, শুনি থকিবৰে মন যায় অপোনাৰ কণ্ঠ ।
নতুন নাম ভাগি শুনি যথেষ্ট ভাল লাগিল। আপোনাৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি ভগৱানৰ ওচৰত প্ৰাথনা জনালোঁ।
Apunar gaan suni bhot val lage baa...
Bahut vl lagil xuni
আপোনাৰ তথা আপোনাৰ ছোৱালীজনীৰ কণ্ঠৰ গীত শুনিলে শুনি থাকিবৰ মন যায় ভগৱান আপোনালোকৰ সাৰথি হৈ আগলৈ আগবাঢ়ি যোৱাত সহায় হওক তাকে কামনা কৰিলো 🙏🙏কৃষ্ণ🙏🙏
Mojja lagies dei amiy bady mojja lagies dei princhipriya 😍😍😍😍😍😍
সুন্দৰ
Bohut dinor pisot apunar nam xuni bohut besi val lagil .
বাইদেউ আপুনি সদায়ে এনেকৈয়ে গায় যাওক আপুনি মোৰ বহুত প্ৰিয় আৰু আপোনাৰ গীতবোৰো মোৰ অতি প্ৰিয়
Xuni val lagil ba.
🙏🙏🙏🙏কৃষ্ণ কৃষ্ণ
Bahut bahut val lagile🙏🙏
Baideu aami asu aapunar logot aguai jauk apunak bohut bhal pau
Val lagisa Amiya bou
Bohut val lagise🥰🙏❤
সুন্দৰ বাইদেউ 🙏🙏🙏🙏👍
সুন্দৰ আপোনাৰ নাম ।।।।🙏🙏🙏👍
মধুমই হৰিনাম বহুত ভাল লাগে শুনি।।।🙏🙏🙏
বাইদেউ আপুনি আৰু বহুত বেছি আগবাঢ়ি যাওঁক।।।।।🙏🙏🙏
ধন্যবাদ 🙏🙏