জীৱনৰ সকলো সপোন পূৰণ কৰিব পৰা এটা মেজিক💥💥💥⭐⭐ , Tanuja chetia Interview

Поделиться
HTML-код
  • Опубликовано: 10 дек 2024

Комментарии • 507

  • @PradipSharma-j2d
    @PradipSharma-j2d 7 месяцев назад +13

    বাইদেউ আপোনাৰ ভিদিও টো চাই বহুত ভাল লাগিল, এনেকুৱা ভিদিও দি থাকিলে বহুত ভাল পাম। আপোনাক বহুত ধন্যবাদ বাইদেউ।

    • @Jamuna_Rahang
      @Jamuna_Rahang 5 месяцев назад +1

      বাইদেউ আপোনাৰ ঠিকনাটো দিবছোন তনুজা বা

  • @junudevi1352
    @junudevi1352 11 месяцев назад +13

    পঢ়া শুনাৰ বিষয়ে জনাবচোন। অনুষ্ঠানটো বৰ ভাল লাগিল

  • @tajminaajmiahmed8230
    @tajminaajmiahmed8230 11 месяцев назад +3

    Apunar kotha bur huni bhut vl lgl... Apunar loi bhut bhut dhanyawad... Aru akha kru jate apuni hodai vle kukhole thakok ...Aru agolau jate anka video bur di thke ❤️

  • @debojaniozah5450
    @debojaniozah5450 10 месяцев назад +4

    বহুত ভাল লাগিল ।ধন্যবাদ থাকিল ইমান ধুনীয়া অনুষ্ঠান পৰিবেশন কৰা কাৰনে ।

  • @rijubarthakur8641
    @rijubarthakur8641 Месяц назад

    ধন্যবাদ তনুজা বাইদেউ আপোনাৰ কাৰণে আমি এটা সাহস পাইছো কাৰণ সকলো বষ্টুটকা পইচায়ে নহয় মানৱতাৰ থাকিব লাগে । আপোনাৰ সেইটো দেখা পাইছো । বহুত নতুন নতুন উলাইছো চেচন দিলেই 3000 নতুন শিকি । অলপ কমেও লব পাৰে প্ৰথম বাৰৰ কাৰণে । চেচন শিকোঁতেই তেওঁটো ইমান টকা দি ছাগৈ শিকা নাই শিকিলেও এজনৰ পৰা এনেকৈ ললে মানুহৰ চকুত আকৰ্ষণীয় নহব । বহুত হৈ গল

  • @PronamiGogoi-vw7xv
    @PronamiGogoi-vw7xv 9 месяцев назад +2

    Moi j apunar program tu Mon golei sai Diu.. Thank u Shemim...Thank u Tanuja ba...

  • @TriptiBaishya
    @TriptiBaishya 11 месяцев назад +18

    ল'ৰা ছোৱালীৰ পঢ়াত মনোযোগ অহা ৰ কাৰণে উপাই দিব

  • @মোৰমঞ্চ
    @মোৰমঞ্চ 11 месяцев назад +7

    সুন্দৰ অনুষ্ঠান ; আপোনালোক দুয়োগৰাকীলৈ শ্ৰদ্ধাৰে ধন্যবাদ জনালোঁ...🙏 লগতে ইংৰাজী নতুন বছৰৰ শুভেচ্ছা ও আগন্তুক ভোগালী বিহুৰ ওলগ জনালোঁ ।

  • @bibharaniphukan576
    @bibharaniphukan576 5 месяцев назад +1

    বহুত ভাল লাগিল । ধন্যবাদ বাইদেউ 🎉

  • @dipagogoi8641
    @dipagogoi8641 10 месяцев назад

    বহুত প্ৰয়োজনীয় কথা জানিলো, ভাল লাগিল❤❤

  • @pallabisaikia0591
    @pallabisaikia0591 11 месяцев назад +7

    Golden sunrise🌄 santing kori bhal fall paise thanq ba

  • @leenasaikia1901
    @leenasaikia1901 4 месяца назад +1

    Mem apunar vidio sai bohut kotha janilu tonuja mamor kotha bilake muk bohut attention koise thanks mam

