#AbhimaniMon
HTML-код
- Опубликовано: 28 сен 2024
- #Abhimani_mone_mur
Presented by #WINDSONGS
Album #HENGULIYA
Tarali Sarma composed and sang ABHIMANI MONE MUR in 2010 for her solo album HENGULIYA released on April 2012.
Later she also used the song in the drama ABHINETRI written by dramatist Abhijit Bhatacharya for the popular mobile theatre group RAJTILAK theatre for which she composed music.Popular actor Prastuti Parashar did the lead in the drama.
The male vocals in the song was performed by the eminent classical singer PRAGYAN BARUAH.
Lyrics- GAUTAM SARMA
Track arranged by -DIPKESH BORGOHAIN
Guiters-SHANTANU BARUAH
Sound engineer-JINTU BORDOLOI
Recorded,mixed and mastered at studio #DREAMS.
Lyrical video by CINECUT FILMS
Arnav Mahanta
Abhijit Laskar.
Tarali Sarma's photo used in the this lyrical video was clicked by ace photographer ANUP BARUAH.
Follow Tarali Sarma,
on Facebook: / taralisarma
on Twitter: / taralisarma
For Live Shows:
taralisarma@gmail.com
07002200609
© All rights are reserved to Windsongs,Tarali Sarma
[Any kind of unpermitted downloading, uploading, copying or cropping of the videos will be liable under section 51 of the Indian Copyright Act.]
"জীয়া জোনাকী পৰুৱা
তোমাকে মোকে জোকোৱা
তাকে ধৰিবলৈ গৈ উজুতি খোৱা"
🧡🧡🧡বহুত ভাল লাগিলে বা
One of my fvrt singer ❤️
অ বা আপোনাৰ প্ৰতিটো গানে সচাই অন্তৰ মুগ্ধ কৰে ...... আৰু এই গানটোও যেন তাৰ বেটিক্ৰম নহয়... আপোনাৰ কণ্ঠই হিয়া চুই গৈছে বা....😘😘💕
8
Hundar hoise gaan ti.......
"Jiya junaki porua...
Tumake muke jukua
Take dhoribole goi ujuti khua"💕💕
বা আপোনাৰ গানবোৰ শুনিলে মনটো একেবাৰে শান্তি লাগি যায়। সদায় এনেকৈ আপোনাৰ গান বোৰ শুনি থাকিবলৈ পাম বুলি আশা ৰাখিলোঁ। ❤️❤️
বাইদেউ বহু যুগৰে প্ৰিয় মোৰ। কণ্ঠই শীতল কৰে মোৰ হিদয় । হয়টো আজীৱন 💛
Huni val lagil tarali ba .thanks
এটি জীপাল সন্ধিয়া, আৰু বা আপোনাৰ গানটি 😍😍😍
Tarali ba,you are my all time favorite....
Byewdew❤️❤️❤️❤️
Baaa ❣️❣️❣️❣️❣️❣️❣️
🙏🏻🙏🏻🙏🏻Pranam baa.....Bohut val lagil..
Amazing.......baa
Tarali baaa❤️speechless!
@tarali baa big fan
Big fan of yours baa... Love you 😘😘.. ur smile is killing & sweet baa .
এই অসাধাৰণ গীতটি শুনিছিলোঁ ভাগিন এজনীৰ মুখত । বিচাৰি হায়ৰাণ হৈছিলোঁ । এতিয়া ইউ টিউবতে উপলদ্ধ । গৌতম শৰ্মা ডাঙৰীয়া , কি লিখিছে আপুনি ? আস্ ! শতবাৰ প্ৰণাম । আৰু প্ৰজ্ঞান বৰুৱা ডাঙৰীয়া , আপোনাৰ নামে মন্দাকিনী সৰগৰে পৰা... অলেখ অলেখবাৰ শুনিছোঁ । প্ৰণাম । তৰালী শৰ্মাৰ কথা ক'বতো নালাগে ।
One of my favourite 💓💓💓💓💓💓 singer
Beautiful
আপোনাৰ কণ্ঠই হৃদয় চুই যায়
অতি সুন্দৰ বা।
সচাই বৰ সুন্দৰ হৈছে গানটো❤
বৰ সুন্দৰ গীত বাইদেউ👌👌👌
ভাল লগা এটি গান❤❤❤
প্ৰিয় কণ্ঠ ।। প্ৰিয় শিল্পী।।
ভাললগা💚
Xundar ba 🥰🥰🥰
Good
বৰ ভাল পাওঁ আপোনাৰ কন্ঠ
Love song❤️❤️
❤️❤️❤️
বা.....😍😍😍😍😍😍😘
♥️🌸♥️
এই গানটো ১০১২ ত ৰাজতিলক থিয়েটাৰৰ অভিনেত্রী নাটকত আছিল , অপৰুপা চৰিত্রত আছিল প্রস্তুতি পৰাশৰ , তেতিয়াই এই গানটোৰ প্রেমত পৰো , লগতে নাটকখনৰ আৰু প্রস্তুতি পৰাশৰৰ
একেই গানটো মনত ৰাখি ইমান বছৰৰ মূৰতো বিচাৰি উলিয়াইহে শান্তি
বৰ ধূনীয়া গান মই প্ৰায় তৰালী শৰ্মাৰ গান শুনো। মোৰ কিবা কিনি মনৰ ভাব হয় কি হয় মই নিজেই নাজানো
Love you baa❤❤❤❤
Baa "khiriki khuli tholu baare baare salu janusa paar hoi juwa ei baate"
Imam mitha gaantu kotu bisari puwa nai..apunar konthot akou ebar xunibo bisaru.
