Live | Mangoldoi News। দৰং কাণ্ড। ৮ শিক্ষকক জেৰা। ৩ ছাত্ৰক আজি আদালতত হাজিৰ । N18L

Поделиться
HTML-код
  • Опубликовано: 23 сен 2024
  • Live | Mangoldoi News। দৰং কাণ্ড। ৮ শিক্ষকক জেৰা। ৩ ছাত্ৰক আজি আদালতত হাজিৰ । N18L
    লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ
    #mangaldoi #studentdeath#assamesenews #news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
    News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
    দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
    Download our News18 Mobile App - onelink.to/des...
    Please follow up page to watch live and breaking news with latest videos added very hour.
    To subscribe our channel click here tinyurl.com/y5...
    Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
    Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
    To subscribe our channel click here tinyurl.com/y5...

Комментарии • 207

  • @mafizahmed2594
    @mafizahmed2594 2 часа назад +30

    নৰপিশাচ উদন্ড ছাএ কেইজনক উচিত শাস্তি দিব লাগে। লগতে শিক্ষক শিক্ষয়িত্ৰী সকলক চাকৰীৰ পৰা নিলম্বন কৰিব লাগে

  • @oneinallgamers9305
    @oneinallgamers9305 2 часа назад +88

    মাৰপিত কৰা ছাত্ৰ কেইজনক ফাঁচীৰ ব্যৱস্থা কৰিব লাগে।এনে এটি সুলকুমলীয়া ল'ৰাক মাৰি পেলালে। এইবোৰৰ কঠোৰ শাস্তি নহ'লে ভবিষ্যতে এইবোৰ পাখণ্ডয়ে আৰু এনে কাম কৰিবলৈ সাহস পাব।

    • @ParagJyotiNath-o9m
      @ParagJyotiNath-o9m 2 часа назад

      @oneinallgamers9305
      সচা কথা ফাচী দিৱ লাগে ইহতক

    • @momibora7986
      @momibora7986 Час назад +3

      হয় ফাচি দিব লাগে

    • @tarunch.das.80
      @tarunch.das.80 47 минут назад

      নাবালক বুলি কোনো দোষী যাতে শাস্তিকমকৈ নাপায় তেনে হ'ব দিব নালাগে।দোষ সদায় দোষেই। নাবালক বুলি দিল্লীৰ নিৰ্ভয়াকাণ্ডৰ দৰেশাস্তি লাঘৱ হ'ব নালাগে।

    • @swarnalatadevi5447
      @swarnalatadevi5447 42 минуты назад +1

      দোষীক ফাঁচী দিব লাগে। এনে জঘন্য কামৰ অপৰাধিক উচিত শাস্তি বিহিব লাগে।

    • @halalbinudan9244
      @halalbinudan9244 31 минуту назад

      Sivasagar t teacher k degar mari mari dile pisot ki hol? Eku hua nai...ai2u eku nohoy...

  • @barbaligirlshighschool1942
    @barbaligirlshighschool1942 2 часа назад +24

    ভালকৈ তদন্ত কৰা উচিত। আজিকালি বিদ্যালয় সমুহত অনুশাসন নাই ।

  • @RanjanMahanta-c2f
    @RanjanMahanta-c2f 2 часа назад +14

    ল'ৰা কেইজনৰ উচিত শাস্তি আৰু সকলো শিক্ষক শিক্ষয়িত্ৰী নিলম্বন হ'ব লাগিব।

  • @kalpanagoswami995
    @kalpanagoswami995 3 часа назад +51

    শিক্ষক শিক্ষয়িত্ৰী জগৰিয়া স্কুলত থকাৰ সময় খিনি ছাত্ৰ ছাত্ৰিৰ দায়িত্ব শিক্ষক শিক্ষয়িত্ৰী ৰ হাতত থাকে বুলি ভাবো ।

