Dergaon Road Mishap : অভিশপ্ত বাছ দুৰ্ঘটনাৰ শিহৰণকাৰী বৰ্ণনা এগৰাকী কিশোৰীৰ। N18V

Поделиться
HTML-код
  • Опубликовано: 30 ноя 2024

Комментарии • 258

  • @dalimipatowary7192
    @dalimipatowary7192 11 месяцев назад +127

    12 বজাৰ পৰা কোনে পিকনিকৰ কাৰনে উলাই ৷অকল ডাইভাৰজনক ভুল দিলে নহয়৷

    • @kalpanarai77M
      @kalpanarai77M 11 месяцев назад +3

      right 😢

    • @dhulikonamusic
      @dhulikonamusic 11 месяцев назад +1

      Mal xai gari solua2 ki kobo

    • @nitulborah4286
      @nitulborah4286 11 месяцев назад +1

      Right

    • @maheshingti9540
      @maheshingti9540 11 месяцев назад +1

      12 bojat najai manisu.kintu picnic 3bojat hai ulai goisile bole.tente 3ghonta kot asil mod khai asil.

    • @E-4.entertainment_01
      @E-4.entertainment_01 11 месяцев назад +5

      বিশ্বাস নহয় যে ড্ৰাইভাৰজনে ৰাতি 3টা বজাত মদ খাই গাড়ী চলাব।

  • @D.D_vlogs1770
    @D.D_vlogs1770 11 месяцев назад +20

    মই এটা কথা কও - আচলতে বাছ বোৰে কেটিয়াও লাহে লাহে নচলাই আচলতে ঘন কুৱলীৰ বাৱে এয়া ঘটনা হোৱা নাই। মানুহবোৰে আচলতে পিনিক বুলি কৰে মানুহে ভাৱে যে পিনিকত যদি যাই প্ৰথমতে Drinks খাই লয় এতিয়া বাছত অভদামি কৰি নাচ Dj গান আদি গাই সেই তেতিয়া বাছৰ চালক জনে বহুত বাছ চলোৱাত কষ্ট পাই। কিন্তু মানুহে এইবোৰ কথা গম নাপাই। 🙏🙏🙏🙏

  • @ChimaSonowal
    @ChimaSonowal 11 месяцев назад +32

    পিকনিক খাব গলে ১২ বজাৰ পৰা ডাইভাৰক ফোন কৰি ৩ বজাত ওলাই নাযাই ।অকল ডাইভাৰ দুখ দিলে নহয় ।

    • @jaandaa10x
      @jaandaa10x 11 месяцев назад +2

      এইটো comment pin 📌 কৰিব লাগে ❤ সঁচা কথা এইটোহে

    • @BarnaliHazarika-d1v
      @BarnaliHazarika-d1v 10 месяцев назад +2

      Thik koise aapuni

  • @jaandaa10x
    @jaandaa10x 11 месяцев назад +32

    ড্ৰাইভাৰ জন নিচাত নাছিল 😢 তেঁওৰ টোপনি ক্ষতি হৈ আছিল বুলি শুনিবলৈ পাইছোঁ

  • @DeepborahMaina-r7u
    @DeepborahMaina-r7u 11 месяцев назад +74

    ড্ৰাইভাৰ জনক কিয় ইমান দুখ দিছে বাৰু excedent টো কাৰ ভুলৰ বাবে হল সেইটো ভালকৈ জানি লওক সোণ। মই জনা মতে ৰং চাইদে অহা ট্ৰাক এখনে খুণ্ডা মাৰিছে। গতিকে ড্ৰাইভাৰ জনক বেছি দুখ নিদিব। দুখ অকল ড্ৰাইভাৰ জনৰ নাছিল আছিল গাঁৱৰ সকলোৱে কাৰণ প্ৰথমতে ড্ৰাইভাৰ জনক পৰীক্ষা কৰি চাব লাগিছিল। আৰু এটা অনুৰোধ ড্ৰাইভাৰ সকলক কোনেও যাতে মদ খাই গাড়ী নচলাই। মইও এজন ড্ৰাইভাৰ হয় কোনো ড্ৰাইভাৰে গাড়ী এখন acdent কৰোঁ বুলি নকৰে হৈ যায়। মাত্ৰ আপোনালোকে মদ খাই নচলাব এজনৰ আপোনাৰ লগতে আপোনাৰ পৰিয়াল আৰু লগত যোৱা মানুহ খিনিৰ কথা অলপ হলেও চিন্তা কৰিব।

    • @Astreamofwater4440
      @Astreamofwater4440 11 месяцев назад +1

    • @SubhadeepVlogsRF
      @SubhadeepVlogsRF 11 месяцев назад

      কিছুটা বুঝলাম। আপনি ঠিক বলেছেন। ঘটনাস্থলীর চাক্ষুষ ব্যক্তিদের থেকে সাক্ষাৎকার নিলে কিছুটা সঠিক তথ্য পাওয়া যায়।😊

    • @Raktim55949
      @Raktim55949 11 месяцев назад

      Thike koise

    • @FarhanYasir-c4p
      @FarhanYasir-c4p 11 месяцев назад +1

      Driver jon Nisa kori asil aitu dukh nohoi neki

    • @pradyumna320
      @pradyumna320 11 месяцев назад

      Accident hoi jai mne ki, imn keijn mnuh je dhukal tar responsibility kone lbo.... Aru test kribo lgisil aitu ki kotha si khaisil kio????

