Srimanta Sankardeva | Important Questions | Assamese Language | LP/UP TET | Imp GS MCQ
HTML-код
- Опубликовано: 8 сен 2024
- Part-1 of Important Geography MCQs link: • Social Science Importa...
Part-2 of Important Geography MCQ link: • Social Science | UP/LP...
Assamese grammar playlist link:
Link: • Assamese Grammar
LP/UP TET Complete syllabus Playlist Link:
• LP/UP TET 2021
HS TET playlist link:
Link: • HS TET
Important MCQ for APSC, Assam Police, and other Grade II/III/IV recruitment Playlist link:
• All Previous Exam Ques...
For APSC CCE 2020 MCQ Series Video Playlist:
• APSC CCE 2020
NCERT for Civil Services; XII Political Science Playlist:
• NCERT for Civil Servic...
For videos on General Science Syllabus, playlist link:
Link: • Class 10, General Scie...
For videos on Social Science Syllabus, playlist link:
Link: • Class 10, Social Science
For videos on General Mathematics Syllabus, playlist link:
Link: • Class 10, General Math...
Visit our official website given below to get the pdf:
www.ekuhipath....
Join the telegram channel given below to get the pdf:
t.me/eKuhipath
For queries contact: ekuhipathofficial@gmail.com
RUclips channel link:
/ ekuhipath2020
Facebook page link:
/ ekuhipath2020
ভাল লাগিল। ২৩ নং প্ৰশ্নটো ভুল হৈছে। কিয়নো মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ দুগৰাকী জীয়ৰী আছিল। এগৰাকীৰ নাম মনু বা হৰিপ্ৰিয়া (সূৰ্যৱতীৰ ফালৰ)। আনগৰাকী হ'ল - ৰুক্মিণী বা বিষ্ণুপ্ৰিয়া (আই কালিন্দী ফালৰ)। ধন্যবাদ 🙏
অনুগ্ৰহ কৰি আপোনাৰ তথ্যৰ উৎসটো জনাব। আমাৰ দ্বাৰা সংগৃহীত তথ্যানুসৰি এগৰাকী কন্যাৰ নামেই আমি লাভ কৰিছিলোঁ। অনাকাংক্ষিত ত্ৰুটিৰ বাবে দুঃখিত।
@@eKuhipath2020 হয়। তথ্যটো পাব - ১) যুগনায়ক শ্ৰীমন্ত শংকৰদেৱ, দীপক হাজৰিকা।
২) যাকেৰি নাহিকে উপাম, লক্ষ্মীনন্দন বৰা।
৩। পূৰ্ণাঙ্গ কথা গুৰুচৰিত, ড. সঞ্জীৱ কুমাৰ বৰকাকতী।
৪। গুৰু চৰিত কথা, সম্পাদনা : মহেশ্বৰ নেওগ।
ধন্যবাদ । আমি দৰ্শকৰ সুবিধাৰ্থে আপোনাৰ কমেন্টটো pin কৰি দিছো ।
@@banajibarman সুন্দৰ তথ্য।
Hoi...Rukmini anjoni
Tqq👍
👌
Thanks ❤❤❤❤
Tq sir 😊
Thank you থাকিল ইমান ধুনীয়া কৈ বুজাই দিয়াৰ বাবে ,মই আশা কৰোঁ সম্পূৰ্ণ কবিসকলক এনেদৰেই আলোচনা আমাক আগবঢ়াই উপকৃত কৰিব।
Chandamita বাইদেউ ক বিশেষ ধায়নবাদ থাকিল।
Bahut kotha janibo parilu sir ...... thank you so much...aru vedio di thakibo ......
