Dada pls support our students Govt is playing with our lives no one is analysing what is going to happen in future with lakhs of students who are going to give exam in assam pls help us raise voice in this issue as only influencers like you got the massive audience pls 🙏🙏🙏🙏 #cancelassamboard
New fan... recently discovered your videos and RUclips channel... loved your content... especially the thing that you share social messages through your videos. Keep growing... keep shining!! ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা থাকিল।😊🙏🏻
Your humour is always at its peak... Bohut bhalkoi manuhor psychology pohibo jona hoise aru kheimote content deliver kore which is very crucial for an artist... Uruka aru rongali bihar xubessa thakile apunaloi...
You are extraordinary.. Full of talent. I have seen & enjoyed all your vedios till date.Keep working hard. Best of luck for future. Projects. God bless yuu always
The blast was when Pankhuri baa appeared dressed in Mekhala chadar.. Appreciate your efforts to give such a important msg through your videos.. And at last but not the least ব'হাগ বিহুৰ আন্তৰিক ওলগ জনালোঁ.. আগন্তুক বৰ্ষটি যেন শুভ হওক আৰু আমাক যেন এনেকৈ চাৰিদিনৰ বাবে হহুৱাই থাকা..
Apunaluk xokoluke Rongali Bihur ulog jonalu.
- Biplob, Baruah, Baruahni, Pongkhuri,Chutiyani, Chutiya, Tridip and case nai..
Harpal Daa Apuna loi u Rongali Bihur Ulog Jonalu ❤️
অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ শুভেচ্ছা থাকিল।❤️❤️❤️❤️❤️❤️❤️❤️❤️
Tumaloiu ৰঙালী বিহুৰ ওলগ জনালোঁ 🌸
Ki hoisil dada agot upload hoi goisil j
ৰঙালী বিহুৰ ওলগ জনালোঁ ❤️❤️❤️💕
If happiness had a synonym then it would be Harpal Saikia.
অতিকৈ চেনেহৰ মুগাৰে মহোৰা, অতিকৈ চেনেহৰ মাকো। তাতোকৈ চেনেহৰ ব'হাগৰ বিহুটি নেপাতি কেনেকৈ থাকো।♥️🙏🙏🙏
Yes!
Actually happiness does have a synonym not one but many
Aah that's a blessing
পংখুৰী, বৰুৱানী, চুতীয়ানী, বৰুৱা, বিপ্লৱ, উলুলুলু আৰু ত্ৰিদীপলৈ ৰঙালীৰ লগতে নতুন বৰ্ষৰ ওলগ জনালোঁ দেই। লগতে সমূহ অসমবাসীলৈও শুভেচ্ছা থাকিল
Plzz Harpal da help us we need ur support.....PLZZ raise ur voice for the students......#cancelsebaboardexam2021......why only cbse
বহুত ভাল লাগিল চাই ,এটা সুন্দৰ বাৰ্তা প্রেৰক vdo ।।। প্ৰাসংগিক ।
Dada pls support our students
Govt is playing with our lives
no one is analysing what is going to happen in future with lakhs of students who are going to give exam in assam
pls help us raise voice in this issue as only influencers like you got the massive audience
pls
🙏🙏🙏🙏 #cancelassamboard
"Tur mukhor gundho atia tuk kiss korile he gom Pam ,Kintu tuk kiss koribo mon nai"😂😂😂😂
😂😂😂hi
@@vibekidd199অতিকৈ চেনেহৰ মুগাৰে মহোৰা, অতিকৈ চেনেহৰ মাকো। তাতোকৈ চেনেহৰ ব'হাগৰ বিহুটি নেপাতি কেনেকৈ থাকো।
@@DiphuJengoprank kun tumi meghali 😂
😂😂😂 Case nai
I love you ❤️❤️
Ponkhuri looking beautiful 💖
Ayo dehi 😍 kisiki najar na lag jaye 🥰
Dhonyobaad Harpal da,bihu t amak ene xundor upohar diya r babe. Rongali bohut bohut bohut xubhessa thakil 💕💙
Rongali bihur suvesha jonalo..logote natun bosror suvokamona jonalo...❤❤❤❤pongkhori jonik bihu dresssot emn dhunia lgise..
