মুখা খোল খালে এগৰাকী চিকিৎসকৰ

Поделиться
HTML-код
  • Опубликовано: 25 окт 2024

Комментарии • 934

  • @avaranihazarika1730
    @avaranihazarika1730 3 года назад +240

    হাজাৰ বাৰ নমস্কাৰ জনালোঁ এইগৰাকী মহামান্য অধিবক্তা মহোদয়ালৈ,,,,,অতি সুন্দৰভাবে অতি মানবীয়তাপুৰ্ন শ্ৰেস্ঠ যুক্তিৰে তেখেতে নিজৰ বক্তব্য আমাৰ মাজত ডাঙি ধৰাৰ বাবে,,,,,,,💚❤💔💗💓মাননীয় মুখ্যমন্ত্ৰী তথা ভগৱানে সহায় কৰিব নিশ্চয়,,, ,কাৰণ সত্যৰ সদায় জয় ,,, ,,,

    • @assamesevloggerincaliforni5569
      @assamesevloggerincaliforni5569 2 года назад +12

      Hoi

    • @janakikalita
      @janakikalita 4 месяца назад

      ইমান দুখীয়া ছোৱালী বোৰক বিয়া কৰায় কিয় ইমান অত্যাচাৰ কৰে ইমান অধিকাৰ ক'ত পালে ইহঁতক ফাঁচি দিব নোৱাৰে নেকি দিনক দিনে ইহঁতৰ উতপাত বাঢ়ি গৈছে

    • @nabachutia7850
      @nabachutia7850 4 месяца назад

      @@assamesevloggerincaliforni5569 0

    • @deepalidevi4717
      @deepalidevi4717 2 месяца назад +1

      😅😮😮😮😮😮😮😮

    • @JeutiMedhi-ns4sp
      @JeutiMedhi-ns4sp 2 месяца назад +1

      সত্যৰ সদাই জ‌য় । আৰু যথ কাল কোট এই গিৰিয়েকৰ বা‌য়েক বোৰ ।মাক হতৰ ঘৰ ভঙা এক নম্বৰ ।

  • @AnjanaRajbongshi-j8w
    @AnjanaRajbongshi-j8w 2 месяца назад +4

    Right বাইদেউ আপুনাৰ দৰে অধিবক্তা থাকিলে দেশখন ভাল হ'ব বুলি ভাবো

  • @carshorts7621
    @carshorts7621 3 года назад +12

    তেওঁ অপৰাধ কৰিছে শাস্তি নিশ্চয় আইনে দিব । কিন্তু ইয়াত সমগ্ৰ চিকিৎসক সমাজক দোষাৰূপ কৰিব নোৱাৰি ।

  • @ranjanabora8995
    @ranjanabora8995 3 года назад +180

    আমাৰ আইনী ব্যৱস্থা একেবাৰে শুদ্ধ নহয় , উকীল আৰু পুলিচে টকাৰ বিনিময় সমাজত কৃমিনেল সকলক স- সন্মানেৰে জীয়াই থকাৰ সুবিধা দিছে !

  • @সময়ৰলগতএখোজ-ঙ৫ছ

    আমাৰ নিচিনা মুৰৰ ঘাম মাতিত পেলোৱা নিৱনুৱা ল'ৰাবোৰৰ লগত বিয়া হ'বা হয়তু সদায় মৰম আৰু সুখ বিচাৰি পাবা. . *সদায় কাম কৰি সদায় খাওঁ* (অকল অট্ৰালিকা ভিতৰত সুখ পোৱা নাযায় জুপুৰি এটাটো সুখ পোৱা যায়, টকাৰে সকলো নহয় )

    • @runudeka9652
      @runudeka9652 3 года назад +10

      Right

    • @momiligria5937
      @momiligria5937 3 года назад +6

      👌👌👌👍👍👍

    • @mostofahussain7560
      @mostofahussain7560 3 года назад +2

      Right

    • @albinabegum6217
      @albinabegum6217 3 года назад +3

      Hoi... Moi biaa hoisu manuh jnk sai . Bhut toka poisa nai... Kin2 manuh jnr pora ji morom aru bissakh paisu kheiaa akore kinibo nowarim .

