ৰাজনৈতিক হেঁচা! চুমিৰ বিৰুদ্ধে look out নটিছ জাৰি কৰা নাই কিয়? || Atanu Bhuyan || Satya

Поделиться
HTML-код
  • Опубликовано: 15 сен 2024

Комментарии • 363

  • @sarbanandagogoi6549
    @sarbanandagogoi6549 10 дней назад +121

    অতনু ভূঞাঁ ডাঙৰীয়া সত্য কথা উপষ্ঠাপন কৰিছে।

  • @LSharma-nm8yb
    @LSharma-nm8yb 9 дней назад +11

    যদি ইয়াৰ একো শাস্তি আৰু বিচাৰ নহয় তেতিয়াহলে এইবোৰ ঘটনাই বহুত লৰা ছোৱালীক বিশাল আৰু চুমিৰ দৰে হবলৈ অনুপ্ৰাণিত কৰিব।

  • @ApurbaDasEntertainer
    @ApurbaDasEntertainer 10 дней назад +39

    চুমিৰ নৃত্যত আমাৰ মুখ্যমন্ত্ৰী মহোদয় আপ্লুট হৈ পৰিছে আক'😂😂😂

  • @minakshiborgohain7378
    @minakshiborgohain7378 10 дней назад +57

    অসম আৰক্ষীয়ে এইজনী নৰ্তকী ৰাণীক গ্ৰেপ্তাৰ কৰক বা নকৰক... এইজনীয়ে যি হেৰুৱালে যিহক লৈ ইমান অহংকাৰ হৈছিল এতিয়া আৰু একো বাকী নাই সৰ্বহাৰা এইগৰাকী বাকী থাকিল সৌন্দৰ্য যাক লৈ মেলা খন খুলিছিল বিনা প্ৰসাধনে সেই মেলা বজাৰো বন্ধ হোৱাৰ পথত.... কাৰণ তাই এতিয়া faded সামগ্ৰী‌..

    • @handique6888
      @handique6888 10 дней назад +3

      সকলো ধন ধৰা পৰিবলৈ নিদিয়ে চুমীয়ে । আছুটীয়াকৈ ৰখা খিনিয়ে জেলৰ পৰা অহাৰ পাছত প্ৰসাধন সামগ্ৰী কিনিবলৈ হৈ যাব ।😅😅

    • @rupalidas9113
      @rupalidas9113 9 дней назад

    • @hirakkalita2588
      @hirakkalita2588 9 дней назад

      Sumi bora jate cancer bemar hoi more raijor avisap lagibo tetia gom pabo

    • @pareshdas900
      @pareshdas900 9 дней назад

      আপোনাৰ দৰে বহুতে comment কৰিছে, কিন্তু তাইৰ কোনো farq নপৰে, কাৰণ পইছা main...

    • @hirakkalita2588
      @hirakkalita2588 9 дней назад

      @@pareshdas900 but Tai raijor avisapot poka lagi moribo edin tetia taik kunu paisai rokhsa koribo noare aru tair paisare jibikok kinibo sihotor family o hojom Koribo noaribo

  • @HJ-borah
    @HJ-borah 10 дней назад +87

    আপোনাৰ ল'ৰাই দেখোন চুমি বৰাক মাতি আনি চাহ খোৱাই মেজমেল পাতিছিল!!!তেতিয়া তাইক নুসুধিলে কিয় ইমান কম দিনত কেনেকৈ ইমান টকাৰ মালিক কেনেকৈ হ'ল???

    • @biki456
      @biki456 9 дней назад

      Khaise taik 😁😁😁

    • @jeeyaulislam5826
      @jeeyaulislam5826 9 дней назад +3

      Ghai hipa dalate dhorise dei ,🤔

  • @morommoromlagise936
    @morommoromlagise936 10 дней назад +83

    2000 কোটিৰ 1% পালেও গোটেই চাকৰি জীৱনতকৈও অধিক উপাৰ্জন হ'ব গতিকে চুমি-বিশাল-তাৰ্কিক নিৰাপদ আৰক্ষীৰ পৰা

