Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
ভাল লাগিছে অসমৰ বুৰঞ্জীমুলক ঠাই বিলাক দেখি,১২২৮ খৃীষ্টাব্দত কমতাপুৰৰ ৰজা পৃথুয়ে যুদ্ধত হৰুৱা সকল তুৰ্কী মুসলিম আছিল, তেওঁলোকে বখতিয়াৰ খিলজীৰ অধীনত তিব্বত আক্রমণ কৰিবলৈ পৃথু ৰজাৰ অনুমতি অবিহনে কমতাপুৰৰ মাজেৰে সোমাই আহিছিল। মোগলসকল ১৫২৬ খৃীষ্টাব্দতহে ভাৰতলৈ আহিছিল।
কোচঁ ৰাজবংশী হিচাপে নিজকে গৌৰৱ অনুভৱ কৰোঁ 🙏♥️♥️
কোচবিহাৰ খন অসমৰ লগত চামিল হ’ব লাগে
এই কোচ সাম্ৰাজ্যৰ পৰাই আমাৰ আহোম স্বৰ্গদেউ প্ৰতাপ সিংহই নাইবা চুচেংফা ই অসমলৈ প্ৰথম বাৰৰ বাবে দুৰ্গা পূজা আনিছিল। চুচেংফাই এই দুৰ্গা মূৰ্তি বনাবলৈ শিকিবলৈ আহোম লোক এজনক পঠাইছিল আৰু তেখেতে কোচ বিহাৰৰ পৰা শিকি গৈ অসমত মূৰ্তি বনাইছিল আৰু প্ৰতাপ সিংহই প্ৰথম বাৰৰ বাবে অসমত দুৰ্গা মূৰ্তি পূজা কৰা প্ৰথা প্ৰচলন কৰিছিল। চুচেংফা অথবা প্ৰতাপ সিংহ আছিল আহোম সাম্ৰাজ্যৰ ১৭ নম্বৰ জন ৰজা। (১৬০৩-৪১)
Koch Bihar o axom t e asil tetya.british ru Bharat sorkar e bengal t milai dile
@@mdays6045 axomot nashil dangoriya . Aikhon Amar komotapur rajyar rajdhani ashil .
Amar bari o gosanimari rajpat ar pasot video ta dekhi khup bhalo lagil 😊
কোচ ৰাজবংশী 💛💛
Njna kisuman kotha gom palu ... dhnyabad dada
Very nice vedio /kamota puri histiry i like the vedio bro
কোচ জাতি হেং তংআমি অসমীয়া/বঙালী পৰিচয় এৰিব হ'ল আৰু কোচ পৰিচয় দিব লাগে
Thanks a lot 🙏 for the knowledge about our history ... Proud to be a Rajbangshi
Jai silarai ...jai naranarayan
সুন্দৰ লাগিছে ❤️❤️❤️
Bahut Val lagil vashkar da apuni aji bahu Val loga bostu ata Dangi dhorile
অতি সুন্দৰ 💚 ভাল লাগিল💚 ধন্যৱাত🙏 প্ৰনাম🙏 আৰু আশাৰে আগলৈ📸
বহুত নজনা কথা জানিব পাই খুবেই ভাল লাগিল।❤️🙏
ভাল লাগিল,
Proud to be a koch... valuable video...
