MANUHE KI KOBO// VREEGU KASHYAP // PULAK NATH // SUNIT GOGOI //

Поделиться
HTML-код
  • Опубликовано: 8 мар 2023
  • "মানুহে কি ক'ব"
    এটি মনোৰঞ্জনধৰ্মী গীত।
    গীতটি ধেমেলীয়া আকাৰত উপস্থাপন কৰা হৈছে যদিও গীত টিৰ VIDEO ত সমাজত চলি থকা কিছু ঘটনাৰ বিৱৰণ দিয়াৰ প্ৰয়াস কৰাৰ উপৰিও সমাজ সংস্কাৰ আৰু তেনে সমস্যাৰ সমাধানৰ ওপৰতো গুৰুত্ব দিয়া গৈছে।।
    গীত টিৰ VIDEO অতি সোনকালেই ৰাইজৰ বাবে আগবঢ়াই দিয়া হ'ব।
    AUDIO CREDITS ❤️
    SINGER - Vreegu Kashyap
    TUNE - Vreegu Kashyap
    LYRICS - Sunit Gogoi
    MUSIC - Pulak Nath
    MIX & MASTERING - Diganta Bordoloi
    BIHU DHOL - Lachit Boruah
    FLUTE - Pradip Deka
    AUDIO RECORDED - Studio Vreeyam, Jayanagar Guwahati, By Geet Bharali
  • РазвлеченияРазвлечения

Комментарии • 561