  • @ketekiborah8061
    @ketekiborah8061 3 часа назад +31

    শিক্ষক নাইবা বেলেগ ছাত্ৰ-ছাত্ৰী সকলে দেখা নাছিল নে কি? অনুশাসন নাম ত সেইখন বিদ্যালয় তেওঁ কি আছে।

  • @monumotigogoi1101
    @monumotigogoi1101 2 часа назад +16

    এই পাষণড কেইটাক উচিত শাস্তি প্ৰদান কৰিব লাগে

  • @nirubora3660
    @nirubora3660 2 часа назад +26

    ,,কাৰণ যিয়েই নহক স্কুল চলি থকা অবস্ঠাত এনে ঘটনা প্ৰথম শিক্ষক সকল দুখী ।শিক্ষকৰ এজনৰো চাকৰি থাকিব নালাগে ।

  • @karishmakarishmahazarika5286
    @karishmakarishmahazarika5286 Час назад +9

    সেই ছাৰি জন ছাএ ক এৰিব নালাগে অভিভাৱকক ও অদ্ধ দুখী প্ৰধানক নিলম্বন কৰক ।

  • @PurnimaSwargiary-t9z
    @PurnimaSwargiary-t9z 2 часа назад +16

    বৰ দুখ লগা কথা।

  • @gitanjalimedhideka1920
    @gitanjalimedhideka1920 2 часа назад +11

    শিক্ষক সকলে অকল মৰমৰে ছাত্ৰ ছাত্ৰী ক অনুশাসন কৰিব নোৱাৰে, পুৰণি কালৰ দৰে শাস্তিৰ জৰিয়তেহে তেনে উদান্ত লৰা ছোৱালীক অনুশাসন কৰিব লাগিব।মই ভাবো বৰ্তমান শিক্ষা ব্যৱস্থাৰ কিছু পৰিবৰ্তন হব লাগে।

    • @PunyaLahan-l7j
      @PunyaLahan-l7j 2 часа назад +1

      ঠিক কথাকে কৈছে ।

  • @MihirPatar-w4w
    @MihirPatar-w4w Час назад +11

    ১৮ বছৰ নাই হোৱা বুলি ৰে যদি এনেকৈ এৰি দিয়ে তেতিয়া হলে এই কেইটা আগলৈ যায় কি হব সেইটো আপোনালোকে ভালকৈ জানে

  • @rumidas4087
    @rumidas4087 3 часа назад +10

    ভালকৈ এই বিষয়ত তদন্ত কৰিব লাগে৷ শিক্ষা অনুস্হানটোত ছাত্ৰৰ কিহৰ গুন্দাগিৰি ৷ ইমান সাহস ক’ত পালে৷ সিহঁতক ফাচীঁ দিব লাগে৷

  • @haripriyaray9116
    @haripriyaray9116 Час назад +11

    ফাঁচি দিয়ক

  • @sabitrisvlog721
    @sabitrisvlog721 2 часа назад +13

    আগৰ স্কুলত শিক্ষা আছিল চেকনিৰ আগত । কিন্তু আজি কালি চৰকাৰে স্কুলত যিমান উধত ল'ৰা ছোৱালী থাকিলে চৰকাৰে শাসন উঠাই দিলে

  • @nirupoma5935
    @nirupoma5935 2 часа назад +8

    উচিত বিচাৰ কৰিব লাগে। নহ"লে আমাৰ ভৱিষ্যত একেবাৰে অন্ধকাৰ হ'ব।

  • @HarenSaikia-vg7cm
    @HarenSaikia-vg7cm 3 часа назад +16

    এয়া। মিচা। কথা। ।।।। তেওঁ লোকক। ফাচী। দিয়ক

  • @bulbulisarmah1530
    @bulbulisarmah1530 2 часа назад +8

    যি মূলা বাঢে তাৰ দুপাততে চিন এই নৰপিসাচ কেইতাই আৰু কেতিয়াও মানুহৰ ৰূপ লব নোৱাৰে আগন্তুক ভাল চিন্তা কৰে যদি সিহতক যাবতজীবন কাৰাদণ্ড হ'ব লাগে