  • @rashmirekhadutta8228
    @rashmirekhadutta8228 6 месяцев назад +3

    বাইদেউ সংখ্যা আৰু শব্দবোৰ স্কীণত দি দিলে আমাৰ বেছি সুবিধা হয় ৷ আপোনাৰ ভিডিঅবোৰ বহুত ভাল পাওঁ 🙏🙏

    • @SaratMorang-w1g
      @SaratMorang-w1g 6 месяцев назад

      বাইদেউ গেছৰ সমস্যাৰ বিষয়ে জনাব

  • @lanigogoi
    @lanigogoi 11 месяцев назад +2

    আপোনালোকলৈ বহত ধন্যবাদ থাকিল। মনত ভয় ভাব‌ সোমালে কি কৰিব লাগিব দিবচোন ।

  • @probhakalita5454
    @probhakalita5454 4 дня назад

    ধন্যবাদ বাইদেউ আপোনাৰ ভিডিঅ ছাই মই বহুত উপকৃত হৈছো ।আমাকএনেদৰেসদাই আগবাঢ়ি যাবলৈ সাহস দিথাকিব ধন্যবাদ ।

  • @nitudutta476
    @nitudutta476 11 месяцев назад +16

    বা মোৰ লৰাই বহুত বেছি মবাইল ফোন ব্যৱহাৰ কৰে, মানা কৰিলেও নুসুনে প্লীজ তাৰ বাবে কিবা উপায় দিয়ক না

  • @kabitachutia5578
    @kabitachutia5578 6 месяцев назад

    বৰ ভাল লাগিল প্রগাম টো। Thanku so much.

  • @BeautiSonowal-l5i
    @BeautiSonowal-l5i 11 месяцев назад +2

    বহুত ভাল লাগিছে আপোনাৰ কথাবিলাক জানি

  • @sanuvlogsassamese7716
    @sanuvlogsassamese7716 11 месяцев назад +4

    ল'ৰা ছোৱালীৰ পঢ়াৰ বিষয়ে অলপ জনাব চোন । ভাল লাগিল । আগলৈ আৰু জানিবলৈ আগ্ৰহেৰে ৰৈ আছো । মৰম দিলো বা গৰাকী লৈ ❤❤

    • @kirtimantalukdar6436
      @kirtimantalukdar6436 11 месяцев назад

      অশৰীৰী বস্তু এটাই সদাই দিগদাৰ দি থাকে। গোন্ধ দি থাকে়, বস্ত্তু ইফাল সিফাল কৰে, মুখৰ ভিতৰত কথা কৈ থাকে। উপায় এটা দিব।

    • @ranudutta3187
      @ranudutta3187 11 месяцев назад

      😮​@@kirtimantalukdar6436

  • @NirmaliHazarikaBoruah
    @NirmaliHazarikaBoruah 3 месяца назад

    আপোনালৈ ধন্যবাদ থাকিল বাইদেউ ,টকা পইচা উপাৰ্জন কৰাৰ উপায় দিয়কচোন 🙏🏼

  • @jyotirupaphukan5517
    @jyotirupaphukan5517 11 месяцев назад +5

    দুয়োকে বহুত ধন্যবাদ 🙏 কুশলে থাকক দুয়ো 💕

  • @manojkumarsarma7151
    @manojkumarsarma7151 11 месяцев назад +2

    Thank you mam. Bahut bhal lagil apunar pragramme sai.Thank you Universe.

    • @kamakhyadas3713
      @kamakhyadas3713 7 месяцев назад

      Sakori r babe kiba upai ba magic no dibo pl

  • @monishatamuly2620
    @monishatamuly2620 10 месяцев назад +1

    ভাল লাগিল অনুষ্ঠানটো চাই , মই এটা সমস্যা ৰ সমাধান বিচাৰিছোঁ , অনুগ্ৰহ কৰি মোক জনাবলৈ নাপাহৰিব । মোৰ মানুহজনৰ পুতুককৈ খং উঠে আৰু তেওঁ অলপ drinks কৰে । তেওঁ গম নোপোৱাকৈ মই কেনেকৈ তেওঁক এই সমস্যাৰ পৰা উলিয়াই আনিব পাৰিম please 🙏🙏 জনাব চোন ।

