Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
বহুত ভাল লাগিল এনেকুৱা ভিদিঅই লাগে দেই ।
ধন্যবাদ ভাই । বিহুৰ শুভেচ্ছা জনালোঁ
@@purbanchalassambihur dina ranggharloi oha bortomanr sargodeu jonok interview lobosn....tekhet hokolor bikhoy janibo bisaru
২০০১ চনত গৈছিলো। এতিয়া বহু ভাল হৈছে যেন অনুভৱ হৈছে। ধন্যবাদ।
Wow Bohut dhuniya korile aji kali Bhaskar Da Thank you bohut dhuniya koi dekhuwale
Best Video, বহুত বহুত ধন্যবাদ । আগলৈ অধিক informative Video বনাব , আশা থাকিল।
বুৰঞ্জীত পাইছিলো ইংৰাজে খান্দোতে এবাৰ এজোৰ সতেজ তামোল-পাণ, জ্বলি থকা চাকি আৰু জীৱিত অবস্থাত এজন লিগিৰা মৈদামৰ ভিতৰত পাইছিল
বহুত ভাল লাগিল। আমি মাৰ্চ মাহত গৈছিলোঁ।।
Thanks Bhaskar... bohut bhal lagil.❤❤❤
Video tu khub val lagil
Gourab gogoi krne ata like frm lakhimpur
Mokkel
দিখৌ মুখৰ পৰা জয়সাগৰ হৈ নাজিৰা সংযোগী পথটোকহে বৰ আলি বুলি কোৱা যায় ভাস্কৰ দা।
𝑴𝒐𝒊 2022 𝒕 𝒈𝒐𝒊𝒔𝒊𝒍𝒖
Tomar vedio bur aji kali Comedi nisinaa logaa hoise...Agotee val lagisil atiyaa val nalogaa hoise Alop Devlop koriba
Ei video tut ki comedy pale....jonabosun .....ne eibilak dekhuwa karone beya pale???
Kihor comedy pale he apuni ?
History najane he
কংগ্ৰেছক ভোট দিয়ক আৰু আকৌ এবাৰ জংঘল বনাওক। জয় আই অসম✊✊✊✊
BJP Congress koribole ahile 😂amr baidew
@@animeshborpatra9518 তাতে আপোনাৰ কি হল।
অৰুনোদয় আচনিৰ অংশীদাৰ
@@pranjalgogoi1138 মই আৰ্মীৰ ৰিতায়াদ হয়। না ৰেছন কাৰ্দ আছে, না কৃষকৰ পইছা পাও, না অৰুনোদয় পাম। চৰকাৰী কোনো সোবিধা নাপাও বাবু😅😅
লোণৰ টকা দিব পৰা নাই নেকি 😂😂 বাইদেউ
দাদা আপুনি তথ্যপূৰ্ণ ভিডিঅ' আগবঢ়ায় , ভাল লাগে চায়। কিন্তু এটা কথা এনেকৈ গাড়ী চলাওঁতে এহাতে ম'বাইল লৈ এহাতে গাড়ীৰ ষ্টেয়াৰিং আৰু গীয়েৰ লগোৱাটো একেবাৰে ভাল কথা নহয়। আপুনি নিজৰ জীৱনটোক লৈ এনে ভুল নকৰিব। নিজৰ সুৰক্ষা সকলোতকৈ আগত। এনেও আমাৰ এইফালে মানে চূণপোৰা, গড়গাঁও, শিমলুগুৰি, চৰাইদেউৰ ৰাস্তা বহুত বেয়া হৈ আছে যিহেতু ৰাস্তাৰ কাম চলি আছে। গতিকে এনেকুৱা নকৰিব আৰু যদি গাড়ীত ভিডিঅ'ক্লিপ ল'ব লগা হয় তেন্তে আপুনি ম'বাইল ষ্টেণ্ড এডাল কিনি সেই ব্যৱস্থাখিনি কৰি লওক যাতে এখন হাতেৰে গাড়ী চলাব লগীয়া নহয়।।বেয়া হিচাপত নল'ব, আপোনাৰ শুভাকাঙ্খী হিচাপে ক'লো আৰু কথাখিনি।।চৰাইদেউৰ সোণাৰীৰ পৰা বহুত বহুত শুভকামনা আৰু মৰম ❤
Hundor
বহুত ধন্যবাদ..চৰকাৰকো..আপোনাকো।😊
সুন্দৰ, জানুৱাৰীত গৈছিলোঁ ❤
Proud Koru AHOM KING DOM ❤
