After listening the song it makes me cry. Best way to express or elaborate real Zubin Garg. 🔥🔥🔥👍 Diganta da heads off of your song and composition. Also voice of other members are realy majestic. Thank you all for this lovely song. Jai aai axom
*i love you Zubin Daa* # i want to say something in different context… BABU dar lgt jijon V-DRUM player asl.. Hons DADUL Ku DAS, tewor jowakali death hoi. jijone Lt. Dadul sir k janisil plz mk jonaboson.. mon toi kiba hahakar kri ase etiya o. he was a specialist of Drums & pad, and kung fu, :(
এই মায়াৰে ভৰা পৃথিৱীক তুমি জগালা,ভালপোৱা গানৰ ইতিহাস তুমি ৰচিলা❤
তুমি সুৰৰ সুৱাস,তুমি হাজাৰজন ব্যৰ্থ প্ৰেমিকৰ উজাগৰী নিশাৰ সাৰথি,
যাৰ শব্দত ভাহি উঠে সপোন,
যাৰ কবিতা গানৰ শলিতা হৈ বুকুত চকুলো বিয়পায়,
আবেগ,জীয়াই থকাৰ প্ৰেৰণা।🥰
মহানতাৰ পৰিচয় তুমি।🙏
বৈ যোৱা তুমি অসমীৰ সিৰে সিৰে।
অসমী আইৰ সপোন গাঠিঁ যোৱা তোমাৰ চানেকিৰে।
ওপজা দিনৰ অলেখ শুভকামনাঁ থাকিল দাদা।🤗
স্কুলত যাওঁতে দিয়া এটকাতো সাচিঁ ৰাখি চুলি দীঘল জুবিন গাৰ্গৰ ফ'ট কিনি বেৰত লগাই ৰখাৰ পৰা মোবাইলৰ কভাৰলৈ,
এজন মানুহ,এটা নাম আৰু এসাগৰ মৰম।❤
বিতৰ্ক ,সমালোচনাৰ উৰ্ধত মানুহজনৰ প্ৰতি ভালপোৱা নকমে,কেতিয়াবা খং কৰিব পাৰি,কিন্তু বেয়া পাব নোৱাৰি।😗♥
ভগবানে ভালে ৰাখক🙏
দি আছা গানৰ তুমি তেজাল প্ৰেমৰ বাণী।
যিয়ে জীৱনৰ তৃতীয় এলবামত গাইছিল "মোৰ গানে আনে বহুতো প্ৰকাশ,পোৱা নোপোৱাৰ মনৰ জোনাক।
মোৰ গানে দিব নতুন ভাষা,নতুনৰ জোনাক,নতুন বিকাশ।"
তুমি অবিহনে মায়া,অনামিকা,শিশু,বাহী,ৰুণজুন,মুখা,যন্ত্ৰ,পাখি,মা,উন্মনা/অভিমানী/চিনাকী/জোনাকী মন,দিলৰুবা,ৰ'ক,নাহৰ,সোণাৰু,মেঘৰ বৰণ,হিয়ামন,ৰূমাল,আকৌ হিয়ামন,চিলা সকলো শূণ্যতা।🤟
দিছা তুমি হিয়া দিয়া নিয়া,তুমি মোৰ মাথো মোৰ,দাগ,নায়ক,অধিনায়ক,অগ্নিসাক্ষী,কণ্যাদান,প্ৰেম আৰু প্ৰেম,প্ৰিয়ামিলন,যুমন-সুমন,বাৰুদ,ৰামধেনু,দিনবন্ধু,মন যায়,গানে কি আনে,মিচন চাইনা,প্ৰিয়াৰ প্ৰিয়,The Underworld,কাঞ্চনজংঘা,ৰত্নাকৰ-ৰ দৰে ছবিত সুৰৰ মাতাল ৰাগী।😎
এৰাতিত ৩৬ টা গান ৰেকৰ্ড কৰা গানৰ পাগল সেই জুবিন গাৰ্গজনক কেতিয়াবা মিছ কৰো।
নিৰ্জনতাত থকা সৃষ্টিশীল জুবিন গাৰ্গজনক বিচাৰো।
চেনেলত Trp ৰ বাবে সোধা ৰিপৰ্টাৰৰ সকলো প্ৰশ্নৰ উত্তৰ নিদিয়াটোয়ে ভাল পাওঁ।
তুমি বিতৰ্কত থকাটো নিবিচাৰো।এনেও তোমাক বুজি পোৱা সকলে বুজি পাই,নুবুজাবোৰৰ বাবে গোটেই জীৱনটোও কম হ'ব।🙂
শেষত,তোমাৰ দৰে বিখ্যাত মই নহয়,কিন্তু তোমাৰ কথা ওলালে মোক জনাসকলে মোৰ নামো মনত পেলাই।
অন্ধ ফেন সমূহক গুৰুত্ব কমকৈ দিয়ক।কৰবাত শুনিছিলো জংকী বা চিতাত থকাৰ সময়তো হেনো তোমাৰ লগত ফ'ট উঠিব আহিছিল,তেনেধৰণৰ ফেনসমূহ পৰিহাৰ কৰক।পাগল type ফেনসমূহক ৰাখিব,যিহেতু তুমিয়ে কোৱা creativity lies on madness.🤪❤
শিল্পী তুমিও প্ৰতিটো প্ৰজন্মৰ।অতিত,বৰ্তমান আৰু ভবিষ্যৎৰ🤗🥰
God bless our heartthrobGarg
Mitu sarmah
#Zubeen Garg
#Zubeen Garg Fan Club
#বাইহাটা চাৰিআলি জুবিন ফেন ক্লাব
Uff ki likhisa bro🔥🔥🔥🔥
Moja . Val lagil
Dhunia kotha kole
Wow
Ki likisa sokupani hulai gl apunr word bure hosak apuner monr kotha bur xuni vl lagil 🥰
Apuner ghr kot nu ...