  • @BhanibalaHandique-xi8jc
    @BhanibalaHandique-xi8jc Час назад +10

    শিক্ষক সকলে ঘোৰা ঘাঁহ কাতিবলৈ গৈছিল নেকি? সেই সময়ত

  • @ManjuRaniDevi-y5l
    @ManjuRaniDevi-y5l 2 часа назад +10

    শিক্ষক শিক্ষয়িত্ৰীৰ গাফিলতিৰ কাৰণে এই কাণ্ড হৈছে উচিত তদ ন্ত হব লাগেণ

    • @UshaDevi-x6o
      @UshaDevi-x6o 2 часа назад +1

      Yes. Teacher. Bore. Darmaha. Laba. Aahee. Ane. School. Bahut. Aase. Teacher. Bore .kono. Gurutaa. Nidiyestjdentsok.

  • @nurjamalbora5297
    @nurjamalbora5297 2 часа назад +8

    Teacher bilakok arrest koriba Lage....karon teo luke thakute kenekoi anekuwa ghatna hobaloi pale.....😢😢

  • @AchyutBaruah-k5v
    @AchyutBaruah-k5v 3 часа назад +16

    Dukhik ussit polishment hob lage

  • @LakhamiKarmakar
    @LakhamiKarmakar Час назад +5

    সু,বিচাৰ,,কৰক,দুখিক, শাস্ত্ৰী,,দিয়ক

  • @theonly9399
    @theonly9399 Час назад +5

    এই নৰপিশাষ কিটাক কোনো বি চাৰ নোহোৱাকৈ ফাচঁী দিব লা গে

  • @runubaruah60
    @runubaruah60 53 минуты назад +1

    কি বুলি মনৰ দুখ প্ৰকাশ কৰিম,বুজাবৰ ভাষা নাই 💔পিতৃমাতৃক এই পুত্ৰ শোক সহিবলৈ শক্তি দিবলৈ ঈশ্বৰক প্ৰাৰ্থনা জনাই ছো🙏

  • @bijitkakati2614
    @bijitkakati2614 Час назад +3

    দোষীৰ ফাচী হব লাগে লগতে বিদ্যালয় কত্বৃপখ্ক উচিত শাস্তি দিয়ক

  • @haripriyaray9116
    @haripriyaray9116 Час назад +4

    উচিত তদন্ত কৰি দৃষ্টান্ত মূলক শাস্তি দিলে লাগে

  • @digiincome
    @digiincome Час назад +4

    হত্যাকাৰী ছাত্ৰ কেইজনক ফাঁচি দিব লাগে।

  • @rupakdas299
    @rupakdas299 Час назад +3

    ফাঁচি হক ফাঁচি হক বুলি জে কয় আজিলৈকে কেইটাৰ ফাঁচি হৈছে ?এই বোৰ কঠা শুনিবলৈহে ভাল কামট কিন্তু নাহে ডাঙৰীয়া। মোবাইলত News টো নিদিলেই সকলো ঠাণ্ডা হৈ যায়।

  • @KakaliBardoloi
    @KakaliBardoloi 2 часа назад +7

    ঘাটক নৰপিশাচ কেইটাক ফাচী দিব লাগে

  • @pobitraboruah9266
    @pobitraboruah9266 Час назад +2

    অভিভাৱকৰ দুখ পথম কথা । লৰা ছোৱালীক ঘৰুৱা শিক্ষা প্ৰদান দিয়া নাই । উৎপাত কৰিলে শিক্ষকে পিটিলে শিক্ষক ৰ ওপৰত কেচ দিয়া থানাত । লগতে শিক্ষক ৰ দুখ তেওঁ লোক তেনেকুৱা ধৰণৰ ছাত্ৰ স্কুলৰ পৰা বহিস্কাৰ কৰিব লাগে অভিভাৱক ক স্কুলৰ লৈ মাতি