বহুত বহুত ভাল লাগিলে ভিডিও চাই ।
Nojona bohut kotha janilu...Val lagil
বৰ অসম এটা সময়ত আমি কোচসকলে চলাই আছিলো ৷ কালৰ কুটিল গতিতআজি আমি সকলো হেৰুৱালোঁ
হয় মাৰজাৰ agreementৰ পাছত আমাৰ কামতাপুৰ আধা অসমত পৰিল আৰু আধা পশ্চিম বংগত পৰিল
Koch hokole Das nilikhe
Dhuniya lgile video tu dada aji 1st salu
সুন্দৰ ভাস্কৰ দা ,জৰাবাৰীৰ পৰা মৰম পঠালো
জয় আই কমতাLove u dada ভাল লাগিল চাই
কোচবিহাৰ অসমৰ অংশ আছিল ।আৰু কোচবিহাৰত কোচসকলৰ আগতে বৰভুইয়া সকল আছিল।কোচসকল দুটা ভাগত ভাগ হল কোচ বিহাৰ আৰু কোচ হাজো
দাদা ভাল লাগিলে ভিডিঅ চাই ।আৰু এনেকোৱা সুন্দৰ সুন্দৰ ভিডিঅ পাম বুলি আশা কৰিলো
সুন্দৰ ঠাই
বহুত বহুত ভাল লাগে আপোনাৰ ভিদেও বোৰ চাই।বহুত কথা শিকিব পৰা জাই ।নজনা কথা বহুত শিকিব পৰা জাই 🙏🙏🙏❤️❤️
অতি গুৰুত্বপূৰ্ণ তথ্য দাদা।আৰু দি থাকিব ।ঢকুৱাখনা পৰা নমস্কাৰ
Proud to be a koch
Proud to be a Rajbhangshi ❤Such a knowledgeable video. Thank you dada.
Koch jati Heng Tong
কোচ আৰু ৰাজবংশী সম্পূৰ্ণ বেলেগ। কোচসকল মংগোলীয় হয়।
What is Rajbongshi?
Kochbihar t sobe Rajbonshi poricoy diye karon twlok Koch rojar bongkho...aru axomot koch Rajbonshi
@Binodhar Creation aitu question tumi Kochbehar ot goi hudha
Boriya val lagil Aru asil kintu
বৰ ভাল লাগিল ।
Jai koch rajbongshir Jai From assam
Gd morning Dada ❤️ bhut val lagile video tu saii 🔥❤️❤️❤️
As per historical evidence iit may be said that the Assamese language is originated in kochbehar , so kochbehar is the most important portion of greater Assam /Kamrup
সু-প্ৰভাত ভাস্কৰ দা।
আপোনাৰ channel t historical video sai bohut ভাল লাগে 🥰🙏
outstanding bro
মজা মজা❤❤❤👌👌👌
জয় কমতাপুৰজয় আই অসম
Maja video 👌👌
বৰ্তমান উজনি অসমৰ বহুত কলিতা মানুহে নিজকে কোচ হিচাপে পৰিচয় দিয়ে কাৰণ যিহেতু কোচসকল অতি সোনকালেই জনজাতিকৰণ পাব তেতিয়া তেওঁলোকে বহুত সুবিধা পাব। কোচসকলৰ সংস্কৃতিৰ লগত সিহঁতৰ ০.০১%ও মিল নাই। অকণমান চকু ফুৰালেই দেখা পায়।
Val lagil...aru Rajbari khon dekhaba suun da..
Next level video bhashkar da
ভাল লাগিলে দাদা
Congrage 300 k subscriber
ভাল লাগিল
Love from coochbehar ❤️❤️❤️❤️❤️❤️❤️❤️❤️
Dhanyabaad
Dada aji logpai bhal lgil💖💖💖💖ghy j atal prkt lgplu aji😍😍anedore bhal content vdo hdai bnai jaok🌼
Khub Val hoise dada 👍🙏🙏
Great Bro Me need to Visit there so that I would knew my ancestors History
THANKSJOI I AXOM
Hello vhaskar good effort.
Wow extraordinary
Xundor video
Nice video moja 🥰
Love from Goalpara❤Koch jati heng tong
Coochbehar t akl rajbari ase buli vabisilu......kin2 Bohut thai ase sabologiya.......
Yes
Val lagise de
ভাল লাগিল জানি,আপোনাৰ পৰা এনেকোৱা video য়ে আশা কৰো
Bhaskar da thank you
Proud to be a kuch 😘❤️
Joy kamatapur ❤🔥
Informative video
সুন্দৰ দাদা ❤
Congratulations 300k party khabo goi asu
তথ্যপূৰ্ণ ভিডিওবোৰ দি থকা বাবে ধন্যবাদ আপোনাক 😊লগতে ইংৰাজী নৱ বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ 🎉🎊
ভাস্কৰ দা ধন্যবাদ
Mojaa
Dada sound quality bur val koribo. And Keep the good work.
