Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
Good
🙏
শুনি বহুত ভাল লাগিল
East facing plot t Agni kon t main gate ase sir Remedies kiba ase neki
যদিহে প্ৰকৃততে আগ্নি খোন হয় তেন্তে ৰঙা ৰং কৰক আৰু তামৰ মোটা তাৰ এডাল দুটা খুটাতে লাগি থকাকে মাতিত পুতি দিয়ক।
Bahut bahut dhanyawad Mohakhoy🙏🙏
সুন্দৰ উপদেশ ভাল লাগিল
Ki gaise SE mne dokhin pub ako koisa dokhin t thakibo lge ako koisa SE t hola prblm nubujilu
বুজিব ভালদৰে শুনক। পূৱৰ দঃপূঃ আৰু দক্ষিণৰ দঃপূঃ ।পূৱৰ দঃপূঃ অশভ। দক্ষিনৰ দঃ পূঃ মই দিয়া মতে বনিৱ পাৰি।অৱশ্যে এই বিষয়ত অলপ জ্ঞান থাকিলে শুবিধা হয়।
Dhanyavaad.... Kub bhal lagise
মুখ্য দোৱাৰ কোনখনৰ কথা কলে মহাশয় , ঘৰৰ নে পদুলীৰ
ছবিত দেখাখনৰ কথা কৈছো !
চাৰ আমাৰ পূবত মাটি কম কিবা হব চাৰ
@BalinBorurah পশ্চিমত কৈ অলপ বেছি হৱ লাগে। পূৱফালে বেছিকৈ পোহৰ সোমাব পৰাকৈ খিৰিকি ৰাখক।
আমাৰ বায়ুকোনত আছে, কি ৰং কৰিব লাগিব আৰু ভাল ঠাইত আছে নে কবছোন 🙏
White / Light gray /offwhite.
Huni.bhal.lagil.thanks
Thank u sir bohut bohut dhanyabad somadhan diyababe,
মই নতুনকৈ ঘৰ সাজিবলৈ লৈছো, ঘৰটো পশ্চিম মোখিঘৰ হয়, ঘৰ টোৰ কেনে ধৰণৰ হ'লে ভাল হয় জনালে সুখী হ'ম।
উত্তৰ পশ্চিম দিশত মুখ্য দোৱাৰ হ'লে এবাৰ ভাল আৰু এবাৰ বেয়া বুলি ব্যাখ্যা কৰিলে যে , কথাটো কি বাৰু
আপোনি ভালদৰে মন কৰক ! পশ্চিমৰ উ: পশ্চিম আৰু উত্তৰৰ উ:পশ্চিম দুটা দিশ আছে !
দক্ষিণ পূৱ দিশত ঘৰৰ মেইন গেটখন দিব পাৰি নে ছাৰ
পূৱৰ ফালে দঃপূৱত নোৱাৰিৱ।দক্ষিনৰ ফালে দক্ষিন পূৱত পাৰিব। পূৱৰ পৰা দক্ষিনলৈ মাটি খিনি ৯ ভাগ কৰি পূৱফালে দুটা ভাগ এৰি গেট বহুৱাব পাৰিব।
উত্তৰ পশ্চিম দিশত ঘৰৰ মেইন গেটখন দিব পাৰিম নে ছাৰ, লগতে দক্ষিণ ফালে লেটিন আৰু পানী টেংকী দিব পাৰা যাব নে ছাৰ |
@@Minecraft_Un-Official পাৰিব ভিডিও ভালকৈ চাই লৱ।
@@vedicastrologyassam ধন্যবাদ ছাৰ
ভাল লাগিল
আমাৰ ঘৰটো পশ্চিম মুখী হয়।ঘৰটো বনাই আছে।অনুগ্ৰহ কৰি মুখ্য দুৱাৰ কোনখিনিত দিম কবছোন।এতিয়া জানিলে ভাল হব
North East mukhya DUWAROT KIRANG DIM JONABO.
পাতল কমলা ৰং !