বুৰঞ্জী মতে মৃত ৰজা মৈদাম দিওতে ৰানী আৰু লগুৱা,লিগিৰিকো লগত মৈদাম দিয়া হৈছিল ।
Bohut nojona kotha janilu. thanks Bhaskar da
সোণৰ অসম খন মান আৰু ইংৰাজে লুট পাত কৰি বহুত সোণ লৈ গল বুলি বুৰনজীত আছে।
লালুকসোলা বৰফুকন আৰু লৰাৰজা ৰামধ্বজ সিংহ
বহুত সুন্দৰ
চৰাইদেউত খনন কিয় কৰিছে ৬০০ বছৰৰ ৰাজত্বৰ আহোমৰ উপৰি পুৰুষ সকলৰ মৃতক সকল মৈদাম তাত বহুত সোনা আ অলংকাৰ ৰজা দিনিয়া বস্তু পোৱা যাব বুলি অনুমা কৰা হৈছে ই সঁছা ইয়াৰ দ্বাৰা আহোম সকলৰ উপৰি পুৰুষ সকল ক অন্যায় কৰা হৈছে নেকি ?
সুন্দৰ
Proud koru bahut saraideo maidam .👍
Bhal lagise vdotu saai ❤
চৰকাৰ খনে বৰ ভাল কাম কিছুমান কৰিছে
বুৰঞ্জী ৰ মতে সৰ্বমুঠ ৪২ জন আহোম স্বৰ্গদেউ আছিল, কিন্তু চৰাই দেও এই মৈদাম কাৰ কাৰ আছিল , তাৰ সঠিক চিনাক্ত কৰাৰ বহু ত প্ৰয়োজন আছে।কাৰণ সকলো স্বৰ্গদেউ ৰ মৈদাম চৰাইদেউ ত নাই বুলি জনা যায়।
Su ka pha r moidam eyat nai . Eitu kotha hokolue njane
Moi class 8 ot goislu tatea tu moidam eman nasil habi hoi asil sob,,atea tu graduation complete hol mur juwai nai ,,vabisu ay bosor jam ,,❤,
Thikey koise
Same moiu class 8t
Ok
12:26 টোকা টো পৰা হয়তো অনুমান কৰিব পাৰিছে চাগে সকলোৱে ! ৰজাৰ লগত চাৰি গৰাকী নাৰীক পুটি দিয়া হৈছিল আৰু এই কথা বহুত বুৰঞ্জীটো উল্লেখ আছে আৰু এইয়া সঁচা বুলি প্ৰমাণ এই টোকাটো এই 😊
Vote for World Heritage Site❤👍🙏
2010t goisilu school.t thakute.... Etiya PhD scholar hou. Monot pore.... Changes sai vaal laagise. Ami ako edin jaam. From Golaghat
❤❤❤ my home Town..Aru Video Jen Akha koru
Bohut nojona kotha janilu from bordoloi nager tinsukia Assam
দাদা সকলো ঠিকেই আছিল কিন্তু আহোম ৰাজ্য প্ৰতিষ্ঠা কৰা চাওলুং চুকাফা তেখেতৰ মৈদাম দেখাব বৰ্তমান কেনেকুৱা হয় আছে
আমাৰ স্বৰ্গদেউ সকলৰ স্মৃতিবোৰ ধ্বংস কৰিলে 😢
Love foram duliajan
Vedio tu bhal lagil .Bohut Bo
Very informative video.Where the Skeletons are kept now a days after dicovery inside the Moidams.
December ত গৈ আহিছোঁ ভাল লাগিল
Dada, alop slow k video bur bonabo bohut first k koi jai apunr kua karona beya napabo
Val lagil
So proud on CHARAIDEO moidum in CHARAIDEO DISTT Assam.
Thank You for this virtual visit of us. ❤
Dada apunar karone traffic rules bur beleg neki...apuni drive korute mobile use koratu vul hoise apunar....
Hundar 👍
Bhaskor bhaity tumar videos bur bht informative .Keep it up Hibohagor zila is our pride.
