সংখ্যালঘুক উৎপীড়ন, মৌলবাদীৰ উত্থান আৰু ভাৰত.. মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’

Поделиться
HTML-код
  • Опубликовано: 3 дек 2024

Комментарии • 21

  • @SadanandaChamuah
    @SadanandaChamuah 18 часов назад +2

    নিজৰ দেশৰ মণিপুৰৰ হিংসাত্মক পৰিস্থিতিৰ মীমাংসা কৰিব নোৱাৰা এই চৰকাৰে আন্তৰ্জাতিক হিংসাত্মক ঘটনাৰ সমাধান কৰিব পাৰিবনে ।

  • @pranpratimbordoloi397
    @pranpratimbordoloi397 День назад +5

    বাংলাদেশৰ আভ্যন্তৰীণ বিষয় বুলি যদি সেই দেশৰ হিন্দু নিগ্ৰহ অভিযানত আমাৰ চৰকাৰ নীৰৱে থাকে, তেনেহ’লে ভৱিষ্যতে তাত পাকিস্তানে খোপনি পুতি উত্তৰ-পূৰ্বাঞ্চল অস্থিৰ কৰিবলৈ সৰ্বতোপ্ৰকাৰে চেষ্টা কৰিব ৷ বাংলাদেশৰ মৌলবাদী শক্তিয়ে বাৰে বাৰে চিকেন নেক অঞ্চল দখলৰ হুমকি দিয়েই আছে ৷ জোৰ পুৰি হাত পালেহি ৷ ভাৰত চৰকাৰ বাংলাদেশৰ প্ৰতি কঠোৰ হওক ৷

  • @jyoticharoh
    @jyoticharoh 18 часов назад +1

    majority পালে আমাৰ ইয়াতো এনে ঘটনা ঘটিবলৈ বেছি দিন নালাগিব।

  • @moinasaikia9535
    @moinasaikia9535 День назад +1

    কংগ্ৰেছ ,অজিত ,হীৰেন কত গ'ল সেই বুৰবক কেইটা, নিতুমনি পিছত প্ৰায় কৰিব পাৰিবনে,

  • @AnisurRahman-kx6zf
    @AnisurRahman-kx6zf День назад +1

    দিল্লীৰ বিজেপি দলৰ চৰকাৰে কেতিয়াও নিবিচাৰে যে বাংলাদেশত হিন্দুৰ অধিকাৰ সুৰক্ষিত হওক। বিজেপিয়ে এইটো issue গোটেই দেশত ঢোল পিতিব, যাতে হিন্দু ভোট consolidated কৰিব পাৰে। Indian govt must ensure -
    1. Free activities for Iskcon in bangladesh
    2. Protect minority rights
    3. Do not let it go to the hands of islamic fundamental elements
    4. Strategic foreign policy to restore friendly relationship

  • @makemilliondreams
    @makemilliondreams День назад +5

    প্ৰতিদিন টাইম ৰ এংকৰ জন কংগ্ৰেছ ৰ চোৱা চেলেকা সেই বাবে ই কথা টানি কই। আজি এটা ডাঙৰ কথা কলে ভাৰততে হিন্দু হিন্দু নকৈ পাকিস্তানত হিন্দু হিন্দু কব নেকি হা 🤬🤬

    • @amazingbihu290
      @amazingbihu290 7 часов назад

      Agote monipur clean kor feda.... Anchor k pist dai db😂😂😂

  • @dipakkumarbora8140
    @dipakkumarbora8140 День назад +2

    BJP ৰ প্ৰতিনিধি জনক studio ৰ পৰা গতিয়াই উলিয়াই দিয়ক।

  • @jayantakalita6859
    @jayantakalita6859 День назад +1

    Nirjaton ki apuni Buji napabi sage. ami buji pai...ami jibontu xex kori dilu xomajkhok jiyai rakhibole...kosto xojyo korilu...ami tu papi manuh.. Anok puhor bilaiai joli joli xex huwa manuh ami..jogot khon puhor huwar kamonare..❤🎉

  • @ritamoni3934
    @ritamoni3934 14 часов назад

    শঙ্কৰ মাধৱৰ দেশ,, হয় ,, কোনে কয় ভুল কৈ

  • @PronabDeori-xt1wc
    @PronabDeori-xt1wc 20 часов назад

    Eita a topic thakile neki,GDP nohut report ulal tar uporot debate korok, eibur nai,Bangladesh ot ki hoise ami ki korim.

  • @Jai-p8q
    @Jai-p8q 6 часов назад

    Shame... Modi ji