  • @chinuprovacheleng7492
    @chinuprovacheleng7492 11 месяцев назад +44

    ৩ বজাত ওলাই যাব নালাগে। সেই সময় ছোৱা দেৱতাৰ সময়।

    • @NikitaChutia-g7b
      @NikitaChutia-g7b 11 месяцев назад

      Kela😂😂😂 mod a kaal hol ulale ako vogowanok dukh dibo vagawanok dekhise apuni vogawane ki vl kaam kribo gole ki mari nibo ortha nothoka cinta kra manurhr krne desh ashom borbatoor dikhat

    • @Manash_Pratim_sharma
      @Manash_Pratim_sharma 11 месяцев назад

      ​@@NikitaChutia-g7bnight bus nikal rati oho roh soli thake😂seibilak tu accident nohoy... Night super t moi full night travel koriso
      Driver mod khai fiting hole Kune bosabo aro speed kijmi 120 maan ase, jiman destroy hoise front side tu

    • @LuciFer-qw4fk
      @LuciFer-qw4fk 10 месяцев назад

      ​​@@Manash_Pratim_sharmabro aikhon ulta asil max 101 only 70 80 t golei gari kopi jai 120 duror ye kotha Adha ratit bechara dinot gari solua driver rati solaise tuponi nisha thakiboi

  • @ranudevimorang9103
    @ranudevimorang9103 11 месяцев назад +44

    তাত কোনো সচেতন লোক নাছিল নেকী ?

  • @mridulasonowal3608
    @mridulasonowal3608 11 месяцев назад +92

    দ্ৰাইভাৰ জনে নিজে তো মৰিলেই আৰু হাজাৰ হাজাৰ যাত্ৰীৰ যাত্ৰীক মাৰিথৈ গ'ল। মই মোৰ ফালৰ পৰা দ্ৰাইভাৰ সকললৈ এটাই অনুৰোধ জনাইছোঁ গাড়ী চলোৱা সময়ত আপোনালোকে কেতিয়াও "মদ" নাখাব আৰু কেতিয়াও প্ৰতিযোগিতাত গাড়ী নচলাব । কাৰণ সকলো যাত্ৰীৰ জীৱন আপোনালোক দ্ৰাইভাৰ বোৰৰ ওপৰত। আপোনালোকে যাত্ৰীৰ জীৱনক লৈ কেতিয়া ও খেল নেখেলিব । সকলো দ্ৰাইভাক মই কথা টো কোৱা নাই ।

    • @chocolate7532
      @chocolate7532 11 месяцев назад +1

      Busor obostha dekhi gompua jai speed kiman hobo sarkar 4lane dukhdi labnai driveror bhulor karone ji hol

    • @dhaniramgogoi3811
      @dhaniramgogoi3811 11 месяцев назад

      🎉🎉😂😂

    • @bhairabideka2023
      @bhairabideka2023 11 месяцев назад

      বাছৰ ড্ৰাইভাৰ বোৰে প্ৰতিযোগিতাত গাৰী চলাব যোৱা যেন পায়। অভাৰটেগ নকৰিলে নহয় সিহঁতৰ। এবাৰ পুলিচৰ intarvew দি আহোঁতে আমৰ ও accident হল হেতেল ভাগ্য ভাল ভগৱানে বছালে।

    • @jugantadas7259
      @jugantadas7259 11 месяцев назад

      😢😢🙏​@@bhairabideka2023

  • @buledeka3548
    @buledeka3548 11 месяцев назад +30

    মোৰ মতে দ্ৰাইভাৰ জনৰ গাত দোষ নাই দোষ আছে যদি কেৱল পিকনিক দলৰ কিছুমান উভ্ৰন্দালিৰ কাৰণেহে হৈছে।কোনো দ্ৰাইভাৰে ঘৰৰ পৰিয়াল এৰি থৈ এস্কিডেণ্ট কৰিবলৈ নাযায়।

  • @samirandeka8941
    @samirandeka8941 11 месяцев назад +56

    কিছুমান নিজৰ ভুলৰ কাৰনে এনেকুৱা ঘটনা ঘটিব পাই। Driver জন যদি কাষৰে হয় মদাহী বুলিতো জানেই সকলোৱে।

  • @abhicreationyt2213
    @abhicreationyt2213 11 месяцев назад +42

    Driver jodi modahi buli jane a tenehole nisil kio ?

    • @Trishnadevi188
      @Trishnadevi188 11 месяцев назад

      Aibilak question nokoriba karon tateya drive tu modahi buli najane manuhbura .

