Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
😂😂😂 কংগ্ৰেছেহে প্ৰতিবাদ কৰিছে ৰাইজে কৰা নাই।।।কংগ্ৰেছে মূৰ্খামীৰ বাদে একো নাই।।।কংগ্ৰেছে ৰাজনৈতিক ক্ষমতা লাভ কৰিবলৈ হলে ৰাজপথত নামি চিঞৰি চিঞৰি প্ৰতিবাদ কৰিলে হব নেকি???যদিহে ৰাজনৈতিক ক্ষমতা লাগে অসমৰ মানুহৰ ঘৰে ঘৰে যাওক আৰু কংগ্ৰেছে বিজেপিৰ কি বেয়া দেখিছে সেইটো ঘৰে ঘৰে বুজাওক।।নহলে বিজেপিৰ ক্ষমতা কেতিয়াও শেষ কৰিব নোৱাৰে।।।বিজেপিয়ে আজি প্ৰতিঘৰ অসমীয়াৰ ঘৰে ঘৰে জনপ্ৰিয়তা লাভ কৰিছে।।।গতিকে আকৌ প্ৰতিবাদ কৰিবলৈ যোৱা আৰু দিনে দিনে মৰি মৰি শেষ হোৱা।।।এতিয়া ৰাইজৰ মনত প্ৰশ্ন যে কংগ্ৰেছৰ অৱস্থা সচাকৈয়ে শেষ নেকি অসমত???যদি শেষ সেই দলটোক কোনে জিকাব??কংগ্ৰেছে যদি কোনো নতুনত্ব নানে তেতিয়া অসমত কেতিয়াও শাসনত আহিব নোৱাৰে।।।
বিজেপি চৰকাৰৰ দিনত সাধাৰণ জনতাৰ লগতে সাংবাদিক সকলৰো নিৰাপত্তা নোহোৱা হৈছে। বিজেপিয়ে মই মতালিয়ে জনসাধাৰণৰ ওপৰত অত্যচাৰ চলায় আহিছে।
Good Decision Assam Police ❤
It should be condemned .
অসম আৰক্ষী হিমন্ত বিশ্ব শৰ্মা মতে চলে মনত ৰাখিব লাগিব অসম আৰক্ষী ৰনলৈ মুখ মেলিলে এদিন ভৰিত পৰিব লাগিব ৰাইজৰ হাতত
Is this independent country?😢
Ki News korexa o sob kabar nohoi kabar logot mili axea
😂😂😂 কংগ্ৰেছেহে প্ৰতিবাদ কৰিছে ৰাইজে কৰা নাই।।।
কংগ্ৰেছে মূৰ্খামীৰ বাদে একো নাই।।।কংগ্ৰেছে ৰাজনৈতিক ক্ষমতা লাভ কৰিবলৈ হলে ৰাজপথত নামি চিঞৰি চিঞৰি প্ৰতিবাদ কৰিলে হব নেকি???যদিহে ৰাজনৈতিক ক্ষমতা লাগে অসমৰ মানুহৰ ঘৰে ঘৰে যাওক আৰু কংগ্ৰেছে বিজেপিৰ কি বেয়া দেখিছে সেইটো ঘৰে ঘৰে বুজাওক।।নহলে বিজেপিৰ ক্ষমতা কেতিয়াও শেষ কৰিব নোৱাৰে।।।বিজেপিয়ে আজি প্ৰতিঘৰ অসমীয়াৰ ঘৰে ঘৰে জনপ্ৰিয়তা লাভ কৰিছে।।।গতিকে আকৌ প্ৰতিবাদ কৰিবলৈ যোৱা আৰু দিনে দিনে মৰি মৰি শেষ হোৱা।।।এতিয়া ৰাইজৰ মনত প্ৰশ্ন যে কংগ্ৰেছৰ অৱস্থা সচাকৈয়ে শেষ নেকি অসমত???যদি শেষ সেই দলটোক কোনে জিকাব??কংগ্ৰেছে যদি কোনো নতুনত্ব নানে তেতিয়া অসমত কেতিয়াও শাসনত আহিব নোৱাৰে।।।
বিজেপি চৰকাৰৰ দিনত সাধাৰণ জনতাৰ লগতে সাংবাদিক সকলৰো নিৰাপত্তা নোহোৱা হৈছে। বিজেপিয়ে মই মতালিয়ে জনসাধাৰণৰ ওপৰত অত্যচাৰ চলায় আহিছে।
Good Decision Assam Police ❤
It should be condemned .
অসম আৰক্ষী হিমন্ত বিশ্ব শৰ্মা মতে চলে মনত ৰাখিব লাগিব অসম আৰক্ষী ৰনলৈ মুখ মেলিলে এদিন ভৰিত পৰিব লাগিব ৰাইজৰ হাতত
Is this independent country?😢
Ki News korexa o sob kabar nohoi kabar logot mili axea