Excellent ba... Everyday my mother is so exciting to see the serial of rakhe hori mare kune...all are actor and actres acting very nice... best wishes for your team🥰🥰🥰
Prastuti ba big fan ❤️❤️❤️❤️huni val lagise aru theatre start kriba buli huni... waiting for some blockbuster theatre with your excellent attitudes and acting ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️ love from Guwahati bharalumukh
Tumar aei hahi2e montut kiba ata Val logai thoi jai...khub vl Pau tmr hahi Tu simpa ba....tmr hahitur pora positive anrgy ata pauu...Nd rakhe Hari mare kune regular viewr Hoi..tmr actingr jatra Tu hodai vl Dre xoli jauk....❤️❤️. from duliajan
বা আপোনাৰ সাহস বহুতো ছোৱালীৰ বাবে অনুপ্ৰেৰণা হৈ ৰব ।you are doing good ba in ur proffesion..I love your acting.আমাকো সৰু চৰিত্ৰত দিয়া হলে বহুত সুখী হলোঁ হেতেন।
বৰ ভাল লাগে ৰাখে হৰি মাৰে কোনে চাই।সদায়ে চাওঁ।আৱাহন থিয়েটাৰৰ যাত্ৰা আৰম্ভ হওঁক, শুভ কামনা জনালোঁ💐💐
Abahanth to
Anan n
Va
এটা দৃঢ় বিশ্বাস আছে যে প্ৰস্তুতি বা থকা চিনেমা হওক বা চিৰিয়েল হওক সদায় perfect হয়😘😘❤️ বাৰ দুৰ্দান্ত অভিনয় সদায় লেখত ল'বলগীয়া 👍👍
আপুনি বহুত সাহসী বা ।আৱাহনৰ প্ৰচেষ্টা সফল হওক ।
Very good
Baa ki Kori ase
বহুত বহুত বেছি ভাল লাগিল video to চাই, আপোনালোকৰ ইমান কষ্টৰ মূৰত আমি উপভোগ কৰিব পাৰো ইমান সুন্দৰ এখন ধাৰাবাহিক♥️♥️❤️ সকলোলৈকে আন্তৰিক শুভ কামনা থাকিল।
এখনেই ধাৰাবাহিক চাওঁ সেইখন হৈছে ৰাখে হৰি মাৰে কোনে😍প্ৰস্তুতি বা তোমাক বহুত ভাল পাওঁ মই😘😚❤️প্ৰয়াসী বা, নীৰ,হিয়া😘😘❤️❤️জেফ্ৰী দাৰ সুন্দৰ অভিনয়,,, বাকী সকলোৰে অভিনয় চাই ভাল লাগিছে👌👌👌👏👏👏❤️❤️❤️❤️❤️
Bahut val lagil sai video tu
ভ্ৰাম্যমাণ থিয়েটাৰ আমাৰ অসমৰ প্ৰাণ আৰু গোৰৱ । ইমান দিনৰ মুৰত ভ্ৰাম্যমাণ শব্দটো শুনি গাৰ নোম শিয়ৰি উঠিছে। আকৌ ভ্ৰাম্যমাণ থিয়েটাৰৰ ৰঙ্গমঞ্চ আমাৰ মাজলৈ অতি সোনকালেই উভতি আহক।।
আৱাহন থিয়েটাৰৰ নতুন যাত্ৰা সফল হওঁক লগতে বহুত বহুত শুভ কামনা জনালোঁ বা❤️❤️❤️❤️
বহুত বহুত মৰম দিলো বা জনীলৈ । অনাগত দিনবোৰত আৰু আগুৱাই যোৱা তাৰে কামনা কৰিলো 😘😘😘😘❤❤❤
Ei siriyel khon bhout val lagise
Love all the characters. Tirtha Mastor did some powerful acting. Very nice serial.
তোমাক বহুত ভাল পাওঁ, প্ৰস্তুতি।তোমালৈ অশেষ শুভ কামনা থাকিল।
আৰম্ভণিৰ পৰা চাই আছোঁ serialkhn বহুত ভাল লাগে চাই
ভাল লগা এখন ছিৰিয়েল সকলোৰে অভিনয় খুব সুন্দৰ হৈছে
Nirr abhinoy bahut dhuniya hoise. Sabse mor val lagise tirtha masterr abhinoy.