    • @jyotirmoysarma7274
      @jyotirmoysarma7274 11 месяцев назад +1

      ​@@Trishnadevi188 Mod khai oha manuhak dekhilei gom pai

  • @babydas1541
    @babydas1541 11 месяцев назад +14

    হেৰ আইজনী তোক দেখিহে মই আচৰিত হৈছো কিয়নো ইমান বোৰ হৈ যোৱাৰ পাছতো যেন তই হাঁহি আছ সেইটো হে দুখৰ আৰু লজ্জাজনক কথা 😡😡😡

    • @LakhimiDas-es9jb
      @LakhimiDas-es9jb 10 месяцев назад +1

      Hosa koise tai emn hahi hahi kotha koise..eman dang ghotonatu

  • @barnalidas4035
    @barnalidas4035 11 месяцев назад +20

    Korobat juaat agt garir driver jon valke sai lb lge . Vl manuh lobo lge driver hisape

  • @madhujyaborah6813
    @madhujyaborah6813 11 месяцев назад +3

    Long journey t hodai experience thoka driver ok nibo lage
    Ja ta driver ok gari eri diboi nalage malike
    Aji ejon driver or vulor babe iman jone প্ৰাণ হেৰুৱাব লগীয়া হৈছে😢 অবশ্যে কেৱল driver জনকে দোষ দিব নোৱাৰি হব logia আছিল sage
    কথা এখাৰ আছে নহয় ৰাখে হৰি মাৰে কোনে মাৰে হৰি ৰাখে কোনে🙏😌
    Driver সকলক request কৰিছোঁ প্ৰতিযোগিতাৰ বাবে gari nosolai jate আপোনালোকৰ ওপৰতে যাত্ৰী সকলৰ জীৱন নিৰ্ভৰ কৰে🙂 আনৰ কাৰণে নহলেও নিজৰ জীৱন টোৰ কথা হলেও ভাবে যাতে

  • @TheBeagle674
    @TheBeagle674 11 месяцев назад +36

    এই মানুহ গৰাকী ইমান হাঁহি হাঁহি কথা পতিছে পাৰিছে বুলিহে কৈছোঁ নিজৰ ছোৱালী জনি বাচিলে বুলি হে হাঁহি ওলাইছে

  • @dhurbajyotisaikia6650
    @dhurbajyotisaikia6650 11 месяцев назад +4

    গোটেই ভূল বোৰ driver জনক দিব নালাগিছিল

  • @minudas7981
    @minudas7981 11 месяцев назад +22

    দ্ৰাইভাৰ জনক বেয়া বুলি কৈ লাভ নাই। যি সকল লোকে পিকনিক পাৰ্টিৰ লিড লৈছিল সেইবোৰ মানুহ বোৰ দোষী। 😢

  • @jyotimoydeka384
    @jyotimoydeka384 11 месяцев назад +3

    ড্ৰাইভাৰ জন পার্গত আৰু দায়িত্বশীল ব্যক্তি হলে ভাল ।।

  • @User654-s2m
    @User654-s2m 11 месяцев назад +12

    Tenekua manuhok malike kiyo gari solabo diye 😢😢 emankhoni manuh😥

  • @BeautydekaBeautydeka-k8w
    @BeautydekaBeautydeka-k8w 11 месяцев назад +4

    ৰাতি ৩ বজাত কোনোবাই মদ খাই নেকি সছা কব লাগে

  • @priyankanath6422
    @priyankanath6422 11 месяцев назад +25

    ইমান ডাঙৰ পিকনিক পাৰ্টি এটা উলিয়াইছে ড্ৰাইভাৰ জন কেনেকুৱা সেই কথা একে গাঁৱৰে যেতিয়া জনিবৈ লাগে। পিকনিক পাৰ্টীৰ লিড লোৱা কেইজনে সেইকথা ভাবি চাব লাগিছিল,

  • @akashdowari3479
    @akashdowari3479 11 месяцев назад +10

    Truck খনৰ মালিকে কিবা দিলে যেন পাওঁ। Truck খনৰ বিষয়ে একো কোৱা দেখা নাই যে

    • @ashimphukan6334
      @ashimphukan6334 10 месяцев назад

      Karon hei truck khonot only 2 jon..besi news generate nohobo..bus t 45 jon..so obvious

  • @Dhuuuuunuuuu
    @Dhuuuuunuuuu 11 месяцев назад +5

    আপোনালোকে driver ৰ দোষ কীও দিছে কোনো accident koru বুলি নকৰে driver a হয় যাই এবাৰ driver ror পৰিয়াল টো u চাব sun aru মানুহ জনি a যেনেকৈ হে হাঁহি হাঁহি কথা patise নিজৰ ছোৱালী জনি basile বুলি লোকৰ কথা u অলপ ভাবিব নিজৰ টো a ভাবিলে নহয়

