এই যে আপুনি প্ৰথমতে চাদৰৰ মুঠিৰ পৰা পইছা উলিয়াই দিলে এইটো দেখি মোৰ সৰুকালৰ মায়ে এনেকৈ পইছা দিয়ালৈ মনত পৰি গল । Village life is so much peaceful and healthy .
Baideu apunar video aji salu val lagil apunar video t gaolia. Amud ase .agole aru anekua video dibo buli. Akha rakhish aru apunar resipe Bilak u bhut beleg aru val loga hoi
Eman dhunia poribekh aru khadyo....gaon khnt gole ahiboloi mon nejabo
বহুত বহুত ধন্যবাদ আমাৰ গাঁও ৰ পৰিবেশটো ভাল পোৱা বাবে।।।
Oti hundor khabor mon gol, husadu anza video ti sai bhal palu👍👌🏾
💕💕🙏🙏🙏🙏
প্ৰাকৃতিক পৰিৱেশটো অতি মনোৰম,, পাহাৰীয়া ঠাই নৈ জান জুৰি কাৰু লগত তুলনা কৰা নহয়,, আৰু আগবাঢ়ি যোৱা
ধন্যবাদ জনালো আপোনালৈ
👌👌👌
ঐতিহ্যৰ মাপকাঠিৰে এটা সংস্কৃতি বান পৰিয়ালে যি পৰম্পৰা আগবঢ়াইছে, সচাই শলাগলবলগীয়া🙏🙏🙏🙏🙏
বহুত বহুত ধন্যবাদ জনালোঁ
আপোনাৰ ৰন্ধন শৈলী এনেও শলাগিবলগীয়া।
দুতাৰা আৰু বাঁহৰ গাঁঠিৰ চকাৰ গাড়ীখনৰ উপস্থাপন ভাল লাগিল।
পুৰণি কথা মনত পৰিল।
অশেষ ধন্যবাদ জ্ঞাপন কৰিছো
Mur vlogs buru sbo sun deii 😊subscribe kri dbo ❤️ support kribo,,...
perfect combination of Food and Music. loved it 👌👌👌
Thank u so much for your love and support baa ....
Baa Amar Channel Ata ase Sabaun #DANUJ VLOG
এই যে আপুনি প্ৰথমতে চাদৰৰ মুঠিৰ পৰা পইছা উলিয়াই দিলে এইটো দেখি মোৰ সৰুকালৰ মায়ে এনেকৈ পইছা দিয়ালৈ মনত পৰি গল । Village life is so much peaceful and healthy .
Thankyou 🧡 so much 💕🙏
Bohut bostu ami pahoriei pelaisu...aji akou monot poril ...thanks a lot
বহুত বহুত ধন্যবাদ আমাৰ ভিডিঅ বোৰ আঁকোৱালি লোৱা বাবে
Bahir xur xunile mon jur pori jai khub sundor bahi bojai de
Okhekh dhanyawad apunaloi 👍🧡🙏
Apunar resipe bur bor Val lage .. jodi pare amaku akhaj khubo xun khuri
Apunalukor video tu sai khub bhl lagil....
🙏🙏💕🧡💕💕💕
Apunalukor Protitu Video aru Recipe Bohut Tasty Tasty Hoi...Videou Bohut Dhuniya Hoi...Mojja...
Bht bht dhanyabaad janalu tumaloi
আপোনাৰ এই সূন্দৰ থলোৱা ৰেচিপি বোৰ ভিডিঅ জৰিয়তে আগবহোৱাৰ বাবে ধন্যবাদ
আপোনাৰ সুন্দৰ কমেণ্ট টো পঢ়ি সুখী হলো ।
লগতে আমাৰ ভিডিঅ সমূহ আদৰি লোৱা বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছো
Khau khau lagesa.ratipuata apunalukor video sai vuk lage goisa
😊😊😊😊ধন্যবাদ জনালোঁ
Bor vl lgil gaor poribekh aru posola murgi magkh moja lgil video tu sai 👌👌👌👌
💛💛💛💛💛💛🙏🙏🙏🙏🙏🙏
Ki hundor bojaise Manuh jone ...Logite Randhiseu khub tasty.