    • @rjbhai355
      @rjbhai355 3 года назад +1

      Thik kotha

  • @manishakalita265
    @manishakalita265 2 месяца назад +2

    এনেকুৱা মানুহ বহুত আছে আমি নাৰী বোৰে লগ হৈ এই লম্পত বোৰক শাস্তি দিব লাগিব🙏🏼

  • @simantanaginisimantanagini6780
    @simantanaginisimantanagini6780 3 года назад +54

    ডাক্টৰ জনক গুৰিত কাতি দিয়ক ৰাইজ
    লগতে আমাৰ ছোৱালী বোৰৰ বহুত ভুল আছে।
    বিয়া কৰোৱা এজনলৈ কি লোভত বিয়া হবলৈ লয়।
    আজি-কালি কিছুমান ছোৱালীয়ে চাকৰী কৰা হলে ডেকা,বুড়া,বিয়াকৰোৱা হলেওঁ চিন্তুা নকৰে।
    কিন্তুু দোষিয়া দিন-হাজিৰ কৰা হব নালাগে সেই কাৰণে এনে দখা হয়।

  • @SwapnaraniGohain-pn2vl
    @SwapnaraniGohain-pn2vl 4 месяца назад +20

    এনেকুৱা ভুআ ডাক্তৰ নিলম্বন কৰিব লাগে উপযুক্ত শাস্ত্ৰী দিয়ক

  • @Dognedirbiope-Tulashi
    @Dognedirbiope-Tulashi 3 года назад +23

    এওঁক শাস্তি প্ৰদান কৰিব লাগে।

  • @lakshmipriyadutta1091
    @lakshmipriyadutta1091 3 года назад +115

    জাহ্নৱী বাইদেউৰ কথাবোৰ একেবাৰে শুদ্ধ, সত্য কথা কৈছে।

    • @assamesevloggerincaliforni5569
      @assamesevloggerincaliforni5569 2 года назад +2

      You are right

    • @GunuRabha
      @GunuRabha Год назад +1

      @@assamesevloggerincaliforni5569 mmmmmmmmmmmm/mmmmm///mmmmmm/mm

    • @HebhiBora
      @HebhiBora 4 месяца назад

      😊🎉🎉🎉😂tfv
      🎉🎉 FC
      FC😂❤🎉
      😊​@@GunuRabha

  • @shardhaneog9394
    @shardhaneog9394 3 года назад +153

    তেওঁ doctor হোৱা দূৰৰ কথা..মানুহ হোৱা যোগ্য নহয়। তেওক উচিত শাস্তুি দিয়া যাওঁক।

  • @Danirojasfc6
    @Danirojasfc6 3 года назад +34

    ভালদৰে খুচৰিলে বহুতো ৰহস্য উলাব। কেঁচু খান্দোতে নিশ্চয় ডাঙৰ ডাঙৰ সাপ উলাব।

  • @RHaz-vo6hv
    @RHaz-vo6hv 3 года назад +7

    Junmoni Devi I salute u You are 100 percent right

  • @bobitabaruah2172
    @bobitabaruah2172 3 года назад +66

    যদি ডাক্তৰ, উকীল,মিনিষ্টাৰ কিছুমানে অপৰাধীক সংগ দিয়ে বা নিজেই অপৰাধ কৰে তেন্তে আমাৰ নিৰাপত্তা ক'ত ?

  • @popyduttakalita7064
    @popyduttakalita7064 3 года назад +30

    সচাকৈ চিন্তনীয় বিষয়... ভুক্তভোগীকেইগৰাকীয়ে উচিত ন্যায় পাব লাগে... লগতে সেই মানৱৰূপী দানৱ জনক উচিত শাস্তি প্ৰদান কৰিব লাগে

  • @didarmirdha123
    @didarmirdha123 2 месяца назад

    Thanks a lot to Advocate.