  • @Himaa_boruah
    @Himaa_boruah 2 часа назад +5

    Aieketa Jibont aku krib nura kri dib Lage ..Lrato hot gti paie jen vhgaban ... usorot pathana god bless you 😭🙏🙏🙏

  • @They___luv__shilpi
    @They___luv__shilpi Час назад +1

    নৰপিশাচ ছাত্ৰ কেইজনক ফাচি দিয়ক। লগতে শিক্ষক শিক্ষয়িত্ৰী সকলক চাকৰিৰ পৰা নিলম্বন কৰক

  • @nirmalsaikia2075
    @nirmalsaikia2075 Час назад +3

    দাই সৰা মন্তব্য দিছে teacher গৰাকীয়ে গোটেই কেইজন teacharoku lokupot ভৰাব লাগে

  • @sabitrisvlog721
    @sabitrisvlog721 2 часа назад +2

    দোষী যদি শাস্তি নাই কিহৰ পুলিচ?
    কিহৰ আইন? নথকায় ভাল তেনেকুৱা পুলিচ প্ৰশাসন। চৰকাৰে চকু মুদি আছে। নিজৰ পৰিয়ালৰ তেনেকুৱা হ'লে গম পালে হয় আমোলা বিষয়া সকলে।

  • @AnjuDeka-u8s
    @AnjuDeka-u8s 3 часа назад +8

    Teacher xokole ki ghora ghah kati asil nek I?Teacher k he,bhal xikha dibo lage

  • @induprabhabordoloi6256
    @induprabhabordoloi6256 17 минут назад

    পাঠ দান কাৰ্য চলি থকা অৱস্থাত বিদ্যালয়
    প্রাঙ্গণত এনে ঘটনা দূৰ্ভাগ্যজনক আৰু হৃদয় বিদাৰোক I
    উচিত তদন্ত হব লাগে ।
    ওঁম শান্তি , শান্তি ,শান্তি ...🙏🙏🙏

  • @fish190
    @fish190 2 часа назад +4

    Himantar Hikha vebosta..... Great mama

  • @babitadeka6456
    @babitadeka6456 3 часа назад +6

    Kalprit keitak fasi dibo lage

  • @LipiSaikia-nc3fe
    @LipiSaikia-nc3fe 5 минут назад

    প্ৰধান শিক্ষককৰ লগতে শিক্ষয়এীকো দিয়ক শাস্তুি লৰাটোক ফাচি দিয়ক

  • @PrafullaDeka-y1f
    @PrafullaDeka-y1f Час назад +1

    চৰকাৰী বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকলৰ মূল লক্ষ্য মাহটোৰ শেষ তাৰিখটোকে কেবল লাগে মাহিলী দৰমহা টো । ছাত্ৰ ছাত্ৰীৰ অৱস্থাৰ বিষয়ে কোনে সোধে সেই মহামানয় শিক্ষক শিক্ষয়িত্ৰী সকলক ।

  • @bsrunner9423
    @bsrunner9423 Час назад +1

    অধ্যাখক জন জৰীত আছে নেকি গাপদিব বিছাৰিছে যে ।অতীত সোনকালে অধ্যাখক জনৰ হাচতী দিব লাগে।

  • @theonly9399
    @theonly9399 Час назад +3

    এই কিটা জীয়াই থাকিলে আৰু লৰা মাৰিব

  • @ReemaKalita-kv1os
    @ReemaKalita-kv1os 44 минуты назад

    সেই নৰপিষাচ কেইটাত কোনো পঢাশালীতে যাতে শিক্ষা লবলৈ নাপায় লগতে সেই প্রধান শিক্ষয়তীগৰাকীক চাকৰিৰ পৰা নিলমবন কৰিব লাগে

  • @1nomajusiralawc
    @1nomajusiralawc Час назад +1

    এইকেইজন শিক্ষক ক নিলম্বন কৰক কিয় শিক্ষকৰ স্কুলৰ দায়িত্ব নাই

  • @DevajitSutradhar-d8c
    @DevajitSutradhar-d8c 52 минуты назад

    যি মূলা বাৰহে তাৰ দুপাততে চিন। এই কেইটা ৰাৱণৰ বংশ।উচিত শিক্ষা দিৱ লাগে ৰাৱণৰ বংশ কেইটাক লগতে school t ঘোঁৰাৰ ঘাঁহ কাটি থকা কেইটাক।