খুবেই ভাল লাগিল আজিৰ পাঠদান।পিছে আপোনাৰ অনুৰোধহে ৰক্ষা কৰিবলৈহে একেবাৰে অসমৰ্থ তাৰ বাবে ক্ষমা বিচাৰিছো।পৰৱৰ্তী সময়ত সহায়ৰ হাত আগবঢ়াব পালে নিশ্চয়কৈ ভাল লাগিব।আৰ্শীবাদ কৰিব যাতে সফল হব পাৰোঁ।চেনেলৰ প্ৰতিটো ভিডিঅ চাও বৰ ভাল লাগে বাইদেউ পাঠদান সমূহ।আগলৈয়ো ভিডিঅবোৰ দি থাকিব।সহযোগিতা সদায় থাকিব।
Thanks to the entire team of ekuhipath. You all doing a really great work. ( মই এতিয়া আৰ্থিক ভাৱে চাপৰ্ট কৰিব নাই পৰা তাৰ বাবে দোষী,কিন্তু বিশ্বাস ৰাখক এদিন মই তাৰ উপযোগী হৈ সাধ্যনুসাৰে আগ বঢ়াম। আশীৰ্বাদ কৰিব।
শুভকামনা থাকিল 'টীম ইকুঁহিপাঠ'ৰ তৰফৰ পৰা।
নাট - পকাকেৰুপাৰা । মনত ৰাখিবলৈ সহজ
"হাতী মাৰি ভুৰুকাত ভৰোৱা" কথাখিনিৰ অৰ্থ পুথিখন একে ৰাতিতে লিখি উলিওৱা বা প্ৰায় অসম্ভৱক সম্ভৱ কৰাতো বুজোৱা নাই কিজানি । মই জনাত , ৰজা নৰনাৰায়ণৰ অনুৰোধ অনুসৰি তেখেতৰ পাৰিষদ হিচাপে গুৰুজনাই ভাগৱত পুৰাণৰ(গোটেইকেইটা ভাগেই) সাৰমৰ্মখিনি মুঠিতে ৰাখিব পৰা পুথি এখনত লিখি উলিয়াইছিল । ভাগৱত পুৰাণৰ কায়া আৰু তত্বৰ সেই বিশাল ৰূপক এটা মুঠিতে ৰাখিব পৰা আকাৰ প্ৰদান কৰা এই কাৰ্যক(🙏) হাতী মাৰি ভুৰুকাত ভৰোৱা বুলি কোৱা হয় ।
যদি মোৰ অশুদ্ধ হৈছে শুধৰাই দিব ।
আৰু ভিডিওবিলাকৰ বাবে বহুত বহুত ধন্যবাদ ।
ধন্যবাদ কুলদীপ কলিতা। আপোনাৰ তথ্যপূৰ্ণ বিৱৰণৰ লগত আমাৰ কোনো দ্বিমত নাই।
হয়, মূলতঃ ভাগৱত পুৰাণৰ সুবিশাল তত্ত্বৰাজিক সংক্ষিপ্ত ৰূপায়ণৰ মহৎ কৰ্ম গুৰুজনাই সম্ভৱ কৰি দেখুৱাইছিল গুণমালাৰ জৰিয়তে, যাক ৰজা নৰনাৰায়ণৰ আনসকল পাৰিষদে অসম্ভৱ আখ্যা দিছিল। কিন্তু বিভিন্ন উৎসত উক্ত গ্ৰন্থৰ ৰচনা একে ৰাতিতে হৈছিল বুলি তথ্য উপলব্ধ। বাকী 'হাতী মাৰি ভুৰুকাত ভৰোৱা'ক বৰ্তমান এক জতুৱা ঠাঁছ বা খণ্ডবাক্য স্বৰূপেও ব্যৱহাৰ কৰা হয়, অসম্ভৱক সম্ভৱ কৰা অৰ্থত।
❤️ ধন্যবাদ
অতি সুন্দৰ ৷ অতি কম সময়তে বহুত কথা শিকিলোঁ #dkdipakkumar
Khub bhal lagil.axesh dhanyabad.
Well explained... Thanks to all educators of ekuhipat🙏
ধন্যবাদ।
Thank u so much... Got to know so many unknown things about our 'Sankardeva'... Keep posting...