  • @suchentaid3898
    @suchentaid3898 2 года назад +5

    অতি সোনকালে এই লম্পটোক ধৰিব লাগে

  • @arindombaruah8504
    @arindombaruah8504 3 года назад +27

    Request Administration Catch him immediately for Justice...

  • @binapanibhumik9894
    @binapanibhumik9894 3 года назад +66

    ভুক্তভুগীয়েহে কথাবোৰ বিশ্বাস কৰিব।

  • @RengoniKalita
    @RengoniKalita 2 месяца назад +1

    Advocate goraki really thank you. Enekua hb lage

  • @DilipDas-zw9ui
    @DilipDas-zw9ui 3 года назад +5

    "গজেন নাথ"নামৰ দৈত্য টোক প্ৰথমে চাকৰিৰ পৰা নিলম্বীত কৰক তাৰ পিছত যাবজীৱন কাৰাদণ্ড দিয়ক আৰু যি কেইজনীক ডিভোৰচ দিছে তেখেত সকলক যাবজীৱন পোহপাল দিব লাগে। লগতে মুখ্যমন্ত্ৰী মহোদয়কো আহ্বান জনাইছোঁ তেখেতে যেন এনেকুৱা অপৰাধীৰ ওপৰত অতি সোনকালেই বিচাৰ কৰি উচিত শাস্তি দিয়ে ।এই অপৰাধৰ লগত জড়িত থকা বায়েক-ভিনীয়েক নে ভনীয়েক-ভনীজোৱাইয়েক ইহতকো কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰক। ধন্যবাদ

  • @MileswarGogoi-v4x
    @MileswarGogoi-v4x 2 месяца назад +2

    ডক্তৰ জনৰ 100% ভুল আছে আৰু যাতে কোনো ছোৱালী জীৱন ধ্বংস নহয় তাৰ বাবে ৰাইজ সাৱধান আৰু আমাৰ চৰকাৰ খনেউ ইয়াৰ উপৰত সু-ব্যৱস্থা লওঁক মই তাৰেই কামনা কৰিলো ধন্যবাদ

  • @gayatreedutta7714
    @gayatreedutta7714 3 года назад +34

    এনেকুৱা মানৱৰুপী দানৱক ফাচি কাঠত ওলমাব লাগে

  • @rajeshrajowar8998
    @rajeshrajowar8998 3 года назад +21

    সেইটো কাৰণে মই ভাবোঁ সকলো ডাঃ ভালে নেথাকে........

  • @techingzone7927
    @techingzone7927 3 года назад +42

    তেখেতৰ বাইদেউ ভিনদেউক আৰু মাক জনি ধৰি মাৰি শেষ কৰিব লাগে

  • @SontiKalita-i5s
    @SontiKalita-i5s Месяц назад

    তেনেকুৱা কুখ্যাত চিকিৎসকক শাস্তি দিয়া উচিত।

  • @prabhatahom4010
    @prabhatahom4010 3 года назад +65

    আমাৰ CM আজি ৰাইজৰ অতি আপোন
    আশা কৰো দানৱ ৰূপী ডাঃ নাথক উপযুক্ত
    আইনী লবৰ বাবে আদেশ দিয়ক ।

  • @jyotsnarajkhowa1230
    @jyotsnarajkhowa1230 3 года назад +6

    Cancel his license immediately and also his brother in laws license as an advocate