  • @manishapathak73
    @manishapathak73 11 месяцев назад +16

    Please 🙏 CM sir apunar vorit dhorisu ai wines company bor bondha kori diye jen . Nhole ami anekoi bht apun manuhok heruwab lagibo. Ajikali lora sowali xomane drinks kore party kore laj voi nuhuwa hoi goise xeibabe apunak koisu bondha korak ai dukaan company bor 😭😭😭😭😭😭

    • @anilgoswami2238
      @anilgoswami2238 11 месяцев назад +1

      🤝🤝🤝🤝🤝

    • @deepjyotimedhi3656
      @deepjyotimedhi3656 11 месяцев назад +3

      Wineshop ৰ পৰা চৰকাৰে বহুত tex পাই , সেইবাবে বন্ধ নহে।।।
      বন্ধ হোৱা টো আমি ও বিচাৰো।।।
      Wine ৰ বাবে বহুতৰ ঘৰ ভাঙিছে সৰু সৰু লৰা ছোৱালী ও বৰ্বাদ ৰ পিনে গৈ আছে।।।

    • @chocolate7532
      @chocolate7532 11 месяцев назад +1

      Wine shop bondho korileu desi khobo modahi khaboi. jene bihar mod band ase 5:43 poisa ulale abailable moi patnate thaku

    • @MonDas-t4j
      @MonDas-t4j 11 месяцев назад +1

      Thikei koise moi o bisaru bondho huwa tu modor karone Amar ghrot prai a kajiya hoi

    • @manishapathak73
      @manishapathak73 11 месяцев назад

      Sorkaare tex pale ki hob bina poisat medical kori thakibo loga hoise dekhun texr poisa xeneke khoros hoise sorkaarr.

  • @MridulChutia-q3k
    @MridulChutia-q3k 11 месяцев назад +12

    মানুহবোৰৰ ঘৰত মানুহ মৰিছে আৰু তঁহতৰ TRP ধান্দা বাঢ়িছে।

    • @SuhelKhan-vs8ku
      @SuhelKhan-vs8ku 11 месяцев назад

      ত্তধঞডঝোৱডৈঋস₹৯?😊&#)

    • @ashimphukan6334
      @ashimphukan6334 10 месяцев назад

      Investigation = TRP

  • @hi-onetattoo
    @hi-onetattoo 11 месяцев назад +7

    Driver jon jodi mod khua buli gom paixil tenehole tenekua driver r logot jaboe nalagixil

  • @ashtomiblog2778
    @ashtomiblog2778 11 месяцев назад +14

    পিকনিক খাবলৈ গ'লে ঘৰৰ মানুহৰ দায়িত্ব যে লগত কোনে যাব মানুহ বোৰ ভাল নে বেয়া

  • @MeghaBorah-ig3uc
    @MeghaBorah-ig3uc 11 месяцев назад +33

    কিমান সপোন কিমান হেপাহ আছিল জীৱন তোক লৈ কিন্তু সকলো বোৰ শেষ কৰি দিলে 😢এজন মদাহী ড্ৰাইভাৰ ৰ কাৰণে সকলো শেষ হৈ গল😥 ওম শান্তি 🙏

    • @morelovemoremagic1328
      @morelovemoremagic1328 11 месяцев назад +5

      ঘটনাটো বেয়া লাগিছে কিন্তু অকল driver জনক দুখ দিলে নহব কাৰণ খি মদাহিয়ে আৰু আপুনি যদি যানেই খি মদাহী বুলি তেনেহলে তাৰ গাড়ীখন কিয় ঠিক কৰিলে, বাইদেউ এগৰাকীয়ে কৈছে যে দিনে ৰাটিয়ে মদ খাই থাকে আৰু তাক আমি কোনো দিন ডাঙৰ গাড়ী চলোৱা দেখা নাই তাৰ পাছতো তাকেই কিয় ঠিক কৰিলে কৌকচুন

    • @KiranHazarika-u2h
      @KiranHazarika-u2h 11 месяцев назад

      😅

    • @MeghaBorah-ig3uc
      @MeghaBorah-ig3uc 11 месяцев назад

      @@morelovemoremagic1328 মই কি জানো কিয় ঠিক কৰিলে মই তাৰ নহয় মই নিউজ টো চাই চো হে মাথো

    • @jyotishrajbongshi9611
      @jyotishrajbongshi9611 11 месяцев назад +2

      ভগবানৰ ঠাইত গলে প্ৰবিত্ৰ মনেৰে যাব লাগে...মই ভাবো কনোবা মহিলাই কিবা চুৱা লেঠা লগায় ও যাব পাৰে, তাৰ ফলত...

    • @mampideka16
      @mampideka16 11 месяцев назад +1

      অকল driver r দোষ নহয় কোনো driver e নিজৰ পৰিয়াল এৰি মাৰিব নাযায় picnic jabo বুলি ৰাতি ১২ তাৰ পৰাই ফোন কৰি আনিছে

  • @BikuSaikia124
    @BikuSaikia124 11 месяцев назад +6

    Apunar hahitu val lagil nijor ghorot huwa hole onutpoto hol haten ami picnik uliale horn bojuwa nieom ase

  • @Karkiyoutuber
    @Karkiyoutuber 11 месяцев назад +10

    Driver o k khura pan kori gadi solabo dibo nalage...