বহুত বহুত ধন্যবাদ জনালোঁ আপোনালৈ
অতুলনীয়__কোনো শব্দৰে প্ৰকাশ কৰিব নোৱাৰি৷৷
লৰাছোৱালী দুটাৰে সৈতে দাদা আৰু বাইদেউ__কিমান যে সুখী সেই জীৱন৷৷
জীৱনৰ প্ৰকৃত সুখ৷৷
বহুত বহুত ধন্যবাদ জনাইছোঁ ইমান সুন্দৰ comment টোৰ বাবে
Apunar vedio bur sai hosa koiye val lage
🙏🙏🙏🙏
ইমান ভালকৈ বনাইছে । আমিও হৈছোঁ গাঁওলিয়া , আমাৰ গাঁও চেনেলৰ সমূহ কৰ্ম কৰ্তাক বহুত, বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ জিলা ( মৰিগাঁও,) চৰাইহাগী পৰা ।
বহুত বহুত ধন্যবাদ সদায়েই আমাৰ ভিডিঅ বোৰ উপভোগ কৰি আমালৈ সুন্দৰ সুন্দৰ কমেণ্ট পঠাই অহাৰ বাবে ।
সুন্দৰ পদক্ষেপ,,,,, বৰ ভাল লাগিছে,,,, গাঁৱলীয়া পৰিৱেশৰ আনন্দ অতি অনুপম
বহুত বহুত ধন্যবাদ জনাইছোঁ
খাদ্যৰ লগতে আৰু বহু কিবাকিবি সোৱাদ পালো । অতি সুন্দৰ ।
Thanks a lot 🧡👍
আপোনাৰ সকলো video's চালোঁ। আমাৰ মিচিং সমাজৰ খাদ্য সম্ভাৰ সমূহ উপস্থাপন কৰা হৈছে। ধন্যবাদ জনাইছো 🙏❣️ আগুৱাই যাওঁক আৰু আপুনি।
Eman dhuniya poribekh ❤❤ gaon khonoloi gole😊😊 ghuri ahibo mon najaboi😊😊
সঁচাই মন মুগ্ধ কৰিব পৰা গাওঁ ৰ নিভাজ পৰিবেশ।
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো
Apunar video sabole bohut akhare roi thaku baido imn val lagise sai..bohut bohut morom jonalu
বহুত বহুত ধন্যবাদ আপোনালৈ
Sai bhal lagil notun recipi tu kintu amar ghorot enekoi bonale kuneo nakhabo gotike bonabo nuwarim
আমাৰ ভিডিঅ ত মছলা কম কৈ ব্যৱহাৰ কৰা হয় ,যদি আপুনি মছলা দিয়া ভাল পাই তেন্তে ইয়াত কিছু মছলা add কৰি বনাই চাব পাৰে । খাবলৈ নিশ্চয় ভাল পাব ।
👍
গাঁৱলীয়া এটি সুন্দৰ পৰিবেশ সজীৱ কৰি ৰাখিছে চিৰদিনৰ বাবে। আপোনাৰ video সমূহ চাই সঁচাকৈ বহুত ভাল লাগে।
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো
Sundar upastapan amar thaluwa kadyar, bor bhal lagil..
