টোকাৰী গীত 2022 | Khogen Gogoi & Bipul Chetia Phukon Tukari Geet 2022| খগেন গগৈ & বিপুল চেতিয়া ফুকন

Поделиться
HTML-код
  • Опубликовано: 25 ноя 2024
  • খগেন গগৈ আৰু বিপুল চেতিয়া ফুকন টোকাৰী গীত 2022
    ধিৰ স্থিৰ শান্তনু নন্দন,
    কংসৰ কাৰাগাৰে হৰি,
    কেলৈ লাগিছে মানৱী,
    ভাৰ্য্যা অবিহনে
    পুৰণি গীত মাত আৰু ভিডিঅ সংগ্ৰহ কৰি ৰাইজলৈ আগবঢ়াই দিয়াৰ প্ৰয়াস কৰিছো । ৰাইজৰ মনোৰঞ্জৰ বাবে । ভুল হ'লে ক্ষমা কৰিব । যদি কিবা অসুবিধা হয় তেনেহ'লে Video টি Delete কৰি দিয়া হ'ব । চেনেলটি জিয়াই ৰাখিবৰ বাবে অনুৰোধ কৰিলোঁ । সকলো ৰাইজৰ সহযোগিতা কামনা কৰিলোঁ ।
    ধন্যবাদেৰে -
    Melodious Axom
    melodiousaxom@gmail.com

Комментарии • 14

  • @DimbeswarKochari
    @DimbeswarKochari 7 месяцев назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @garimagogoi2647
    @garimagogoi2647 2 года назад +3

    হৃদয়স্পৰ্শী টোকাৰী গীত। শুনি ভাল লাগিল ।

  • @MonujDutta-it6kd
    @MonujDutta-it6kd 4 месяца назад +1

    Very very nice

  • @garimagogoi2647
    @garimagogoi2647 2 года назад +1

    Excellent ভক্তিমূলক গীত ।

  • @bedobratbharali1455
    @bedobratbharali1455 2 года назад +1

    সুন্দৰ নিভাঁজ অকৃত্ৰিম টোকাৰী গীত।

  • @garimagogoi2647
    @garimagogoi2647 2 года назад +2

    হৃদয়‌ আপ্লুত কৰা নাম ।বহুত ভাল লাগিল ।

    • @garimagogoi2647
      @garimagogoi2647 2 года назад

      নামে ডাঙৰ‌
      নামে‌সাগৰ
      নামে সৰোবৰ।
      নাম শুনি ভকতৰ‌
      নালাগে ভাগৰ ।

  • @dharmeswarsaikia176
    @dharmeswarsaikia176 Год назад

    Very good thank you dhonyabad jonaisu apunak, ei tukari geet bilak album hisabe apload Kora babe,

  • @purnanandadutta1483
    @purnanandadutta1483 2 года назад

    বৰ সুন্দৰ টোকাৰী গীত ।

  • @MonujDutta-it6kd
    @MonujDutta-it6kd 4 месяца назад

    Apunalukar geet val lagile

  • @jitendonath8346
    @jitendonath8346 2 года назад

    কথা ,আৰু ,বৰ শুন্দৰ ,আপোনালৈ ,ধন্ন বাদ ঠাকিল

  • @bakulgogoi7234
    @bakulgogoi7234 2 года назад

    Krishna,,,namrtukegetvillga🙏🙏🙏🙏🙏

  • @amritbordoloi984
    @amritbordoloi984 2 года назад

    কৃষ্ণ।

  • @dipankormaut5290
    @dipankormaut5290 2 года назад

    🙏🙏🙏🙏