Thank you sir ...bht nojona kotha janibo parilu
ধন্যবাদ
S. Thakuria wow. What a personality, what a knowledge, salute u. And u sir I like your speed.
Notunottore vora apunalukr vdo bur sokolure babe upokaror jugyo
Thanks sir aneke class dibo val lagise
বহুত নজনা কথা জানিব পাৰিলে আপোনাৰ ভিডিওটোৰ পৰা,,, কিন্তু অনুগ্রহ কৰি অনাদি পাতন আৰু অমৃত মন্থন শব্দ কেইটা মন কৰিবচোন,,, মথন আৰু পতন হৈ আছে
Thank you sir 🙏🙏 bht bht helpful
Thanku Sir
Thanks a lot for such very very informative video. Thanks again.
Thank you sir
Dhoynobad sir🙏🙏🙏
Clear explanation 👍👍.
খুব ভাল লাগিল। জয় গুৰু শংকৰ।
Dhonyobad sir...
Thank you 🙏
Bahut bahut dhanybad mur Jan. Koto koti pranam. Jai Jajatguru shrimanta Sankardev
Thq sir
Thank you so much
Thank you apunar voice tu huni bhal lage
Thank you so much Sir
thank u
Lots of thank to you sir
আজি বহু নজনা কথা
জানিলো । আপোনালৈ বহুত
বহুত ধন্যবাদ থাকিল ।
Apunar video bur sai bohut khini janibo parisu..bohut bohut thnx..
Thankyou sir and next vedio
Thank you sir 😊
Well presentetion sir ...
120 বছৰ জীয়াই আছিল শংকৰ দেৱ
মই আজি হে গম পালোঁ 😮😮😮
Too good 👍
New subscriber, val lagil dada☺🙏
Thanks you so much 😘😘
Best MCQ, Thank You Sir
Agloiu dibosun val lagil bahut jailu
ভাল লাগিল। কৃষ্ণ❤🙏🙏🙏, ধন্যবাদ।
Very helpful
Best❤️
দাদা অসমীয়াৰ বিষয়ৰ সৰৱ আৰু নিৰৱ পঠনৰ এটি বিস্তৃত ভিডিঅ বনোৰ যাতে আমাৰ উপকাৰ ত আহে
Thnku so much sr
Sr bki bro discus kribo...
Nice
Sir plzzzz make more vidioooo for us...we would be greatful to you 🙏🙏🙏🙏🙏🙏🙏
Pdf bur website puwa nai
বেছি খৰকৈ মাতি থাকে। অলপ লাহে লাহে কব
গ্ৰাহ গজেন্দৰ যুদ্ধ শংকৰদেৱৰ কাব্য নেকি? কাব্য ৬ খন নে ৭ খন??
ইতিমধ্যে আন এটা কমেন্টত উত্তৰ দিছে এইটো প্ৰশ্নৰ। অনুগ্ৰহ কৰি চাই ল'ব।
ruclips.net/video/RwBjucR9W7k/видео.html
ভাৰতীয় ইতিহাসৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন
গ্ৰাহগজেন্দ্ৰ আখ্যান কাব্য বুলি পাইছো।
Good sir ab ub lage
গুৰু জনাৰ দুগৰাকী ছোৱালী আছিল ।মনু আছিল সূৰ্যৱতীৰ আৰু ৰুক্মিণী ওৰফে বিষ্ণুপ্ৰিয়া আছিল কালিন্দী আইৰ দুহিতা
Thank u sir
Sir up Tet science or vedio dibo sun
kindly provide pdf of vedio in youtube link
sir, Rukmini Naat u hoi aru kaibya u neki baru. buji napalu.