  • @ApurbaDasEntertainer
    @ApurbaDasEntertainer 10 дней назад +34

    চুমিৰ দ্বাৰা নিশ্চয় বিধায়ক,মন্ত্ৰী নতুবা পুলিচৰ শীৰ্ষবিষয়াৰ পত্নীয়ে বিনিয়োগ কৰিছে নতুবা পইছা দি মেনেজ কৰিছে,সেইবাবে আজিও কৰায়ক্ত কৰিব পৰা নাই।

  • @asomorloramoimridul2712
    @asomorloramoimridul2712 10 дней назад +27

    বিজেপিত যোগদান কৰিলেই হল

  • @hemalatachetia3765
    @hemalatachetia3765 10 дней назад +14

    চুমীৰ লগত ডাঙৰ ডাঙৰ ডাঙৰ,,,,মানুহৰ লগত জড়িত আছে ,,গতিকে চুমীক গ্ৰেপ্তাৰ কৰা নাই,,,চেহেৰা চাই আছে ।।

  • @ankitabarman9770
    @ankitabarman9770 10 дней назад +37

    ৰাজনৈতিক নেতা জৰিত আছে।

  • @nabakumarkalita4165
    @nabakumarkalita4165 10 дней назад +21

    মই ভাৱো কোনো লাভ নহব, কাৰণ আমাৰ দেশ ৰ আইন কানুন বহুত দীঘলীয়া, অপৰাধী এ দোষ কৰি সাৰি যায় আৰু মাজতে আমি জনসাধাৰণ বিপদ ত পৰো 😢

  • @Sima.1234
    @Sima.1234 10 дней назад +16

    ভাল ভাল মানুহ কিছুমানে তেওঁক পলাই থকাত সহায় কৰি আছে যেন পাওঁ,,

    • @boonsaikia8526
      @boonsaikia8526 9 дней назад +4

      Suruni jonik hohai kora manuh keneke val manuh buli kole???

  • @TarunmohanTarunmohan
    @TarunmohanTarunmohan 10 дней назад +14

    সকলো মানুহৰ বাবে আইন কানুন নাই ঔ অকল আমাৰ বাবে

  • @bidyutkonwar8231
    @bidyutkonwar8231 10 дней назад +12

    চুমিৰ মোবাইল লোকেচন মাজে মাজে এতিয়াও গুৱাহাটীত দেখাই বুলি নিউজত ওলায় । তাৰমানে চুমি এতিয়াও মহানগৰীতে আছে । তাইক ধৰা পেলাব পৰা নাই নে আন কিবা ??ৰৌ বৰালিৰ বৰ দীঘল লিষ্ট এখন পোৱা যাব নেকি তাইক ধৰিলে ??

  • @rinagoswami4612
    @rinagoswami4612 10 дней назад +26

    চবেই মিলি আত্ম সহায়ক গোট গঠন কৰিছে

    • @Neuclear_Boy
      @Neuclear_Boy 10 дней назад

      😂😂

    • @Ronshoy.K
      @Ronshoy.K 9 дней назад

      Manisu kimjong 😂😂😂​@@Neuclear_Boy

  • @manashmayukhkonwar2909
    @manashmayukhkonwar2909 9 дней назад +5

    একদম ঠিক কৈছে । এই পলাই থাকোতেই বেইল লব । আৰক্ষীয়ে বেইল লবলৈ সময় দিছে

  • @zambosh9624
    @zambosh9624 9 дней назад +3

    Sir , apunaaloii uu bohut dhonyobad thakill..
    Pobitro Bhado maah orr hubhessa thakil ..
    #KrisnOo..

  • @tilakdeka9071
    @tilakdeka9071 10 дней назад +7

    সকলো মিলি ভগত যেন পাওঁ ৷

  • @LatikaKalita-n4r
    @LatikaKalita-n4r 10 дней назад +10

    চুমী কৰবাত মৰিল নে কি নহলে ইমান দিন লাগে নে বিচাৰিব। নে পইচাই সকলো লুকুৱাই ৰাখিছে ।নাজানো আৰু চুমীৰ লগত মিলি থকা মানুহ বোৰে হে জানিব।সত্য কি।

  • @babulbora8228
    @babulbora8228 10 дней назад +29

    এই খন ভাৰতবৰ্ষ যত চোৰ ডকাইতৰ দৰে অপকৰ্মত জঢ়িত ব্যক্তি বিশেষ বিভিন্ন ৰাজনৈতিক দলত টকাৰ বলৰে যোগদান কৰি একো একোজন আইন প্ৰণয়ন কাৰী বিধায়ক,সাংসদ হয়। তাতে এই খন আমাৰ অসম।গতিকে ইয়াত অসম্ভবো সম্ভৱ হোৱাটো....

