A tribute to Jyotish Bhattacharya.

Поделиться
HTML-код
  • Опубликовано: 28 ноя 2024

Комментарии • 221

  • @muftimrahman3362
    @muftimrahman3362 2 года назад +8

    কি বুলি কম, প্ৰশংসাৰ ভাষা নাই । নিশ্চিত যে এই কণমানি লৰাটো অতি সোনকালেই এজন অতি জনপ্ৰিয় দৰদী গায়ক হব । অনেক শুভেচ্ছা আৰু আশীৰ্বাদ জনালো ।

  • @pallavimahanta2138
    @pallavimahanta2138 6 лет назад +7

    অতি সুন্দৰ গীত ।অন্তৰ চুই গল । 2006 চনত নগাঁৱত অনুষ্ঠিত হোৱা এক কৰ্মশালাত স্বৰ্গীয় জ্যোতিষ ভট্টাচাৰ্যৰ পত্নীয়ে আমাক এই গীতটো শিকাইছিল। তেতিয়াৰ পৰা বহুবাৰ নিজেও গাইছো আনকো গোৱা শুনিছো কিন্তু এতিয়াও হেপাঁহ পলোৱাই নাই।

  • @asharma4724
    @asharma4724 6 лет назад +18

    এই সৰু লৰাজনৰ নাম মই নেজানো কিন্তু তাৰ এই গানটোৱে মোৰ হৃদয় জোকাৰি যায় যেতিয়াই শুনো।মোৰ শুভ কামনা থাকিল যে এই কনমানিয়ে এদিন অসমৰ সংগীত জগতলৈ বিৰল অৱদান আগবঢ়াব।

    • @parishmitadas615
      @parishmitadas615 6 лет назад

      Ni ce

    • @padmabarua7439
      @padmabarua7439 2 года назад

      তোমাক হিয়াৰ্ত পৰা আশীৰ্বাদ দিলোঁ। তুমি আৰু উজ্বল হৈ উঠিবা।জ্যোতিষ দাই তোমাক আশীৰ্বাদ দিব।

  • @souravkalita7967
    @souravkalita7967 5 лет назад +15

    আজি ২ মে ২০১৯(02/05/2019) ইং তাৰিখে, এই গীতটি দিনটোত কিমানবাৰ যে শুনিলোঁ তাৰ হিচাপ নাই। অকণমানিটোৰ মাতটো ইমান শুৱলা আৰু হৃদয়স্পৰ্শী ঠিক তেওঁৰ চকুজুৰিৰ দৰেই গভীৰ। আশা কৰো তেওঁৰ ভৱিষ্যৎ উজ্জ্বল হওক। মোৰ বোধ হয় যে লৰাজন এতিয়া ডাঙৰ হৈছে আৰু চাগৈ তেওঁ মোৰ সমান বয়সৰ নাইবা মোতকৈ ডাঙৰ অথবা সৰুও হব পাৰে। যিয়েই নহওঁক কিয়, ভিডিঅটো বহুত বেছি ভাল লাগিছে।🙂😊🙂😊 জুনে share কৰিছে এইটো ভিডিঅ তেওঁকো বহুত বহুত ধন্যবাদ। 🙏🙏

  • @kaberibezbaruah3335
    @kaberibezbaruah3335 Месяц назад

    অপূৰ্ব গাইছে। আজিহে শুনিলো। চকুপানী ওলাই গৈছে। আশাকৰোঁ এতিয়াও গাই আছে। ঈশ্বৰে তেওঁক কুশলে ৰাখক। Love you son......

  • @debu1763
    @debu1763 5 лет назад +14

    Not a single word is available to praise him. What a presentation!!!! Wao, Great thumbs up to this boy.

  • @bantygagoi8412
    @bantygagoi8412 4 года назад +3

    Aei moram loga vaity took news life t anila val ashil .eman dhunia kontha aru hur.babu tumi aeinpurani geetbur hodai gai thakiba da.moi arkhi bad korisu tumi ag aui jua.