আকুল সেউজীয়াই আৱৰি ৰখা জীৱনৰ গান.. 💚
ইমান অস্থিৰতাৰ সময়তো যেন সাৱটি ৰাখিছে আপোনাৰ কণ্ঠই
নাতটো বহুত ধুনীয়া ভগবানে বহুত দূৰ আগুৱাই লৈ যাওঁক
Duti monor junak gaanti ketya release koribo 🥺🥺
অতি সুন্দৰ বা 💕
Bohut bohut dhunia lagise Gan tu Tarali ba 😍
😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘
Tarali bar gitbur khuni moja'''''!lage,
হৃদয় কপাই যায় আপোনাৰ কন্ঠই
Eman dhunia mat to aponar baa... Sunile mon to sat pori jay..
Love you Baa....moi apunr gan bur bahut bahut besi koi val pao. Aru moi apunr gan prai ai xunu. I love this song ❤️😍😍
Hunile huni thakibo mon jai
মোৰ প্ৰিয় গীত সমূহৰ মাজৰ এটি ।
সচাকৈয়ে মনটো ভাল লগাই দিয়ে ।
❤❤❤❤❤❤❤❤❤❤❤
Mon pran seujia kora aponar gaan bor
Vl lagil baidw bohut apunr song bur bohut vl paw ...😍😘
What is beautiful in this world?
Ans:-"Women"
শুনিবলৈ খুব সুৱলা হৈছে। গীতৰ শব্দগাঁঠনি অতি সুন্দৰ।
🙏🙏🙏🙏🙏
বা পাৰিলে নাগিনীৰ অমূত দংশণৰ গানটো আপলোড কৰিব চোন মোৰ বহুত ভাল লাগে।
Bhut dinor murot ata val gan hunilu
beautiful
Always fav.❣️
xundar gaan bur apuni xodai di jabo bohut vl lage apunr gaan bur
❣️❣️❣️
বৰ ভাল লাগিল । আকুলতা আছে গানটোত বহুত । কুশল প্ৰাৰ্থনা কৰিলোঁ ।।
Khubei dhuniya. Bohut bohut morom aru xubhesya ❤️❤️
Majjjaaaa
❤❤❤❤❤❤❤❤❤❤❤❤.........
❤❤❤
Hundor baa❤️❤️❤️❤️❤️❤️❤️❤️
❤💗 apunar geet hunibo roi thaku
বুজিও নুবুজে আলসুৱা মনে ------
❤️❤️❤️
😍😍😍😍😍😍😍
#Tarali বা 🌹, সুন্দৰ লাগিছে গানটো...❤❤❤❤❤❤❤❤❤❤❤❤
i love your all song so qtt medam
Lyrics 🔥🔥🔥🔥
Baa❤
Another super hit track from past, Tarali Ba rocks.
Very soothing 🤞😌😌😌
বহুত ভাল লাগিল👏🙏
Dhuniyaaaaaaaaaaa
❤❤❤❤
Love you tarali baa...!
❤️❤️❤️❤️😍😊
😃😃😃😃😃😃
😃😃😃😃😃😃
Mon sui gol ❤❤❤
😃😃😃😃😃😃
যেতিয়াই শুনো নাজানো কিয় হঠাতে চকুপানী বৈ আহে দুচকুৰে, কঁপাই তোলে সুগভীৰলে, হঠাতে নাচি উঠে শেঁতা হৃদয়খন , কেতিয়াবা আকৌ নিচুকাব ধৰে মন🥺❤️ ... ইমানবোৰ আবেগভৰা শব্দৰ আৰু সুৰৰ সংযোজন , মোৰ হৃদয়ত বিশেষ স্থান আছে এই গীতটিৰ❤️। ধন্যবাদ বাইদেউ ইমান ধুনীয়া উপহাৰ দিয়াৰ বাবে ❤️🙏
তৰালী বা
Dhunia hoise ba
Voice ❤️❤️❤️
Tarali Baa ❤️ apunar gaan kita je uff.... Huni mon tu bor hanti lagey.
This songgggggg🤩jetiai xunu jimanei mood off nohouk xodai jipal kori thule
Bahut bahut dhuniya
My fevariut singer tarali...love you
অন্যতম। এটি প্ৰিয় গীত মোৰ 👌👌
আপোনাৰ গান মই যিমান ভাল পাওঁ আপোনাকো সিমানেই ভাল পাওঁ ❤️
Bohut Bohut dhunia
Hundar
This song isn't coming in instagram
বৰ সুন্দৰ লাগিল...
তৰালিবা
খুব সুন্দৰ লাগিল❤
Beautiful song ❣️❣️