😍😍😍😍বহুত ভাল লাগিল হৰপল দা আপোনালৈ বিহুৰ ওলগ জনালোঁ
Your dance just took my heart away😍
Happy to let you know
অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ...❣️
ভাল লাগিল 💜
বিহুৰ ওলগ জনালোঁ।সদায় হাঁহি থাকা আৰু আমাকো হঁহোৱাই থাকিবা
আকৌ বহাগ আহিল✨
চৌপাশে কুলিৰ মাত✨
বতাহত ভাহি আহিল
ঢোল-পেপাৰ মাত✨
অতিকৈ চেনেহৰ✨
ৰঙালী বিহুটিত✨
দেহা-মন পৰি যায় শাত✨
মোৰ তৰফৰ পৰা✨
তোমাক আৰু ✨
তোমাৰ পৰিয়াললৈ✨
ৰঙালী বিহু উপলক্ষে✨
হিয়াভৰা মৰম আৰু✨
শুভকামনা থাকিল ✨
দেখক আপুনি নতুন স্বপ্ন✨
পাহৰি যাওক পুৰণি কষ্ট✨
আজি কৰক সকলো✨
নতুন কল্পনা✨
আজিৰ পৰা আৰম্ভণি✨
হওঁক নতুন জীৱন✨
সুখৰ হওঁক প্রতিটো ক্ষণ✨
❤️꧁ৰঙালী
বিহুৰ ✨
শুভেচ্ছাৰে꧂❤️
Olp dinr pra vabi asilu harpal da r face khn kar lgt mile,, atia mnt pril behrbarir rakesh r lgt olp mil ase,, anyway happy rongali bihu alll
😅😅
Tumar dance tu sai val lagil amar sobore WhatsApp status bortoman... Pankhuri baa 👍
ulululu =the interesting character😂
You are legend Dada❤বিহুৰ শুভেচ্ছা থাকিল তোমালৈ 💞
পংখুৰি বিহু নাচ ভাল লাগিল দেই❤️❤️❤️
Tumi hodai rock😌❣️Bihu main❤️ সকলোলৈকে ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ 🌸
ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল আৰু এনেকৈয়ে ধুনীয়া ধুনীয়া ভিডিও দি থাকিবা।
আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ সকলোলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ 🙏
"Kiss koribole mon nai so case nai". Ultimate dialogue 👍💥💥💥💥
😂😂😂
Protitu line t hahi uthise😂🤣... Enedore hahi biyopai thaka hokolure mjot Harpal Daa🥰❤nijeu hukhi hua... Bohag bihur Huvessa dlu amar falor pra❤❤
Borhia🔥🔥🔥 Rongali Bihu'r xubessha thakil 🌾🌾
বিহুৰ শুভেচ্ছা জনালোঁ হৰপাল।
Dhuniya ....Bihur Huvesha thakil Harpal da
❤️ Happy Rongali bihu borther 🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰
Bohag Bihu r oti hubhessa jonalu Harpal daa ru apunar poriyal k ❤
চেনেহৰ ৰঙালীৰ শুভেচ্ছা জনালোঁ হৰপল দা❤️
Hundr... 👌👌... Rongali bihur huvessha jnalu dai... 😍
Ultimate hoise Harpal da..rongali bihur bohut bohut huvessa thakil dai..🤘🤘
You're one of the reason of our laughter and happiness
ৰঙালী বিহুৰ আৰু নৱ বৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো
অসমীয়াৰ বাপুতি সাহোন ৰঙালী বিহুৰ সকলো লৈ শুভেচ্ছা থাকিল। জয় আই অসম।।।
New fan... recently discovered your videos and RUclips channel... loved your content... especially the thing that you share social messages through your videos. Keep growing... keep shining!!
ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা থাকিল।😊🙏🏻
Your humour is always at its peak... Bohut bhalkoi manuhor psychology pohibo jona hoise aru kheimote content deliver kore which is very crucial for an artist... Uruka aru rongali bihar xubessa thakile apunaloi...