Mojja
Congratulations🎉🎉 300k. Proud to be a Rajbangshi
Congratulations
Rajbongshi tu ki?
Ami coochbehar thaka dakci
Good work bro
Very good video....
congratulations 300k...👍
👍👍
Congratulations for 300k 🔥
Dada Val lagile amar buranjir kotha Dangi Dhara babe thank you so much ❤️
Good morning Mojja
Jai Maa
Hundar video Dada
➡️ A serious Problem of HS Final Year Students: নমস্কাৰ দাদা...আমাৰ এইবাৰ উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষা ফেব্ৰৱাৰী/মাৰ্চত AHSECয়ে সম্পূৰ্ণ ১০০% পাঠ্যক্ৰমেৰে অনুষ্ঠিত কৰিব বুলি কৈছে । এইবাৰ কৰণাকালিন পৰিস্থিতিৰ বাবে 4/5 মাহ আগতে পাঠদান আৰম্ভ হৈছে এই কেইদিনত সম্পূৰ্ণ পাঠ্যক্ৰম শেষ কৰাটো কোনোভাবেই সম্ভৱ নহয় । য'ত CBSE য়ে ৩০% পাঠ্যক্ৰম হ্ৰাস কৰিছে SEBA য়ে ৪০% পাঠ্যক্ৰম হ্ৰাস কৰিছে....এইবাৰ চূড়ান্ত পৰীক্ষা হোৱাটো আমি সকলোৱে বিচাৰোঁ কিন্তু CBSE ৰ লগত সংগতি ৰাখি পাঠ্যক্ৰম হ্ৰাস কৰি পাতিলে ভাল হয় অন্যথা আমাৰ ফলাফল CBSEৰ তুলনাত যথেষ্ট বেয়া হ'ব আৰু ছাত্ৰ ছাত্ৰীৰ ওপৰত অত্যাধিক মানসিক চাপ পৰিব... আপুনি বিষয়টো ভালদৰে চাই AHSECৰ দৃষ্টিগোচৰ হোৱাকৈ Video এটা বনালে আমাৰ বাবে বৰ উপকৃত হব...ধন্যবাদ 🙏🏻
বনাম
Nice
Congratulations dada ❤️❤️❤️ 300k family... next level 👍🙏❤️❤️❤️সদিয়াৰ পৰা 👍👍 মৰম যাচিলো।
Thank-you dosto
Nice work dada
আপোনাৰ ভিদিঅ ভাল লাগে চাই আগুৱাই যাবা বুলি আশা থাকিল তেজপুৰ পৰা মৰমৰ দিলো মোৰ ভিদিঅ সকলো এবা চাব আশা কৰিছো ll
Moja,, bohid bal lagil
Moja
5:51 back ground kotha khun....😂
Congratulations🎉🥳 daa
❤❤
congratulations 300k family😍😍🔥
ধন্যবাদ
বহু অজানা অথচ সাংঘাটিক গভীৰ তাৎপৰ্য পূৰ্ণ তথ্য সমূহে , চিন্তাৰ এক ন দিগন্তৰ বাট মুকলি কৰিছে। স্বাভাৱিকতেই প্ৰশ্ন হয় তেনেহলে সেই অঞ্চলসমূহ কাৰ লগত অন্তৰ্ভূক্ত হব লাগিছিল আৰু হ'ল কাৰ লগত। ফলস্বৰূপে স্বগোষ্টীয় মানুহৰ মাজতে ক্ৰমাৎ ব্যৱধান বাঢ়ি গৈ আছে।এনে , সিদ্ধান্ত সমূহক কি বুলি কোৱা হ'ব, ঐতিহাসিক ভুল নে, ইচ্ছাকৃত সিদ্ধান্ত ?
Congratulations 300k family ❤❤
Congratulations Bhaskar da 300k 🔥🔥🔥
Proud to be a Rajbongshi
ভাস্কৰ দা আপোনাক লগ কৰিবলৈ কি কৰিব লাগিব ?