Sivsagar buli spelling tu o likhibo najano .dekheri
প্ৰনাম 🙏💚
Lachit borphukonor moidam tu dekhabo dei😊😊
So nice video dada
Next part lage ❤
Agot goisilu bhut letera asil atia bhut dhuniya krile.
Um
মই ২০১৪ চনতে গৈছিলো বহুত ভাল কৰিলে আগতকৈ।
Ami gousilu dekhisilu 😮😊
Moja
So nice video
Sargadeu sukafar moidamot jaboxun abar.. ( Assam jet ) Channel2t pabo location
So nice video 👍
❤❤
❤❤❤❤❤
🎉❤
Bhut fast hoise video2
খুন্দিয়াই নমৰিবি লাহে লাহে জাবি ককাই 😅
Dada abr saulung sukafa moidam kot asa ki hoisa vl sa ata video dib 😢😢🙏🙏🙏
Gari khonot aloy logoa please ❤❤ Bhaskar daa
Hunkale
Tumi poisa 2 di diya ককাই
190 th like
Rati jua mana ase neki? kaitaloi kula thake?
Historical video khetrot bhaskar brok kunu patta napai
Video aber sai hepahe nopolale dubar saisu
💎 u ase
British kaitai bohut anista kori gol.
Heifalor bagh keita amie😆 Sripuria
এই বছৰতে দুবাৰ গৈছো তালৈ।
Tumi sivasagar lora buli nijoke gaurambit kintu tumi janane chaulung chukafa moidam tu kot ki poristhitit ase...aetu tumi chaulung chukafar turon dekhaisa...chaulung chukafa moidam aetu nohoi.. tumi janibo lagisil haetu moidam kot ase... aru ata bihito bibostha luwa.... 😮😮😮
বি জে পি চৰকাৰ খনে সচাই ভাল কাম কৰি আছে ।
60bosor.congress.sarkare..1.poisa.kharas.nokorile.Aibar.bjpk.vote.diyok
আমি ষোল্ল চনতেই গৈছিলো
Shivsagar or pora kimn. Dur dada
Britis take away everything from moidam like gold silver etc
Xooo dhua pukhuri atau asil neki bhaskar da
Asil
Xajai diya babe val lagise ,
নামাকৰণ নহয় নামকৰন হে
Rong ghor ahibo log pm
ইমান দিন কি কৰি আছিল, ইমান ডাঙৰ মৈদাম কেইটা দেখা নাছিল 😂
ভিডিঅটো খুব সুন্দৰ কিন্তু বেয়া নাপাব মই আপোনাৰ অনুৰাগী হয় যেতিয়া কথা এষাৰ কব বিচাৰিছো প্ৰথম কথা ভিডিঅটো আৰম্ভনিতে আপুনি কৈছে চয়াইদেউ মৈদাম আচলতে আপোনাৰ উচ্চাৰণত ভুল হৈছে (চয়াইদেউ ) নহয় চৰাইদেউ আৰু দ্বিতীয়তে আপুনি থাৰ্মনেইলত লিখিছে চৰাইদেও হেয়টো ভূল হৈছে আচলতে চৰাইদেউ হে হব লাগিছিল বেয়া নাপাব আপুনি এজন শিক্ষিত ব্যক্তি আৰু লগতে এজন দেউটাক আপুনিয়ে যদি ভুলবোৰ কৰে নতুন প্ৰজন্ম অৰ্থাত আপোনাৰ সন্তানক কি শিক্ষা দিব 🙏 আপোনাৰ এই ভুলটো আজিৰ নহয় আজিৰ পৰা ৫,৬ বছৰৰ আগৰ পৰাই কৰি আহিছে ।
2014 goisilo atiya sob New newFirst capital of ahom চৰাইদেউ 1253
Promotion jen pau😂
Moy class 123
Alp uxah loi louk apuni lahe bnauk video tu 🥹😅
Nusua Thai dekha, 😂😂😂😂dimpu da nixina
Agote aibilak eku nasil etiya hol . Agote assam or naam nasil centre ot etiya sobe sini pabo Assamese culture ki asil
Majote shivsagar goisilu bohut fokotia rasta … xosai goi bohut bya lgil
Mera desh bodal raha ha
Video tut akol sorkaror ktha koisa asa j . Bjp toka dise jen paw dada jonok .
Eibilak jodi Sorkare nokorile Tumi koriba niki ???.....Sorkare jodi korise....Sorkaror kotha koboi lagibo.....