  • @MidulBoruah-l5y
    @MidulBoruah-l5y 20 минут назад

    ‌শিক্ষকসকলক তদন্ত আৰোতালৈ আনি বিচাৰ কৰি শাস্ত্ৰী দিয়া টো বিচাৰোঁ।

  • @momibora7986
    @momibora7986 Час назад +2

    ফাচী দিব লাগে হেই তিনি জনক

  • @niranjankalita4493
    @niranjankalita4493 2 часа назад +1

    Bahut dukh lagise ghotonato janitorial pai.Aai sakal student or pora ki aasa koribo
    .

  • @PrafullaDeka-y1f
    @PrafullaDeka-y1f Час назад

    হায়, হায়, হিমনত বিশ্ব শৰ্মাৰ শিক্ষা বয়ৱসহা। শিক্ষামন্ত্ৰী ৰণোজ পেগু ৰ মুখত মাত নাই কিয় ।

  • @Produpnath
    @Produpnath Час назад

    প্ৰধান শিক্ষক আৰু ছাত্ৰ তিনিটাক ফাৰ্ছি দইবলআগএ।

  • @AbdulHamid-em4ky
    @AbdulHamid-em4ky Час назад

    তদন্ত হওক উচিত শাস্তি হওক হত্যাকাৰীৰ, বাকী ছাত্ৰ -ছাত্ৰী বোৰে কিয় শিক্ষকক নজনালে, শিক্ষক সকলেও গমেই নেপালে নে, মৃগী বেমাৰৰ কথা কিয় আহিল?

  • @MidulBoruah-l5y
    @MidulBoruah-l5y 7 минут назад

    এই নৰপিশাষকেইটা পাৰি লে বাপেক মাকৰ মুখকেইখন চাবলৈ বৰ মন আছিল।

  • @babytigervbts2514
    @babytigervbts2514 29 минут назад

    প্ৰথমে অভিভাৱক লৈ সমবেদনা জনাইছোঁ ।হয় ল'ৰা কেইটা দোষী কিন্তু আমি অভিভাৱক সকলো নহয় জানো?আমি নিজৰ ঘৰত সন্তান বোৰক কি শিক্ষা দিছো?অলপ অনুশাসন ঘৰতো শিকাব নোৱাৰোনে? আজিকালি ছাত্ৰ ছাত্ৰী বোৰে শিক্ষকৰ অনুশাসন মানেনে? আজিকালি শিক্ষকৰ নিজৰেই নিৰাপত্তা নাই বিদ্যালয় ত, গতিকে এককক্ষীয় ভাৱে চাব গলে শিক্ষক ছাত্ৰ কেইজনক দোষী বুলি ক'লে ও অভিভাৱক সকলো সাৰি যাব নোৱাৰে ।এয়া এক অতি স্পৰ্শকাতৰ বিষয়।

  • @INDRAJITSARMA-cj6mt
    @INDRAJITSARMA-cj6mt 3 часа назад +2

    Teacher bilake ki Kari asil spotat 3_4 ta teacher Mari diba lagisil

  • @ratulborah9946
    @ratulborah9946 28 секунд назад

    দুষিক উপযুক্ত শাস্তি দিব লাগে। অন্যথা ভবিষ্যতে এনে ঘটনা আৰু বাঢ়িব। হত্যাকাৰীক নাবালক বুলি কোনো পধ্যে শাস্তি কম কৰিব নালাগে।

