বৰগীত, কীৰ্তন আৰু টোকাৰী গীতেৰে মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘গুৰু বন্দনা’

Поделиться
HTML-код
  • Опубликовано: 16 сен 2024
  • আজি মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ ৪৫৫ সংখ্যক তিৰোভাৱ তিথি
    হৰিনামৰ ধ্বনিৰে মুখৰ ৰাজ্যৰ প্ৰতিটো নামঘৰ আৰু সত্রানুষ্ঠান
    বৰগীত, কীৰ্তন আৰু টোকাৰী গীতেৰে ষ্টুডিঅ’ত আজি ‘গুৰু বন্দনা’
    বিদ্যাসাগৰ আৰু ৰিজুমণি গোস্বামীৰ সহশিল্পীসকলৰ বিশেষ অনুষ্ঠান
    মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘গুৰু বন্দনা’
    #PratidinTime #TirobhavaTithiofMahapurushSrimantaSankardeva #assam #show #GuruBondona

Комментарии • 61

  • @commandolovers2.036
    @commandolovers2.036 11 дней назад +24

    অতি সুন্দৰ অনুষ্ঠান আগলৈকো এনেকুৱা অনুষ্ঠান লৈ আহিব। ভাল লাগিল নিতুমণি দা

  • @thunugogoi4801
    @thunugogoi4801 9 дней назад +2

    অনুষ্ঠান টি চাই বহুত বহুত ভাল লাগিল ।নিতুমণি শইকীয়া ডাঙৰীয়া আপোনাক অশেষ ধন্যবাদ জনালোঁ

  • @mridulasaikia7431
    @mridulasaikia7431 10 дней назад +4

    গুৰুজনক হৃদয়ৰ পৰা অজস্ৰ সেৱা জনাইছো । সুন্দৰ অনুভৱ সুন্দৰ অনুষ্ঠান। কৃষ্ণ কৃষ্ণ

  • @dilipsaikia2179
    @dilipsaikia2179 9 дней назад +2

    এই ভাগ ---জয় হৰি গোবিন্দ -কি বুলি গালে বুজি নাপালো। কীৰ্তন নে,দিহা নে--আন কিবা ভাগ😊

  • @hiteshdas7174
    @hiteshdas7174 10 дней назад +1

    নিতুমনি দাঙৰীয়া আপোনাক ধন্যবাদ। এনেকুৱা এক সুন্দৰ অনুস্থান পৰিবেশন কৰা বাবে। সঁচাকৈয়ে বহুত ভাল লাগিছে ।

  • @jyotikamalamchi938
    @jyotikamalamchi938 10 дней назад +1

    সঁচাকৈ সুবেই সুন্দৰ অনুষ্ঠান, কৃষ্ণ কৃষ্ণ ৰাম ৰাম।

  • @satyajitnath7616
    @satyajitnath7616 12 дней назад +4

    বিদ্যা সাগৰ দা বহুত বহুত ভাল লাগিল 🙏🙏🙏

  • @MidulBoruah-l5y
    @MidulBoruah-l5y 12 дней назад +2

    অতি সুন্দৰ লাগিল অনুষ্ঠান টি

  • @nilimadas9435
    @nilimadas9435 9 дней назад +1

    😮ভাল লাগিল।।

  • @rulirekhabhuyan3768
    @rulirekhabhuyan3768 12 дней назад +2

    বৰ সুন্দৰ অনুস্থান ভাল লাগিল।

  • @rakhihandique1701
    @rakhihandique1701 2 дня назад

    Krishna 🙏 🙏 🙏 🙏

  • @jodumonidewri7144
    @jodumonidewri7144 9 дней назад

    জয় গুৰু শংকৰ🙏

  • @hndekari8011
    @hndekari8011 12 дней назад +4

    সামাজিক বিভেদ-বৈষম্য; অস্পৃশ্যতা আদি শংকৰ-মাধৱৰ দৰ্শনবিৰোধী মানসিকতা আমাৰ সত্ৰ-নামঘৰৰ পৰাই নিৰ্মূল কৰাৰ অভিযান চলিব লাগিব ৷৷

  • @LovelyFlowerBouquet-om2vq
    @LovelyFlowerBouquet-om2vq 9 дней назад

    সুন্দৰ অনুষ্ঠান কৰিছে ,🙏🙏👏

  • @dilipsaikia2179
    @dilipsaikia2179 9 дней назад

    জয় গুৰু শঙ্কৰ! কৃষ্ণ!!

