প্ৰথম পুৰষ্কাৰ প্রাপ্ত-শিশু ভাওনা||ৰাম পৰাজয় সীতাৰ পাতাল গমন|| Bhawna|Ram parajoy Sitar patal gaman|
HTML-код
- Опубликовано: 7 сен 2024
- মণিকূট নাট্যগোষ্ঠী শিশু শিল্পী সকলৰ দ্বাৰা অভিনীত প্ৰথম পুৰস্কাৰ প্ৰাপ্ত ভাওনা-
"ৰাম পৰাজয় সীতাৰ পাতাল গমন"
পৰিবেশন স্থান-শ্ৰীশ্ৰী হৰিদেৱ কলাক্ষেত্ৰ,মৰিজাঁজী, টীয়ক,অসম
(সদৌ অসম ভাওনা প্ৰতিযোগিতা)
সমূহ শিল্পীবৃন্দলৈ আমাৰ চেনেলৰ তৰফৰ পৰা অফুৰন্ত মৰম তথা উজ্জ্বল ভৱিষ্যত কামনা কৰিলো🙏💖🙏
#শিশুভাওনা#SumitSaikia_Official
জয় গুৰু শংকৰ..🙏🙏 বহুত ভাল লাগিল ভাওনা ভাগ..সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰাৰ লগতে পৰম পিতা পৰমেশ্বৰ ওচৰত প্ৰাৰ্থনা জনাইছো সকলোকে যেন এইদৰে গুৰুজনাৰ অমৰ সৃষ্টিক আগুৱাই নিবলৈ শক্তি দিয়ে..🥰🥰🙏🙏
কৃষ্ণ🙏🙏🙏ধন্যবাদ
❤️❤️👍👍hundor hoise hokolure,,,,,hitak bonor majot ari jua drishyo hridoisprokhi,,,,,,
ইমান সুন্দৰকৈ অভিনয় কৰিছে চকুৰ পানী ধৰি ৰাখিব নোৱাৰিলোঁ। আগুৱাই যোৱা সকলো অভিনেতা অভিনেত্ৰী তথা কলা্ কৌশলী।
ধন্যবাদ
লৱকুশৰ প্ৰবেশ একদম জুই ৷ বাঁহী মানে ইমান সুন্দৰ বজাইছে ক’বলৈ ভাষা নাই আৰু
কৃষ্ণ🙏🙏🙏ধন্যবাদ
Haklure ati hundor abhinoy. Lobo kushor probex khone mon vori goise dei, avinoyu ati hundor. Moina hotor ujjal bhobishyot kamona krilu.
কৃষ্ণ🙏🙏🙏ধন্যবাদ
Bhut dhuniya ovinoi sita nd laxmon .. So alll gyzz.. Aru val hb bisyakh like you..
ধন্যবাদ
Sai kintu bohut val lagil aru bohut dhuniya hoise👍🔥🔥💖💖💕👌
ধন্যবাদ
Excellent acting, সুন্দৰ অভিনয়ৰ এক অনন্য নিদৰ্শন।মন একেবাৰে আপ্লুত হৈ গল। ভাউৰীয়া সকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।
ধন্যবাদ
Awesome
Bohut dhunia ovinoi ,,
ধন্যবাদ
Bohut bohut dhunia lagil,,koboloi aru bhakha nai,,,,hokolu vauriyaloi ujjwal vabishyat gyapon korilu,,,,
ধন্যবাদ
Dhoinnobad দাদা। দৈত ময়েই লচিলো
Bohut bohut val lagil Sai ❤️❤️❤️❤️🙏🙏🙏🙏🙏🙏🙏🙏
ধন্যবাদ
সচাকৈ বৰ সুন্দৰ অভিনয় সকলোৰে,,, উজ্জ্বল ভবিষ্যত কামনা কৰিলোঁ
ধন্যবাদ
😮😮 58:51 😊😊😊😊😊 58:57 😊😊😊😊😊😊
Xundor
ধন্যবাদ
কি কম আৰু🤗🥰🥰🥰😀😍😍😍😘😘😘😘ইমান ধুনীয়া, হেপাহ নপলাই চাই
ধন্যবাদ
Krishna pranam khundar abhinoi🙏🙏🙏
ইমান সুন্দৰ অভিনয় কৰিছে কবলৈ একো ভাষা নাই❤️
ধন্যবাদ
Xundor hoise❤❤
ধন্যবাদ