  • @bimanbora3307
    @bimanbora3307 11 месяцев назад +5

    Ram krishno

  • @Kunal-zg-88
    @Kunal-zg-88 10 месяцев назад +1

    Driver jone tuponi xhoti hoi asil. Teu nisat nasil aru 3 ta bojat kunu bai pitnic jai janu 😢 driver or kunu dukh nai

  • @Chengo237
    @Chengo237 11 месяцев назад +2

    Ajileke aneke picnic goi a napalu . First ktha hol dorkar ki emn dur dur jua tu rati 3 tat jatra kora time neki .secondly long journey jua plan krile driver tu main sai meli sab kori hein fix kribo lage . N driver jdi modahi a tene manuh bur jabo kio lagisil. Bor dukhr ktha j emn kijon manuh dhukale .om shanti . Bht bea news ata hunibo n dekhibo palu notun bosort a.

  • @SarojaniNath-qx1vd
    @SarojaniNath-qx1vd 10 месяцев назад

    টোপনি মাৰিব নিদিলে দাইভাৰ জনক। আৰু নিচাত থকা বুলি কয় ।

  • @kishanbora2248
    @kishanbora2248 11 месяцев назад

    manuah jonmo holea mritu aasai, thotapitu anakuwa dhotona aru nokok, alop habodhan hok hokolu🙏🙏🙏🙏🙏🙏🙏🙏

  • @anjumaassameserecepie
    @anjumaassameserecepie 11 месяцев назад +5

    Hossai ,juwar aagote kunu nedekhilene ,Modahi driverk😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢

  • @PujaDoley-s8y
    @PujaDoley-s8y 11 месяцев назад +1

    Drive jonok duk dibo nalage

  • @popo-qt3ry
    @popo-qt3ry 11 месяцев назад +8

    Drinks shutdown koribo nuwari neki

    • @gaffaghaaj
      @gaffaghaaj 11 месяцев назад

      Drinks bondho kore ki labh.Mod bonua company bondho korebo lagebo.
      Gosor dal katela janu gos morebo.Gosor guri katebo lagebo.

  • @hirakkalita4141
    @hirakkalita4141 11 месяцев назад +12

    Rati 3 tat kune picnic Jai 🙂🙂😒

    • @xdghht
      @xdghht 11 месяцев назад +2

      Long drive jai sage...

    • @DragonEleven08
      @DragonEleven08 11 месяцев назад +4

      Golaghat to Tinsukia so 2Tate hisab mote jabo lage

    • @xdghht
      @xdghht 11 месяцев назад

      @@DragonEleven08 hoi keita bojat goise kheitu dangor kotha nhoi............ Jodi picnic najai kunuba rati emergency hospital gol hoi.... Tetita....????? Road 4 lane hobo lage... Rati truck/ bus driver r test hobo lage.... Drink korise nki........

    • @User654-s2m
      @User654-s2m 11 месяцев назад +2

      5:30 goi paisu andhare mundhare jbo nlage

  • @syedaellinnahar1995
    @syedaellinnahar1995 11 месяцев назад +2

    মদেই কাল হ'ল। 😢😢😢

  • @muned6442
    @muned6442 11 месяцев назад +21

    এজন মদাহী ড্ৰাইভাৰৰ বাবে কেইবাটাও পৰিয়ালৰ জীৱন লৈ অন্ধকাৰ নামি আহিল

  • @Konengdhunu
    @Konengdhunu 11 месяцев назад +2

    gari solaote mod khab nlage buli rastai pothe paip vorai o voi nkre.. juwa hklr gate vul buli e kom kio jab lge mod khua gom paise cncl krib lagisil Blg driver lob lage gom pai e hei2 ata mosto modahi buli

  • @BodoJubraj
    @BodoJubraj 11 месяцев назад +3

    Avoid vodka and drive safely, peacefully.

    • @00bZ0
      @00bZ0 10 месяцев назад

      baperor mur 2 sutmaroni

  • @kakumaninath4286
    @kakumaninath4286 11 месяцев назад

    দায়ভৰ তো মদাহী বুলি তো কোনোবা এজনে হ'লেও তো গম পাই ন,,,,তেনেহলে কিয় নিছিল মদাহী দাইভৰ ,,,,,,এতিয়া কিয় কৈ আছে দাইভৰৰ ভূল বুলি

  • @monu__455
    @monu__455 11 месяцев назад +3

    Apuna Luke raijok news bur dekhai no atiwa mur psono he suwali joni a neje tuponi voga nai khuli goi asil vabi sak he dabor jon 1ghonta vl koi kubo pora nasil Kem tuponi majot gari khon solai sil suwali jonia daivor jok dukh dese teg tu gari khon loi jobole teu Luke jur korisil aru tai koi se daivor jone mod khai asil kintu mod kholu daivore ketiwa kontul nehuruwai ru ati news suwa Pasot Ane kuwa lagese je he suwali joni logote mak bapeke val he pai se je hol hoi gol amar maina bail tu men rudot tai bapeko gari khon pale olp ispit solaboi olp duror bat maje maje olp ispit solabo lagiboi tat daivor jonor ki bhul 😢

  • @JOHN_T123
    @JOHN_T123 11 месяцев назад +2

    Etai anurudh raijok jotei jai prothome driver jonok porikha kori louk hurapan korise ne nai tar pasot he jatra korok.