  • @HemantaBorah-u7h
    @HemantaBorah-u7h 12 дней назад +3

    গুৰু জনাৰ প্ৰতি সন্মান জনাই প্ৰতিদিন টাইমে আগবঢ়োৱা এটি সুন্দৰ অনুষ্ঠান উপভোগ কৰাৰ লগতে প্ৰতিদিন টাইমৰ সম্পাদক নিতুমনি ডাঙৰীয়ালৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ ৷

  • @r.ctalukdar1659
    @r.ctalukdar1659 10 дней назад +2

    মন্তব্য সমূহ অসমীয়া লিপিৰে লিখিবলৈ সেৱা ধৰিলো যিহেতু আমাৰ মাতৃভাষা অসমীয়া ৰোমান লিপি ৰে লিখা টো অশোভনীয়।

  • @kanchonbori5520
    @kanchonbori5520 10 дней назад +4

    আমি ভাবু বৰগীত ভাগি গোৱাৰ আগতে ৰাগ ভাগি গোৱাৰ প্ৰয়োজন কাৰণ মহাপুৰুষে ৰাগ ভাগি প্ৰতিতো বৰগীতত বান্ধি থোৱা হৈছে। কৃষ্ণ অপৰাধ বিধান।

    • @AnitaMaut
      @AnitaMaut 10 дней назад +1

      Krishna kothakhar hoi daru rag bhagi guwa usit

  • @bivusaikia5909
    @bivusaikia5909 12 дней назад +2

    চম্পক বহুত ভাল বাঁহী বজাইছ আগুৱাই যা

  • @dilipsaikia2179
    @dilipsaikia2179 9 дней назад

    নিতুমনি দেৱৰ প্ৰচেষ্টাক শলাগ ললো

  • @DIBYAJYOTISIL-xd8xk
    @DIBYAJYOTISIL-xd8xk 9 дней назад

    ❤❤❤❤❤❤❤❤❤❤

  • @minik1ng969
    @minik1ng969 8 дней назад

    Dhunia poribason

  • @protimaboruah682
    @protimaboruah682 10 дней назад

    Joy guru sankar

  • @nripendeka9800
    @nripendeka9800 9 дней назад

    sunddar kantha 🌷👌🌷

  • @ArunaBorah
    @ArunaBorah 10 дней назад

    Dhaynabad. Nitumani.

  • @AjitavChoudhury
    @AjitavChoudhury 10 дней назад +1

    🙏.... Khub dhuniya......

  • @jeetborgohain1302
    @jeetborgohain1302 11 дней назад +2

    তালযোৰ এনেদেৰ থোৱা আমি সত্ৰ, নামঘৰত দেখা নাই।

  • @ajitborgohain9085
    @ajitborgohain9085 9 дней назад

    😊

  • @bitupandas2114
    @bitupandas2114 11 дней назад +2

    চেলেং খন লোৱা হোৱা নাই। কৃষ্ণ। অপৰাধ নধৰে যেন।

  • @chintudas3751
    @chintudas3751 12 дней назад +1

    🙏🙏🙏🙏🙏

  • @amiyaborah9305
    @amiyaborah9305 10 дней назад

    কৃষ্ণ।প্ৰ তিদিন টাইমক বহু ত বহু তধন্যবাদ।

  • @mrinalmedhi8346
    @mrinalmedhi8346 10 дней назад

    সুন্দৰ অনুষ্ঠান

  • @anjugogoi2390
    @anjugogoi2390 11 дней назад

    Nomosker..khub.val.lagil

  • @chandraprasadsaikia8399
    @chandraprasadsaikia8399 9 дней назад

    নাম গাবলৈ বহি যেতিয়া কীৰ্তন চৰ্চা কৰা হয় তেতিয়া বৰতাল ব্যৱহাৰ কৰা হয় আৰু ইয়াক বিশেষ শ্ৰদ্ধাৰে স্থাপন আৰু ব্যৱহাৰ কৰা হয়, এটা চেনেলত নাম গাবলৈ বহি নিজৰ বহা আসনতে দুয়ো ফালে তাল যোৰ লুটিয়াই অবগ্যাৰে থোৱা দেখি মনোকষ্ট পাইছোঁ, গুৰুজনাৰ অবদান ভাগীকে অপমান কৰা যেন লাগিল ।