  • @priyankurdutta8266
    @priyankurdutta8266 3 года назад +8

    সচাকে বৰ লাজৰ কথা ৷ ডক্তৰ এজনক সকলোৱে সমাজত উচ্চ স্থান প্রদান কৰে ৷ বিয়া বাৰুৰ ক্ষেত্ৰটো তেওঁলোকে প্রাধান্য পায় ৷ সকলো লোকেই নিজৰ কন্যাক এজন ডক্তৰ বা ইঞ্জিনিয়াৰলৈ বিয়া দিব বিছাৰে ৷ কিন্তু এই ঘটনা হোৱাৰ পাছত সমাজত তেওলোকৰ স্থান অৱনমিত হৈছে। এতিয়া অন্ততঃ মাক দেউতাকে ছোৱালীক বিয়া দিয়াৰ ক্ষেত্রত বহু পৰিমাণে সজাগ হোৱা উচিত ৷

  • @badanchgogoi8066
    @badanchgogoi8066 2 месяца назад

    মই এটা কথা ভাবিছোঁ আমাক এনেকুৱা অসভ্যা ডাক্তৰৰ দৰকাৰ নাই এনেকুৱা ডাক্তৰ চৰকাৰ কিয় ৰাখিছে ।
    আৰু মহিলা সকল সজাগ হোৱা দৰকাৰ।গজেন ডাক্তৰৰ বিচাৰ হোৱা উচিত মহিলা সকল মহিলা সমিতি লগ হৈ চৰকাৰৰ ওচৰত ধৰ্ণা দিয়ক যাতে বিচাৰ কৰিবলৈ বাধ্য হয়।

  • @kbbkgameing7916
    @kbbkgameing7916 3 года назад +55

    পগলা ডক্টৰ সেইজন, পুলিচ বিলাক কত শুই থাকে জেললৈ লৈ যোৱা😭😭😭😭😭

  • @nonidarigmili7969
    @nonidarigmili7969 2 месяца назад

    বাইদেউ আপোনাৰ নিচিনা অধিবক্তা হব লাগে। thanks

  • @Danirojasfc6
    @Danirojasfc6 3 года назад +7

    KEEP IT UP...

  • @dipanjalidas7360
    @dipanjalidas7360 3 года назад +7

    Our honorable CM SIR Please 🙏 sonkale action lobo lage its request sir...

  • @dulumonirajkonwar5858
    @dulumonirajkonwar5858 3 года назад +16

    মানুহ জনক ফাঁচী দিয়ক

  • @munmichetia6032
    @munmichetia6032 3 года назад +16

    এইটোক মাৰিয়ে পেলাৱ‌ লাগে।

  • @dipaliburagohain3475
    @dipaliburagohain3475 3 года назад +5

    কি ভয়ানক কাণ্ড । ভাষা নাই , ডাক্তৰ টোক উচিত শাস্তি প্ৰদান কৰে যেন ।

  • @dibakarbora93
    @dibakarbora93 3 года назад +19

    Please discharge him from service.He will be harm for other.

  • @dikshitasarma2959
    @dikshitasarma2959 2 года назад +3

    এনেকুৱা ডক্তৰ ক ফাঁচী দিব lge ako ভগবান নহয়😠😠

  • @basantidas8161
    @basantidas8161 2 месяца назад +2

    ডক্তৰ জনক আৰু তেওঁৰ লগত জড়িত থকাসকলক উপযুক্ত শাস্তি দিব লাগে।

  • @utpalborah6726
    @utpalborah6726 3 года назад +4

    আটক কৰক প্ৰথম, আৰু ইটো পলাবই......

  • @chayanikakonwar3247
    @chayanikakonwar3247 3 года назад +5

    অনিমা লগত অলপ বলে গ সম্পৰ্ক আছে যেন পাওঁ

  • @nitusvlogsandent.6737
    @nitusvlogsandent.6737 3 года назад +47

    মই হলে তাক গুৰিতে কাতিলো হয়। মই নিজৰ কেচ নিজে চমভালিলো হয়।

    • @mukthangbasumatari3770
      @mukthangbasumatari3770 3 года назад

      Moi hole guri nakati khipae sipae ughali dilu hoi...😂😂😂

    • @mediguide_edutech
      @mediguide_edutech 3 года назад +2

      Set dal kaatiba neki .... sudibole set daal uliaute kaati diba

    • @jbr148
      @jbr148 3 года назад

      কবলৈ সহজ কৰিবলৈ টান

  • @utpalborah6726
    @utpalborah6726 3 года назад +22

    যি জন পুলিচ বিষয়াই দ্বিতীয় গৰাকীৰ কেচটো ওলোটা কৰিছে তেওঁক সোধপুছ কৰক।

  • @subansirimorasutiminibogin9413
    @subansirimorasutiminibogin9413 3 года назад +3