  • @rameshkumardeka3726
    @rameshkumardeka3726 2 месяца назад

    Sundor, piyali bohut val gaise .Bhaiti tur ati utzal bhobissot kamna korilu

  • @gakulgogoi6697
    @gakulgogoi6697 5 лет назад +15

    হে ভগবান, এই কণমানিটিয়ে ইমান দৰদ ভৰাকৈ কেনেকৈ গাব পাৰিছে। ভগবান আৰু শক্তি দিয়া তাক।

  • @rajshekharsinha3611
    @rajshekharsinha3611 6 лет назад +12

    Anurag that's your name right. I must've listened to you at least 20 times since yesterday. You touched me deep inside, I hope all the best things happen to you in your life. Hope god blesses you for ever and ever

  • @rijusaikia7445
    @rijusaikia7445 6 лет назад +5

    Anurag ..eman xundar posondo tumar..ei jugomia ganbur pahoronir bukut herai jaboloi nidiar dayitbwa tumalukar dore prokrito xilpir..axirbad thakil

  • @l.p.production3223
    @l.p.production3223 4 года назад +4

    সঁচায়ে বৰ সুন্দৰকৈ গাইছে কনমানিয়ে। চুই গ'ল দেই ভিতৰত। বৰ সুন্দৰ কন্ঠ আৰু গায়কী...মুগ্ধ কৰিলে। সুন্দৰ প্ৰতিভা...কানমানিটিৰ উজ্বল ভৱিষ্যত কামনা কৰিছোঁ।💐💐💐

  • @runutalukdar5876
    @runutalukdar5876 5 лет назад +4

    ইমান সুন্দৰ কণ্ঠ আমাৰ মাজতে লুকাই আছে, বিশ্বাসেই নহয়৷ তোমাৰ কণ্ঠ আকৌ শুনিব খুজিছো বেটা

  • @kabitachoudhury4954
    @kabitachoudhury4954 3 года назад +4

    আচৰিত। এই ল'ৰাজন এতিয়া বা কিমান ডাঙৰ হ'ল।গান গায় নে বাৰু এতিয়াও, জানিবৰ মন যায়।কি কণ্ঠ !

  • @bordoloipallav1680
    @bordoloipallav1680 3 года назад +3

    Beautiful singing, wish you a long journey, god bless you

  • @parthaprotimsarmah3433
    @parthaprotimsarmah3433 7 лет назад +4

    Anurag, your rendering of this song is excellent and an invitation to pleasure. I have carefully and delightfully listened to your sons several times and I find it to be the best among all other renderings. It boosts our confidence that these evergreen songs and taste for them are safe with young artists like you. Your voice is close to Jyotish Bhattacharayya and can do justice to his songs. Best wishes.

  • @akhilkalita6426
    @akhilkalita6426 5 лет назад +4

    eman xundar ata gaan tomar surat suku Pani olai ahil iswre mangal korak

  • @ninadshivamrajkhowa5298
    @ninadshivamrajkhowa5298 2 года назад +1

    বহুত সুন্দৰ গাইছা। আগুৱাই যোৱা। শুভেচ্ছা থাকিল।

  • @abhijitmusialjourney
    @abhijitmusialjourney 3 года назад +2

    কি কম ভাষা নাই একো ।। এতিয়া আপোনাৰ পৰিচয় কত ❤️❤️

  • @mukutaborah3135
    @mukutaborah3135 Год назад +1

    ধন্যবাদ ধন্যবাদ মোৰ কবলৈ একো ভাষা নাই, তোমাক ইশ্বৰে কৃপা কৰক।মই এই গীত ভাগি আমাৰ দাদা যোৰহাট নগৰৰ তৰাজানত থকা ৰুপুদা ঘৰত আজি প্ৰায় বিশ বছৰ আগতেই টেপৰেকৰ্ডাৰত শুনিছিলো,ৰুপু দাই কৈছিল,আমাৰ ঘৰত নমিতা বাইদেউ আৰু জোতিশ ভট্টাচাৰ্য ডাঙৰীয়াও থাকে কিন্ত, আৰু এটা ভাল গান আছে পাৰিলে facebook ত দিবাচোন। গানটো হ'ল এজাক বৰষুণে ধুৱাই নিয়া এটি শান্ত গধূলি........।ধন্যবাদ শুনিবলৈ পাও যেন।

  • @nityakinkorgoswami6055
    @nityakinkorgoswami6055 Год назад +3

    কিমানৰ কণ্ঠত যে এই গানটো নুশুনিলো,কিন্ত অনুৰাগৰ কণ্ঠক যেন কোনোৱে চেৰ পেলাব পৰা নাই। অনুৰাগৰ ভবিষ্যত সঙ্গীত যাত্ৰা মধুময় হোৱাৰ কামনা ৰে----।

  • @minibhattacharyyathakur2364
    @minibhattacharyyathakur2364 4 года назад +3

    A wonderful voice! May God bless him with a very bright future.