  • @ManjuBorah-p8i
    @ManjuBorah-p8i 12 дней назад +2

    বামুণ নহয় বামন হে। কৃষ্ণ অপৰাধ নধৰে যেন

    • @AnitaMaut
      @AnitaMaut 10 дней назад

      Krishna amar manuhbure heituy bhul kore

  • @koushikdas5140
    @koushikdas5140 11 дней назад

    🙏🙏🙏

  • @dipuboruah7300
    @dipuboruah7300 10 дней назад

    ❤❤

  • @ABINASHAk47
    @ABINASHAk47 10 дней назад

    Kishno kishno 😊

  • @BhaskarBoruah-e7c
    @BhaskarBoruah-e7c 12 дней назад

    Bar bhallagieal Ritu bhakatlai namaskar ❤❤

  • @purabichetiapurabichetia7703
    @purabichetiapurabichetia7703 10 дней назад

    Hundar

  • @70nochetiagaongaurisagar47
    @70nochetiagaongaurisagar47 10 дней назад

    Val lagil

  • @dipuboruah7300
    @dipuboruah7300 10 дней назад

    আমাৰ নেগেৰা নামৰ গুৰি ধৰোতা কৰিশ্মা নাথ'ক নিমন্ত্ৰণ নজনালে নেকি 😄

  • @anjugogoi2390
    @anjugogoi2390 11 дней назад +1

    Khub.val.lagil

  • @UmakantaDihingia
    @UmakantaDihingia 12 дней назад

    Bor val lagil

  • @gajendranathsaloi5362
    @gajendranathsaloi5362 10 дней назад

    নিতুমনি ডাঙৰীয়া আপোনাৰ কামবিলাক অলপ unique ।গতিকে এনেধৰণৰ অনুষ্ঠান বিলাক অনুষ্ঠিত কৰি উঠি অহা প্ৰজন্মক জ্ঞান দিয়াৰ চেষ্টা অব্যহত ৰাখিব।

  • @manjirachowdhury667
    @manjirachowdhury667 9 дней назад

    বৰগীত ভাগ, বৰগীত টো নহয়।😪🤔

  • @ramenchpatowary5693
    @ramenchpatowary5693 10 дней назад

    বেকাকৈ কিয় ভাৱে ??

  • @pritomsaikia729
    @pritomsaikia729 9 дней назад

    দেৱ বাদ্য তাল ভাগ তেনে দৰে নথয়

  • @tarungogoi
    @tarungogoi 9 дней назад

    Nitumoni saikia amoni lagile... mukha pindha jen lage

  • @manikborahmor7850
    @manikborahmor7850 10 дней назад

    প্ৰতিদনৰ মুখ্য সম্পাদক নিতুমণি শ ইকীয়া প্ৰমুখ্যে প্ৰিয় গায়ক বিদ্যাসাগৰ লৈ নমস্কাৰ! এটা হ'ল যে আপোনাৰ সবে নিশ্বয় জানে কৃষ্ণৰ জন্মাষ্টমী তীথীৰ আৰু মহাপুৰুষ শংকৰদেৱৰ জন্মাষ্টমী তীথী পটা হয় কিন্তু বহুতো ধৰ্মীয় সমাজত কৃষ্ণ কৃষ্ণ আৰু মহাপুৰুষ শংকৰদেৱৰ তীৰু ভাৱ তিথী নাপাতে কিয় ইয়াৰ কাৰণ কি? কীৰ্তন দশম ঘোষা ৰত্নাৱলী বড়গীত আৰু ভাগৱতে মহাপুৰুষ শংকৰদেৱৰ তীৰুৱাভাৱ তিথি পাতিবলৈ নিৰ্দেশ দিছেনে ? মৃত্যু কাৰ হয়? আপোনাসৱে নিশ্বয় জানে সেয়েহে কৃষ্ণৰ তিৰুভাৱ তিথি কিয় পতা নহয় কষ্ণয় ও দেহ ধাৰণ কৰিছিল দশ'ক সকলক জনালে কৃতাৰ্থ হ'ম ।

    • @akhildeka9431
      @akhildeka9431 9 дней назад

      আমি মাধৱদেৱ শঙ্কৰ দেৱৰ তিৰুভাব তিথি নাপাতো,,

  • @AnitaMaut
    @AnitaMaut 10 дней назад

    Krishna nitumoni da hosakoi gurujona moril janu gurujona amar hidoyr majot thoka nai janu mur mote morar dintu patib nalage

  • @DipuBora-d1c
    @DipuBora-d1c 10 дней назад

    নিতুমনি দা আপুনি তাল বজাব জানে

  • @jetukimech3484
    @jetukimech3484 10 дней назад

    বামুণ নহয় বাপ। বামণ হয় নেকি

  • @user-to6tl3lq4b
    @user-to6tl3lq4b 11 дней назад

    বৰ গীতটোত তালটো কিয় ভুল কৈ বুজাইছে

  • @anjugogoi2390
    @anjugogoi2390 11 дней назад

    Nomosker..khub.val.lagil