Thankyou so much 💕
বৰ সুন্দৰ উপস্থাপন। মন চুই গৈছে
Dhanyawad janalu 🙏🧡
ইমান সুন্দৰ পৰিবেশ বাইদেউ। বহুত ভাল লাগে ভিডিঅ'বোৰ আপোনালোকৰ
আপোনাৰ চননেলৰ ভালেকেইটা ভিদিও চালো। বৰ ভাল লাগিল। এনেকুৱা থলুৱা আহাৰ আৰু ৰীতি নীতি দেখিলে মোৰ শৈশৱৰ গাওঁ খননলৈ মনত পৰে।
Thankyou so much 💕
Apunalukor protitu video e bohut val lge😊😊
🙏🙏🙏🙏🙏🙏💛💛💛
এই নিভাজ অসমীয়া খাদ্য পৰম্পৰা সদায়ে আপোন।।।
ধন্যবাদ বৌ ।।।।
আপুনি আৰু প্ৰখ্যাত হওঁক।।।
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো
ইমান সুন্দৰকৈ উপস্থাপন কৰিছে আপোনালোকে।।
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো
সুন্দৰ ৰেচেপি। আপোনাৰ হাতৰ সকলো ৰেচেপিই ধুনীয়া 👌😋💗
🙏🙏🙏🙏💛💛💛💛 ধন্যবাদ জনালোঁ
বৰ সুন্দৰকৈ অসমীয়াৰ সৰল গাঁওৰ জীৱনটোক উপস্থাপন কৰিছে ।
💛💛💛💛💛অশেষ ধন্যবাদ জ্ঞাপন কৰিছো
Bar dhuniya lgil si baido,etiyar pra ru si e thakim apunar video
bahut vl lge apunar video bur sai
ধন্যবাদ জনালোঁ
Akhon dhuniya presentation
Dhanyawad janalu
খুব ভাল লাগিল । আপোনালোকক উৎসাহ জনাইছো
ধন্যবাদ আপোনালৈ
Aajikali ebur dekha nopoya haise aaponar video bura dekhi bahut val lagil.aagaleo di thakiba bas.
অশেষ ধন্যবাদ জ্ঞাপন কৰিছো
Eman dhuniya video bonai apunaluke
💞💞💕👍🙏🧡
saru kalor din boroli mont pori gol deutai anekoi mangkha ghrt basa asil ami sai thoka asilu maa mangkhar jogar krisil.bhut dhuniya video👌
আমাৰ video টোৱে আপোনাৰ মধুৰ স্মৃতিক সজীৱ কৰিছে বুলি জানি অতি সুখী হৈছোঁ। ধন্যবাদ জনাইছোঁ।
সুন্দৰ উপস্থাপন ঘৰলে মনত পৰি গল🥰
বহুত বহুত ধন্যবাদ জনাইছোঁ
সান্দহ গুড়ি পছলাৰ ব্যন্জন বিধ খাবলৈ বৰ হেপাহ থাকিল । ইমান ধুনীয়াকৈ ৰান্ধে আপুনি ।
Baideu apunar video aji salu val lagil apunar video t gaolia. Amud ase .agole aru anekua video dibo buli. Akha rakhish aru apunar resipe Bilak u bhut beleg aru val loga hoi
Okhekh dhanyawad gyapon korisu 🙏💕
Vdeo Tu sai iman relax feel korisu mane ki kom aru. Bohut bohut bhal lagil.
Bahut bahut dhanyawad gyapon korisu
ক'ত যুগতে এই ব্যঞ্জন খাইছিলো!হয়তো পাহৰিলোৱেই!ৰঙা মতা কুকুৰাৰ লগত কৰাই ভজা(সান্দহ গুৰি) সোৱাদেই সুকীয়া।ঘৰত মৃতকৰ সকাম বা শলিতা লগালে ভকতে এই ব্যঞ্জন ৰান্ধিছিল।উহ! তামাম আছিল,কলপাতত খোৱাৰ আমেজেই বেলেগ।আপোনাৰ এই ব্যঞ্জনত পচলা সংযোগ হৈছে।আগয়ে এনেদৰে খোৱা নাই!আজি শিকিলোঁ।এবাৰ প্ৰচেষ্টা চলাম।আশা কৰো গৰম দিনত গাওঁৰ খাদ্যবোৰ,সহজ ভাষাত গাঁওলীয়া খানাবোৰ---টেঙেচী দিয়া দাইল,খুতৰা মাছ শাকৰ তৰকাৰী………ইত্যাদিবোৰ চাবলৈ হেপাহৰে বাট চাই ৰলো।সকলোৰে মংগল হওক।শুভকামনা থাকিল।
হয়, আপুনি ঠিকেই কৈছে , এইটো আমাৰ ethnic recipe হয় । ইয়াৰ সোৱাদ খোৱা সকলে নিশ্চয় বুজিছে ।