    এনেকুৱা মানুহক ধৰি কাটি দিব লাগে

  • @devrajdutta5179
    @devrajdutta5179 4 месяца назад +2

    আমাৰ আইনী বেব্যস্থা খুবেইশোচনীয়।আইনৰ সুৰুঙাৰে কেনেকৈ সদায় সাৰি যায়। দুই তিনি গৰাকী ছোৱালীৰ জীৱন শেষ কৰা এই পাষণ্ডটোৰ গুপ্ত অংগ কাটি পেলাব লাগে।জীয়াই থাকিবলৈ এই নৰপশুটোৰ লাজ লগা লগা নাইনে? এইজনী মাক নহয় ৰাক্ষসী।জানি শুনি ছোৱালী দুজনীৰ তেজ খাইছে এই নৰ পশুটৈৰ শাস্তি পাওঁক।

  • @pranjanadeka8403
    @pranjanadeka8403 3 года назад +3

    Nari xurokhar uprt jldi aein uliyaok🙏🙏🙏 nhole aru bhut kiba dekhibo lagibo ami sbe

  • @munmihazarika779
    @munmihazarika779 4 месяца назад

    ধন্যবাদ বাইদেউ, আপোনাৰ বক্তব্যত মই একমত। যিহেতু আমি মহিলা সকলে মহিলা ক ৰক্ষনা বেশন দিয়াতো খুবেই প্রয়োজন হৈ পৰিছে, বৰ্তমান সময়ত।

  • @manojhazarika4765
    @manojhazarika4765 3 года назад +27

    তাৰ কণীটো কাটি পেলাব লাগে

  • @Lalithitaumli
    @Lalithitaumli 2 месяца назад

    সুন্দৰ🙏 43:40

  • @tapashthakuria830
    @tapashthakuria830 3 года назад +8

    Make this channel available at Tata Sky!!

    • @putuldas3984
      @putuldas3984 3 года назад

      Pasutuk. Garalat rakhiba lage

  • @chinmoydas4475
    @chinmoydas4475 4 месяца назад +1

    এইবোৰ মানুহক নিজেই সঠিক একচন ল'ব লাগে আইন আদালত ভৰষা কৰি কোনো লাভ নাই ।

  • @meditatingmoods1852
    @meditatingmoods1852 3 года назад +5

    I advise all young girls to move out immediately in such relationships...if your husband has extramarital relationships or hides important details before marriage.

  • @devikagogoi2898
    @devikagogoi2898 3 года назад +36

    বতৰ্মানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বহুত ভাল সোনকালেই ন্যায় পাব ।

    • @bijumonikhanikar7540
      @bijumonikhanikar7540 3 года назад

      নাৰিক খেলৰ পুতলা বুলি ভবা নৰ পিখাচ ফাচি দিয়ক

  • @পইতাভাতগগৈ
    @পইতাভাতগগৈ 3 года назад +14

    অসমৰ গোটেই চৰকাৰ খনেই লোভীয়া গতিকে তলৰ বিলাক কিয় লোভীয়া নহব।

  • @manojhazarika4765
    @manojhazarika4765 3 года назад +5

    এইটো এটা doctor নহয়। ই এটা গৰু

  • @abdulrohimsarkar3328
    @abdulrohimsarkar3328 3 года назад +10

    ঘটনাটো শুনি চকৰ পানী ওলায়। দুঃখলগা ঘটনা এই ঘটনাৰ লগত জঢ়িত সকলোৰে উপযুক্ত শাস্তি হব লগে ।