Bohut dhunia hoise xokolore ovinoi
Rakhe hori mare kune 😘love you all❤❤
Love from Nagaon
মই সদায় ৰাখে হৰি মাৰে কোনে চাই আছোঁ আৰু নীৰ মাইনাৰ অভিনয় চাই ভাল পাইছোঁ প্ৰস্তুতি বা।
Video to sai val lagil ba
Bohut val lage baa rakhe hori mare kune khn say moi xoday sau new episoder karne roy asu so lvly ba 😘
প্ৰণিতাৰ দেউতাকৰ চৰিত্ৰটো খুব ভাল লাগিছিল।
বহুত ভাল লাগে চাই ৰাখে হৰি মাৰে কোনে
Ba r hahitu mur bor VL lgy huni 🥰🥰🥰🥰🥰🥰🥰🥰 lost of love from majui
Bor hundor abhinoy hokolue
আৱাহন ৰ প্ৰচেষ্টা সফল হওক
নীৰমাইনা লৈ মৰম
ৰাখে হৰি মাৰে কোনে ধাৰাবাহিকখনি চাই বহুত ভাল লাগিছে।ভবিষ্যতে আৰু চোৱাৰ আশা ৰাখিছো।আভিনেতা সকলোলৈকে ধন্যবাদৰ লগতে দীৰ্ঘায়ো কমনা কৰিছো।
Bor xundor dharabahik dei sai asu
যোৱাকালিৰ এপিচডত ২৫ আগস্ট হীৰাই যে কৈছিল তাইক চাকৰি লাগে বুলি৷বৰ সুন্দৰ অভিনয়৷মন চুই গ’ল৷
Acting of every character in this serial is great.specialy tirtho mastar,arjun,mastorni and HIRA.moromi also.love from lakhimpur💖
Bohut val lagese Sai
Bohut bhal lagil
My favourite actress
Bor val lagil ❤❤❤❤ hundor 👍👍
Siriel khon shaboloi bor val laga hoise ba .nir mainar obhinoiu bor val lagise.
All time favourite 👌👌❤️
ৰাখে হৰি মাৰে কোনে চাই বহুত ভাল লাগিছে... 😍👌🙏💐
Val lagil 👍👍
Waiting for hira and arjun's wed
Excellent ba... Everyday my mother is so exciting to see the serial of rakhe hori mare kune...all are actor
and actres acting very nice... best wishes for your team🥰🥰🥰
Bahut vl laga seriyal Khan sai 🥰
Vl lgil sai baa video tu dey 💕💖💕💖💞💟
আপুনি বহুত ধুনীয়া আৰু সাহসী সেয়েহে আপোনাক বহুত ভাল লাগে মোৰ ।। 😚😚😚😙😙
Lots of love from Margherita...baa tumiee mur assamese actressor favourite one for forever
আৱাহন ৰ কথা খিনি শুনি ভাল লাগি গল 💞💥🔥❤️
আৰু মাধুৰী চাৰ ওক বৰ ভাল লাগে ও 🙏🙏
ইমান ভাল লাগিলে ভিদিয়টো চাাই নিৰলৈ মৰম থাকিল বাই বাই
Val lagili dei
❤️❤️❤️❤️
ভাল লাগি আছে চাই
Prastuti ba big fan ❤️❤️❤️❤️huni val lagise aru theatre start kriba buli huni... waiting for some blockbuster theatre with your excellent attitudes and acting ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️ love from Guwahati bharalumukh
Best wishes for ur whole team 😘👍🙏
চাই বহু ত ভাল লাগে ।
Mur favorite serial. Sodai sau
Nir maina bhut dhunia hoi vl lga Tak sai
Dhunia lagise Ba
Mastor ari pronitar pitakor acting xosakoie khub val lagise.ketiaba log pam xoluke.al d best for coming episode
Bohut sai val lage belegot koi belg ❤️u ba😘😘
❤️❤️❤️
Vl lgse
Nice Love you
Rakhe hori mare kune adinu miss nokoru de ba amar ghr hokolue sai val paiisu....