টেঙেচী টেঙাৰ দাইল , খুঁতৰা মাছৰ আঞ্জা আমি আগৰ ভিডিঅ বিলাকত দিয়া হৈছে । অনুগ্ৰহ কৰি এবাৰ চাব ।
আপোনাৰ ইমান সুন্দৰ কমেণ্ট টোৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছো ।
Moiu hei bosorekia holiya loguat he ji khaisu,jodiu ahum nije bonai khai pua nai
সুন্দৰ,,, আৰু আগবাঢ়ি যাওক, আশীর্বাদ জনালোঁ,,, কেমেৰাৰ কাম মজা ,,, ভিডিও কৰা জনক কেতিয়াবা দেখুওৱাই দিব,, ৰাইজে ভাল পাব,,,
Nischoi dekhuwa habo 💕, dhanyawad apunaloi 🙏🙏
Video Tu sai xosa ke ghar loi maan ot pori gol jene ke mur maa aita ae agote bonai kene khuai. Thank you for the video.
Thankyou so much 💕🙏
Oh! Bujab nuara ak anubhuti . Sweet recipe and music. Good combination.
Thanks a lot 🧡🧡🧡🧡
Ekdom xundor lage dei amar Axomiya porompora bilak👍👍👍
Aji pothom saisu apunalukur video vl lgile sai.
অশেষ ধন্যবাদ জনাইছোঁ
Apunar vedio notunke saisu khub val lagise. Moitu try korim. Apuni vedio keneke shoot kore dekhabo
ধন্যবাদ জ্ঞাপন কৰিছো । পাছলৈ দেখুৱাম নিশ্চয়
Uff ki j dhuniya... Aapunar vdo bur sai iman val lage...triptire ahaj buli eyake koi.
বহুত বহুত মৰম আৰু ধন্যবাদ জ্ঞাপন কৰিছো
বৰ ধুনীয়া পৰিৱেশটো দেখিলে যাবলৈ মন যাই এসাজ খাবলৈ
frnd halu mor o hob dei
Bohut Val lagil video 2 sai
Baidew apunar ghor kotnu eman dhuniya recipe bonai.
Dhanyawad janalu 🙏 Borhat Charaideo district
Gaong poribekh bohut dhuniya...eman khundor koi apuni vdo bur bonai..mr vl lagil
চেনেলটো খুবেই প্ৰিয় ..ভিডিঅ'বোৰ চালে মোৰ শৈশৱৰ সময়খিনিলে বৰকৈ মনত পৰে। আজিৰ পৰা ১৫-২০ বছৰ আগেয়ে আমাৰ গাওঁখনৰ পৰিৱেশ এনেকুৱা আছিল । কিমান যে ভাল লগা আছিল দিনবোৰ ।
thanx to the video creator and team ❤
আমাৰ গাঁও video ই আপোনাৰ স্মৃতিক স্পৰ্শ কৰিছে বুলি জানি অতি সুখী হলো । আগলৈও আমাক এনেদৰে মৰম দি যাই যেন , আমি ভাল ভাল কাম কৰি যাবলৈ চেষ্টা কৰি যাম ।🙏🙏🙏🙏🧡🧡
Hundar
Mojaa mojaa mojaa mojaa mojaa mojaa mojaa mojaa mojaa mojaa mojaa khub vhal loga ekhon gao aaru heoji gosore vhora
🙏🙏🙏🙏💕💕👍👍🧡🧡❤️❤️💞💞❣️❣️
অসমীয়া সমাজৰ সচা ছবি। Volag, Racipi and Short story আমোদ লাভ কৰিছো। আপোনাৰ উন্নতি কামনা কৰিলো।
Dhanyawad apunaloi 🙏🧡🙏💕
Nivaj gawolia poribekh ru khana ..khub xundor lagile sai.ketiaba jam aponalokor taloi bhat khoa ke
Dhanyawad apunaloi 🙏🙏🙏🙏
Apuna lukar goan bahut val lagey veido sai
প্ৰতিটো ভিডিঅ'ই আকৰ্ষিত কৰে। সান্দহ +কুকুৰা মাংস, বা গাহৰি মাংস, বিলাহী সান্দহ কণী, পিঠাগুৰি মাংস মনত পৰিলেই খাওঁ খাওঁ লগা। সুন্দৰ উপস্থাপন আপোনালোকৰ😍 লগতে টোকাৰীৰ মাতো বৰ আকৰ্ষণীয়।