15k tyu Pali sge no😂😂
Congress t kunu vote nidibi heikarone
Jetia British e suun loigoisil, tetia Ahom or khun gorom nasile nki? 😂
Hoisile tu kio nhobo , Britishe ako bihari , Bengali bepari logot loi ahisile henu nibole , taare ekhini iate thaki gol lutibole axomiar pora, baki thoka bur .
কিয় খান্দিব লাগে
Vall laga nai😂😂😂
Video tu boate gar gari solabo nalage 😡😡
Baki khini vhal hoise
BJP promotional video r nisina lagil sai
Tourist attraction r krne extra adventure or fun type work plus kribo lgisl... Actually peoples visit somewhere not just for knowledge....
বহুত ভাল লাগিল এনেকুৱা ভিদিঅই লাগে দেই ।
ধন্যবাদ ভাই । বিহুৰ শুভেচ্ছা জনালোঁ
@@purbanchalassambihur dina ranggharloi oha bortomanr sargodeu jonok interview lobosn....tekhet hokolor bikhoy janibo bisaru
২০০১ চনত গৈছিলো। এতিয়া বহু ভাল হৈছে যেন অনুভৱ হৈছে। ধন্যবাদ।
Wow Bohut dhuniya korile aji kali Bhaskar Da Thank you bohut dhuniya koi dekhuwale
Best Video, বহুত বহুত ধন্যবাদ । আগলৈ অধিক informative Video বনাব , আশা থাকিল।
বুৰঞ্জীত পাইছিলো ইংৰাজে খান্দোতে এবাৰ এজোৰ সতেজ তামোল-পাণ, জ্বলি থকা চাকি আৰু জীৱিত অবস্থাত এজন লিগিৰা মৈদামৰ ভিতৰত পাইছিল
বহুত ভাল লাগিল। আমি মাৰ্চ মাহত গৈছিলোঁ।।
Thanks Bhaskar... bohut bhal lagil.❤❤❤
Video tu khub val lagil
Gourab gogoi krne ata like frm lakhimpur
Mokkel
দিখৌ মুখৰ পৰা জয়সাগৰ হৈ নাজিৰা সংযোগী পথটোকহে বৰ আলি বুলি কোৱা যায় ভাস্কৰ দা।
𝑴𝒐𝒊 2022 𝒕 𝒈𝒐𝒊𝒔𝒊𝒍𝒖
Tomar vedio bur aji kali Comedi nisinaa logaa hoise...Agotee val lagisil atiyaa val nalogaa hoise Alop Devlop koriba
Ei video tut ki comedy pale....jonabosun .....ne eibilak dekhuwa karone beya pale???
Kihor comedy pale he apuni ?
History najane he
কংগ্ৰেছক ভোট দিয়ক আৰু আকৌ এবাৰ জংঘল বনাওক। জয় আই অসম✊✊✊✊
BJP Congress koribole ahile 😂amr baidew
@@animeshborpatra9518 তাতে আপোনাৰ কি হল।
অৰুনোদয় আচনিৰ অংশীদাৰ
@@pranjalgogoi1138 মই আৰ্মীৰ ৰিতায়াদ হয়। না ৰেছন কাৰ্দ আছে, না কৃষকৰ পইছা পাও, না অৰুনোদয় পাম। চৰকাৰী কোনো সোবিধা নাপাও বাবু😅😅
লোণৰ টকা দিব পৰা নাই নেকি 😂😂 বাইদেউ
দাদা আপুনি তথ্যপূৰ্ণ ভিডিঅ' আগবঢ়ায় , ভাল লাগে চায়। কিন্তু এটা কথা এনেকৈ গাড়ী চলাওঁতে এহাতে ম'বাইল লৈ এহাতে গাড়ীৰ ষ্টেয়াৰিং আৰু গীয়েৰ লগোৱাটো একেবাৰে ভাল কথা নহয়। আপুনি নিজৰ জীৱনটোক লৈ এনে ভুল নকৰিব। নিজৰ সুৰক্ষা সকলোতকৈ আগত। এনেও আমাৰ এইফালে মানে চূণপোৰা, গড়গাঁও, শিমলুগুৰি, চৰাইদেউৰ ৰাস্তা বহুত বেয়া হৈ আছে যিহেতু ৰাস্তাৰ কাম চলি আছে। গতিকে এনেকুৱা নকৰিব আৰু যদি গাড়ীত ভিডিঅ'ক্লিপ ল'ব লগা হয় তেন্তে আপুনি ম'বাইল ষ্টেণ্ড এডাল কিনি সেই ব্যৱস্থাখিনি কৰি লওক যাতে এখন হাতেৰে গাড়ী চলাব লগীয়া নহয়।।