  • @debajitsaikia2724
    @debajitsaikia2724 10 месяцев назад

    Eijonie misa kotha koise।।।এনেকুৱা মানুহৰ কাৰণে accident hol।।।eijonik কোনেও লগ ধৰা নাছিল।।।।লোকৰ লগত গৈছিল।।।।

  • @Mintuali-ps2gd
    @Mintuali-ps2gd 10 месяцев назад

    যিমান নিচা কৰিলেও, বাচ ৰ ভূল নাচিল।

  • @NirmaliAcharjee-cl6ey
    @NirmaliAcharjee-cl6ey 11 месяцев назад +1

    এনেকুৱা driver arrest korak

  • @trishnaupadhaya2439
    @trishnaupadhaya2439 11 месяцев назад

    ড্ৰাইভাৰ জনক দোষ দি লাভ নাই
    ড্ৰাইভাৰ জন ইমানে মদাহী আছিল যদি গাড়ীখন চলোৱাৰ আগতে কোনোৱে বাধা নিদিলেও কিয়?

  • @tonmoysonowal9489
    @tonmoysonowal9489 11 месяцев назад +2

    Mukhot dhora porisei suwali jnia misa koisei driver a mod khaisei buli
    Hoi bea lagisei kin2 atu hombhob hoi jnu ratipua j mod khabo buli

  • @monu__455
    @monu__455 11 месяцев назад +7

    Val he mak jonik kela moi kou toi tur mota tuk mot khabole aruwa he daivor jone mod khai kintu ghr khon soli asil ati tur suwali basil buli atiwa toi kela jak tak miss misa dukh nedibe

  • @superb8926
    @superb8926 11 месяцев назад +1

    manuh eman careless keneke habo pare baru.😢

  • @AnkurPhukan-kt6oe
    @AnkurPhukan-kt6oe 10 месяцев назад

    💜 OMM NAMMAH SHIVAAY

  • @grxryno1327
    @grxryno1327 10 месяцев назад

    Morning 5am t kuna mood xabo pabo kot pai mood 5tat.....aru emn jon luk morisa kla aru daxun ayjon mohila a hahi hahi koi ase mnuh kora babe tai ki vl pai ase.. Aru main kotha tu ay a ja ji a hok mood r a dukhe okok mood... Mood xai a sob hoi...

  • @maheshingti9540
    @maheshingti9540 11 месяцев назад +1

    Val kotha koise.12 bojat oha gari 3bojat goise buli.3ghonta ki kori asil.mod khai asil logar logat.

  • @RajuSaikia-y9h
    @RajuSaikia-y9h 11 месяцев назад +2

    😢😢😢😢😢😢

  • @BeautydekaBeautydeka-k8w
    @BeautydekaBeautydeka-k8w 11 месяцев назад

    জানি বুজি কিয় পঠায় ছে অকলে এজনক দুখি লে নহয়

  • @TimePass-qo7ch
    @TimePass-qo7ch 11 месяцев назад +3

    Lucky

  • @pd5182
    @pd5182 11 месяцев назад

    সেইকাৰণে ছবেই ড্ৰাইভাৰক চাইলব লাগে, মদ খাই চলাইছে নে নুখুৱাকে চলাইচে 🙏গাড়ী হ'ল বুলেই জাৰে তাৰে গড়ীত পাৰ্টিত যাব নেলাগে।

  • @nilishaika5262
    @nilishaika5262 11 месяцев назад +20

    Hei. Johora. Modahi. Driver. Tur. Babei. Ai. Ghotona. Hol

    • @popo-qt3ry
      @popo-qt3ry 11 месяцев назад

      Mmm hoi ajonor karone anwkuwa hol

  • @lakshyajyotikeot3953
    @lakshyajyotikeot3953 11 месяцев назад

    🙏🙏🙏 পিকনিক জিন্দাবাদ -- গেলামদাহী জিন্দাবাদ --- পিকনিক জিন্দাবদ -- গেলামদাহী জিন্দাবাদ↕🙏🙏🙏↕

  • @sibani__borah1234
    @sibani__borah1234 11 месяцев назад

    Atya mane dukh tu driver jonor gat ha hol ge niki...vl mnuh aru dai..