Jai aii axom
Wonderful
ভাল লাগিছে অসমৰ বুৰঞ্জীমুলক ঠাই বিলাক দেখি,১২২৮ খৃীষ্টাব্দত কমতাপুৰৰ ৰজা পৃথুয়ে যুদ্ধত হৰুৱা সকল তুৰ্কী মুসলিম আছিল, তেওঁলোকে বখতিয়াৰ খিলজীৰ অধীনত তিব্বত আক্রমণ কৰিবলৈ পৃথু ৰজাৰ অনুমতি অবিহনে কমতাপুৰৰ মাজেৰে সোমাই আহিছিল। মোগলসকল ১৫২৬ খৃীষ্টাব্দতহে ভাৰতলৈ আহিছিল।
কোচঁ ৰাজবংশী হিচাপে নিজকে গৌৰৱ অনুভৱ কৰোঁ 🙏♥️♥️
কোচবিহাৰ খন অসমৰ লগত চামিল হ’ব লাগে
এই কোচ সাম্ৰাজ্যৰ পৰাই আমাৰ আহোম স্বৰ্গদেউ প্ৰতাপ সিংহই নাইবা চুচেংফা ই অসমলৈ প্ৰথম বাৰৰ বাবে দুৰ্গা পূজা আনিছিল। চুচেংফাই এই দুৰ্গা মূৰ্তি বনাবলৈ শিকিবলৈ আহোম লোক এজনক পঠাইছিল আৰু তেখেতে কোচ বিহাৰৰ পৰা শিকি গৈ অসমত মূৰ্তি বনাইছিল আৰু প্ৰতাপ সিংহই প্ৰথম বাৰৰ বাবে অসমত দুৰ্গা মূৰ্তি পূজা কৰা প্ৰথা প্ৰচলন কৰিছিল। চুচেংফা অথবা প্ৰতাপ সিংহ আছিল আহোম সাম্ৰাজ্যৰ ১৭ নম্বৰ জন ৰজা। (১৬০৩-৪১)
Koch Bihar o axom t e asil tetya.british ru Bharat sorkar e bengal t milai dile
@@mdays6045 axomot nashil dangoriya . Aikhon Amar komotapur rajyar rajdhani ashil .
Amar bari o gosanimari rajpat ar pasot video ta dekhi khup bhalo lagil 😊
কোচ ৰাজবংশী 💛💛
Njna kisuman kotha gom palu ... dhnyabad dada
Very nice vedio /kamota puri histiry i like the vedio bro
কোচ জাতি হেং তং
আমি অসমীয়া/বঙালী পৰিচয় এৰিব হ'ল আৰু কোচ পৰিচয় দিব লাগে
Thanks a lot 🙏 for the knowledge about our history ... Proud to be a Rajbangshi
Jai silarai ...jai naranarayan
সুন্দৰ লাগিছে ❤️❤️❤️
Bahut Val lagil vashkar da apuni aji bahu Val loga bostu ata Dangi dhorile
অতি সুন্দৰ 💚 ভাল লাগিল💚 ধন্যৱাত🙏 প্ৰনাম🙏 আৰু আশাৰে আগলৈ📸
বহুত নজনা কথা জানিব পাই খুবেই ভাল লাগিল।❤️🙏
ভাল লাগিল,
Proud to be a koch... valuable video...