    • @gameps5871
      @gameps5871 10 дней назад +1

      Correct

    • @rambalram2610
      @rambalram2610 10 дней назад +2

      হবলৈ সুবিধা টো কোনে দিছে...?? 😮😮 গণতন্ত্ৰ শব্দ টোৰ অৰ্থ বুজি পাই জানো অসমীয়া মানুহে....??? 😮😮😢😢 ৮০% অসমীয়াই বুজি নাপাই গণতন্ত্ৰ কি বস্তু...?? গণতন্ত্ৰ ত নাগৰিকৰ অধিকাৰ কি...?? বাকী যি ২০% এ বুজি পাই তাৰে 3% মান অসমৰ বাহিৰত কৰ্মৰত আৰু বাকী থকা 17% জি মেডিয়া বা অনান্য বৃত্তিৰ লগত জৰিত, পইছাৰ সহায়ত মেনেজ হৈ যায়..... গতিকে বছৰে বছৰে এনেকৈ অসমীয়া নাগৰিকক দি আহিছে বাবাজিৰ থুল্লো 😮😮😮😢😢😢😅😅😅 স্বাধীনতাৰ ৭৫ বছৰ এনেকৈ পাৰ কৰিলে... আৰু ৭৫ বছৰ ও এনেকৈ যাব...😮😮😮😮

    • @user-tm2rf2ii9d
      @user-tm2rf2ii9d 10 дней назад

      ​@@rambalram2610 একদম সঁচা কথা টো কলে...এইবোৰ বুজিবলে মানুহৰ ভাল মগজু থাকিব লাগিব

    • @pranabsarma7023
      @pranabsarma7023 9 дней назад +1

      Raije dhariba lagiba

  • @Bestofbollywood36
    @Bestofbollywood36 10 дней назад +20

    Sumi’k Ki fancy market’t aloo-piyaz kini thakute log paute summon khon dibo nki ,,,,, search operation korok police’ei tetia hyy dhoribo paribo…. 🙄🙄

  • @hiteshdeka153
    @hiteshdeka153 10 дней назад +9

    চুমী বৰা সাৰি যাব যেন অনুভৱ হৈছে। ইমান দিন লাগে নে। অসমত 2200 মাৰি সাৰি যাব নেকি।

    • @rdx8283
      @rdx8283 9 дней назад

      Sobei sumir toka khai pet bhorai thoise eikrane taik dhora nai ,, aru tate second sunny leone dekhilei sobe pagol hoi jai

  • @BharatSaikia-nj5vn
    @BharatSaikia-nj5vn 10 дней назад +5

    ঢুলীয়াই ঢোল বজাই আছে আমি দৰ্শকে এতিয়া চাই হাতচাপৰি মাৰি থকাহে কথা

  • @BHABESHBARUAH-vi4iy
    @BHABESHBARUAH-vi4iy 10 дней назад +3

    Exactly jitu Hoi aase correct information tu powa gol , thanks sir

  • @thekalyankalamfoundation801
    @thekalyankalamfoundation801 10 дней назад +19

    শেষত ফুটুকাৰ ফেন হ'ব।হাতি চুৰ সাৰি যায় মাখি চুৰক হে কিলায় ।বৰ বৰ চুৰে হায় আহিণৰ সুৰুঙাই টকা ধালি সৰকি যায় ।বাহিৰে ভিতৰে বগা কাপোৰ পিন্ধা চুৰ

  • @RajaKhanikor
    @RajaKhanikor 10 дней назад +6

    তাইক ধৰিব লাগে কাৰণ black money থকা কিতা ধৰা পৰিব লাগিব,,

  • @user-mh8vv7kl5w
    @user-mh8vv7kl5w 10 дней назад +8

    এয়াই স্বচ্ছ চৰকাৰ , ছেলুট দেই শিমন্তৰ চৰকাৰক। সময় আহি আছে উচিত শিক্ষা দিয়া হব।

    • @TCF573
      @TCF573 10 дней назад +1

      Haju huwa

    • @boonsaikia8526
      @boonsaikia8526 9 дней назад +1

      Ready asu himontok khediboloi.