Bihu
Happy Rongali Bihu harpal da .2mar lgata 2mar family r xokolulaka Rongali bihur xubhasha thakil. ❤️🥰🥰
You are extraordinary.. Full of talent. I have seen & enjoyed all your vedios till date.Keep working hard. Best of luck for future. Projects. God bless yuu always
ৰঙালী বিহুৰ আন্তৰিক শুভকামনা জনালোঁ হৰপল
দাদা মই আজি প্ৰথম তোমাৰ video চাইছোঁ,চাই বৰ ধুনীয়া লাগিছে,আৰু আগুৱাই যোৱা।god bless you
ৰঙালী বিহুৰ উলগ জনাইছো সমুহ পৰিয়াললৈ ❤️❤️।
ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ । লগতে আগন্তুক অসমীয়া নৱবৰ্ষটো আনন্দৰে ভৰা সুখ-শান্তিৰ বৰ্ষ হওক ইয়াকে কামনা কৰিছোঁ ।
🔥🔥🔥
ৰঙালী বিহুৰ লগতে অসমীয়া নববৰ্ষৰ ওলগ জনালোঁ
ৰঙালী বিহুৰ শুভেচ্ছা থাকিল Harpal da....
বঢ়িয়া লাগিল দেই, চেভেজ কম বিহু ভাইব্চ জ্যাদা🔥🔥এতিয়াহে হৰপালৰ পৰিয়ালত বিহু লাগিছে। পংখুৰি বাক ধুনীয়া লাগিছে দেই। পিছে তোমালৈ আৰু তোমাৰ পৰিয়ালৰ লগতে বৰুৱানী চুতীয়ানী পৰিয়ালৰ সকলো সদস্য-সদস্যালৈ ৰঙালী বিহুৰ লগতে অসমীয়া নৱবৰ্ষৰ বহু বহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ৷
ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল সকলোলৈ♥️🥀♥️
.
LOVE FROM GOLAGHAT♥️🥀🔥
😄😄😄axomia notun bsortu tumar video tu Sai vl hoi jua jen lgi goise😄😄moja moja 🔥🔥🔥🔥🔥🔥
Harpol da Tumi jui 🔥🔥🔥🔥 val lagele sai .. tuma nas to bese val lagele ......
Harpal Daa ৰঙালী বিহুৰ শুভেচ্ছা থাকিল।❤️❤️❤️❤️❤️❤️❤️❤️❤️
I love the last scene....most enjoying.....
Tmr sb video sai vl lge.enekoi bonai thkiba
Happy bihu 😇 harpal da....❤️❤️❤️tumar hokolu video sai bhl lge😁Iman jomoni Tumi......🤭aru aguwai jua Tumi keep it up 💚💛
অসমৰ বাপুতি সাহুন ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষৰ হিয়াভৰা ওলগ জনালো ❤️❤️❤️❤️❤️❤️❤️
পদূলিত ৰঙালীৰ বৰণীয়া উচাহ, ধূসৰ সময়ৰ প্ৰহৰ অতিক্ৰমি অসমীৰ বুকুলৈ নামি আহক হেঁপাহৰ নৱ কাঁচিয়লি. .
ঐতিহ্য আৰু স্বাভিমানৰ অনবদ্য সাক্ষী হৈ জিলিকি থাকক আমাৰ ৰঙালী,
কুশলে থাকক অসমীয়া- প্ৰৌজ্জ্বলিত হৈ থাকক সংস্কৃতি।
Wow perfect..bohut bhal lagil..happy bihu
ৰঙালী বিহুৰ শুভেচ্ছা থাকিল❤️......... harpal da❤️..........
বহুত ধুনীয়া হৈছে দেই💮💮
Joi Ai Axom ami Axomiya Bihu te boliya 👍
mjja lgl saiii.... hppy bihu 💕💕💕💕
Dhuniya lagil deii Pankhuri Baa...
Tridip and Bonoshree saikia are so freaking similar !!
Love the way you share important messages with humour every time 🤗
Bihu main 👊👊
Bht bht dhuniya dada khsai bht hahilu apunar telent Dekhi😍😍
ৰঙালী বিহুৰ শুভেচ্ছা জনালো দেই
Next video lage Harpal...Waiting eagerly for your videos n poetry...Plz upload.
