Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
I love it
কি গান এইবোৰ।।। ৱাহ।।। ইমান সুন্দৰ।।। ভাষাই নাই
যাউতিযুগীয়া ধনে মোৰ অ’।প্ৰাণতে দিলা মোক মৰম কুমলীয়ামনত সোৱৰণী সুৱদীয়াবুকত ভালে পোৱা অ’ প্ৰাণৰ ধনে যাউতি যুগীয়া ধনে মোৰ অ’।স্মৃতিৰ ছবিখনি প্ৰণয় ফুটুকীয়াকল্পনা পুৰাই দিলা মোক অ’ যাউতি যুগীয়া ধনে মোৰ অ’।ভাৱত অগণনে হুমুনিয়াঅময়া সৌন্দৰ্য্য জীৱন ওপচোৱাঅবলাক ঠায়ে নোজোৰে অ’ যাউতিযুগীয়া ধনে মোৰ অ’
You don't give full writing
Thank you so much ❤️
Incomplete Writing
Jauti Jugiya Lyrics Jauti Jugiya Lyrics:---যাউতিযুগীয়া ধনে মোৰ অ’যাউতিযুগীয়া ধনযাউতিযুগীয়া ধনে মোৰ অ’যাউতিযুগীয়া ধনপ্ৰাণতে দিলা মোক মৰম কুমলীয়ামনত সোঁৱৰণী সুৱদীয়াবুকুত ভালে পোৱা অ’ মোৰ প্ৰাণযাউতিযুগীয়া ধনে মোৰ অ’।যাউতিযুগীয়া ধন।স্মৃতিৰ ছবিখনি প্ৰণয় ফুটুকীয়াকল্পনা পূৰাই দিলা মোক অ’যাউতিযুগীয়া ধনসুখ বিনন্দীয়া মৰণতে বাকিসৰগী সপোন টোপনীতে গঢ়ি দিলা মোক অ’সৰগী সপোন টোপনীতে গঢ়ি দিলা মোক অ’যাউতিযুগীয়া ধন।যাউতিযুগীয়া ধনে মোৰ অ’যাউতিযুগীয়া ধন।বুজা-নুবুজাৰে হাঁহি কান্দোনেৰেজীৱনত পাতিলা মেলা মোৰ অ’যাউতিযুগীয়া ধন।বুজা-নুবুজাৰে হাঁহি কান্দোনেৰেজীৱনত পাতিলা মেলা মোৰ অ’যাউতিযুগীয়া ধন।যাউতিযুগীয়া ধনে মোৰ অ’।যাউতিযুগীয়া ধন।প্ৰাণতে দিলা মোক মৰম কুমলীয়ামনত সোঁৱৰণী সুৱদীয়াবুকুত ভালে পোৱা অ’ মোৰ প্ৰাণযাউতিযুগীয়া ধনে মোৰ অ’।যাউতিযুগীয়া ধন।যাউতিযুগীয়া ধন।যাউতিযুগীয়া ধন।
Oshadharon 👍
পংকজ বৰদলৈ - যি জনে জ্যোতি সংগীতৰ স্বকীয় বৈশিষ্ট্য অটুট ৰাখি প্ৰাণঢালি কণ্ঠ নিগৰালে.... আজি২০২২চনৰ সোতৰ জানুৱাৰী ,, শিল্পী দিৱস ... দুয়োজনলৈ গভীৰ শ্ৰদ্ধাঞ্জলিৰে গীতটি শুনিছো।
অদ্বীতৃয় এই গীতবোৰে হৃদয় স্পৰ্শী যায়
অপূৰ্ব ,অদ্বিতীয়
ময়ো অনুভৱ কৰিছোঁ, পংকজ বৰদলৈৰ নামটো ডেচক্ৰিপশ্বনত থাকিব লাগিছিল। আমি জ্যোতিসংগীত বিচাৰিলে দিলীপ শৰ্মাৰ পিছতে বৰদলৈদেৱে গোৱা গানহে বিচাৰোঁ।
Oti hundor 🎉🎉🎉🎉🎉🎉
মাৰোৱাৰী সম্প্ৰদায়ৰ হৈও চোৱা আজিৰ অসমীয়াই, কি অপূৰ্ব অৱদান আমাৰ বাবে আগবঢ়াই থৈ গ'ল। এই গীতটিত এগৰাকী লিগিৰীৰ দুখ বেদনা বুজিব পাৰি।
যাউতিযুগীয়া হ'ব লাগে। গায়ক জনৰ নাম উল্লেখ কৰিব লাগে।
Asomiyaaei Bhupen Hazarika k naajaaney...kot aruu Pankajok jaanibo
Thik koise
Who is the singer? Just awesome ....
Singer is Pankaj Bordoloi. Recording is from around 1987-88.
My favourite song. Thanks
My favourite song
Jyoti sangeet sung by my favourite Pankaj Bordoloi❤️❤️❤️
হৃদয়স্পৰ্শী
Lovely song
❤️❤️♥️♥️
'যাউতিযুগীয়া'
বাহ ভাষা নাই
Late Pankaj Bordoloi is the singer.. 🙏🙏
😊
Good
Pankaj Bardoloi. Hriddysporshi
Nice
কি আৱেগ ঢালি গাইছে অ'
👏👏👏👏
Jugia r spelling tu correct kari bosun
সুন্দৰ গীত। কিন্তু বানান ভুল l
Amusing , touch my heart.If it's possible i will kiss you, thanks.