  • @shivanandasingha7795
    @shivanandasingha7795 3 года назад +16

    Govt and administration should take appropriate legal action against the culprit we the public want justice for all the people and seek justice as soon as possible

  • @tapankalita8997
    @tapankalita8997 3 года назад +40

    মানব নহয় দানব🤦‍♂️🤦‍♂️🤦‍♂️

  • @charulatakalita1905
    @charulatakalita1905 4 месяца назад

    Advocate Munmi Dutta madam have said the right things.Whole the Society should come forward .

  • @madhusmitaroy5914
    @madhusmitaroy5914 3 года назад +5

    Tak dhori val ke moja dib lage. bartoman police bht supportive so apunalokr help krib...

  • @chanikachari_
    @chanikachari_ 3 года назад +2

    Certificate খন Miss use ৰ কাৰণে Valluless হ 'ব লাগে | আৰু দহ বছৰৰ কাৰণে সস্পত্তি বাজেপ্ত কৰিব লাগে আৰু বাছি থাকিব ইচ্ছা কৰে যদি খাহী কৰি এৰি দিয়ক |

  • @pranitasharma8516
    @pranitasharma8516 3 месяца назад +3

    বায়েকজনীৰ নামটোৰ ওপৰত সন্দেহ আছে কাৰণ অনিমা নে অঞ্জলি সেইটোও খাটাং কৰক।

  • @PradipDas-pq8ld
    @PradipDas-pq8ld 4 месяца назад +1

    সাঙবাদিক ডাঙৰীয়া, এই মহান গুনৰ অধিকাৰী ডক্তৰ গজেন নাথৰ ফটোখন ডাঙৰ কৰি দেখাই দিয়ক। তেওঁৰ কৰ্ম ৰাজিবোৰ বৰ ভাল লাগিছে। তেওঁক নমস্কাৰ এটা দি আহিব মন গৈছে।

  • @rajibbori5
    @rajibbori5 3 года назад +33

    গজেন নাথৰ মাক জেনীৰ মানসিকতা
    মানিব লগীয়া ।

  • @uttamgaming5966
    @uttamgaming5966 3 года назад +9

    Doctor ক crime patrol আৰু cinema চাই চাই বেছি নিচা লাগিলে সেইকাৰণে এনেকুৱা কৰিছে 😏😂😂😂

  • @gobindastidar2082
    @gobindastidar2082 3 года назад +11

    আজিৰ স্মাৰ্ট পুলিছে এইগৰাকী (so called !) ডাক্টৰক গেপ্তাৰ নকৰে কিয় ?? কিহৰ বাবে অপেক্ষা কৰি আছে ?

  • @purnimasaikiabora713
    @purnimasaikiabora713 3 года назад +2

    Advogate goraki r kotha. Oti hundor

  • @allone2175
    @allone2175 3 года назад +3

    Let Anima n Gajen be published

  • @meditatingmoods1852
    @meditatingmoods1852 3 года назад +2

    Doctor or whoever ...Men are Men Almost most of them are same.Bhal lagil je duitak pitile

  • @shaknasim4600
    @shaknasim4600 3 года назад +8

    ডাঃ হৈ যদি ড্ৰাগচ খোৱাই তেনে হলে ডাঃ গুলীয়াই মাৰক

  • @RitikaDoley
    @RitikaDoley Месяц назад

    good di

  • @dilipgogoi1508
    @dilipgogoi1508 3 года назад +20

    এনেকোৱা চিকিসক নৰ বলি দিব লাগে

  • @sarananirabha6596
    @sarananirabha6596 24 дня назад

    মামা আপুনি এই বদমাছ মানুহ বোৰক কিয় ফাচি নিদিয়ে।।।।।। এইবোৰক ফাচি দি অসমখন মুক্ত কৰক।।।।।