  • @mampideka16
    @mampideka16 11 месяцев назад

    এই কথা খিনি আগতে বাছ ত থকা মানুহ খিনিক কব লাগিছিলে ছোৱালী জনিয়ে এতিয়া reportar k কলে কি হব l

  • @MriduPaban-y2n
    @MriduPaban-y2n 11 месяцев назад +3

    🙏🙏

  • @abinashbaishya8414
    @abinashbaishya8414 11 месяцев назад +1

    Drinks kora manuh aru teneke driver nie nki ata Val kamt juar kotha.ane din kal beya.aibilak bhular bbe aji ata ata life ses hoi gol.😢😢😢😢

  • @mridulray3237
    @mridulray3237 11 месяцев назад

    Wshargor pora basi ahila vonti sobe jiyay dhkile val lgile heten

  • @rajxerox
    @rajxerox 11 месяцев назад

    Suwali joni misoliya jen lagise..... driver over mod khai aahile buli kenekoi gom pale...?hoitu godhuli khabo pare..rati ata bojat uthi aahise govir tuponi pora mukhot modor gundho thokatu hadharon kotha..pisor sitot bohi tuponi goi thoka manuh keijone kenekoi gom pale gari eman speedot solaise buli..? driver jonu ajon manuh he..taru moribole voi thake..maru buli kuneu nemare...ji ki nahouk eman hupa jibon okalote herai juat dukh lagise bohut...tekhet lukor aatmai hanti pauk😢

  • @simadeka9014
    @simadeka9014 11 месяцев назад

    Driver beya modahi kintu logot juwa manuh bur kenekuwa. Juwa bilaku kom hahokhot juwa nai modahi buli janiu. Nijor nijor dukhot tenekuwa hobole pale. manuh olop hoseton hoi solibo lage.

  • @pranjitsaikia767
    @pranjitsaikia767 11 месяцев назад

    34 setar gari khonot 45 manuh goisa atia ako driver dukh .........

  • @manishapathak73
    @manishapathak73 11 месяцев назад +4

    🙏🙏🙏🙏🙏🙏

  • @mitu_s_ahmed8938
    @mitu_s_ahmed8938 11 месяцев назад

    Gaonr driver tate akou din rati mod a khai thake buli janei...tente gaon r manuh bur a ki vabi driver jonok loisle...mane vara kora mnuh keijnu hei ekei modahi a hb..mili jabo buli vbisle kintu hekhot aibur hoi gl....bonvujole ulale first bahon aru bahonor driver jn vabi sinti select korib 🙂atiya driver k dukh di lav nai....

  • @LakhimiDas-es9jb
    @LakhimiDas-es9jb 10 месяцев назад

    Okol daivarok dukh dile nhbo.ajon daivar bohut tuponi khotit thke..okol nisat thke buli navabibo..aru 12ta bojar pora ulai thakibo lage nk mnuh bur..okol daivar jonk dukh disw j

  • @Thejoker-my9ke
    @Thejoker-my9ke 11 месяцев назад

    Jodi rati 12ta bojat goise tuponi khoti hoisile sage driver jonor.driver jonor gatu dukh nai mur mote sabo gole salile jarile sobore gate dukh

  • @pratimaneog289
    @pratimaneog289 11 месяцев назад +2

    Apone Jay hahe hahe kotha koisy

  • @rajibdeka8554
    @rajibdeka8554 11 месяцев назад

    Jdi mod xai buli gom a pai .. tenehole blg gari napale nki .... driverk dukh di lv ni..etia koi ki lv agt a kbo lgisil

  • @Rahulgaming-zz9om
    @Rahulgaming-zz9om 11 месяцев назад +13

    Oii olp driver r poriyal tu sabo sun olp

  • @Shortsandvideo97
    @Shortsandvideo97 10 месяцев назад

    গাড়ী চালকক দোষ দি লাভ নাই ৰাতি ১২ বজাত পিকনিক খাব যাই নেকি।পিকনিক খোৱা কেইটাৰেই ভূল।

  • @priyasarkar6928
    @priyasarkar6928 10 месяцев назад

    Driver jonok dukh diboi jihe2 manuh jon aru nai but to be honest picnic juwa team2t jihe2 matured manuh asil timing2 olop sai meli ulabo lagisil..... Imankhini mogoj nai nki....

  • @Krishna-el9zi
    @Krishna-el9zi 11 месяцев назад +1

    Picnic party rati iman 3 ta bojate oolaise....kot goisil picnic party

  • @tahiraali3299
    @tahiraali3299 11 месяцев назад

    Dukh bohut nijor gaat achil ,haibby accident hol aru mondirt xuma koichil kin2 garit modor botal hey ulaiche,dhup dhuna uluwa nai

  • @Gopinathrabha-xs2wv
    @Gopinathrabha-xs2wv 11 месяцев назад

    ❤❤❤😭😭😭😭

  • @satyajithazarika1777
    @satyajithazarika1777 11 месяцев назад +2

    Drinks kora driver buli gom pai u Kiyo nesel taak

  • @me6666
    @me6666 11 месяцев назад +2

    Xastro xomuhot enei mod e norokole pothiai buli nai kua nohoi. Mod nakhale ekebare jiyaei thakibo nuare emokha new year buli okol Assamote 16 kuti tokar mod bikri hoise. Etiya modahi apodsobor babe nirduxi xoru lora suali u mori goise.