Ki mazza
Greatful to Diganta sir for giving this opportunity... Thanx everyone for giving love to the song... Love you ZG❤️❤️
গাণে জুবিনে জোৱাৰ আনে
কথাই সুৰে দিগন্তই মায়া সানে
শুভ জন্মদিন জুবিন
ধন্যবাদ ভাৰতী ডাঙৰীয়া।
দাদা , গানটোৰ কথা আৰু সুৰে সচাকৈয়ে হৃদয় চুই গৈছে! কালিৰ পৰা কিমান বাৰ শুনিছো থিক নাই 💕
After listening the song it makes me cry. Best way to express or elaborate real Zubin Garg. 🔥🔥🔥👍
Diganta da heads off of your song and composition. Also voice of other members are realy majestic. Thank you all for this lovely song. Jai aai axom
বহুত ভাল লাগিল দাদা।🙏🙏
অসমৰ সম্পদ,অসমীয়াৰ গৌৰৱ♥️_
অসমীয়াৰ আশা-ভৰসা,সুখ-দুখৰ আন এটি নাম জুবিন।।
হিয়াৰ আমঠু,অসম ৰত্ন জুবিন গাৰ্গলৈ জন্মদিনৰ শোভেচ্ছা থাকিল❤️..
Joi Zubeen Da
eman dhunia gaan aru video eta upohar dya babe DIGANTA DA APUNAK BHT BHT DHANYABAAD
জ্যেষ্ঠ গুৰু জুবিনদা আৰু দিগন্তদালৈ সহস্ৰ প্ৰণিপাত । লগতে সহযোগী প্ৰতিজন কণ্ঠশিল্পী সকললৈ শুভেচ্ছা জ্ঞাপন কৰিলো 🙏।
Thanks❤
জুবিন দা আমাৰ আৱেগ।
জুবিন দা আমাৰ অহংকাৰ।
জয় জুবিন দা❤️
মনলে উভতি আহে ল'ৰালি 😍 দুয়ো লগ হৈ ন ন সৃষ্টি কৰি যাওক 👍
কি অপূৰ্ব কি সুন্দৰ সৃষ্টিশীলতা ছাৰ আপোনাৰ। আপোনাৰ সংগীত সৃষ্টিৰ অনুৰাগী আমি।
বহুত ভাল লাগিছে গানটো । ইমান ভাল ভাল কণ্ঠ । কেতিয়া যে এওঁলোকক ভালকৈ শুনিবলৈ পাম (solo)। হেপাহ নপলায়। আপোনাৰ ভাল ভাল গানেৰে এওঁলোকক আগুৱাই লৈ যাওঁক। who may be these dislikers...??
কিবা এটা ভাল লাগিল,
সমবেত কন্ঠত নতুন ৰূপত।
amused....love to Zubeen Garg & Diganta Bharati
Thank you 🙏❤️
জুবিন গাৰ্গ দাদৰ জন্ম দিনৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
Gan tu suni kiba blg lagil..bohut dhunia..mon tu bohut val lagil..
জন্মদিনৰ অলেখ মৰম জুবিন দালৈ💖💕💕💕💕💕💕দীৰ্ঘায়ু হওক দা💖#Lotsoflove
দিগন্ত দা গীতটি বহুত ভাল লাগিল শুনি 😊😊
একো শব্দ নাই৷ supreb.. দিগন্ত দা আপোনাক সেৱা নিবেদিছো, ইমান এটা সুন্দৰ গীত উপহাৰ দিয়াৰ বাবে৷ love you Zubeen da
🙏🙏
Please ask Zubeen da to promote "Aagoli Anubhob". This is one of the best songs in recent times.
Apunaaluke promote koribo..pisoloi video koribo mon ase...thank u for your inspirational words..
@@bhaswatiibharati9737 বা, মোৰ ঘৰত সদায় বাজে৷
জুবিন দাৰ পেজৰ পৰা এই গানটোৰ লিংক মই দেখাত দিয়া নাই৷ গতিকে এবাৰ দিলে ভাল হয়৷ নহ’লে এটা খুব ভাল গানৰ পৰা বহুতো শ্ৰোতা বঞ্চিত হ’ব৷
Many many happy returns of the day 💐 happy birthday ZUBEEN UNCLE 🎂❤️❤️❤️stay blessed and happy always 😊💕
And NICE SONG 👌👌👌👍👍👍
Zubeen Garg - The Pride of Assam! ❤️
Val lagil BHT. Happy birthday Zubeen da🎂. BHT morom tumale jasilu. Vale thaka🥰❤️. Happy birthday King 🍫.