বেয়া হিচাপত নল'ব, আপোনাৰ শুভাকাঙ্খী হিচাপে ক'লো আৰু কথাখিনি।।
চৰাইদেউৰ সোণাৰীৰ পৰা বহুত বহুত শুভকামনা আৰু মৰম ❤
Hundor
বহুত ধন্যবাদ..চৰকাৰকো..আপোনাকো।😊
সুন্দৰ, জানুৱাৰীত গৈছিলোঁ ❤
Proud Koru AHOM KING DOM ❤
বুৰঞ্জী মতে মৃত ৰজা মৈদাম দিওতে ৰানী আৰু লগুৱা,লিগিৰিকো লগত মৈদাম দিয়া হৈছিল ।
Bohut nojona kotha janilu. thanks Bhaskar da
সোণৰ অসম খন মান আৰু ইংৰাজে লুট পাত কৰি বহুত সোণ লৈ গল বুলি বুৰনজীত আছে।
লালুকসোলা বৰফুকন
আৰু লৰাৰজা ৰামধ্বজ সিংহ
বহুত সুন্দৰ
চৰাইদেউত খনন কিয় কৰিছে ৬০০ বছৰৰ ৰাজত্বৰ আহোমৰ উপৰি পুৰুষ সকলৰ মৃতক সকল মৈদাম তাত বহুত সোনা আ অলংকাৰ ৰজা দিনিয়া বস্তু পোৱা যাব বুলি অনুমা কৰা হৈছে ই সঁছা ইয়াৰ দ্বাৰা আহোম সকলৰ উপৰি পুৰুষ সকল ক অন্যায় কৰা হৈছে নেকি ?
সুন্দৰ
Proud koru bahut saraideo maidam .👍
Bhal lagise vdotu saai ❤
চৰকাৰ খনে বৰ ভাল কাম কিছুমান কৰিছে
বুৰঞ্জী ৰ মতে সৰ্বমুঠ ৪২ জন আহোম স্বৰ্গদেউ আছিল, কিন্তু চৰাই দেও এই মৈদাম কাৰ কাৰ আছিল , তাৰ সঠিক চিনাক্ত কৰাৰ বহু ত প্ৰয়োজন আছে।কাৰণ সকলো স্বৰ্গদেউ ৰ মৈদাম চৰাইদেউ ত নাই বুলি জনা যায়।
Su ka pha r moidam eyat nai . Eitu kotha hokolue njane
Moi class 8 ot goislu tatea tu moidam eman nasil habi hoi asil sob,,atea tu graduation complete hol mur juwai nai ,,vabisu ay bosor jam ,,❤,
Thikey koise
Same moiu class 8t
Ok
12:26 টোকা টো পৰা হয়তো অনুমান কৰিব পাৰিছে চাগে সকলোৱে ! ৰজাৰ লগত চাৰি গৰাকী নাৰীক পুটি দিয়া হৈছিল আৰু এই কথা বহুত বুৰঞ্জীটো উল্লেখ আছে আৰু এইয়া সঁচা বুলি প্ৰমাণ এই টোকাটো এই 😊
Vote for World Heritage Site❤👍🙏
2010t goisilu school.t thakute.... Etiya PhD scholar hou. Monot pore.... Changes sai vaal laagise. Ami ako edin jaam. From Golaghat
❤❤❤ my home Town..
Aru Video Jen Akha koru
Bohut nojona kotha janilu from bordoloi nager tinsukia Assam
দাদা সকলো ঠিকেই আছিল কিন্তু আহোম ৰাজ্য প্ৰতিষ্ঠা কৰা চাওলুং চুকাফা তেখেতৰ মৈদাম দেখাব বৰ্তমান কেনেকুৱা হয় আছে
আমাৰ স্বৰ্গদেউ সকলৰ স্মৃতিবোৰ ধ্বংস কৰিলে 😢
Love foram duliajan
Vedio tu bhal lagil .Bohut Bo
Very informative video.Where the Skeletons are kept now a days after dicovery inside the Moidams.