  • @prakashhazarika2441
    @prakashhazarika2441 3 года назад +31

    মানুহ চাই বিয়া হব লাগে আইদেউ

  • @RumaBora-d4t
    @RumaBora-d4t 4 месяца назад +2

    গজেন নাথৰ পৰিয়ালৰ এইটো এটা ডাঙৰ মানসিক ৰোগ। এই পৰিয়ালটোক জিয়াই থকা উচিত নহয়

  • @pulenmahanta948
    @pulenmahanta948 3 года назад +3

    আপোনাক বিয়া দিওঁতে ঘৰৰপৰা একো চোৱা নাছিল নেকি ?

  • @jugalsonowal7870
    @jugalsonowal7870 3 года назад +15

    মাৰি পেলাব লাগে তাক।

  • @punjanbaruah9427
    @punjanbaruah9427 3 года назад +18

    গজেন চন্দ্ৰ নাথৰ মাক ৰাক্ষসী নেকি !

  • @bimalbora4814
    @bimalbora4814 3 года назад

    ৰাইজ ডাঃ গজেন নাথ চিকিৎসকক ভগৱান বুলি আখ্যা দিছে মই ভুল বুলি নকওঁ ৷ কিন্তু আজি কালি মহিলা সকলে ডাক্টৰ ইঞ্জিনিয়াৰ বুলি কলে বলিয়া হৈ যায় , গতিকে তাল এপাত
    নাবাজে ৷ সৰু সৰু মানুহক মানুহ বুলি
    গন্য নকৰে ৷ গতিকে বৰ্ব্বৰতাৰ পৰিচয় দিয়া
    এনে চিকিৎসকক

  • @polidas8006
    @polidas8006 3 года назад +3

    Junmoni debi khound baideu Apuner khototak kholagisu🙏

  • @ManjulaKalita-n2c
    @ManjulaKalita-n2c 2 месяца назад

    তুমালুক চাৰিজনী কন্যা লগ হৈ যোৱা দেখিবলৈ পাবা কি কি হ'ব শি ডক্টৰ হবয় নোৱাৰে ডক্টৰৰ মন কুমল ইমানেই কুমল যে শীঙঘ নিছিনা পছেন আইচ হৈ পৰে 🙏🙏

  • @monuramkhaklary5613
    @monuramkhaklary5613 3 года назад +4

    আচলতে কিছুমান মহিলা আৰু ছুৱালীবোৰে ধনী চাকৰিয়াল বা দাঙৰ ব্যৱসায় আছে বুলি গম পালে বিয়া হবলৈ ৰাজি হৈ থাকে । কিন্তুু দুখীয়া ঘৰৰ লৰা যদি হয় খাতিৰেই নকৰে । গতিকে ইয়াত সুবিধা লুৱা জনে যিমান দুখী সুবিধা দিয়া জনো সমানেই দূখী । সুবিধা দিয়া বাবেহে সুবিধা পাইছে ।

  • @upendrasaharia4925
    @upendrasaharia4925 3 месяца назад +1

    তাক ফাঁচী দিব লাগে।আইন আদালতৰ বিছাৰ শুদ্ধ হ'ব লাগে । পুলিচ,উকিল এইবোৰে টকা খোৱা বন্ধ কৰি আইনক সৎ ব্যবহাৰ কৰক অন্যথা আপোৰলোকৰ ল'ৰা ছোৱালীও বেয়া হব খাতাঙ।

  • @-AjantaMali
    @-AjantaMali 3 года назад +7

    Boycott him immediately from hospital

  • @pramilakhakhlary9882
    @pramilakhakhlary9882 4 месяца назад +1

    জোৰ যাৰ,মুলুগ তাৰ। তাতোকৈ হাজিৰা কৰা লোকৰ লগত ছোৱালী বিয়া দিলে ছোৱালী সুখী হৈ থাকিব।