ভাষা নাই মোৰ ক'বলৈ কিমান ভাল হৈছে গীতটোৰ কথা আৰু সুৰ ❤️❣️ ৱাহ ৱাহ
Khub xundor hoise sir bhal lagile♥️
Wowwww emn dhunia hoise💖Happy birthday zubeen da
Bahut val lagise.singers great..Bidyut da proud of you
What a beautiful song sir!...
Bohut dhunia hoise gaan too ❤️❤️❤️❤️❤️❤️
Wauuuuu🔥🔥🔥 luv u dada😍😍😍
Wish u happy birthday dada🥳🥳🥳Lots of love dada❤❤
ধুনীয়া গান ,🔥..
#happy birthday zubeen Da ❤️
Jai zubeen da
Gaanty suni soxakoi saku pani olaise bohut val lagil
Many many happy returns of the day dada
ওপজা দিনৰ বহুত বহুত শুভেচ্ছা জনালো দাদা।
Thank you🌹
Moja zubeen da ❤️❤️❤️❤️
This was the bigget Bigget birthday gift to our legend. Its beautiful
Happy birthday moromor Zubeenda.Many many happy returns of the day.🎂🎂🎂🍰. Zubeen daa amor hoi rok 💖💖💖
অতি সুন্দৰ।
Amazing creation sir... Really wonderful
Mojjaa lagil
Thanks 🙏❤️
Bht bhal lagil dada😍❣️
Diganta bharoti is the best musician and lyricist of Assamese music ❤️❤️😍😍🎶
Bohut bhal lagise ...sir enekoi aa amak notun notun git upohar di jaok...lots of love to you from myself and from my family too....❤️
বৰ ভাল লাগিছে গীতটো। মৰমৰ জুবিনদাক জনাইছোঁ জন্মদিনৰ বহু বহু শুভেচ্ছা। 🎂
Mojjjaaaaa love u zubeen da
Share share only share....hit 10 millionss
আপোনালৈ জন্ম দিনৰ অলেখ অলেখ শুভেচ্ছা যাচিলো দাদা ।
i luv this song..😍🤗
ufff ki dhunia....mind blowing...
Love you hearthob ♥️♥️♥️ the king of Assam ❣️🔥
Bohut dhunia hoise
Such a Lovely Creation Sir!! 😍 Nicely performed for a Justified Tribute to legendary Zubeen Da!!🙏
Wow da really amazing 😍😍👍👍👍
Mojia dada
ধুনীয়া 💚😍
HAPPY BIRTHDAY ZUBEEN DA..😘😘😘 This song is the Best Birthday Gift for Jubeen Da ...
Waw eman xundar gaan...jai zubeen daa
❤❤❤❤❤❤❤❤❤❤
Wow mind blowing🤯 😍
Awesome👍
Bohut bhal lagil
Bhut xundor hoise❤❤❤
সুন্দৰ
Outstanding..👉💖💖💖💖
Admirable
I love you Zubeen Da
Khub xundor hoise
Hats off to you Digantaa daa❤
Many many happy returns of the day Zubeen dada🎂🎂🥳🥳🍫🍫
Happy birthday legend king all rounder zubeen da . God bless you
gaan tu completely dedicated hobo lagisil.... Zubeen dak gowabo nalagisil.......💓
Many many happy retuns of the day z g daa
Happy Birthday dada... সপোনৰো শেষ নাই
Mojjah
SUCH A BTYFUL SONG...🔥🔥🔥
Joy Zubeen da ❤
Lot's of love dada❣️❣️❣️❣️#zg
Awesome...
💚Dada😘
মোৰ প্ৰভূলৈ ওপজা দিনৰ শুভেচ্ছা থাকিল ❤️❤️
Many many happy returns of the day...
Thanks🌹
Wow!
Dhunia
Wow...❤
Great work sir..... 🙏
খুব সুন্দৰ উপহাৰ জুবিন দাৰ জন্মদিনত৷
Bhal lagil sir❤
Happy birthday legend❤️❤️❤️
Xundor
Happy birthday🎂🎉🎁 Dada love you❤❤
*Zubeen Garg ❤️*
Suparb. 100% truth
Dada wao, ki kom aru kobo bhakha nai kebol hunisu keibabaru.
জুবিন দা❤️
*Very Nice song dedicated to Zubeen Garg*
Thanks🌹
Dada❤️❤️❤️
Tq Diganta Bharati sir Lvu Dada...❤❤
Thanks🌹
গানে জুবিনে.......❤❤❤❤
*i love you Zubin Daa*
# i want to say something in different context… BABU dar lgt jijon V-DRUM player asl.. Hons DADUL Ku DAS, tewor jowakali death hoi. jijone Lt. Dadul sir k janisil plz mk jonaboson.. mon toi kiba hahakar kri ase etiya o.
he was a specialist of Drums & pad, and kung fu, :(
Joi Zubeen da