আপোনী ইমান ধুনীয়াকৈ বুজাই দিয়ে কিবা সুধিলে কয় ভাল লাগে
ঘৰটো সদায় চাৰিচুকীয়া হ'ব লাগেনেকি?
হলে ভাল হয়
পাকঘৰ আৰু দ্ৰয়িংৰুমত কি ৰং দিব লাগে জনাবচোন । vdo টো চাই ভাল পালো ।
দিশৰ ওপৰত নিৰ্ভৰ কৰি কৰিব!
Thanks for information
দক্ষিন পশ্চিমত দুৱাৰ থাকিলে কি কৰিব লাগিব ৷ভাঙিবলৈটো অসুবিধা হ’য় ৷গতিকে কিবা উপায় এটা দিব লাগে ৷
আপোনি পাৰিলে হনুমানৰ দুখন ফটো বাওফালে গদা লৈ থকা দৰজাৰ বাহিৰ ফালে লগাই দিয়ক ! আৰু সিহ এটুকুৰা লগাই ৰাখক
উত্তৰ পশ্চিম কোণৰ গেট খনৰ ৰং কিহৰ হ'ব লাগে ছাৰ অনুগ্ৰহ কৰি জনাব।
উ:প: দিশটোৰ গ্ৰহ ঢন্দ্ৰ গতিকে বগা,ৰুপালী,মাখন !বায়ব কোনত পাতল ৰং ব্যৱহাৰ কৰক
Sir aamar tiubol too poshim uttar poshim fale aase shito aaponar upodes mote utham buli bhabiso
HOI, NORTH EASTFALE NIYOK.
Sir Amar ghorr mul dorja khn pubfale mukhkori ase kin2 South est kunotei mul dorjakhn hoi gotike tar protikar ata dile borval pam
Dorja khonot ronga ba brown rong babohar korok.Shodai patol ronga rongorporda logai rakhok .Ata OM ba swastik rupor ba tamor dorjakhonot bahiror fale logairakhok
Okhek Dhonyabad sir
Aru ata kotha hol hei dorjakhnr uporfale akhn srikrishnar murtir simentor gril ase val ne beya aru moi choklate colur porda logai thoisu jnabosun
Pordakhon ronga hole val hobo.
Sir ধৰিলক baondari hol 25+25+25+25 মিটাৰ হলে মোক্ষ দুৱাৰ হোৱা শুভ
বৰ্গাকাৰ মাটি ভাল হয়! কোন দিশত ৰাস্তা আচে তাৰ ওপৰত নিৰ্ভৰ কৰি উপযুক্ত স্থান বাচি লৱ লাগিৱ
পূব দিশত ৰাস্তা আছে
পূৱফালে হলে উঃ পূৱত সুবিধা আছে যদি কৰিৱ পাৰে
@@vedicastrologyassam doyaniobad sir
Val lagila sai
Poshim fale rasta ase jiheto kun fale main door korim jonabo su
Bohut val lagil
kotha khini janibo pari khub val lagil dada🙏🙏
বৰ ভাল লাগিল!
Valuable video sir
Sir aamar getkhon utter poshom phale aase , upai ki hobo kono sun,
ঘৰলৈ সোমায় যাওতে বাওফালে গনেশৰ ফটোফ্ৰেম এখন শুৰডাস বাওফালে থকা খুটাৰ ওপৰ ফালে আৰু সোফালে পঞ্চমুখী হনুমানৰ ফটো ফ্ৰেমৰ সৈতে লগাই ৰাখক !মুৰ্তী নহয় কিন্তু
এটা Alluminium Helix gate খনত লগাই ৰাখক ! ONLINE PABO.
Sir aponak bahut bahut dhannyabad. Aponer video bur bahut vl Lagise.
Sir moi gharar pra Mul gate e 're olale pubfl hoi r u Rasta r pra ghrt humaoute pashim fl hoi gatike mor Mul gate Khn kon muwa hba jnaba son.