মজা বা।
You're my ideal person baa❣️
Love frm golaghat ❤❤❤🌼
আমাৰ বাবে এনেকৈয়ে আগলৈ ও ভাল ভাল উপহাৰ দি যাব বুলি আশা ৰাখিলো।।।
Nice video
আমাৰ পৰিয়ালৰ এৰাব নোৱাৰা অংগ হৈ পৰিছে ৰাখে হৰি মাৰে কোনে ৷লগ পালে কেতিয়াবা আপোনালোকৰ কেম্প চাব যাম৷
Fav serial💕😘
ভাল লাগে ৰাখে হৰি মাৰে কোনে চিৰিয়েল খন চাই, মই hodai চাও
lovely.............😘😘😘😘
Baa apunar serial khn aru apunar character Tu sai bht val lge💞💞💞
Bahut vl lagil. Serial khan sai khub vl lagise
Bhal lagise
তােমাৰ অভিনয় মই বৰ ভাল পাও যি কােনাে চৰিত্র তুমি সুন্দৰকৈ ফুটাই তুলিব জানা।নীৰক মই সদায় চাও তেওঁক চাব নাপালে মােৰ মনটাে শান্তি নাপাও ,মােৰ বাবে নীৰ মােৰ medicin মােৰ vitamin .তােমাৰ লগত উঠা ফটাে এতিয়াও মই save কৰি ৰাখিছাে। তুমি জীৱনত আৰু আগুৱাই যােৱা তাৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছাে।
Superb baa apunar bikhoye koboloi gole bahut komei haba you are 🤘
*Happy Raksha Bandhan*
Excellent ba...love from Jorhat
মজা বা 😘
I love your smile prastuti ba 🥰🥰🥰
বহুত বেছি ভাল লাগিব এটা বছৰ চাবলৈ নপালো এইবাৰ আশা কৰিছোঁ বা। ৰাখে হৰি মাৰে কোনে চাই খুব ভাল লাগে ।
😘🥰😘
ৰাখে হৰী মাৰে কোনে চাই বহুত ভাল লাগে।নীৰ মাইনাক চাবলৈ ৰয় থাকো মই 🥰🤗😘
All time favorite😍😍😍
আতাইতকৈ মই অভিনয় ভাল পুৱা মানুহজন হল Tirtha Mastor....
Mor Video Sabo
@@priturajvlogs9896 কি chenal
Serial khn sai bht vl lgise 😍
বৰ ভাল লাগে মাইনাতোক
Ba apuni bohut val
Fav actress love uu Ba 💞
Very nice sis...
Prastuti ba tumak mur bohuuuuuuut val lage
Majj ba
আৱাহন আকৌ আহক।শুভেচ্ছা থাকিল
Iot's of love from Jonai😍
All the best ba.....
Theatre ahibo lage we miss you
Hii baa tumar video sai val লাগে
Tumar aei hahi2e montut kiba ata Val logai thoi jai...khub vl Pau tmr hahi Tu simpa ba....tmr hahitur pora positive anrgy ata pauu...Nd rakhe Hari mare kune regular viewr Hoi..tmr actingr jatra Tu hodai vl Dre xoli jauk....❤️❤️. from duliajan
Bohut val lage apunalukok...jaffy da,apunak ❤️❤️......muru dream ase moiu Jate anekoiye aapunalukor lgt baa jenedore nohouk film,serial, theatre koribo paru........tare karone moi bohut kosto koribo lagibo...😉
Prostuti baa love you and God bless you......🤗😘😘😘😘😘😘
Vl lagill sai baa love from sivsagar
বা আপোনাৰ সাহস বহুতো ছোৱালীৰ বাবে অনুপ্ৰেৰণা হৈ ৰব ।you are doing good ba in ur proffesion..I love your acting.আমাকো সৰু চৰিত্ৰত দিয়া হলে বহুত সুখী হলোঁ হেতেন।