  • @HiranedraBora
    @HiranedraBora 39 минут назад +1

    ল'ৰা কেইজনক ফাচী দিব লাগে

  • @rashminath-sp4xq
    @rashminath-sp4xq 2 часа назад +1

    অপৰাধিক ফাচি দিব লাগে।

  • @suchilmohan9251
    @suchilmohan9251 34 минуты назад

    Gundagiri ছাত্ৰ কেইজনৰ লগতে শিক্ষকৰ ও সমানে দোষী হাবিয়স্ত কৰিব লাগে

  • @IlaDevi-xi8xm
    @IlaDevi-xi8xm 2 часа назад +1

    Teacher. Sakale fanar. Talat. Bahi. Thake. Darmaha. Laley. Nahai. Duty. Bhalke. Palan. Kariba. Lage

  • @GitumaniBarman-s3v
    @GitumaniBarman-s3v Час назад +1

    Class room t soli thoka marpit an an students bure sai asil teacher burok jonabo lgisil Aru teacher bur class Kori daitto hekh nhoy to 5 minute Mure Mure class room t Deuty Dia usit 😢 xunkle hasti Dia Marukha keitak

  • @habibullahhoque5305
    @habibullahhoque5305 5 минут назад

    ইয়াত বিশেষ সম্প্ৰদায়ৰ কোনো শিক্ষক-শিক্ষয়ত্ৰী বা ছাত্ৰ-ছাত্ৰী নাছিল নেকি?

  • @GolapiRabha-vn4qn
    @GolapiRabha-vn4qn Час назад

    Justice for the students ..Ari jabo nuwre aneka obstha akow jate hbo nuware.. aji ajonr lgt anka huise pist jate akow hbo nuware anka usit todonto lowk moikhomuntri dangoriya

  • @NeetiNeog
    @NeetiNeog 23 минуты назад

    সকলোteacher ক ভালকৈ সোধাপুচা কৰক তেখেত সকলে কি কৰি আছিল

  • @jyotismitasaikia338
    @jyotismitasaikia338 Час назад

    18বছৰ নোহোৱাকৈ ইমান ডাঙৰ কাণ্ড কৰিব পৰে। এইয়া কোনোসহজ কথা নহয়। পাচি দিয়ক। নহলে ইহতে আকৌ মানুহ মাৰিব।

  • @simpigogoi5051
    @simpigogoi5051 Час назад +1

    মাদাৰ কৰা কাল পিত কেইটাৰ নাম কেইটা ঘেষনা কৰক

  • @kushalbora4823
    @kushalbora4823 Час назад

    School compound t enekuwa ghatona babe hokolu teacher including head master jogoria.todonta jurdar koribo Lage.

  • @nogengogoi6835
    @nogengogoi6835 2 часа назад

    প্ৰধান শিক্ষযিত্ৰিৰ গৰাকীয়ে কিয় মিগী বেমাৰ আছে বুলি কব লগা হল,,।

  • @nilakshisaikiaborah7071
    @nilakshisaikiaborah7071 2 часа назад

    মেধাবী ছাত্ৰ ছাত্ৰীক উদণ্ড বোৰে কিয় লক্ষ কৰা হৈছে ।এয়াই প্ৰথম নহয় আগতেও এনে ঘটনা ঘটিছে এই অসমত ।ফাঁচি দিব লাগে ।

  • @krishnamoniBarua
    @krishnamoniBarua 3 часа назад +2

    Master bilakor sakori jabo lage

  • @samsulalam7948
    @samsulalam7948 Час назад

    Schoolor administration strict hua hole anekua murder nohol heten,aparadhik legal punishment dia proyujont.

  • @dulubarman2535
    @dulubarman2535 2 часа назад +2

    Master bilakak Jail at diyal

  • @barshabhargab8840
    @barshabhargab8840 2 часа назад +1

    40 bosor jail hobo lage,jailor pora dari suli poki olai jate,

  • @Pratimamudoidas3256
    @Pratimamudoidas3256 Час назад

    মই বৰ দুখ পাইছো ফাচি দিয়ক ।

  • @preetipaswan7618
    @preetipaswan7618 Час назад

    Teacher hokolor dhukh ....kot asile teacher bur ...mahekot poisa pai bohi bohi..aku kam nai tahotr ....class room kotu teacher nsile ni...hei head fone logai bohi asile tahsti

  • @novokachari4499
    @novokachari4499 2 часа назад

    18th below means not the allowance of committing crime .So names of the murderers should not be prohibited to disclose .