  • @RitaSarmah-f2o
    @RitaSarmah-f2o 11 месяцев назад +1

    আজি 😢 প্ৰথম চাইচো বহুতো ভাল লাগিল ♥️

  • @purnimarajbongshi7776
    @purnimarajbongshi7776 11 месяцев назад +9

    Thank you ba apuni j koisil 55 times likhib moi likhilo aru jito vabisilo xaito xosakoi 3 dint moi proman pai golo thank you. Apunak bhut bhut morom jasilo

  • @madhurigogoi9170
    @madhurigogoi9170 10 месяцев назад +1

    Tanuja baa bhut val lagil apunar tips bur huni logote semim baku thanks disu

  • @nimashikha1766
    @nimashikha1766 11 месяцев назад +6

    মোৰ ফালৰ পৰা দুই গৰাকী বা লৈ নতুন বছৰৰ শুভেচ্ছা আৰু মৰম যাচিলো ❤
    বা মোৰ লৰাটোয়ে পঢ়িবলৈ মন নকৰে কি কৰিম জনাবচোন ।

  • @animagogoi3631
    @animagogoi3631 9 месяцев назад

    তনুজা চেতিয়া অপুনি মন্ত্ৰটো লিখি দিবচোন স্ক্ৰীণত মোৰ বুজিবলৈ অসুবিধা হৈছে ধন্যবাদ

    • @Hasinagoodvibes
      @Hasinagoodvibes 4 месяца назад

      All of life comes to me with ease joy and glory

  • @Priiitu02
    @Priiitu02 4 месяца назад

    ভাল লাগিল শুনি শুভকামনা জাছিলো জাতে বছৰতো ভালকৈ পাৰ হোৱাৰ কামনা কৰিলো ।❤❤🎉

  • @Hasinagoodvibes
    @Hasinagoodvibes 10 месяцев назад

    বিয়া হৱাৰ বাবে টিপচ দিব ❤ বহুত ধন্যবাদ দুয়োলৈ🙏🙏

  • @sakuntaladevi2075
    @sakuntaladevi2075 10 месяцев назад

    বহু বহু ভাল লাগিল এনেকৈ টিপ । দি থাকিব

  • @kironprovabora1451
    @kironprovabora1451 Месяц назад

    Thank you maam. Bohut val lagil bohut kotha hikibo parilu apunar pora God bless you maam thank you thank you. Thank you Both of you. 35:46

  • @MinuLahkar-r3p
    @MinuLahkar-r3p 13 дней назад

    Moi bohut result paisu poisa dharoloi di ghurai paisu thank u so much tanuja.may god blessed you❤

  • @RuleeSaikia-z8r
    @RuleeSaikia-z8r 11 месяцев назад +2

    Thank you god. Thank you univers thank you semim and tanuja baaKhub val hobo

  • @mousumiboruahsaikia1654
    @mousumiboruahsaikia1654 7 месяцев назад

    বৰ ভাল লাগিল ❤

  • @Saanvi4444
    @Saanvi4444 11 месяцев назад +7

    555 technique really works..it worked for me..thank you Universe

    • @barnaleedhing3025
      @barnaleedhing3025 10 месяцев назад

      Apuni kenekoi korise moko kaoksoon

    • @Saanvi4444
      @Saanvi4444 10 месяцев назад

      @@barnaleedhing3025 55 times nijor wish tu present tense 't likhibo..5 days r karone..jodi ratipuwa likhe ratipuai likhibo,jodi duporiya tenehole duporiya aru jodi rati likhe tenehole rati likhibo.edin ratipua akou edin rati tenekoi nohoi..Thank you di start koribo sentence tu..moi jeneke korisilu heituhe koisu dei..moi u RUclips Sai he kora.. manifestation techniques buror bikhoye hangghatik knowledge eku nai..bt for me it worked..