  • @arjunchetia3831
    @arjunchetia3831 4 года назад +1

    দৰদী কণ্ঠশিল্পী জ্যোতিষ ভট্টাচাৰ্য দেৱৰ গীতবোৰ সঁচাই অতুলনীয় আৰু উচ্চ মানবিশিষ্ট।তাতে তুমি ইমান কম বয়সতে খুব ভাল লগা এই গীতটি অতি সুন্দৰ আৰু নিখুঁত ভাবে পৰিবেশন কৰিলা। শুনি আপ্লুত হলো। চেষ্টা অব্যাহত ৰাখি আগুৱাই যোৱা ,অনাগত দিনত এজন প্ৰতিষ্ঠিত গায়ক ৰূপে তোমাক নিশ্চই পাম বুলি আশা ৰাখিলোঁ ।ধন্যবাদ।

  • @putalsarmah6725
    @putalsarmah6725 2 года назад +4

    One day you will be a famous singer . Your future is bright .

  • @labanyadutta8658
    @labanyadutta8658 6 лет назад +2

    Bohut Bohut hundor gaisa Hun.. Tumi anekoi aguwai goi thaka.Tumaloi huvokamona thakil..

  • @putalsarmah6725
    @putalsarmah6725 2 года назад

    বৰ সুন্দৰকৈ গাইছা দেই । একেবাৰে সোমাই পৰিছা গীতটোৰ মাজত । বৰ মৰম লাগিছে 👌

  • @shekharjyotibhuya4803
    @shekharjyotibhuya4803 2 года назад

    কমেণ্টত কি বুলি যে লিখিম ভাবিয়ে পোৱা নাই | ইমান এটা জটিল গীত ,ইমান সুন্দৰকৈ পৰিৱেশন কৰিছে ! নমন কৰিছোঁ| বহুতবাৰ শুনিছোঁ | অলেখ শুভকামন,মৰম,অভিনন্দন |

  • @mridulgogoi5455
    @mridulgogoi5455 3 года назад +2

    ইমান দৰদী কণ্ঠ । বহুত বহুত ভাল লাগিল ।

  • @prasantagoswami1477
    @prasantagoswami1477 Год назад

    বৰ সুন্দৰ । ঈশ্বৰে এটা ভাল কণ্ঠ দিছে; ইমান সুন্দৰকে গীতটি গালে মই কি বুলি ক'ম। আৰু ভাল হওক আৰ্শীবাদ কৰিছো।

  • @kulaphukan8358
    @kulaphukan8358 4 года назад +1

    সুন্দৰ , অপূৰ্ব , কি ক'ম ইমান সুন্দৰ পৰিবেশন । ভগৱান তোমাৰ সহায় হওক আৰু আগুৱাই যোৱা।

  • @santanusarma
    @santanusarma 10 лет назад +8

    BEST EVER PRESENTATION OF JYOTISH BHATTACHARYA'S SONG OTHER THAN BY THE GREAT ARTIST. I OBSERVED RESONANCE OF JYOTISH BHATTACHARYA'S ORIGINAL STYLE IN NIYOR'S VOICE. MAY GOD BLESS NIYOR...WISH HIM A BRIGHT FUTURE.

  • @Pknsuhar
    @Pknsuhar 4 года назад +3

    সঁচাকৈ মন-পৰশা কণ্ঠ অনুৰাগৰ...

  • @digantasaikia6484
    @digantasaikia6484 7 лет назад +3

    সুন্দৰ । তোমাৰ কন্ঠ
    অতি সুন্দৰ ।

  • @pankajjyotidas1577
    @pankajjyotidas1577 10 лет назад +5

    awsome ....go on NIYOR ....all d best

  • @goswamielectricalelectroni8324
    @goswamielectricalelectroni8324 2 года назад

    ভাষা নাই কবলৈ!!অবিভূত হৈ পৰিছো। নষ্টালজিয়া হৈ উঠিলো!!ইমান সুন্দৰ পৰিবেশন কৰিছা তুমি।জ্যোতিষ ভট্টাচাৰ্য্যক জীৱন্ত কৰি তুলিলা। ভৱিষ্যত সঙ্গীতৰ জগতত উজ্জ্বল জ্যোতিষ্ক হৈ উঠিবা এই শুভ কামনা জনালো ।

  • @lorioliproductions7474
    @lorioliproductions7474 6 лет назад +2

    you have a wonderful voice timbre. keep it up. waaahhh....gaan neriba ketiau dei.

