Bhupen Hazarika Pratima Pandey BARO MAASE বাৰ মাসে তেৰ ফুল ফুটে

Поделиться
HTML-код
  • Опубликовано: 21 янв 2025
  • (ভূপেন হাজৰিকা আৰু প্ৰতিমা পাণ্ডে বৰুৱাৰ দ্বৈত কণ্ঠত)
    প্ৰ: পা: বাৰ’ মাসে তেৰ ফুল ফুটে
    বাৰ’ মাসে তেৰ ফুল ফুটে
    বছৰে ফুটে হলা সই
    নাযায় অ’ যমুনাৰ জলে ।
    দুয়ো: তোমৰা নাযায় অ’ নাযায় অ’
    নাযায় অ’ সইৰে
    ঐ না যমুনাৰ জলে
    তোমৰা নাযায় অ’ নাযায় অ’
    নাযায় অ’ সইৰে
    ঐ না যমুনাৰ জলে ।।
    প্ৰ: পা: যে ঘাটে ভৰিব আৰো জল
    ভূ: হা: যে ঘাটে ভৰিব আৰো জল
    সেই ঘাটে কানাইয়া সই
    নাযায় অ’ যমুনাৰ জলে ।।
    প্ৰ: পা: (আৰে) সেই ঘাটে কানাই আসই
    নাযায় অ’ যমুনাৰ জলে ।।
    দুয়ো: তোমৰা নাযায় অ’ নাযায় অ’
    নাযায় অ’ সইৰে
    ঐ না যমুনাৰ জলে
    তোমৰা নাযায় অ’ নাযায় অ’
    নাযায় অ’ সইৰে
    ঐ না যমুনাৰ জলে
    প্ৰ: পা: নন্দেৰ বেটা চিকন আৰু কালা
    ভূ: হা: নন্দেৰ বেটা চিকন আৰু কালা
    কালা দিলেক বিষম জ্বালা সই
    নাযায় অ’ যমুনাৰ জলে ।।
    প্ৰ: পা: কালা দিলেক বিষম জ্বালা সই
    নাযায় অ’ যমুনাৰ জলে ।।
    দুয়ো: তোমৰা নাযায় অ’ নাযায় অ’
    নাযায় অ’ সইৰে
    ঐ না যমুনাৰ জলে
    তোমৰা নাযায় অ’ নাযায় অ’
    নাযায় অ’ সইৰে
    ঐ না যমুনাৰ জলে
    প্ৰ: পা: কদম গাছে হেলানীৰে দিয়া
    ভূ: হা: কদম গাছে হেলানীৰে দিয়া
    কালা বাজায় মোহন বাঁশীস ঐ
    নাযায় অ’ যমুনাৰ জলে ।।
    প্ৰ: পা: কালা বাজায় মোহন বাঁশীস ঐ
    নাযায় অ’ যমুনাৰ জলে ।।
    দুয়ো: তোমৰা নাযায় অ’ নাযায় অ’
    নাযায় অ’ সইৰে
    ঐ না যমুনাৰ জলে
    তোমৰা নাযায় অ’ নাযায় অ’
    নাযায় অ’ সইৰে
    ঐ না যমুনাৰ জলে
    তোমৰা নাযায় অ’ নাযায় অ’
    নাযায় অ’ সইৰে
    ঐ না যমুনাৰ জলে

Комментарии • 87