  • @bastabsingh6181
    @bastabsingh6181 11 месяцев назад

    3rd raw t bohi suali jonir imn minor injury!! Misa matise dui gorakie. 1side sale nhoi. Driver jnor gat vul asil jodi tnhole picknic jua xokolu manuh aru teulukr parents dukhi asil xomane.

  • @tastyrasoi15
    @tastyrasoi15 11 месяцев назад

    অসমত বেছি দূৰ্ঘটনা হয় কাৰন মদ

  • @AffectionateCamera-ql2nb
    @AffectionateCamera-ql2nb 11 месяцев назад

    Accident r pst he janile driver kun ki j daittohin manuh...

  • @bhaskardeori4384
    @bhaskardeori4384 11 месяцев назад

    Aru moi vabi sobore vul buli Kia nu jodi daraivar jon nisat asile Kia garit bohi sil aru Kia abaru nokole ami tume garit najaw ba malikok Kia nkole amar belack daraivar ajon diok buli kunu ba koisile ne ai bur no hoitu kua hole aji amar major pora 12.15jon manu akalote mituk haboti nolole heten ne moi vul koisu darai var vul buli koise hoi tu nhobu tu pare rasta ba lait ba siknel poplem hob pare gari he kot ki hoi Kune jane moi vabu vul kar kio hol janibo lagibo

  • @trishnaupadhaya2439
    @trishnaupadhaya2439 11 месяцев назад

    ড্ৰাইভাৰ জনক দোষ দি লাভ নাই
    ড্ৰাইভাৰ জন ইমানে মদাহী আছিল যদি গাড়ীখন চলোৱাৰ আগতে কোনোৱে বাধা নিদিলে কিয়?
    কাৰ ভুল আছিল সেইটো কোনেও নাজানে গতিকে বৰ্তমান কাকো দোষ কব নোৱাৰি।
    শ্শনা মতে ৰাতিপুৱা ৫বজাত টিলিঙা মন্দিৰ পোৱাৰ কথা আছিল গতিকে ড্ৰাইভাৰ জনে দ্ৰুত গতিত নচলাই কি কৰিব

  • @swming
    @swming 11 месяцев назад +3

    Ahator Kam nai manuh naikea hoi gol ehoti divarok duk de asa

  • @bitulgogoi6560
    @bitulgogoi6560 11 месяцев назад +1

    দায়ভারর ভূল বেছিকৈদেখেদায়ভাররে লোকৰ গাড়ী চলাই বেয়া কোবাল অধিকাৰ কাৰো নাই

  • @chetryfitnesvlg
    @chetryfitnesvlg 11 месяцев назад

    Driver dos di lab ase ...atiya modahi hol ...apona loke picnic khabo mas aru maghso di ...aru mondir sabo aponar lokhon val no hy aru fog ...ase dirver tuponi howa nai

  • @rajibdeka8554
    @rajibdeka8554 11 месяцев назад

    Emn khonkale kio picnic jbo lge... picnic khabo jot a najauk.. asolote sabo loga bostu besi jagat a ni...kisu kisu jagat he ase..

  • @kaluwa5946
    @kaluwa5946 11 месяцев назад

    Bus driver bur johora hoya... Mur nijor experience asa.. Mama biyar timot ekon bus thik korisilu kela sondhya bela driver jona koi vaiti mal bebosta kora.. Hat kapi asa thanda lagi asa... Dektha eman tagra manuh jon mod kai gari solai doribo pora nasilu pisot eta quater kai biyar gari solaisa... Etu story bus driver johorai hoi

  • @swapnalylahan2721
    @swapnalylahan2721 11 месяцев назад

    Nisha t asil ok. Kintu gari khonor ji obosta driver r left side r 3 rd seat ot boha manuh eman hustho hoi ase doubtful. Mora manuhok loi politics nokoriba bhanti . Mod khai ajikali line bus r driver e nosolai karon police jote tote thake.

  • @kishanbora2248
    @kishanbora2248 11 месяцев назад

    ji hol hol, atiya sob manuah juwa gari insurance koratu badhotamulok korok

  • @timepass-lp7ob
    @timepass-lp7ob 11 месяцев назад

    jetu hoi gol kli dakhi mor nijra kandibo mon gesila
    but Driver jun modahi hoia jdi tanhola tak nibo nelagesil

  • @prafulladas756
    @prafulladas756 11 месяцев назад

    Aksidanar.. Pisat.. Dayvar.. Narvas.. Hoy.. Jay

  • @DiluwarHussain-vd4nd
    @DiluwarHussain-vd4nd 11 месяцев назад

    Don, t drink and drive pleaseee😭😭

  • @surabhisaikia4259
    @surabhisaikia4259 11 месяцев назад

    Emanei Jodi modahi buli vabisile kio nu thik korisil xei gari khon.... Only driver gat dux dilei nohoi😂 3 tat picnic goise aru 12 bajitei nu gari ahilei ne😂😂😂