  • @junudeka2295
    @junudeka2295 3 года назад +4

    তেজপুৰ মেনতেল ত ৰাখিলে মতলব বোৰ ভাল হব নেকি

  • @harenboro6020
    @harenboro6020 Месяц назад

    CM should take necessary action immideatly against the police and criminal in the first track

  • @krishnakalita1476
    @krishnakalita1476 3 года назад +3

    এনেকুৱা চিকিৎসক আমাক নালাগে। অভদ্র চিকিৎসক কৰবাৰ,

  • @deeptihazarika9934
    @deeptihazarika9934 Месяц назад

    অধিবক্তা বুলিলে আমি সাধাৰণতে বুজি পাও টকা খোৱা পাষাণ

  • @divishakayshap1842
    @divishakayshap1842 3 года назад +3

    Enekuwa bahut ghatona ase,court ot bahut dekhibo kintu enedharanor ghatona police ru court xurunga buror karone xari Jai. Victim ot koi criminal e Justice Pai. Eibur hoi thake , Strong Law ase kintu Implementation val nahoi. Akol xakolute poisa r khel.
    CM sir k onurudh koru amar Law bur jate victim r babe strong hoi ru victim nariye justice Pai.

  • @TarakiborahKhaund
    @TarakiborahKhaund 2 месяца назад

    চিকিৎসকৰ যহতে আজি মৌমিটাৰ মৃত্যুৰ মূখত পৰিল। নিজৰ মাইকী জনিটো কোন হয়

  • @SharifulIslam-786
    @SharifulIslam-786 3 года назад +6

    We should protest all kinds of injustice never tolerate

  • @badanchandragogoi7625
    @badanchandragogoi7625 3 года назад +2

    এই অসুৰ টোক গছত বান্ধি ৰাজহু ৱাকৈ শিল গুটি মাৰি বধ কৰিব লাগে।

    • @badanchandragogoi7625
      @badanchandragogoi7625 3 года назад

      আপোনালোকে সদৌ অসম মহিলা সমিতি ৰৰ সহযোগত গোচৰ তৰক আমি আপোনালোকৰ লগত আছো।

  • @digantadas6171
    @digantadas6171 3 года назад +3

    এই বিলাকক কঠুৰ শাস্তি দিব লাগে।

  • @raidiongiaphulogurikhagari5187
    @raidiongiaphulogurikhagari5187 2 месяца назад +1

    উকিল আৰু পুলিচৰ ডাঙৰ ডাঙৰ বেমাৰ হ'ব

  • @mantukalita4915
    @mantukalita4915 3 года назад +6

    অসমৰ মুখ্যমন্ত্ৰী হিমন্ত আৰু তেওঁৰ চৰকাৰৰ মন্ত্ৰী বিধায়কৰ বাবে বৰ্তমান সময়ত অসমত নৰ - নাৰী বা অন্য জীৱ - জন্তুৰ ভিতৰত অকল গৰুহে সুৰক্ষিত নহয় । সেয়েহে অসমত গো সুৰক্ষা আইন হ'ল আটাইতকৈ প্ৰয়োজনীয় বিষয় । এনেকুৱা ঘটনাবোৰত মুৰ ঘমাবলৈ সময় ক'ত ??? যি কৰিব পাৰি সমাজেই একত্ৰিত হৈ কৰিব লাগিব , ইয়াৰ বিকল্প কিবা আছে বুলি নাভাৱো ।

  • @hareswarhandique2096
    @hareswarhandique2096 4 месяца назад +1

    তাৰ গুটি কাতি পেলাব লাগে । দেবী আৰু মজোদাৰ দুটাৰে উচিত শান্তি হব লাগে ।

  • @niranjanlive6470
    @niranjanlive6470 3 года назад +7

    ইয়াৰ লিংগ বিচ্ছেদ কৰিৱ লাগে।

  • @amulyasarma4057
    @amulyasarma4057 2 месяца назад

    This case should be well judged.