  • @nilkamalbhuyan9507
    @nilkamalbhuyan9507 2 года назад +3

    Superb singing, ohh God

  • @melodytunerecords658
    @melodytunerecords658 6 лет назад +2

    bht hundore gaisa vaiti..agbahi jua ...huvokamona thkil..

  • @sarojinidutta5058
    @sarojinidutta5058 8 месяцев назад

    সুন্দৰ প্ৰতিটো গান হৃদয় চুই যায়,শুনি থাকিলেও হেপাহ নপলায়

  • @Abhijitbhpa
    @Abhijitbhpa 5 лет назад +3

    bor abegik kontho.....may God bless u...keep it up..

  • @jitulsonowal
    @jitulsonowal 5 лет назад +1

    বৰ অন্তৰ চুই গল গীতটি আকৌ এটি সুন্দৰ কন্ঠত শুনি

  • @pratulchaudhury1195
    @pratulchaudhury1195 8 месяцев назад +1

    অন্তৰ পৰশি যোৱা এই গীত টো এই সৰু লৰা জনে অতি সুন্দৰ কৈ প্ৰদৰ্শন কৰিছে।
    বহুত বাৰ শুনিছোঁ। আজি শুনি জানিবৰ মন গ'ল অনুৰাগে গানৰ চৰ্চা কেনে দৰে কৰি আছে। ১০ বছৰ আগতে গানটো আপলোড কৰিছিল। এতিয়া সি কিমান ডাঙৰ হ'ল।
    অনুগ্ৰহ কৰি জনাব।

  • @sukumardutta9260
    @sukumardutta9260 Год назад

    This little Anurag Boruah is so beautifully with clean words of expression singing this song of Jyotish Bhattacharya as respect to the great soul of the artist of this singer

  • @melodytunerecords658
    @melodytunerecords658 6 лет назад +1

    It's really nice...aguai jua vaiti...nissittovabe tmi Amie ..asomiya ..giti hahito ..hoktixali vabe aguai nibo lgbo...

  • @adheekhagogoi738
    @adheekhagogoi738 7 лет назад +14

    এই সৰু লৰা জন এ নিশ্চিত অসমীয়া গীতি সাহিত্য ক বহুত ওপৰলৈ নিব লাগিব ।

  • @খনীন্দ্ৰমেধি

    ইমান সুন্দৰকৈ গাইছে ৷ শলাগিবলৈ ভাষা নাই ৷

  • @devakantabordoloi
    @devakantabordoloi 8 месяцев назад

    Waaaaahhh !!! Outstanding singing 🙏🙏

  • @ankursharma915
    @ankursharma915 6 лет назад +2

    God bless you.. Niyor... xundor... eman xundor... rati eteya 3 am ..tumar gan xuni aasu...

    • @dibyajyotiboro2438
      @dibyajyotiboro2438 6 лет назад +1

      Same here , may I know who is he

    • @Manoranjan_Live
      @Manoranjan_Live 5 лет назад +2

      @@dibyajyotiboro2438 His name is Anurag Baruah. From Dibrugarh.

  • @smritirekhasonowal6714
    @smritirekhasonowal6714 5 лет назад +1

    ভাইটি , তোমাৰ ভৱিষ্যৎ বহুত উজ্জ্বল !! মাথোঁ আগবাঢ়ি যোৱা । শুভেচ্ছা থাকিল । 🤔👌👌

  • @bornalidevi7039
    @bornalidevi7039 5 лет назад +1

    Bohut sundar. Ujjal vabisyat kamona korilu.

  • @jayantakumarsharma4121
    @jayantakumarsharma4121 10 месяцев назад

    I can muster only one word - mesmerizing

  • @gunakantaganju6870
    @gunakantaganju6870 Год назад

    Bohut bohut besi bhal hoise ,,hridoy sporkhi😢❤

  • @banadeepkalita1848
    @banadeepkalita1848 Год назад

    Nice singing. God bless you my dear child!