বহুত বহুত ভাল লাগিলে ভিডিও চাই ।
Nojona bohut kotha janilu...Val lagil
বৰ অসম এটা সময়ত আমি কোচসকলে চলাই আছিলো ৷ কালৰ কুটিল গতিতআজি আমি সকলো হেৰুৱালোঁ
হয় মাৰজাৰ agreementৰ পাছত আমাৰ কামতাপুৰ আধা অসমত পৰিল আৰু আধা পশ্চিম বংগত পৰিল
Koch hokole Das nilikhe
Dhuniya lgile video tu dada aji 1st salu
সুন্দৰ ভাস্কৰ দা ,জৰাবাৰীৰ পৰা মৰম পঠালো
জয় আই কমতা
Love u dada
ভাল লাগিল চাই
কোচবিহাৰ অসমৰ অংশ আছিল ।আৰু কোচবিহাৰত কোচসকলৰ আগতে বৰভুইয়া সকল আছিল।কোচসকল দুটা ভাগত ভাগ হল কোচ বিহাৰ আৰু কোচ হাজো
দাদা ভাল লাগিলে ভিডিঅ চাই ।আৰু এনেকোৱা সুন্দৰ সুন্দৰ ভিডিঅ পাম বুলি আশা কৰিলো
সুন্দৰ ঠাই
বহুত বহুত ভাল লাগে আপোনাৰ ভিদেও বোৰ চাই।বহুত কথা শিকিব পৰা জাই ।নজনা কথা বহুত শিকিব পৰা জাই 🙏🙏🙏❤️❤️
অতি গুৰুত্বপূৰ্ণ তথ্য দাদা।আৰু দি থাকিব ।ঢকুৱাখনা পৰা নমস্কাৰ
Proud to be a koch
Proud to be a Rajbhangshi ❤
Such a knowledgeable video. Thank you dada.
Koch jati Heng Tong
কোচ আৰু ৰাজবংশী সম্পূৰ্ণ বেলেগ। কোচসকল মংগোলীয় হয়।
What is Rajbongshi?
Kochbihar t sobe Rajbonshi poricoy diye karon twlok Koch rojar bongkho...aru axomot koch Rajbonshi
@Binodhar Creation aitu question tumi Kochbehar ot goi hudha
Boriya val lagil Aru asil kintu
বৰ ভাল লাগিল ।
Jai koch rajbongshir Jai
From assam
Gd morning Dada ❤️ bhut val lagile video tu saii 🔥❤️❤️❤️
As per historical evidence iit may be said that the Assamese language is originated in kochbehar , so kochbehar is the most important portion of greater Assam /Kamrup
সু-প্ৰভাত ভাস্কৰ দা।
আপোনাৰ channel t historical video sai bohut ভাল লাগে 🥰🙏
outstanding bro
মজা মজা❤❤❤👌👌👌
জয় কমতাপুৰ
জয় আই অসম
Maja video 👌👌
বৰ্তমান উজনি অসমৰ বহুত কলিতা মানুহে নিজকে কোচ হিচাপে পৰিচয় দিয়ে কাৰণ যিহেতু কোচসকল অতি সোনকালেই জনজাতিকৰণ পাব তেতিয়া তেওঁলোকে বহুত সুবিধা পাব। কোচসকলৰ সংস্কৃতিৰ লগত সিহঁতৰ ০.০১%ও মিল নাই। অকণমান চকু ফুৰালেই দেখা পায়।
Val lagil...aru Rajbari khon dekhaba suun da..
Next level video bhashkar da
ভাল লাগিলে দাদা
Congrage 300 k subscriber
ভাল লাগিল
Love from coochbehar ❤️❤️❤️❤️❤️❤️❤️❤️❤️
Dhanyabaad
Dada aji logpai bhal lgil💖💖💖💖ghy j atal prkt lgplu aji😍😍anedore bhal content vdo hdai bnai jaok🌼
Khub Val hoise dada 👍🙏🙏
Great Bro Me need to Visit there so that I would knew my ancestors History
THANKS
JOI I AXOM
Hello vhaskar good effort.
Wow extraordinary
Xundor video
Nice video moja 🥰
Love from Goalpara❤
Koch jati heng tong
Coochbehar t akl rajbari ase buli vabisilu......kin2 Bohut thai ase sabologiya.......
Yes
Val lagise de
ভাল লাগিল জানি,আপোনাৰ পৰা এনেকোৱা video য়ে আশা কৰো
Bhaskar da thank you
Proud to be a kuch 😘❤️
Joy kamatapur ❤🔥
Informative video
সুন্দৰ দাদা ❤
Congratulations 300k party khabo goi asu
তথ্যপূৰ্ণ ভিডিওবোৰ দি থকা বাবে ধন্যবাদ আপোনাক 😊
লগতে ইংৰাজী নৱ বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ 🎉🎊
ভাস্কৰ দা ধন্যবাদ
Mojaa
Dada sound quality bur val koribo. And Keep the good work.