P
I love it
কি গান এইবোৰ।।। ৱাহ।।। ইমান সুন্দৰ।।। ভাষাই নাই
যাউতিযুগীয়া ধনে মোৰ অ’।
প্ৰাণতে দিলা মোক মৰম কুমলীয়া
মনত সোৱৰণী সুৱদীয়া
বুকত ভালে পোৱা অ’ প্ৰাণৰ ধনে
যাউতি যুগীয়া ধনে মোৰ অ’।
স্মৃতিৰ ছবিখনি প্ৰণয় ফুটুকীয়া
কল্পনা পুৰাই দিলা মোক অ’
যাউতি যুগীয়া ধনে মোৰ অ’।
ভাৱত অগণনে হুমুনিয়া
অময়া সৌন্দৰ্য্য জীৱন ওপচোৱা
অবলাক ঠায়ে নোজোৰে অ’
যাউতিযুগীয়া ধনে মোৰ অ’
You don't give full writing
Thank you so much ❤️
Incomplete Writing
Jauti Jugiya Lyrics
Jauti Jugiya Lyrics:---
যাউতিযুগীয়া ধনে মোৰ অ’
যাউতিযুগীয়া ধন
যাউতিযুগীয়া ধনে মোৰ অ’
যাউতিযুগীয়া ধন
প্ৰাণতে দিলা মোক
মৰম কুমলীয়া
মনত সোঁৱৰণী সুৱদীয়া
বুকুত ভালে পোৱা অ’ মোৰ প্ৰাণ
যাউতিযুগীয়া ধনে মোৰ অ’।
যাউতিযুগীয়া ধন।
স্মৃতিৰ ছবিখনি
প্ৰণয় ফুটুকীয়া
কল্পনা পূৰাই দিলা মোক অ’
যাউতিযুগীয়া ধন
সুখ বিনন্দীয়া মৰণতে বাকি
সৰগী সপোন টোপনীতে গঢ়ি দিলা মোক অ’
সৰগী সপোন টোপনীতে গঢ়ি দিলা মোক অ’
যাউতিযুগীয়া ধন।
যাউতিযুগীয়া ধনে মোৰ অ’
যাউতিযুগীয়া ধন।
বুজা-নুবুজাৰে
হাঁহি কান্দোনেৰে
জীৱনত পাতিলা মেলা মোৰ অ’
যাউতিযুগীয়া ধন।
বুজা-নুবুজাৰে
হাঁহি কান্দোনেৰে
জীৱনত পাতিলা মেলা মোৰ অ’
যাউতিযুগীয়া ধন।
যাউতিযুগীয়া ধনে মোৰ অ’।
যাউতিযুগীয়া ধন।
প্ৰাণতে দিলা মোক
মৰম কুমলীয়া
মনত সোঁৱৰণী সুৱদীয়া
বুকুত ভালে পোৱা অ’ মোৰ প্ৰাণ
যাউতিযুগীয়া ধনে মোৰ অ’।
যাউতিযুগীয়া ধন।
যাউতিযুগীয়া ধন।
যাউতিযুগীয়া ধন।
Oshadharon 👍
পংকজ বৰদলৈ - যি জনে জ্যোতি সংগীতৰ স্বকীয় বৈশিষ্ট্য অটুট ৰাখি প্ৰাণঢালি কণ্ঠ নিগৰালে.... আজি২০২২চনৰ সোতৰ জানুৱাৰী ,, শিল্পী দিৱস ... দুয়োজনলৈ গভীৰ শ্ৰদ্ধাঞ্জলিৰে গীতটি শুনিছো।
অদ্বীতৃয় এই গীতবোৰে হৃদয় স্পৰ্শী যায়
অপূৰ্ব ,অদ্বিতীয়
ময়ো অনুভৱ কৰিছোঁ, পংকজ বৰদলৈৰ নামটো ডেচক্ৰিপশ্বনত থাকিব লাগিছিল। আমি জ্যোতিসংগীত বিচাৰিলে দিলীপ শৰ্মাৰ পিছতে বৰদলৈদেৱে গোৱা গানহে বিচাৰোঁ।
Oti hundor 🎉🎉🎉🎉🎉🎉
মাৰোৱাৰী সম্প্ৰদায়ৰ হৈও চোৱা আজিৰ অসমীয়াই, কি অপূৰ্ব অৱদান আমাৰ বাবে আগবঢ়াই থৈ গ'ল। এই গীতটিত এগৰাকী লিগিৰীৰ দুখ বেদনা বুজিব পাৰি।
যাউতিযুগীয়া হ'ব লাগে। গায়ক জনৰ নাম উল্লেখ কৰিব লাগে।
Asomiyaaei Bhupen Hazarika k naajaaney...kot aruu Pankajok jaanibo
Thik koise
Who is the singer? Just awesome ....
Singer is Pankaj Bordoloi. Recording is from around 1987-88.
My favourite song. Thanks
My favourite song
Jyoti sangeet sung by my favourite Pankaj Bordoloi❤️❤️❤️
হৃদয়স্পৰ্শী
Lovely song
❤️❤️♥️♥️
'যাউতিযুগীয়া'
বাহ ভাষা নাই
Late Pankaj Bordoloi is the singer.. 🙏🙏
😊
Good
Pankaj Bardoloi. Hriddysporshi
Nice
কি আৱেগ ঢালি গাইছে অ'
👏👏👏👏
Jugia r spelling tu correct kari bosun
সুন্দৰ গীত।
কিন্তু বানান ভুল l
Amusing , touch my heart.
If it's possible i will kiss you, thanks.
P
👏👏👏👏