Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
অতিশয় মনপৰশা পৰিবেশন।জ্যোতিষ ভট্টাচাৰ্য দেৱৰ গীতটিৰ প্ৰাণ নিগৰাবলৈ সক্ষম হৈছে আপুনি। শুনি আপ্লুত হলোঁ। ধন্যবাদ।
বহু দিনৰ পিছত এই গীতটো শুনি বৰ ভাল লাগিল। মনোমোহা গীত।
মন শাত পৰি গৈছে এই গীতটো শুনি।
অতীতৰ ভাল লগা গান ।বহুত ধন্যবাদ ।
নদীক লৈ সৃষ্টি কৰা বহুতো গীত আছে-সেই গীত সমূহৰ ভিতৰত এই গীতটি অন্যতম ।
A good tribute to Ali Sir .
Evergreen song !
তফজ্জুল আলিৰ mythৰ চিত্ৰধৰ্মী ৰচনা আৰু জ্যোতিষ ভট্টাচাৰ্যৰ দৰদী কণ্ঠ ....অনবদ্য .....
TESTY...WAH WAH ....THANKS
বৰেণ্য শিল্পী গৰাকীৰ প্ৰতিটো গীতেই সুমধুৰ... আমাৰ সংগীতৰ সুৰীয়া সম্পদ। ৰঞ্জন কুমাৰ দত্তৰ সুমধুৰ কন্ঠ আৰু গায়কীয়ে অতিশয় মুগ্ধ কৰিছে। তেখেতৰ সুমধুৰ কণ্ঠত গীতটি শ্ৰুতিমধুৰ হৈছে। জ্যোতিষ ভট্টাচাৰ্য দেৱৰ গীত সমূহৰ বাবে সুন্দৰ কন্ঠ। ভট্টাচাৰ্য দেৱৰ আৰু অধিক গীত শুনাৰ হেঁপাহ জাগিছে তেখেতৰ কন্ঠেৰে। মুগ্ধ হ'লো গীতটি শুনি।
Thanks for the nice evergreen song.
এই গানবোৰ শুনিলে মনটো ভৰি পৰে ।
Lovely evergreen Assamese song ,Dutta bro nicely presented the song .
Old is gold
প্ৰাণ তিতি গ'ল গীতৰ প্ৰবাহেৰে 💦
গানটো বিচাৰি ফুৰিচিলো। thanks for upload
Evergreen 💚💚😘
Brings back so much nostalgia ... thank you for posting this original score ...
it's nostalgic to go back to the memory lane. I was longing to hear the old Assamese songs which once upon a time were played in the radio. thanks to the technology and also to those who took pain to upload in RUclips.
সচাকৈয়ে এই গীত বোৰ শুনিলে মনটো ভৰি পৰে । চম্পাৱতীক যেন মইও বিচাৰি যামk.khanikar
thank you..for the upload
বীৰেন্দ্ৰ নাথ দত্তচাৰৰ কেছেটৰ গীতবিলাক Stereo system ত শুনি থাকো সেই কেছেট ওলোৱা দিনৰে পৰা --এতিয়া এনেকৈ হাতত লৈ ফুৰিবলৈ সুবিধা কৰি দিয়া বাবে অশেষ ধন্যবাদ থাকিল
Waaahhh......!!!!! Nce song........
xundor geet ti ranjan duttai bor xundor koi piribexon korisexundor kantha
Thanks for the confirmation
undoubtedly excellent collection.
This track is from the audio album 'HERUWA DINOR XAPUN'.(a remake) Singer-Ranjan K. Dutta
nice song
Nice nice nice very very very nice 😃😃😃😃😃😃😃😃😃😃😃
I love
Khunile khuniei thakibar mon...beautiful
MOI ETIA CHOMPABOTIR (CHAPOR ) KASOTE (DHUBRI-T)THAKOO. THANKS.
অতিশয় মনপৰশা পৰিবেশন।জ্যোতিষ ভট্টাচাৰ্য দেৱৰ গীতটিৰ প্ৰাণ নিগৰাবলৈ সক্ষম হৈছে আপুনি। শুনি আপ্লুত হলোঁ। ধন্যবাদ।
বহু দিনৰ পিছত এই গীতটো শুনি বৰ ভাল লাগিল। মনোমোহা গীত।
মন শাত পৰি গৈছে এই গীতটো শুনি।
অতীতৰ ভাল লগা গান ।বহুত ধন্যবাদ ।
নদীক লৈ সৃষ্টি কৰা বহুতো গীত আছে-সেই গীত সমূহৰ ভিতৰত এই গীতটি অন্যতম ।
A good tribute to Ali Sir .
Evergreen song !
তফজ্জুল আলিৰ mythৰ চিত্ৰধৰ্মী ৰচনা আৰু জ্যোতিষ ভট্টাচাৰ্যৰ দৰদী কণ্ঠ ....অনবদ্য .....
TESTY...WAH WAH ....THANKS
বৰেণ্য শিল্পী গৰাকীৰ প্ৰতিটো গীতেই সুমধুৰ... আমাৰ সংগীতৰ সুৰীয়া সম্পদ। ৰঞ্জন কুমাৰ দত্তৰ সুমধুৰ কন্ঠ আৰু গায়কীয়ে অতিশয় মুগ্ধ কৰিছে। তেখেতৰ সুমধুৰ কণ্ঠত গীতটি শ্ৰুতিমধুৰ হৈছে। জ্যোতিষ ভট্টাচাৰ্য দেৱৰ গীত সমূহৰ বাবে সুন্দৰ কন্ঠ। ভট্টাচাৰ্য দেৱৰ আৰু অধিক গীত শুনাৰ হেঁপাহ জাগিছে তেখেতৰ কন্ঠেৰে। মুগ্ধ হ'লো গীতটি শুনি।
Thanks for the nice evergreen song.
এই গানবোৰ শুনিলে মনটো ভৰি পৰে ।
Lovely evergreen Assamese song ,Dutta bro nicely presented the song .
Old is gold
প্ৰাণ তিতি গ'ল গীতৰ প্ৰবাহেৰে 💦
গানটো বিচাৰি ফুৰিচিলো। thanks for upload
Evergreen 💚💚😘
Brings back so much nostalgia ... thank you for posting this original score ...
it's nostalgic to go back to the memory lane. I was longing to hear the old Assamese songs which once upon a time were played in the radio. thanks to the technology and also to those who took pain to upload in RUclips.
সচাকৈয়ে এই গীত বোৰ শুনিলে মনটো ভৰি পৰে । চম্পাৱতীক যেন মইও বিচাৰি যাম
k.khanikar
thank you..for the upload
বীৰেন্দ্ৰ নাথ দত্তচাৰৰ কেছেটৰ গীতবিলাক Stereo system ত শুনি থাকো সেই কেছেট ওলোৱা দিনৰে পৰা --এতিয়া এনেকৈ হাতত লৈ ফুৰিবলৈ সুবিধা কৰি দিয়া বাবে অশেষ ধন্যবাদ থাকিল
Waaahhh......!!!!! Nce song........
xundor geet ti ranjan duttai bor xundor koi piribexon korise
xundor kantha