যোৰহাট লোকসভা সমষ্টিত নতুন সদস্যভৰ্তি বেকফুটত নেকি বিজেপি?

Поделиться
HTML-код
  • Опубликовано: 10 ноя 2024

Комментарии • 32

  • @taradoi7957
    @taradoi7957 Месяц назад +7

    মই যি দেখিছো শুনিছো বুজিছো কি বিজেপি কি কংগ্ৰেছ সকলো বোৰ দলেই অসমীয়া খিলঞ্জীয়া লোকৰ বাবে কোনো কাম কৰা নাই । মোৰ বাবে সকলো দলেই বেয়া । ।অৱশ্যে
    কংগ্ৰেছৰ প্ৰয়াত মুখ্যমন্ত্ৰী গোপিনাথ বৰদলৈ ডাঙৰীয়াই খিলঞ্জীয়া জনগোষ্ঠীৰ বাবে বহু কৰি গৈছিল ।

  • @taradoi7957
    @taradoi7957 Месяц назад +4

    মোৰ দৃষ্টিৰে-------------
    যিহেতু অসমত মিঞা বহুত দিনৰ পৰাই আছেই ( নতুনকৈ অহামিঞাখিনিক বাদ দি ) তেওঁ লোককটো এতিয়া খেদাৰ কাৰো অধিকাৰ নাই ।যিটো কাম কোনোদিনে সম্ভৱ নহয় বা মিঞা লোক সকলক খেদাৰ সম্ভৱ নহয় নোহোৱা কামটোক ইমান হুলস্থুল কৰাৰ কি প্ৰয়োজন আছে ।অশান্তি আৰু সমস্যাৰ বাহিৰে কিবা লাভ আছে জানো ? গতিকে এনেয়ে মিঞা মিঞা কৈ চিঞৰি অশান্তি পৰিৱেশ সৃষ্টি কৰা প্ৰয়োজন নাই ।

  • @mularammili3484
    @mularammili3484 Месяц назад +2

    হিমন্তক সন্মানীয় গোপীনাথ বৰদলৈ দেৱৰ লগত তুলনা কৰি ‌বৰদলৈ দেৱৰ উচ্ছ সন্মান সপমান কৰা হৈছে।

  • @muzamelislam2133
    @muzamelislam2133 Месяц назад

    ৫০০ টকাত বজাৰ নহয় দেখোন

  • @ChrisBrownBreezyBoyyyy
    @ChrisBrownBreezyBoyyyy Месяц назад +1

    AAP r jone 100 % hosa ktha koise salute 🫡

  • @ranjitphukan7787
    @ranjitphukan7787 Месяц назад +2

    কংগেছ মিঞাৰ লগত আছে উজনিত গৌৰৱ বুলি জিকিছে কংগেছ বুলি জিকা নাই

    • @Chaitanuddin
      @Chaitanuddin Месяц назад +1

      Miya thake manei Congress party thikibo..

    • @SanjibanBoro
      @SanjibanBoro Месяц назад +1

      Congress manei mia. Gorob manei mia

  • @MainulHoque-rx7jo
    @MainulHoque-rx7jo Месяц назад

    বিভিন্ন দল সংগঠন সকলে চিন্তা কৰি চাওক অসমীয়া সুৰক্ষা কেৱল মুখেৰে কিন্তু অসমীয়া মাধ্যমৰ স্কুল সমুহ চৰকাৰি বাবে বন্ধহৈ আছে ৷ কিমান অসমীয়া ধৰদি আৰম্ভ হৈছে ?

  • @MainulHoque-rx7jo
    @MainulHoque-rx7jo Месяц назад

    ছাৰ আপুনি এটা প্ৰশ্নৰ উত্তৰ ৰাইজক দিয়ক যিটো সংবাদ মাধ্যমত প্ৰচাৰ যে যি দেশত চৰকাৰ , প্ৰশাসনিক বিষয়া আইন (SC Order )ভংগ কৰে সেইখন দেশত ৰাইজে কিমান খিনি আইন বুজি পাব ? ? যিহেতু সাধাৰণ ৰাইজে আইন বুজি নাপায় ৷
    কোনো এখন বিষয় ইতিহাসত লিপিবদ্ধ হোৱাটো সকলোৱেই বিছাৰে যাতে ভৱিষ্যতৰ প্ৰজন্মই বুজি পাই ঠিক সেই দৰে আমাৰ অসমখনৰ নাম ইতিহাসত লিপিবদ্ধ হব যে SC Order বুলি কোনো কথা নাই ৷ যত মান্যতাই স্থান নাপায় তত আৰু কিবা আছেনে ?