    • @TCF573
      @TCF573 9 дней назад

      @@boonsaikia8526 good amiu ready . Dohjonok kothabur bujaba

    • @TCF573
      @TCF573 9 дней назад

      @@boonsaikia8526 we are also ready

  • @NabanitaChetia-k3l
    @NabanitaChetia-k3l 10 дней назад +17

    সকলো টকাৰ খেল টকা মেইন

  • @sulochanaverghese1164
    @sulochanaverghese1164 10 дней назад +10

    Dibrugarh and Guwahati is inside Assam only than why cannot the police force work as a team ?

  • @rajpriyamborah5747
    @rajpriyamborah5747 10 дней назад +3

    Ekdom right kotha koise apuni dada

  • @swapnilmusicstudio1891
    @swapnilmusicstudio1891 10 дней назад +7

    বহুতেই চাগে ভন্টি পাতি লোৱা নাছিলটো!!!

  • @DebanitaDevi
    @DebanitaDevi 8 дней назад

    Really a truth and different angel of story you hav highlighted.Impressive Sir.

  • @DipakDas-hv2cg
    @DipakDas-hv2cg 10 дней назад +5

    আজিৰ তাৰিখত দল সংগঠন কলৈ গল

  • @hemkantaborah7434
    @hemkantaborah7434 10 дней назад +5

    চুমিলৈ মন্ত্ৰী- আৰক্ষীৰ ইমান মৰম কিয়? বিশাল বয়স ২২,চুমি বহুত ডাঙৰ।

    • @pareshdas900
      @pareshdas900 9 дней назад +1

      বিশাল ৰ বয়স চুমীতকৈ সৰু হব পাৰে, কিন্তু বিশাল ৰ চব বস্তু সৰু নহয় টো 😂😂😂

  • @GitashreeDas-d4e
    @GitashreeDas-d4e 10 дней назад +4

    Right

  • @StudioMusic90
    @StudioMusic90 10 дней назад +10

    Anticipatory bail loi ulabohoi Jen lagise
    Mur family lawyers bohut ase gotike case tu lomba solibo. Bohut lomba

  • @hariprasadexplore810
    @hariprasadexplore810 10 дней назад +6

    2000 কোটি এটা ভাগ যদি আপুনি মই পাওঁ ১00 শতাংশ ,মনে মনে থাকিম,,,নে কি কয়

  • @insafassamking6216
    @insafassamking6216 10 дней назад +9

    দু হেজাৰ কোটিৰ খেল। সকলোৰে আশা কিবা এটা

    • @Roy30182
      @Roy30182 10 дней назад +1

      🤣ASOL KOTHA XETUA

  • @DebangaAcharjya
    @DebangaAcharjya 10 дней назад +2

    Apunar kothabur val lagil ❤apunar lgt asu.....

  • @shyamalsarmah5470
    @shyamalsarmah5470 9 дней назад +3

    Jail Jail Jail hobo lage.

  • @Ulludin
    @Ulludin 10 дней назад +18

    Police, minister, rajniti neta, leaders, Assames actor hokolu mili ase..
    Sumi Bora k bosabo bisarise..
    Sumi Bora figer val, Figer dekhai Sumi a hokolu control kribo pari..
    Sumi Bora is real queen..

  • @SuniteeAdhikary
    @SuniteeAdhikary 8 дней назад

    Vl lage sapunr news bur,nojonakotha janibo paru, thank you so much

  • @arktravel3400
    @arktravel3400 10 дней назад +7

    Arrest koribo lagea Assam police

  • @user-vq6ly9ud7z
    @user-vq6ly9ud7z 8 дней назад

    অতুনু দা আজি হে ভাল লাগিল । 😊😊

  • @PrakashSingh-ls8sm
    @PrakashSingh-ls8sm 10 дней назад +4

    Sumir case tu Junmoni Rabhar dore hobo jen lage, kionu Sumi arrest hole bahu dangar manuhar naam ulai poribo jen budh hoi, after few months she will be free saying that there is no any evidence against her.