ভিডিঅ টি উপভোগ কৰি ভাল পোৱা বাবে বহুত সুখী হৈছোঁ । এনেদৰেই আগলৈও মৰম চেনেহ কামনা কৰিছোঁ
Apunar video Sai bohut bhal lage,,,,akdom relaxing 😎😌
Thankyou 🧡 so much 💕🙏
উফফফফ ,,,কি সুন্দৰ ,,,, এসাঁজ খাবৰ মন গৈছে ,,,,,,
Thankyou so much 💕
raciepi2 khub val lagil...but tatkoio val lagil gaor poribex2 completely video2t futi ahise
Bahut bahut dhanyawad gyapon korisu
@@amargaon3296 আপোনালৈ ধন্যবাদ এনেকুৱা ভিডিঅ বনোৱা বাবে
Hosa k. Bhut. Dhunia. Hoise. Video ru.... 😋👌
Bht bht dhanyabad jasilu
Video bur r link bur moi share koru mor ma aru moi roi thku apunr vdo bur loi,apuni banua khadya padhati bur mor maa r khubai priyo
ইমান মৰম চেনেহৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ তোমালৈ ।
বহুতেই সুন্দৰ koi দেখালে পচলা recipe 🔥❤❤❤❤❤❤❤❤❤❤❤
অশেষ ধন্যবাদ জনালোঁ
Apunar video bur sai vallage..apunar kothabur vallage mur deutar ghr Namrupt jihetu Borhat amar usrore thai
Hoi, dhanyawad janalu 🧡
Aponar video sai bohut bhal lage,,notun notun recipe xikibo pariso
আপোনাৰ vedio বোৰ চাই এ কিবা মনটো ভাল লাগি যায়। খাবলৈ ও মন যায়।
Bahut bahut dhanyawad janalu 🙏
Moi soriyoh diya posola khai birat val paw 😋😋😋 ru chicken o favorite... Thank you dhuniya video ti share kora babe 😊😊
অশেষ ধন্যবাদ ভিডিঅ টো উপভোগ কৰি ভাল পোৱা বাবে ।।
@@amargaon3296 ❤
বহুত সুন্দৰ ভাগে আপুনি ৰন্ধা কৰিছে বৌ।
ভগৱানে আপোনাক আৰু সফলতা লাভ কৰে তাৰেই আশীৰ্বাদ থাকিল আপোনালৈ আৰু আপোনাৰ পৰিয়ালটিলৈ।
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো
@@amargaon3296আপোনালৈ ও বহুত ধন্যবাদ থাকিল বাইদেউ।
ইমান সুন্দৰকৈ ভিডিও বোৰ বনাই যায়। কৃত্রিমতা অলপো দেখা নাপাওঁ। আপোনালোকৰ ভিডিও বোৰ চাই সৰুকালৰ গাঁওখনলৈ মনত পৰে 🥺মুঠতে, আপোনালোকৰ ভিডিও বোৰ চাই বেলেগ কিছুমান চেনেলৰ ভিডিও বোৰতকৈ বহুত গুণেই শান্তি আৰু ভাল লাগে 💚আগবাঢ়ি যাওঁক ✨
আমাৰ ভিডিঅবোৰত চাই সৰু কালৰ স্মৃতি বোৰ বিচাৰি পাইছে বুলি জানি অতিশয় সুখী হৈছোঁ । আপোনালৈ বহুত বহুত ধন্যবাদ জনালোঁ।।
ভিডিওটো চাই মোৰ এনাইদেউলৈ মনত পৰি গল। তেখেতে বনোৱা সান্দহ আৰু কুকুৰা মাংসৰ জোতি আজিও জিভাত লাগি আছে। সচাই আমাৰ থলুৱা আহাৰৰ জুতি অতুলনীয়।
আমাৰ video টোৱে আপোনাৰ মধুৰ স্মৃতিক সজীৱ কৰিছে বুলি জানি অতি সুখী হৈছোঁ। ধন্যবাদ জনাইছোঁ।
আপোনাৰ ঘৰত গৈ ভাত এসাজ খোৱাৰ খুব ইচ্ছা আছে।😋🙏😋
Iman dhuniya poribekh 😍 hodai Sao video bur bohut val lage
ধন্যবাদ জ্ঞাপন কৰিছো
Concept and creativity is admirable..🙏
Thanks a lot 🧡
Baaideo moi apunar video nusuake nathakue.. I'm a big fan of you.