    • @azadahmed8512
      @azadahmed8512 6 месяцев назад

      মোক kouksun

  • @GitaManta
    @GitaManta 2 месяца назад

    মই তনুজা মেমৰ ইণ্টাৰভিউ চাই একচেচ শিকিব আগ্ৰহী হৈছিলো।যোগাযোগ কৰিব নোৱাৰিলো।প্লবী মেম আলিয়া মেমৰ ওঢৰত একচেচৰ ক্লাছ শিকিলো। বহুত ভাল লাগিল।🙏

  • @beautygayan90
    @beautygayan90 8 месяцев назад +1

    কাহ আৰু ভাইৰেল জ্জ্বৰ নম্বৰ কেইটা ব্যৱহাৰ কৰি ভাল পালো দেই তনুজা ।

  • @kalpanadas4409
    @kalpanadas4409 5 месяцев назад

    অতি সুন্দৰ

  • @parnalisaikia8402
    @parnalisaikia8402 9 месяцев назад

    মোৰ জীৱটো বহুত সংঘাটৰ মাজত পাৰ কৰি আছো ,তাৰ মাজতে গাটো ইটোৰ পাছত সিটো বেমাৰ লাগি থাকে ,প্ৰথমবাৰ আপোনাৰ অনুষ্ঠানটো চাইছো ,ভগৱানে কি কৰে নাজানো , ধন্যবাদ বা ❤

  • @BinitaDas-et8wy
    @BinitaDas-et8wy 11 месяцев назад +2

    লৰা ছোৱালী পঢ়াত মনোযোগ অহা কাৰণে উপাই দিব মোৰ লৰাটোয়ে পঢ়াত বহুত চনছল হয় উপায় দিব

  • @Axomiakhetiyok
    @Axomiakhetiyok 10 месяцев назад +1

    আপোনী ৰাইজৰ সধনাৰ ৰাণী।

  • @AnantaSonowal-w6x
    @AnantaSonowal-w6x 11 месяцев назад +1

    বহুত বহুত ধন্যবাদ জনাইছো বাইদেউ 🙏

    • @reenaborah2423
      @reenaborah2423 11 месяцев назад

      👌👌👌❤️❤️❤️

  • @atozknowledgeassamese
    @atozknowledgeassamese 3 дня назад

    Fees বহুত বেছি ৷ আমি নিম্ন মধ্যবিত্ত মানুহ ৷ আমি ইমানখিনি টকা যোগাৰ কৰি শিকাটো কষ্টকৰ ৷ Access Bars ৰ প্ৰয়োজন আমাৰ দৰে মানুহৰে বেছি, কাৰণ আমাৰ দৰে মানুহবোৰে হতাশা, Stress ত ভোগে বেছিকৈ ৷ যিহেতু উপাৰ্জন কম, সমস্যাও বেছি ৷ সেয়েহে Fees টো অলপ কমাই দিব লাগে, যাতে আমিও শিকিব পাৰোঁ, Access ৰ সুফল ল’ব পাৰোঁ ৷

  • @pintuzofficial4252
    @pintuzofficial4252 7 месяцев назад

    Vdo tu sai bhal lagil. Tanuja Baidewor besi bhagei affirmation technique . Tenekuwa Dr Nitti Kaushik Baidewor vdo dekhisu. Bhaal lagil . Bohute aibur aaltu faltu buli koy. kintu It really really works. Apunaluk duyo gorakike Dhannyobaad jonalu 🙏

  • @jurisensua-qz1iq
    @jurisensua-qz1iq 9 месяцев назад

    Tonuja ba moi dibrugarorpora apunak dhoinybad jonaisu.apuner tips folo Kori Mur bohutdinia rhin ghurai palu.besi nohoi jodiu success holu..punor mny mny thanks.