  • @manjurisvlog5038
    @manjurisvlog5038 8 месяцев назад

    বৰ সুন্দৰ হৈছে❤❤

  • @rajeev_kakoty
    @rajeev_kakoty 8 лет назад +2

    Great .... just simply great
    GOD bless Niyor....

  • @back2musicindia
    @back2musicindia Год назад +2

    Ki je xuriya maat!!!! No words!!! It was uploaded 9 yrs back, would love to listen to this child now, does anyone knows where?

    • @juthikaborbora9114
      @juthikaborbora9114 Год назад

      He is Anurag Baruah (Niyor). He has sung a few songs recently. You can search him in RUclips.

  • @devojitphukon5110
    @devojitphukon5110 2 года назад +1

    Jyotish Bhattacharjya Mur priyo gayokor ajon asil. Aai horu loratu atiya kiman tu holhi baru maje maje kio prayai aai loratir gaan tu huniye thaku bt hodai notunkoi Huna Jen lage.

  • @hemantakrbora9271
    @hemantakrbora9271 5 лет назад +3

    ইমান অকণমানি ল'ৰাৰ ইমান সুৰীয়া গান,সঁচাই অনুপম!

  • @paragdeka_ahatguri5344
    @paragdeka_ahatguri5344 3 года назад

    Niyor..oti xundor kantha tumar moi nijeo bahubar gaisu atiao xunu ai gaantu hepah napolai tumaloi bahu xubheswa jonalu

  • @user-un9zb2zk9e
    @user-un9zb2zk9e 6 лет назад +1

    may god bless u.......superb singing...touch my hrt

  • @padmalochannath443
    @padmalochannath443 2 года назад

    অনন্য, অসাধাৰণ.... বাৰে বাৰে শুনিবলৈ মন যায়।

  • @rashmirekharabha5764
    @rashmirekharabha5764 9 лет назад +4

    anurag puwali... so cute... :) n awesome as always...

    • @ratulleefarmusic
      @ratulleefarmusic 3 года назад

      Teo atiya sangeet silpi hisape khyat ne. Plz let me khow the name

  • @ParashBhattacharjee
    @ParashBhattacharjee 3 месяца назад +1

    কোনে ক'ব, এই ল'ৰাজন এতিয়া কোনজন, এতিয়া গাই নে গান , ইমান সুন্দৰ গাইছিল

  • @Nangpha123
    @Nangpha123 3 года назад

    ইমান সুন্দৰ কন্ঠ । অন্তৰ চুই গ'ল।

  • @runupamahandique6554
    @runupamahandique6554 Год назад +1

    কি ক'ম! ক'বলৈ ভাষা নাই। এতিয়া অনুৰাগ ডাঙৰ হৈছে ।নিশ্চয় তেওঁৰ কণ্ঠত এই চেনেলতে আৰু এনে ধৰণৰ সুন্দৰ গান শুনিবলৈ পাম বুলি আশাৰে বাট চাই ৰৈছো

  • @animeshgogoi6254
    @animeshgogoi6254 3 года назад +1

    Amazing...... Speechless. Like it

  • @shyamalidutta2995
    @shyamalidutta2995 5 лет назад +2

    সুন্দৰ কণ্ঠত এটি আপুৰুগীয়া গীত গহীন গম্ভীৰ ভাৱে মনত ৰৈ যোৱাকৈ পৰিবেশন কৰিলা। তোমাৰ এই চেষ্টা অব্যাহত থাকক।

    • @manojborthakur5603
      @manojborthakur5603 4 года назад

      ভগবানৰ আশীৰ্বাদৰ ৰং আছে ।মইনাৰ মাতত

  • @25a394
    @25a394 8 месяцев назад

    Superbly sung❤😊

  • @polymahanta1562
    @polymahanta1562 3 года назад

    ইমান সুন্দৰ কণ্ঠ তুমি আগবাঢ়ি যোৱা

  • @lovemb0806
    @lovemb0806 5 лет назад +1

    বহুত ধুনীয়া কণ্ঠ...... 👍👍👍

  • @GuninDuarah-tm1kc
    @GuninDuarah-tm1kc Год назад +1

    khub hundar

  • @parthaprotimtamuly8875
    @parthaprotimtamuly8875 2 месяца назад

    ৰাতিৰ সুৰভিভৰা ধৰা!!! আহ!! কি গাইছা মাইনা!!!