December ত গৈ আহিছোঁ ভাল লাগিল
Dada, alop slow k video bur bonabo bohut first k koi jai apunr kua karona beya napabo
Val lagil
So proud on CHARAIDEO moidum in CHARAIDEO DISTT
Assam.
Thank You for this virtual visit of us. ❤
Dada apunar karone traffic rules bur beleg neki...apuni drive korute mobile use koratu vul hoise apunar....
Hundar 👍
Bhaskor bhaity tumar videos bur bht informative .Keep it up Hibohagor zila is our pride.
Sivsagar buli spelling tu o likhibo najano .dekheri
প্ৰনাম 🙏💚
Lachit borphukonor moidam tu dekhabo dei😊😊
So nice video dada
Next part lage ❤
Agot goisilu bhut letera asil atia bhut dhuniya krile.
Um
মই ২০১৪ চনতে গৈছিলো বহুত ভাল কৰিলে আগতকৈ।
Ami gousilu dekhisilu 😮😊
Moja
So nice video
Sargadeu sukafar moidamot jaboxun abar..
( Assam jet ) Channel2t pabo location
So nice video 👍
❤❤
❤❤❤❤❤
🎉❤
Bhut fast hoise video2
খুন্দিয়াই নমৰিবি লাহে লাহে জাবি ককাই 😅
Dada abr saulung sukafa moidam kot asa ki hoisa vl sa ata video dib 😢😢🙏🙏🙏
Gari khonot aloy logoa please ❤❤ Bhaskar daa
Hunkale
Tumi poisa 2 di diya ককাই
190 th like
Rati jua mana ase neki? kaitaloi kula thake?
Historical video khetrot bhaskar brok kunu patta napai
Video aber sai hepahe nopolale dubar saisu
💎 u ase
British kaitai bohut anista kori gol.
Heifalor bagh keita amie😆 Sripuria
এই বছৰতে দুবাৰ গৈছো তালৈ।
Tumi sivasagar lora buli nijoke gaurambit kintu tumi janane chaulung chukafa moidam tu kot ki poristhitit ase...aetu tumi chaulung chukafar turon dekhaisa...chaulung chukafa moidam aetu nohoi.. tumi janibo lagisil haetu moidam kot ase... aru ata bihito bibostha luwa.... 😮😮😮
বি জে পি চৰকাৰ খনে সচাই ভাল কাম কৰি আছে ।
60bosor.congress.sarkare..1.poisa
.kharas.nokorile.
Aibar.bjpk.vote.diyok
আমি ষোল্ল চনতেই গৈছিলো
Shivsagar or pora kimn. Dur dada
Britis take away everything from moidam like gold silver etc
Xooo dhua pukhuri atau asil neki bhaskar da
Asil
Xajai diya babe val lagise ,
নামাকৰণ নহয় নামকৰন হে
Rong ghor ahibo log pm
ইমান দিন কি কৰি আছিল, ইমান ডাঙৰ মৈদাম কেইটা দেখা নাছিল 😂
ভিডিঅটো খুব সুন্দৰ কিন্তু বেয়া নাপাব মই আপোনাৰ অনুৰাগী হয় যেতিয়া কথা এষাৰ কব বিচাৰিছো প্ৰথম কথা ভিডিঅটো আৰম্ভনিতে আপুনি কৈছে চয়াইদেউ মৈদাম আচলতে আপোনাৰ উচ্চাৰণত ভুল হৈছে (চয়াইদেউ ) নহয় চৰাইদেউ আৰু দ্বিতীয়তে আপুনি থাৰ্মনেইলত লিখিছে চৰাইদেও হেয়টো ভূল হৈছে আচলতে চৰাইদেউ হে হব লাগিছিল বেয়া নাপাব আপুনি এজন শিক্ষিত ব্যক্তি আৰু লগতে এজন দেউটাক আপুনিয়ে যদি ভুলবোৰ কৰে নতুন প্ৰজন্ম অৰ্থাত আপোনাৰ সন্তানক কি শিক্ষা দিব 🙏 আপোনাৰ এই ভুলটো আজিৰ নহয় আজিৰ পৰা ৫,৬ বছৰৰ আগৰ পৰাই কৰি আহিছে ।
2014 goisilo atiya sob New new
First capital of ahom চৰাইদেউ 1253