Ma'am ভাষাৰ ক্ৰমবিকাশ ৰ video 2 delete কৰিলে নেকি
আপুনি Channelৰ Playlist লৈ গৈ LP UP TET sectionত চালেই ভাষাৰ ক্ৰমবিকাশৰ ভিডিঅ’টো পাব৷
লিখনি যাৰয়ে নহওঁক পঠন আপুনি কৰিলে বেছি ভাল হব ।
25 tu 35 o paysu sir
dada ata ktha kou kintu apuna mat bohutei vl lgee bohut bohute val lgiseee video moi val koi hopunr koi nusuakoi mat huni sai thkib mn gl
ভ্ৰান্তিহীন কবি কোন ?
সন্ধি লাগে
জয় গুৰু শংকৰ
Dàdar soundtu Val . Baidew jonir soundtu olop milale Val hobo.
Sankerdev rosona bur kaita bhagot bhag koribo pari.?? Ans tu dibo
সত্যেন্দ্ৰনাথ শৰ্মাই ৬টা ভাগত ভাগ কৰি দেখুৱাইছে৷
কাব্য, ভক্তিতত্ত্বমূলক, অনুবাদমূলক, অংকীয়া নাট, গীত, নাম প্ৰসংগমূলক৷
Sir pls jonai dibosun .
1.what is the real name of sankardev?
শংকৰদেৱৰ আৰু এজনী ছোৱালীৰ নাম- বিষ্ণু প্ৰিয়া বা ৰুক্মিণী। দ্বিতীয় পত্নীৰ কন্যা।
Wcome
Sundar
Abhinondan Jonaisu
14 no question ...29 hobo
Sankardevr 1st borgeet mon meri ram. . .eitut ki Rag use hoise.. jdi jane jonabo.
ৰাগ- ধনশ্ৰী
@@chandamitathakuria1968 Thnx a lot.chandamita.
শংকৰদেৱ জনাই মুঠ বৰগীত ২৪০টা ৰচনা কৰিছিলনে ২৫০টা অনুগ্ৰহ কৰি সঠিকৈ কব॥মই ক্লাচ দশম শ্ৰেণী কিতাপ বোৰত ২৫০টা বুলি পাইছিলো॥
Rambijoy. .. Naranarayan ne silarai hbo. .
🤘🤘🤘🥰🙏🙏🙏🙏🙏
Sangkar dev gupta nam ki hoi jonabo sun
Bar bhuya buli koi kinto moi kunu kitapt pua nai
English pedagogy r vdo dibo sir
Asamese r padagogy topic khini alosona kribo sun plz.. Upkrito holu hoi bht khini.. Aapunalkr vidio pra bht upkrito hoisu
ইংৰাজী, অসমীয়াৰ সংমিশ্ৰণ ঘটাই বৰ শ্ৰুতিকটু হৈছে। বাৰে বাৰে so, so বুলি নাথাকি সেয়েহে, গতিকে বুলি ক'ব চোন ভাল লাগিব। (বেয়া নাপায় যেন।)
apunaloke assam policer question dibo sn importnt
Sankardevk hiromoni bhuyan bhuli kuny aaykhya disily?
14 no vul hoise naki,,,29 hob lage
Mai apunr like hoi mm Mai Bisnath general tet dim kisu help korib
শঙ্কৰদেৱহে । আপোনাৰ বানান সলনি কৰিব।
English alp basi hoisi naki
2 min t koi besi khamaye dekhun lecture diute gol....
Sir pdf link dib🙏
😂
Kabya axon roise nki. .. Grajya gajendra. . Plz jonabo sn
গ্ৰাহ- গজেন্দ্ৰ যুদ্ধৰ চমু ৰূপ এটি কীৰ্তন ঘোষাত পোৱা যায়৷ কিন্তু এই কাহিনীক কেন্দ্ৰ কৰি স্বতন্ত্ৰ কাব্য ৰচনা হোৱা নাই৷
- অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, সত্যেন্দ্ৰনাথ শৰ্মা৷
l.p course but not up
ধন্যবাদ।
Thanks
thank you so much
Thank you so much Sir