  • @danuanddadvlogs
    @danuanddadvlogs 10 дней назад +3

    High level case

  • @gyanbikakh8436
    @gyanbikakh8436 9 дней назад

    সকলো আইন কানুন মাথো দুখীয়াৰ কাৰনে। টকা আৰু ক্ষমতা থাকিলে কোনেও একো কৰিব নোৱাৰে। আমি বোৰৰ যেন এটাই দোষ আমি দুখীয়া 😢😢

  • @singingtogether9780
    @singingtogether9780 9 дней назад

    Aapuni bohut bhal koise 🙏🙏

  • @educationsarma6175
    @educationsarma6175 10 дней назад +7

    আপোনাৰ বাতৰি বোৰ অতি উন্নত মানৰ । ভাল লাগে কিবা নহয় কিবা এটা সমাধান পোৱা যেন লাগে । চুমি বৰা অপৰাধী ।গতিকে ইমান বোৰ তথ্য থকা চৰ্তেও চুমিৰ প্ৰতি দৰদ কিয় ? সকলোকে আৰাম দিব লাগে ।

  • @srimanhazarika2838
    @srimanhazarika2838 9 дней назад

    আৰক্ষীৰ চৰম ব্যৰ্থতা। ধিক্কাৰ দিছোঁ।

  • @kamaleswarkalita2028
    @kamaleswarkalita2028 10 дней назад +2

    Sumi should brought under investigation.

  • @abhilekhR1
    @abhilekhR1 10 дней назад +5

    Mili juli bhakat Absconding Big Nexus

  • @DibyajyotiRabha-i1k
    @DibyajyotiRabha-i1k 10 дней назад +1

    Sumir karone apuni buhut kosto kori ase....ki ki hoi ase apuni ase krone he gom pai ase assamr raije...,!!!thank u..

  • @dipankarneog3095
    @dipankarneog3095 10 дней назад +3

    ভিডিঅ' কেইটাৰ কালেকছন মজা কৰিছে আকৌ

  • @HirenKonwar-gr4ng
    @HirenKonwar-gr4ng 4 дня назад

    Thank you atunu da

  • @mridultalukdar7913
    @mridultalukdar7913 10 дней назад +2

    সচা কথা কৈচে🙏

  • @kuldipmedhi6971
    @kuldipmedhi6971 10 дней назад +3

    Power of money

  • @profitt8927
    @profitt8927 9 дней назад +1

    While driving I saw her buying condm at Sixmile in the morning.

  • @ratulbarman-i2u
    @ratulbarman-i2u 9 дней назад +1

    সকলো লগ লাগি আছে

  • @popibaruah3204
    @popibaruah3204 10 дней назад +2

    লাখটকা ঘোখনা কৰক চুমিক সন্ধান দিওতালৈ,,,

  • @AditiBanerjee-dd4dw
    @AditiBanerjee-dd4dw 9 дней назад

    Aapuni thik kotha koise...❤❤

  • @AlenVikas
    @AlenVikas 10 дней назад +2

    Sunil Gogoi case tu ki hol????????
    Khel tu aibr alop blg k khelile,SI Junmoni Rabha tu direct manuh a gom pale tu

  • @diptidevi4055
    @diptidevi4055 10 дней назад +1

    একেবাৰে সত্য

  • @sanjaygoswami3793
    @sanjaygoswami3793 10 дней назад +1

    Case handover to ED/CBI

  • @ranjitborah1989
    @ranjitborah1989 9 дней назад

    Sumi borah jindabaad....

  • @ashimbaruah6887
    @ashimbaruah6887 9 дней назад

    Sir apunar video bur sai bohut bhal laage apunak request korisu apuni he ai fokotia burok arrest korabo paribo...

  • @smitabaishya7304
    @smitabaishya7304 9 дней назад

    Akdom thik kotha koise apuni.. aiai Amar assam. Dukh lage ketiaba vabile manuhe bhul dokh kori amr eyat basi jai