  • @mamonibailung8807
    @mamonibailung8807 11 месяцев назад +1

    ভাল লাগিল।চুগাৰৰ টিপচ এটা দিবচোন

  • @anamikabora9457
    @anamikabora9457 11 месяцев назад

    বা আপোনাৰ অনুষ্ঠানটো চাই মই বৰ সুখী হৈছো আগলৈ যাতে এনেকৈ পাই থাকো

  • @kakuliBharali
    @kakuliBharali 11 месяцев назад +1

    Mur bhut lobole mon goise bars mam session ❤

  • @abhisekkaushik9780
    @abhisekkaushik9780 7 месяцев назад

    বহুত বহুত ভাল লাগিল ❤

  • @BabitaSaikia-zy3fi
    @BabitaSaikia-zy3fi 2 месяца назад

    Thank you ba apunar kothabur huni bhut vl lage Mur hasband jone olp drinks kore teu gom nupuake moi kenekoi ei homoishar para atorai anim please 🙏🙏🙏 jonabosun

  • @padumisaikia3994
    @padumisaikia3994 11 месяцев назад +1

    ইমান সুন্দৰ সুন্দৰ কথা জানিব পাৰি বহুত ভাল লাগিল ।

  • @axomiyareelsvideo2918
    @axomiyareelsvideo2918 4 месяца назад

    Ba apunar kotha huni bohut bhal lagil ❤❤❤

  • @debajanidas1695
    @debajanidas1695 7 месяцев назад +2

    Thanks ba Moi praman palu.Tanuja bak moi bhabantor nisina lagise.God help both of you.

  • @kanchanbororahang4448
    @kanchanbororahang4448 5 месяцев назад

    Thank you Tonuja baa aaponar pragrame Sai bhot Val lagil

  • @gamingpro9506
    @gamingpro9506 11 месяцев назад

    মই গোৱালপাৰা ৰ হয় 24:42 তোমাৰ অনুষ্ঠান প্ৰায়ে চাও,ভাল লাগে, মই তনুজা বাৰ তাত ৰেকি ক্লাচ কৰিব বিচাৰো কেনেকৈ যোগযোগ কৰিম বাৰু আচলতে মই ৰেকি শিকাৰ কথা প্ৰায়ে ভাৱো আৰু ইউতুবত চাও, কিন্তু ক'ত কেনেকৈ যোগযোগ কৰিম নেজানো, তোমাৰ অনুষ্ঠান টি চাই মনত সাহস পায় মনৰ অনুভৱ খিনি জনালোঁ, অনুৰোধ উত্তৰ নিশ্চয় পাম।❤❤️

  • @KamolBora-j1t
    @KamolBora-j1t 10 месяцев назад

    ভাল লাগিল কঁকালৰ বিষৰ আৰু sugar কিবা আছে যদি দিব ধন্যবাদ

  • @harnathkakati4230
    @harnathkakati4230 9 месяцев назад

    Many many Thank you baidew, God bless you🙏

  • @kakuliBharali
    @kakuliBharali 11 месяцев назад +6

    Whenever i look at you i feel like god is sending a beautiful angel to heaven to remove all the sorrows from everyone ❤❤ gratitude mam...eagerly waiting to meet you my dear mam please bless me mam ❤❤stay blessed alwaya love you a lot

  • @dalimigogoi3416
    @dalimigogoi3416 10 месяцев назад

    অনুষ্ঠানটো চাই সচাই ভাল লাগিল।

  • @punyalahan1051
    @punyalahan1051 8 месяцев назад

    বহুত সুন্দৰ ভিডিঅ' ।

  • @GPTGAMER999
    @GPTGAMER999 9 месяцев назад +2

    বাইদেউ মোৰ ল'ৰাটোৱে মোৰ সকলো কথাটেই খং কৰে । মোৰ লগত কথা পাতিবই নিবিচাৰে । কি কৰিলে সুফল পাম

  • @bijumoni9485
    @bijumoni9485 10 месяцев назад

    Bohut val loga ata video moi tinibar hunisu atia loike, mur lobo bohut mon ase, kotha bur huni thakile montu positive hoi, aru tonuja baideur video lage shemim baido plz akou anok teuk

  • @jugamayapegu8513
    @jugamayapegu8513 11 месяцев назад

    Baideu appunar kua kothabur bohut val lagise. Apuni anok hahire jiyai thakiboloi hahok dise. Bhogowane apunak dirghayu korok aru apuni jen bhogowan hoi hokoluke ho hai kare. Baideu muk dhuniya hoboloi ashirwad korok moi dekhiboloi bohut elagi. Manuhe muk ko tu log nodhore. Dekhiboloi beya je heye. Muk dhuniya kori diyok baideu moiu jiyai thakibo bisaru.