  • @GuninDuarah-tm1kc
    @GuninDuarah-tm1kc Год назад +1

    Bhal gaisa mor Priya geet

  • @dr.binodgogoi3642
    @dr.binodgogoi3642 3 года назад

    Bohut dhuniakoi gaise.❤️❤️❤️🙏🙏🙏

  • @pankajdas-sk4qu
    @pankajdas-sk4qu 8 месяцев назад

    Babu r ujjal vobissot Kamona korisu..bor dhunia hoise..

  • @purnanandaneog8081
    @purnanandaneog8081 Год назад

    Excellent singing, blessed.

  • @Manoranjan_Live
    @Manoranjan_Live 5 лет назад +2

    Ek hi toh dil hai sir ji.. kitni baar jitoge?? ❤️

  • @kuldeepamc
    @kuldeepamc 6 лет назад +1

    Mojaa gaise re..mojaa..keet it up

  • @manashpratim3811
    @manashpratim3811 4 года назад +3

    What a soothing voice.. What is the kid doing now..? Anurag (Niyar)..

  • @tasrinrahman9642
    @tasrinrahman9642 Год назад

    উজ্বল ভৱিষ্যতৰ কামনা কৰিছোঁ।❤

  • @amarjyotibaishya1358
    @amarjyotibaishya1358 4 года назад +2

    ইমান ধুনীয়া গীত তোমাৰ কন্ঠত কবলৈ ভাষা নাই।
    কোন চনৰ ভিডিও হয়

  • @moureensvlogandworld225
    @moureensvlogandworld225 4 года назад +1

    দুচকু সেমেকি আহিল...।তোমালৈ বহুত মৰম আৰু শুভাশীষ।

  • @prasantasarmah.3121
    @prasantasarmah.3121 4 года назад +2

    Fantastic...

  • @pareshborah1454
    @pareshborah1454 7 месяцев назад

    ইমান ধুনীয়া গাইছে অ'।

  • @hridoytu
    @hridoytu 6 лет назад

    Very Soulfully sung... great keep it up

  • @BARSHA9569
    @BARSHA9569 9 месяцев назад

    Such a soothing voice❤

  • @naturaldesigner1004
    @naturaldesigner1004 6 лет назад +1

    বৰ সুন্দৰ কণ্ঠ মাইনাটো

  • @nirmalsarma3804
    @nirmalsarma3804 5 лет назад +3

    Imman dhuniya koi gaise anurage original tutkoiu bhal lagise God bless him porisoi tu jonabo neki

  • @banadeepkalita1848
    @banadeepkalita1848 Год назад

    I don't know that cute little singer,God bless you my dear child.

  • @BinitaSaikia-uq3zv
    @BinitaSaikia-uq3zv 4 месяца назад

    Waw bujabor bhakha nai emanei xundor

  • @aparajitasharma2208
    @aparajitasharma2208 2 года назад

    Bor bhal lagil

  • @poemandsongassam8959
    @poemandsongassam8959 2 года назад

    বহুত ভাল লাগিল

  • @sanjayboruahwings5227
    @sanjayboruahwings5227 7 месяцев назад

    Wahhhhhhhhhhhhh ❤️❤️❤️

  • @reediprabha3093
    @reediprabha3093 Год назад +1

    Very sweet

  • @gautomdeka5756
    @gautomdeka5756 Год назад +1

    তেওঁ ৰ‌ কণ্ঠই মোৰ ‌হৃদয় জিনি পেলালে । কণমানি টোৰ নাম ‌কোনোবাই জানে যদি জনাবচোন ।

  • @jintusarma8133
    @jintusarma8133 11 месяцев назад

    Awesome 👌

  • @juthikabarman8091
    @juthikabarman8091 5 лет назад +3

    মুগ্ধ হৈ আছোঁ....🙏

  • @pabitrabhagowati1
    @pabitrabhagowati1 7 лет назад +1

    Anuraag....okol teur konthoi nohoi byektitou bohu xundor...!!!

  • @champakkumarsarma7521
    @champakkumarsarma7521 4 года назад +2

    হৃদয় চুই গৈছে

  • @bidyutphukan5360
    @bidyutphukan5360 6 лет назад +1

    বৰ সুন্দৰ তোমাৰ কণ্ঠত