😂😂😂😂 lovely Happy Bohag Bihu..Aya gom palu you dance as well ❤️
অসমীয়া নতুন বছৰ শুভেচ্ছা জাছিলো।
অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ❤️❤️ বিহুটি আদৰৰ বিহুটি সাদৰৰ বিহুটি আঁচলৰ ধন, এনোৱা বিহুটি এৰিব লাগিলে ,, নাথাকে অসমৰ মান।।" সমূহ ৰাইজলৈ পবিত্ৰ ৰঙালী বিহুৰ আন্তৰিক ওলগ জনালোঁ। এই ৰঙালীৰ ৰঙেৰে যাতে সকলোৰে জীৱন ৰঙীন হৈ পৰে তাৰে কামনা কৰিলো।🙏🏻💓💓
Akdommm dhuniya hoise Harpal Da ❤❤❤
বিহু আৰু সৰপাল দা দুযো মেইন।❤✌🏻
Seriously Pankhuri k eman dhunia dekhise aji. Hairstyle🔥
👌বহাগ বিহুৰ শুভেচ্ছা থাকিল।
Bihu botorot emn dhunia eta msg dle👍👍👍great🙏 thank you so much.. keep savaging 😁
তৃদ্বীপ ৰ ৰচনা খন শুনি খুব ভাল লাগিল দেই ।।
I love you 🥺❤you're soo talented ❤keep going 🥺big fan of yours ❤
I just love you.... Rongali Bihur bohut bohut huveissa thakil❤
The blast was when Pankhuri baa appeared dressed in Mekhala chadar.. Appreciate your efforts to give such a important msg through your videos.. And at last but not the least ব'হাগ বিহুৰ আন্তৰিক ওলগ জনালোঁ.. আগন্তুক বৰ্ষটি যেন শুভ হওক আৰু আমাক যেন এনেকৈ চাৰিদিনৰ বাবে হহুৱাই থাকা..
ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ
You've given a beautiful message through your video.. Thank you for making us smile. And Apunale Bohag Bihur Hubecha thakil😊
Love you bro ❣️ 2mar video sale sob tens free hoi jau. Thanks bro
তোমাৰ লগতে পৰিয়ালৰ সকলোলৈকে ৰঙালী বিহুৰলগতে অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালো ।ৰঙালীৰ ৰঙে কঢ়িয়াই আনক জীৱনলৈ নতুন ৰং,সুখৰ বাতাবৰণ ।কুলিৰ কোমল মাতত
উজ্বীৱিত হওঁক সমস্ত আশা,ভালপোৱা গভীৰতা ।প্ৰতিটো ঢোলৰ চাপৰত জীপাল হওক,আপোনাৰ ঘৰ খন ।তাৰেই কামনাৰে #চেভেছিয়ান ❤️
ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জনালোঁ💐💐 Harpal Saikia❤️
I am from Somalia , I don't understand ur language , but I enjoy your videos ......
ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ
Harpal da mojja
Xundor
ponkhuri .......... ❤️Favorite❤️
Muru
Bohag bihur hubaisah jonalu apunak dada 🙏🏻🙏🏻🙏🏻
Harpal da tumi kintu Fab daii
Happy bohag bihu to all and special harpal da✨❤keep going, stay blessed ☺
Last one was best🤣🤣🤣🤣🤣 brilliant... ❤😊
Borhiya lagil as usual. Xokoluke rongali bihur ulog jonalu🙏
বহাগ বিহুৰ লগতে নববৰ্ষৰ শুভেচ্ছা জনালোঁ
Harpal দা লগতে সকলো অসমবাসী ৰাইজক ৰঙালী বিহুৰ হিয়া ভৰা ওলগ জনালোঁ ❤
😂😂🤣😁😁😁
That mohjuj line was epic😂🔥❤️
Happy Bhogali bihu harpal da
. Apunar video best. Buhut hahi u the. You are so talented. Keep up the good work 👌👍
Happy bihu... Your video gives always a thought 💭 👍👍👍
ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল❤️❤️
Apuni jui🔥 ৰঙালী বিহুৰ শুভেচ্ছা থাকিল🤗💕