Moja korise
ধন্যবাদ
ইমান সুন্দৰ ভাওনা আজি প্ৰথম চালোঁ,কি অভিনয় ❤️❤️
ধন্যবাদ
❤❤
বৰ সুন্দৰ অভিনয়
ধন্যবাদ
Lakhman r avoinoi khub val hoisa aru hokolua hundar pradarkhyan korisa......apunalukae axomiya hanshkriti sohoki Kori rakhisa....... dhoinyabad ☺️❤️
কৃষ্ণ🙏🙏🙏
Hundr 👍
ধন্যবাদ
সুন্দৰ দোহাৰ ❤
Bahut Bahut Bahut Val Lagil Biswas Kai Sutra dhari
সুন্দৰ অতি সুন্দৰ 💝💝💝💝💝💝❤️❤️❤️❤️
ধন্যবাদ
Xklure ujjjal vobisyt kamona krilu🙏🙏🙏
ধন্যবাদ
Hundar
ধন্যবাদ
বৰ ভালো লাগিল
ধন্যবাদ
Duhar bor hundor 🙏❤️
ধন্যবাদ
Geet eman hundor hoise
ধন্যবাদ
ভাল হৈছে
ধন্যবাদ
Very nice
Thankyou
শব্দৰে প্ৰকাশ কৰিব নোৱাৰা অভিনয় 🥰
লক্ষ্মণ ৰ অভিনয় জুই 🔥
আৰু লব কুশ ৰ প্ৰবেশ খনো বহুত ভাল লাগিল 🥰
ধন্যবাদ
Xosakoi ati xundor.aguai jua tumalu
ধন্যবাদ
Bor val lagil sai
ধন্যবাদ
Bohut val lagil.
ধন্যবাদ
Bohut val lagil, hokolure acting Bohut hundor, Laxman a bohut besi Val acting korise🔥, ram , sita o val korise❤️
ধন্যবাদ
@@sumitsaikiaofficial2991 😃😃😃
সকলোৰে উজ্বল ভৱিষ্যত কামনা কৰিছোঁ 🙏🏻বাকী লৱ-কুশৰ প্ৰৱেশখন একেবাৰে জুই🔥
ধন্যবাদ
@@sumitsaikiaofficial299111¹qwq QQ 1 tu ni
Laxman🔥🔥
Dhunia hoise
ধন্যবাদ
dhuniya
ধন্যবাদ
SisuVauna Bar Val lage
সুন্দৰ
ধন্যবাদ
bohut bohut vl lgela si. aru debo sun
ধন্যবাদ
নাচ
Bohut val lagile
ধন্যবাদ
Ki Kom basha nai. Sodai aaguwai juwa. Eyat koiu val hbo aaru..etiyai soku pni rokhbo pora nuwarilu
ধন্যবাদ
দৈছো ৰত্নাকৰ ভাওনা ভাগি দিব চাব কাৰণে ৰৈ আছো
আপুনি বিচৰা ভাওনাখনত আমাৰ চেনেল নাছিল সিদিনা,আপুনি বেলেগ চেনেলত পাই যাব পাৰে,,,,কৃষ্ণ🙏🙏🙏
Gayon kun baru
সপ্তৰথী শিল্পী সমাজ
Assameseসমাজ
Bokakhat rajabari kurabahi jobakhonghar rakh diya sun 9 November
😂😂
Video korar bbe
সুন্দৰ হৈছে ভিডিঅ বোৰ ভাল লাগিল আগতেই চেনেলটো subscribe কৰি থোৱা আজি সুন্দৰ এটা উপহাৰ পালো আগলৈ এনেকৈ দি যাওক সুন্দৰ সুন্দৰ ভিডিঅ ভাল লাগিছে ভগৱান সহায় হওক আপোনাৰ অনুপম বিতুপন দাদাৰ দৰে subscribe হওক মই share কৰিছো 👌
কৃষ্ণ🙏🙏🙏আৰ্শীবাদ কৰি যাব,,,,
@@sumitsaikiaofficial2991 সদায় আছে থাকিব love from teok,
❤❤❤❤
Sai kintu bohut val lagil aru bohut dhuniya hoise👍🔥🔥💖💖💕👌
ধন্যবাদ
❤❤
❤❤❤