  • @অসমীয়াইউটিউবচেনেল

    Nice programm

  • @AnowerHussain-z6q
    @AnowerHussain-z6q Месяц назад +1

    Hitlar CM Assam

  • @muzamelislam2133
    @muzamelislam2133 Месяц назад

    হিন্দু মানুহে বস্তু কম দামত খাইছে নেকি

  • @AbulKasem-bd3zp
    @AbulKasem-bd3zp Месяц назад +1

    BJP Hataw

  • @chandanbora3483
    @chandanbora3483 Месяц назад

    কংগ্ৰেছ এতিয়া মিয়াৰ দল। যত মিয়া আছে তাতেহে কংগ্ৰেছ আছে। মিয়াক উচ্ছেদ কৰাৰ কাৰণে ইহঁতৰ বহু ক্ষতি হৈছে।

  • @SurenBoro-mv7tq
    @SurenBoro-mv7tq Месяц назад

    Congress manei Miya. Miya manei congress. Fuloni manei bagisa. Aru bagisa manei fuloni.

  • @dipankarkhargharia9952
    @dipankarkhargharia9952 Месяц назад

    সদস্য চবেই লব ভোট তো কথা বছতু দাম কমিছে লাইতৰ পৰা লুতিছে দৰবৰ দাম মুঠতে চাৰিওপিনে মাথো মানুহৰ নদন বদন

  • @DollyBoro-pz9tp
    @DollyBoro-pz9tp Месяц назад

    APCC bagala dekhi sadar bagala dikhi kiman vot aase

  • @KhairulAli-k6r
    @KhairulAli-k6r Месяц назад

    👍👍👍👍👍👍👍👍👍👍👍👍

  • @RupeshwarKalita
    @RupeshwarKalita Месяц назад

    Congrs. Bad. Voice

  • @DilipMili-wx2zi
    @DilipMili-wx2zi Месяц назад

    Birudi manuborak kio majat matiboloi diso.