  • @NitumoniBorah-s7n
    @NitumoniBorah-s7n 10 месяцев назад

    আপোনাৰ অনুস্থানটো চাই ভাল লাগিল।মই বহুত বছৰৰ পৰা কাণৰ বেমাৰত ভুগি আছো কি উপায় দিলে ভাল পাম ❤️

  • @anonymous80991
    @anonymous80991 11 месяцев назад +11

    Access r session ata r fees Tu koi dile val hol htn

  • @JeenaBaruah-s2g
    @JeenaBaruah-s2g 5 месяцев назад +1

    আগৰ প্ৰগ্ৰেমটো চাই মই গোলাঘাটৰ পৰা গুৱাহাটীলৈ গৈ হোটেলত থাকি তেখেতৰ চেন্টাৰলৈ গৈছিলোঁ৷ফোনত এদিনো তেখেতক নাপালোঁ৷তেখেতৰ ষ্টুডেন্টক পাওঁ৷তালৈ গৈও তেখেতক দেখা নাপালোঁ৷তিনিহাজাৰ টকা দি এঘ্ন্টাৰ ট্ৰিটমেন্ট এটা ললোঁ৷তাৰ মাজতে আশা কৰিছিলোঁ তেখেতক কিজানি দেখা পাওঁ,কাৰণ তেখেতৰ ঘৰতে চেন্টাৰটো আছিল৷নাপালোঁ৷তথাপিও ভাল লাগিল হেঁতেন,যদি মোৰ কামখিনিও হ’ল হেঁতেন৷তথাপিও আপোনালৈ শুভেচ্ছা জনালোঁ

  • @kabitabaruah9332
    @kabitabaruah9332 11 месяцев назад +2

    Thank you 🙏🙏🙏

  • @mixmasalainformation5097
    @mixmasalainformation5097 11 месяцев назад

    Shemim tumak mor bohut val lge..tumak mor buwari kri anibo bohut mon ..mor lorar babe tmk anibo mon jai...tmr logot ktha ptibo bisaru..bohut vl lge tmr hahimukhiya kthabur

  • @Hirabarman558
    @Hirabarman558 6 месяцев назад

    thank you both of you❤❤❤video tu sai bhut val lagil❤❤❤

  • @jugamayapegu8513
    @jugamayapegu8513 11 месяцев назад +1

    Bohut bhal lagil janibo pari. Mam dekhiboloi dhuniya hoboloi ki korim. Plz mam moi dekuiboloi bohut beya. Kiba eta upai diyok.

  • @himakshidas2691
    @himakshidas2691 11 месяцев назад

    Moiu bht praman paisu poisa ohar khetrat thank you so much much ba and Thank you ma'am 🙏🙏

  • @momiroy5387
    @momiroy5387 7 месяцев назад

    Bohut besi val lagil....thank you so much

  • @anupnath4047
    @anupnath4047 11 месяцев назад +3

    আপোনালোকৰ আগৰ ইন্টাৰভিউত accident security code no 11179 কৈছিল l আৰু আজি 111 78 কলে । কোনটো লম ?

  • @rishahussain659
    @rishahussain659 11 месяцев назад

    Ba joni bhut mromiyal😘😘😘

  • @arpanathakuria2251
    @arpanathakuria2251 11 месяцев назад

    বহুতো উপকৃত হলো ,,তনুজা বাইদেউৰ উপদেশ বোৰ সঁচাকৈয়ে অন্তৰত চুই গ'ল , ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ,জীৱন মঙ্গলময় হওঁক 😢

  • @RatulTalukdar-p9z
    @RatulTalukdar-p9z 2 месяца назад

    Good Advice mam ❤

  • @amanishapathak1992
    @amanishapathak1992 9 месяцев назад

    Dream lifestyle eta pabole ki koribo laage jonabosun....khub bhal lagil programme tu