  • @lavitanathnath429
    @lavitanathnath429 2 часа назад

    অপৰাধী পৰিয়াল কেইটা দেখাব চোন

  • @KhargenRajbonshi
    @KhargenRajbonshi 2 часа назад +1

    Student kaiganar janat jiban jaill haba laga

  • @KaushalyaChutia
    @KaushalyaChutia Час назад

    Justice hobo lage teachers care less

  • @unknownreason8672
    @unknownreason8672 2 часа назад

    Main jogoriya hol teacher hokal
    Lora keijonk sasti dib lagib.

  • @bandanagayan1929
    @bandanagayan1929 3 часа назад +1

    সেইকেইতাক বাৰ বছৰ জেল দিব লাগে

  • @Wasimwahid606
    @Wasimwahid606 2 часа назад

    Agot enekua ketiau hua nasil school t kintu ajikali ki hoise loraburr 😢kio imn khng imn hingha imn konmani lora suwali sbr school t security guard dibo lage

  • @abijitboro5166
    @abijitboro5166 2 часа назад

    Minor hoi thoka naai eibur hatyakari student. Ehotburei samajar eko ekota gnda, rakshas hobogoi.

  • @RanjuNath-i1o
    @RanjuNath-i1o Час назад

    মাৰা লৰাটোক অতি সোনকালে ফাচি দিব লাগে

  • @anjalinath2661
    @anjalinath2661 2 часа назад

    School tecers+studentka kathur sasti diba lage

  • @niranjankalita4493
    @niranjankalita4493 2 часа назад

    Master Keitak Jailot bharai School khon band kori diyok

  • @ahamidtarapdar1980
    @ahamidtarapdar1980 10 минут назад

    Khub beya lagil, uchit bichar hobo lage

  • @priyadabora5268
    @priyadabora5268 2 часа назад +2

    Jiban bhar jeil hoblage

  • @Podumi-fw9du
    @Podumi-fw9du Час назад

    No. Excuse. Teacher

  • @JanmoniboraJanmoni-v6w
    @JanmoniboraJanmoni-v6w 2 часа назад

    বাকিবোৰ student কত আছিল

  • @purnimakalita1805
    @purnimakalita1805 Час назад

    প্ৰধান শিক্ষকক জেলত নিব লাগে

  • @AkanNath-h1n
    @AkanNath-h1n 2 часа назад

    মাৰা ল'ৰা টোক ফাছি দিব লাগে

  • @samirankhataniar1702
    @samirankhataniar1702 12 минут назад

    Head master jonic cakori pora Dismiss koribo Lage.

  • @dkdk5486
    @dkdk5486 34 минуты назад +1

    Female principal hobo e nelage

  • @RitimaHussain
    @RitimaHussain Час назад

    Kiman morom loga lora😢

  • @sunilborah8325
    @sunilborah8325 2 часа назад

    বাচি দিলেহে আগলৈ। সাসন।
    ফাচি দিলেহে আগলৈ শাসন হব

  • @TheAssameseboys24
    @TheAssameseboys24 Час назад

    ফাঁচি হব লাগে

  • @assamvideomixcompany
    @assamvideomixcompany Час назад

    Teacher khinik sakorir pora bahir kori dibo lage sorkare

  • @lohitchdeka3273
    @lohitchdeka3273 21 минуту назад

    Mrigi rogat manuh namare , ajiloike dekha nai, dokhi jail haba lage chatrai gundami kihor, pisoloi, ihat sumi bisal dipankarr nisina haba

  • @Aiexplains01
    @Aiexplains01 59 минут назад

    Pardahan.ticarak.nilambita.kariba.lage.ati.sunkale.ticars.sakale.ai.haitiat.sarajanta.lipta.asse