@@nayanjyotisarma9800 PUB MUKHI HOBO
কথাখিনি জানিব পাৰি ভাল লাগিল
ইমান সুন্দৰ ব্যাখ্যা , বহুত ধন্যবাদ |
ধন্যবাদ
জানিব পাৰিলো
Sir aamar ghar to dakshin mukhi aru majote dorja aase atiya kenekoi tar somadhan pam anu gro kori upai ata diye jen ,
যদি একেবাৰে মাজত আছে তেন্তে ৰঙচোৱা ৰং মাৰি দিয়ক আৰু যদি অলপ দঃপুৱৰ ফালে তেনেহলে কমলা ৰং ব্যৱহাৰ কৰক
আমাৰ ঘৰতো দক্ষিণ মুখে মেইন দূৱাখন কিন্তু পূৱ পশ্চিমৰ সীমালৈকে ৯ ভাগ কৰিম নে ছাৰ, নে মেইন ঘৰৰ পূৱ পশ্চিমৰ ইমূৰ সিমূৰলৈ ৯ভাগ জুখি জুখ কৰিম? কেইনম্বৰ ভাগত মেইন দূৱাৰ দিব পৰা যায়, কোনটো বাস্তুসন্মত হব অনুগ্ৰহ কৰি জনাবছোন ছাৰ...
জানিব পাৰি ভাল লাগিল
চাৰ আমাৰ পাকঘৰ দক্ষিণ পশ্চিম দিশত। পাকঘৰটো বাস্তু সন্মত কৰিব কি কৰিব লাগিব
Sir aamar je uttar poshim falor uttare 3 padot dorja bonalo atiya seeri kon favor pora bonam jonabo
Apunak kenekoi jugajug karim , add with phone number pam neki . Mane ami ghar bonabo bisarisu aru bastu mote. Hei babe apunak log karibo bisaru.
600777402 এই নং টোত ফোন কৰিৱ পাৰে
thanks
Nice 👍👍
বাস্তু কৰোতে অকল ঘৰটোৰ জোখ লৈ কৰে নে গোটেই মাটি কালিৰ সীমা চাই কৰে জনাবচোন ।
মাটিৰ চাৰিসীমা আৰু ঘৰটোৰো চাব লাগে !
ঘৰৰ চিৰি কোন দিশে হোৱা উচিত।
লোৰ ৰং কোনটো বুজি নাপালো।মোৰ প্ৰবেষ দাৰ পশ্চিম দিশত আছে।নীলা আৰু লোৰ ৰং মিলাই ৰং কৰিব পাৰিম নে জনাব।প্লিজ।
ছায় ৰং .
Apunar kothakhini janibo pari hukhi holu. Apunak kenekoi log pam..Bornali.
ফোন ন মবাৰ টো দিব পাৰিব নে?
৬০০২৭৭৭৪০২
xundor
ৰান্ধনি ঘৰ কোন দিশত হোৱা ভাল
Matikhini Jodi sarikoniya nohy Tini koniya hoy tente kot mokhyadowar hob lage
মাটিখিনিৰ সন্মুখ কোনদিখত ? মাটিখিনি বাস্তু সন্মত টো নহয়েই !
Amar dakhin pashim dikhot ase .protikar dioksun
Thank you sir
Thank you
ভূল হৈছে আপোনাৰ কেইটামান কথা ।
হৱ পাৰে অলপ জনাবচোন !
👍
Alop dokshin poshim fale aase
RONGA RONG DORJA KHONOT BABOHAR KOROK
নজনা কথা আজি জানিব পাৰি সচাই ভাল লাগিল ।ধন্যবাদ থাকিল ।
Sir apunar numbartu dibsun . apunak ghorloi matile manoni kiman dib lagib jonabsun .
মই মোম্বাইত হে থাকো !
চাৰ ফোন নম্বটো দিয়ক 🙏🏻
Apuni contact no dibo buli akha korilu.Mur ghoror aop pratikar korabo ase.
Nice.
Apunar contact number tu dibo sun
Thanks
Good
🙏
শুনি বহুত ভাল লাগিল
🙏
East facing plot t Agni kon t main gate ase sir
Remedies kiba ase neki