  • @bornaligogoi2618
    @bornaligogoi2618 2 месяца назад

    Class lobole bor mon aas khub val lagise aaluson tu

  • @janmonixaikia6360
    @janmonixaikia6360 10 месяцев назад +1

    ভাল লাগিল

  • @Hirabarman558
    @Hirabarman558 6 месяцев назад

    বাইদেউ মইও শিকিব বিছাৰো শিকিলে খৰছ কিমান হ'ৱ জনাব নেকি❤❤❤❤

  • @MaarBabeAiJibon
    @MaarBabeAiJibon 9 месяцев назад

    Bohut dhonyobad,kindly payment bur r bikhoyeu jonabo🙏

  • @baropulant9804
    @baropulant9804 9 месяцев назад

    Bohutbhal lagil baideu

  • @Julidutta872
    @Julidutta872 11 месяцев назад

    Bhut vl lagil, Tanuja baak log pabo bisaru

  • @padmeswarisonowal4240
    @padmeswarisonowal4240 11 месяцев назад +1

    Mam asthmar oporotu tips eta dibo val pam thank you

  • @AlakaHazarika-j7l
    @AlakaHazarika-j7l 11 месяцев назад

    সুন্দৰ অনুষ্ঠান👍

  • @KamolBora-j1t
    @KamolBora-j1t 10 месяцев назад

    বহুত ভাল লাগিল কঁকালৰ বিষৰ বাবে পাম নেকি কিবা

  • @Sagarika_barman_1234
    @Sagarika_barman_1234 10 месяцев назад

    বহুত ভাল লাগিল

  • @ritamohan7056
    @ritamohan7056 11 месяцев назад +1

    Bor bhal lagil🙏🏼🙏🏼

  • @monumotidihingia8156
    @monumotidihingia8156 11 месяцев назад

    আপোনালোকৰ অনুস্থান চাই ভাল লাগিল ।তনুজা বাৰ নাম্বৰটো দিব নেকি ?❤

  • @anjumoniboruah1771
    @anjumoniboruah1771 10 месяцев назад

    Aponar anusthanto sai bahut bhal lagil -Athur bikhar babe ki kariba lage janabaso --

  • @dharmeswarkonch1148
    @dharmeswarkonch1148 10 месяцев назад

    Ok bydo aponar pragem sai bohut bhal lagel aru jonabo day

  • @riyansaikia1821
    @riyansaikia1821 11 месяцев назад +1

    Bhut vl lgile video tu sai.. baa job r karone plz kiba ata kbo sun

  • @PronamiGogoi-vw7xv
    @PronamiGogoi-vw7xv 10 месяцев назад

    Bohut val lagil

  • @gitikakalita-4338
    @gitikakalita-4338 11 месяцев назад +1

    মোৰ মইচতাৰে মানে চাৰি পাছ ঠাই মানত পইচা অলপ অলপ দিব লগা আছে । কিন্তু এতিয়া মিলাবয়ে পৰা নাই ।কিবা টিপচ কবা।মানে গোটেই খিনি একেলগে কয় পইচাৰ কথা।

  • @JoankiPathak-nq6yi
    @JoankiPathak-nq6yi 11 месяцев назад +2

    Tanuja বাইদেউ -মোৰ অলপ টকা এজনে ধাৰলৈ নি দিব খোজা নাই -কি কৰো -উপাই দিব বুলি আশা ৰাখিলোঁ

  • @namitadutta2752
    @namitadutta2752 8 месяцев назад

    Bohut.val.lagile.

  • @rupanjaliborthakur47
    @rupanjaliborthakur47 11 месяцев назад +2

    বৰ মনোযোগেৰে চাওঁ আপোনাৰ ইন্টাৰভিউ বোৰ। Feel inspired. I'm living in Tinsukia. Interested to learn ACCESS BAR. Is it possible to conduct a session here? Please let me know about fees. 🙏🙏

  • @ranjumanisarma6418
    @ranjumanisarma6418 10 месяцев назад

    আপোনাৰ ভিডিঅ' টো চাই আপ্লুত হলো।

  • @sikhadeka6090
    @sikhadeka6090 11 месяцев назад

    বহুত ভাল লাগিল , from Kokrajhar