  • @RajuBorah-t7k
    @RajuBorah-t7k 9 дней назад

    She is a great gramblar of universe

  • @Moni88-k2n
    @Moni88-k2n 10 дней назад +2

    বৰ সুন্দৰ কৈ কথা বোৰ কৈছে ❤❤❤❤❤❤❤❤

  • @Ytkmzhla
    @Ytkmzhla 10 дней назад +2

    Assam police r uporot biswakh nuhua hoise manuhor

  • @udlife4646
    @udlife4646 9 дней назад

    Power a lot. 🤐

  • @sikhadas7687
    @sikhadas7687 9 дней назад

    আপোনাৰ ল'ৰায়ো কিন্তু তাইক মাতি বাহ বাহ দিছিল | শুদ্ধ অশুদ্ধ বিচাৰ কৰিহে আপোনাৰ ল'ৰাক সাক্ষাৎ ল'বলৈ ক'ব , বাকী আপোনাৰ কথাখিনি ১০০% সঁচা |

  • @bikashsahariah1096
    @bikashsahariah1096 9 дней назад

    Electoral bond দিলেই হ'ল কোনো গ্ৰেপ্তাৰ নহয়।

  • @mukundamahanta7553
    @mukundamahanta7553 10 дней назад +1

    প্ৰথমতে মাৰোৱাৰি‌ পাচত মিঞা‌এতয়া‌চুমি লাগেৰহ অসমিয়া

  • @digbalaysarma20
    @digbalaysarma20 10 дней назад +4

    Mama goise jodi sekh 😂

  • @debendrakumarnath9286
    @debendrakumarnath9286 9 дней назад

    ইমান নগদ টকা জমা দিছিল।বেংক authority এ RBI ক জনাইছিল নে। আপুনি মই নগগ ৫০০০০ হলেই PAN দিব লাগে আৰু cash জমা দিয়াৰ এটা limit আছে।এই আটাই কেতা case CBI, DRI আৰু ED ক হস্তান্তৰ কৰিব লাগে।

  • @arupsuniverse
    @arupsuniverse 9 дней назад

    অতনু দা এটা কথা চাওক।।অসমত কিমান হাজাৰ হাজাৰ পুলিচ আছে তাৰ পিছতো চুমী বৰাক ধৰিব নোৱাৰাৰ কোনো কথাই নাই। কাৰণ চুমী বৰাই অসম এৰি যোৱা নাই। আচলতে অসম আৰক্ষীয়ে চুমী বৰাক ধৰাৰ কোনো চেষ্টাই কৰা নাই হয়তো ওপৰৰ পৰা নিৰ্দেশ আহিছে যে এতিয়াই চুমী বৰাক ধৰিব নালাগে।।কাৰণ চুমী বৰাই যাৰ যাৰ পৰা টকা লৈছিল তেওঁলোকৰ লগত বাৰ্তালাপ কৰিবলৈ সময় দিয়া হৈছে চুমী বৰাক।আৰু চুমী বৰাক লগে লগে আটক কৰিলে যে বিশাল আৰু চুমীয়ে পুলিচৰ আগত কোৱা কথাৰ মিল নাথাকিব।।তাৰ কাৰণে চুমী বৰাক নিজকে প্ৰস্তুত কৰিবলৈ সময় দিয়া হৈছে।।ইয়াত মোৰ বোধেৰে নিশ্চয় কোনো চৰকাৰী বিষয়া জড়িত আছে।।আপুনি চাব এই বাতৰি যেতিয়া একেবাৰে মানুহে আওকান কৰিব তেতিয়া হে চুমী বৰাক আটক কৰিব আৰক্ষীয়ে।।

  • @anantasaikia2812
    @anantasaikia2812 7 дней назад

    দাদা আপোনাৰ বাতৰি ভাল লাগে । কিন্ত চুমি নৃত্য অনাগত দিনত নাচাও আৰো নেদেখুৱাব

  • @flyingbird131
    @flyingbird131 9 дней назад

    মইনা কলিজাৰ আতা চুৰুণী জনী যে সঁচাকৈয়ে ইমান ডাঙৰ চুৰুণী ওলাব কোনে ভাবিছিল বাৰু!
    যি খন সমাজত মানুহে এটা সাধাৰণ বস্তু চোৰ কৰিলেও মাৰি পেলাই আৰু ইমান কোটি টকা চোৰ কৰা চোৰবোৰক ৰক্ষণাবেক্ষণ দিছে ধেই ...