  • @Sun.International
    @Sun.International Месяц назад

    চুপ্ৰিম কোৰ্টে অৰডাৰ দিয়াৰ পিচতো যেতিয়া যিসকল অসমীয়াই (অসমত বাস কৰা ভাৰতীয় নাগৰিকসকলে) অৰডাৰ মানি লব বিচৰা নাই যাৰ দ্বাৰা এইটো স্পষ্টকৈ প্ৰমাণ যে এইবোৰ ১)নামধাৰী অসমীয়া, এনে নামত অসমীয়া নাইবা ২) সাম্প্ৰদায়িক অসমীয়া নাইবা ৩) আইন-কানুন তথা সংবিধান নমনা গুণ্ডা অসমীয়া I গতিকে ভাল অসমীয়া সকলক বাদ দি নামধাৰী সাম্প্ৰদায়িক গুণ্ডা অসমীয়াসকলক কৈছো যে তোমালোকে সংশোধন হৈ যোৱা... আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সংসদতে আৰু বহু ঠাইত খোলা খুলিকৈ বহুত অসাংবিধানিক কথা কয় যাৰ জৰিয়তে 'যেনে গুৰু, তেনে শিষ্য' পৰিবেশ এটাৰ জন্ম পাইছে... তেওঁ কয় যে উজনি অসমৰ মানুহ নামনিলৈ বা নামনি অসমৰ মানুহ উজনি অসমলৈ অহা-যোৱা কৰিব নোৱাৰে, অসমত মুছলমানৰ বাহিৰে বাকী সকলো আহিব পাৰিব. তেওঁ নিজেই আইন জানে, পি এইছ ডি ও কৰিছে... তেও ভাৰতৰ কোনখন সংবিধানত বা কোনটো আইন অনুচ্ছেদত এনেকুৱা যিবোৰ কৈছে এইবোৰ দেখুৱাই দিব পাৰিব ? কেইদিনমান আগৰ পৰাই বুক ফিন্দাই কৈ আছিল, 'অ মই বুলডোজৰ চলামেই, উচ্ছেদ কৰিমেই I' এতিয়া কোনোবাই অসমত বুলডোজৰ চলাই বা উচ্ছেদ কৰি দেখুৱাই দিয়কচোন... কিমান সাহস আছে, শৰীৰত তেজ আছে... আজি অসমত জপিয়াই থকা সকল পানীত ভিজা মেকুৰীৰ নিচিনা হৈছে দেখোন... চুপ্ৰিম কোৰ্টে মানা কৰিলে, ১ তাৰিখে আকৌ কিবা অৰডাৰ দিব চুপ্ৰিম কোৰ্টে... উচ্ছেদ অভিযান কোনোৱে বেয়া নাপায়... কিন্তু কিছুমান নিয়ম নীতিৰে শান্তিপূৰ্ণভাৱে বিচাৰ কৰি যিবোৰ সঁচাকৈয়ে উচ্ছেদ কৰিব পাৰি সেইবোৰক জাননি দি উচ্ছেদ চলাব লাগে I তেতিয়া কোনো বেয়া নাপায়... আৰু খুব হাস্যকৰ কথা হল যে বহু মানুহে অসমীয়া বুলি অসমখনক দাবি কৰে, বিহাৰী বুলি কৈ বিহাৰখনক দাবি কৰে... আচলতে মাত্ৰ এটা সাধাৰণ বাক্যত কথাটো কব পাৰি... 'এজন ভাৰতীয় নাগৰিকে ভাৰতৰ যিকোনো ঠাইত (আইনে বা সংবিধানে নিষিদ্ধ কৰা ঠাইক বাদ দি) স্বাধীনভাৱে কাৰো ক্ষতি নকৰাকৈ শান্তিপূৰ্ণভাৱে থাকিব পাৰিব... তেওঁ ভাৰতৰ যি ঠাইত ঘৰ-মাটিত কিনক বা যি ঠাইত ৰুম ভাড়া কৰি থাকক, ব্যৱসায় কৰি থাকক সেইটোত আমি চকু দিব লগা বিষয় নহয় I আনকি এজন বিদেশীয়ো শান্তিপূৰ্ণভাৱে থাকিব পাৰে...যদি কিবা ক্ষতি কৰে বা অবৈধ কাম কৰে তাৰ বাবে আইন-আডালত আছে, থানা আছে... কিন্তু কোনো প্ৰাশাসনিক বিষয়া, আৰক্ষী বিষয়া, নেতা, মন্ত্ৰী আদিয়ে আইনৰ উৰ্ধত যাব নালাগে... আমাৰ ভাৰত আইন, সংবিধান, ন্যায়ালয়ৰ আদেশ অনুযায়ী চলে... কাৰো গুন্দাগিৰি বা দাদাগিৰিত নচলে... গতিকে সকলোৱে মিলা প্ৰীতিৰে থাকিব লাগে...

  • @ThakursingBorkola-eq4jv
    @ThakursingBorkola-eq4jv Месяц назад

    Udsad karesa velpaisu tuhuta vugebo pora neyto katha kobo aheso .meak dalesa pare deagoi

  • @prasannakumar9373
    @prasannakumar9373 Месяц назад

    Cm kiman mati kiy thakiboloi pre

  • @ChandanBiswas-v7j
    @ChandanBiswas-v7j Месяц назад

    Ki je kotha koi 😂😂😂 mod khaboloi sarkare koi niki tohote mod khai mor

  • @Chaitanuddin
    @Chaitanuddin Месяц назад +1

    Tupi pindha hindu virodhi tu koun nu..

    • @SpeedMatters.
      @SpeedMatters. Месяц назад

      Kuntu sentence koise hindu birudhi. Eta sentence kosun. Mani jam.

  • @Chaitanuddin
    @Chaitanuddin Месяц назад +1

    Upper Assam babe jodi kunu CM a kiba kam krise teo hol Himanta Biswashama..baki CM r eku kam nai..