Apunar video bilak lekhot lobologia
💕💕🧡🧡🙏🙏
Okole eman khini korisa 🌺💕
Baa apuni bhoat tasty Khana bonai Khao Khao lagi jai
অশেষ ধন্যবাদ ভিডিঅ টি উপভোগ কৰি ভাল পোৱা বাবে
Horu suali jni bor morom loga ..apunar vdeo hodai a sau bohut val lge..love from tezpur assam
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো
Hosakoi Bohut val lagil video tu sai...aru aaguai jaok... ❤️❤️❤️
Okhekh dhanyawad apunaloi
সান্দহ গুৰি+ মাংস ... Recipe2 দিয়াৰ বাবে ধন্যবাদ😋😋
ধন্যবাদ জনালোঁ আপোনালৈ
ভিডিও চোৱাৰ লগতে কমেন্ট পঢ়ি তত পাওহে সচাই অতুলনীয়।।
🧡🧡🙏👍👍💞💞thank u so much
আপোনাৰ ভিডিও মোৰ য়ে চাই হেপাহহেই নপলায়,ইমান ধুনীয়া কৈ পৰিপাতিকৈ,মেখেলা চাদৰ পিন্ধি কৰি যায়,সচাকৈ মোৰ কাৰণে আচৰিত👌👌
অশেষ ধন্যবাদ আপোনাৰ মৰম চেনেহৰ বাবে
@@amargaon3296 ❤️❤️
বহুত ভাল লাগে আপোনাৰ পৰিবেশনবোৰ
ধন্যবাদ জনালোঁ
Munu joni besi bhal lage iman morom loga,xoday di thakiba vidieo
Thankyou so much 💕
Nice job all family members 😊
Recipe tu val lagil. Apunar ghr kot jnabosun
ধন্যবাদ জনালোঁ।।।। আমাৰ গাঁও চৰাইদেও জিলাৰ বৰহাট অঞ্চলত ।
Video bilak bor dhuniyakoi edit kori dea apunake, vallage.eitu poribekh gaon Tu napai ajikali
Bahut bahut dhanyawad janalu 🙏
Morning te apunar dishyobur sai khub vl lge baideu
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ
আজি মাংসৰ এটা নতুন ৰেছিপি শিকিলো ।এবাৰ বনাই খাব লাগিব।
নিশ্চয় try কৰিবছোন , ভাল পাব খাবলৈ ।
Authentic dishes from village
Lots of love
Thank u so much
Bor hundar😍😍💖💖
Kiba eta beleg val lgise.. awsm
Thankyou so much 💕
Apuna lukr video sai xosi bohut vl lage❤️
🙏🙏🙏💛💛💛💛💛
নিভাঁজ এটি গাঁৱলীয়া পৰিৱেশ প্ৰশান্তি মন 😍
বহুত ভাল লাগিছে ভিডিও বোৰ চাই
Thankyou 🧡 so much 💕