  • @akhimranjanburagohain4359
    @akhimranjanburagohain4359 9 дней назад +2

    অসম আৰক্ষীৰ শীৰ্ষ বিষয়াক মৰম দি থোৱা নাইতো। কব নোৱাৰি নহয় এইবোৰ নৰ্তকীৰ কথা। নাৰী,মদ আৰু মাংস আৰক্ষীৰ দুৰ্বলতা হয়।

  • @nabakantakaman2201
    @nabakantakaman2201 10 дней назад +2

    Mamai hlp money paise ooo 😂😂

  • @np7589
    @np7589 10 дней назад +5

    toi kenekoi gom pali bishaal ru sumi kotha eman. ke

  • @assameseengineer5457
    @assameseengineer5457 10 дней назад +1

    Why DB Police is playing like this this will impact Mama

  • @salimhussain4907
    @salimhussain4907 9 дней назад

    এইটো নিউজ বজে আছা অসমত বেলেগ সমস্যা দেখা নাই নেকি

  • @user-ix9ch7et5j
    @user-ix9ch7et5j 9 дней назад +1

    Polisk kine plale sumi borai

  • @jitulgogoigogoi1105
    @jitulgogoigogoi1105 9 дней назад

    ইমান দিন লাগে নকি এইজনি ছোৱালী বিচাৰিবলৈ দেশ কি বচাব

  • @prolevelcompete
    @prolevelcompete 9 дней назад

    Mone mone thak e bhai

  • @Tiger-qj1pg
    @Tiger-qj1pg 10 дней назад

    The shout from the media is not loud enough to compell the police to arrest Sumi. Assamese media MUST show its power now. Sumi must not be spared.

  • @HirenKonwar-gr4ng
    @HirenKonwar-gr4ng 4 дня назад

    Sumi ,20 yrs jail

  • @ankurjyotiborah-hh7if
    @ankurjyotiborah-hh7if 9 дней назад

    চুমি বিনা মকআপত
    আছে
    কাৰনে
    অসম পুলিচে ধৰিব
    পৰা নাই

  • @gh12138.
    @gh12138. 10 дней назад

    Thik koise

  • @TCF573
    @TCF573 10 дней назад +2

    Himmur logot photo asene.
    ?? Nai buli ko..!!! . Ronjit bula trader tue hokot amount diya photo viral hoi goise Himmuk diya .

  • @Syma800
    @Syma800 10 дней назад +1

    Actually ,this curraption made by sumi borah only. So, I want
    to punish by law.

  • @SARDAUKAGAMING
    @SARDAUKAGAMING 9 дней назад

    পইচা থাকিলে ধনী মানুহ বিলাক ৰ নিউজ দুদিন মান এ চলি থাকে চুমি ৰ ঠাইত দুখীয়া এজন মানুহ হব লাগিছিল তেওঁক কিমান কি কৰিলে হৈ । আমাৰ অসম খনত যেতিয়া লৈকে লুভিয়া politician থাকিব তেতিয়া লৈকে দুখিয়া সাধাৰণ ৰাইজ মৰি থাকিব লাগিব আৰু এনেকৈ ধনী মানুহ বিলাক বাচি গৈ থাকিব ধনী হৈ গৈ থাকিব আৰু আমি জাতিৰ হৈ কাজিয়া কৰি মৰি থাকিব লাগিব ।

  • @AnajanTahbildar
    @AnajanTahbildar 9 дней назад

    Case2 CBI dibo lge

  • @hemantapegu1053
    @hemantapegu1053 9 дней назад

    সঁচাকৈ দেই।

  • @Hemanta363
    @Hemanta363 9 дней назад

    অলপ পইচা পালেই নিজক বিক্ৰী কৰি দিয়া পুলিচৰ পৰা ন্যায় আশা কৰো।

  • @rupjyotibaruah730
    @rupjyotibaruah730 9 дней назад

    CBI INQUIRY HOBO LGE NIKI...

  • @gautamgoswami9723
    @gautamgoswami9723 9 дней назад

    অতনু ভুঞা ডাঙৰীয়া ইয়াত ৰাজনৈতিক নেতা আৰু পুলিচ প্ৰশাসনো জড়িত থাকিব পাৰে চুমি বৰা গ্ৰেপ্তাৰ নহোৱালৈকে আপোনালকে নেৰিব।কিছু সাংবাদিক‌ও সহজে মেনেজ হ য়।

  • @rituponfuna-z1645
    @rituponfuna-z1645 9 дней назад

    Moi u koribo lagibo poisa hole hokolu hambhob koise nohoi money power