Mojja
Congratulations🎉🎉 300k. Proud to be a Rajbangshi
Congratulations
Rajbongshi tu ki?
Ami coochbehar thaka dakci
Good work bro
Very good video....
congratulations 300k...👍
👍👍
Congratulations for 300k 🔥
Dada Val lagile amar buranjir kotha Dangi Dhara babe thank you so much ❤️
Good morning Mojja
Jai Maa
Hundar video Dada
➡️ A serious Problem of HS Final Year Students: নমস্কাৰ দাদা...আমাৰ এইবাৰ উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষা ফেব্ৰৱাৰী/মাৰ্চত AHSECয়ে সম্পূৰ্ণ ১০০% পাঠ্যক্ৰমেৰে অনুষ্ঠিত কৰিব বুলি কৈছে । এইবাৰ কৰণাকালিন পৰিস্থিতিৰ বাবে 4/5 মাহ আগতে পাঠদান আৰম্ভ হৈছে এই কেইদিনত সম্পূৰ্ণ পাঠ্যক্ৰম শেষ কৰাটো কোনোভাবেই সম্ভৱ নহয় । য'ত CBSE য়ে ৩০% পাঠ্যক্ৰম হ্ৰাস কৰিছে SEBA য়ে ৪০% পাঠ্যক্ৰম হ্ৰাস কৰিছে....এইবাৰ চূড়ান্ত পৰীক্ষা হোৱাটো আমি সকলোৱে বিচাৰোঁ কিন্তু CBSE ৰ লগত সংগতি ৰাখি পাঠ্যক্ৰম হ্ৰাস কৰি পাতিলে ভাল হয় অন্যথা আমাৰ ফলাফল CBSEৰ তুলনাত যথেষ্ট বেয়া হ'ব আৰু ছাত্ৰ ছাত্ৰীৰ ওপৰত অত্যাধিক মানসিক চাপ পৰিব... আপুনি বিষয়টো ভালদৰে চাই AHSECৰ দৃষ্টিগোচৰ হোৱাকৈ Video এটা বনালে আমাৰ বাবে বৰ উপকৃত হব...ধন্যবাদ 🙏🏻
বনাম
Nice
Congratulations dada ❤️❤️❤️ 300k family... next level 👍🙏❤️❤️❤️সদিয়াৰ পৰা 👍👍 মৰম যাচিলো।
Thank-you dosto
Nice work dada
আপোনাৰ ভিদিঅ ভাল লাগে চাই আগুৱাই যাবা বুলি আশা থাকিল তেজপুৰ পৰা মৰমৰ দিলো মোৰ ভিদিঅ সকলো এবা চাব আশা কৰিছো ll
Moja,, bohid bal lagil
Moja
5:51 back ground kotha khun....😂
Congratulations🎉🥳 daa
❤❤
congratulations 300k family😍😍🔥
ধন্যবাদ
বহু অজানা অথচ সাংঘাটিক গভীৰ
তাৎপৰ্য পূৰ্ণ তথ্য সমূহে , চিন্তাৰ এক ন দিগন্তৰ বাট মুকলি কৰিছে।
স্বাভাৱিকতেই প্ৰশ্ন হয় তেনেহলে সেই অঞ্চলসমূহ কাৰ লগত অন্তৰ্ভূক্ত হব লাগিছিল আৰু হ'ল কাৰ লগত। ফলস্বৰূপে স্বগোষ্টীয় মানুহৰ মাজতে ক্ৰমাৎ ব্যৱধান বাঢ়ি গৈ আছে।
এনে , সিদ্ধান্ত সমূহক কি বুলি কোৱা হ'ব, ঐতিহাসিক ভুল নে, ইচ্ছাকৃত সিদ্ধান্ত ?