Empowering youths through modernising farming is a key focus area of our Govt.

Поделиться
HTML-код
  • Опубликовано: 11 дек 2024

Комментарии • 9

  • @sadhanasultanajehirblogs4600
    @sadhanasultanajehirblogs4600 4 дня назад

    Namaskar Sir.
    Best of the Best Respected CM of Assam Dr Himanta Biswa Sarma Sir. Khube bhal kotha koise. Thank you sir. God bless you sir. Jaihind Jaibharat.

  • @PrasantaBorah-v9t
    @PrasantaBorah-v9t 4 дня назад +1

    Namaskar sir,

  • @dimbeswardas948
    @dimbeswardas948 4 дня назад

    Need public transport like metro and express way

  • @thepoliticalawareness1021
    @thepoliticalawareness1021 3 дня назад

    CM Sir আপুনি দিল্লীত মন্ত্ৰী সকলক লগ ধৰিলে কিন্তু কিয় Defense Minister আৰু Agriculture Minister ক লগ নধৰিলে।
    Defense Minister: যদি অসমৰ তেজপুৰৰ ওচৰৰ ঠাই Defense Manufacturing Corridor হিচাপে ঘোষণা হল হয়। তেতিয়া Investment Sumit ত Defense Industry কো attract কৰিব পৰা গল হয়।
    বাংলাদেশ ভাৰতত স্থায়ী শত্ৰু হিচাপে পৰিগণত হব ধৰিছে। গতিকে ভাৰত চৰকাৰে বাংলাদেশ সীমান্তত অধিক গুৰুত্ব দিয়া উচিত। চীনে অৰুণাচল দখল কৰিব নাহে কাৰণ অৰুণাচলৰ পানী অসমত সোমায়,সেই পানী চীনলৈ লৈ যোৱা কঠিন। গতিকে তেওঁলোকে ব্ৰহ্মপুত্ৰত বান্ধ দিছে। কিন্তু বাংলাদেশে ভাৰতত বহুত সমস্যা কৰিব পাৰিব কাৰণ বাংলাদেশী বাংলাদেশতো আছে ভাৰততো আছে।
    কেন্দ্ৰ চৰকাৰে এই অঞ্চলত Missile Defense system, Thermal Imaging, Tunnel Detection System, Police Modernization with Technology আদি কৰা উচিত। কিবা উপাই আছে যদি এনেকুৱা Technology লাগে যিটো সুৰঙ্গ চিনাক্ত কৰিব পাৰে।
    Agriculture Minister: বেংগল, উত্তৰ প্ৰদেশ আদিয়ে আলু বাহিৰত বিক্ৰী কৰে, মহাৰাষ্ট্ৰৰ পৰা পিয়াজ, কমলা আদি আন ৰাজ্যত যায়। অসমে পাচলি আৰু মাছ ৰপ্তানি কৰিব পাৰিব যদি চৰকাৰে চেষ্টা কৰে। আপুনি কৈছিল অসমে পাচলি চেন্নাই লৈ পঠাইছিল বুলি। অসমে ৰঙালাউ, লাও, তৰ্মুজ, কমলা আদি বাহিৰৰ ৰাজ্যত পঠাব পাৰিব।
    উত্তৰ অসমৰ অধিক জিলা বেছিভাগ লোক আপোনাৰ দলৰ ভোটাৰ। গৰুখুতি, কন্যাকাৰ দৰে বহুমুখী প্ৰকল্প ধেমাজি আৰু লক্ষীমপুৰত হোৱা উচিত। এই প্ৰকল্প সমূহে ওচৰৰ কৃষকৰ পাচলি, গাখীৰ আদি কিনি বাহিৰত বিক্ৰী কৰিব পাৰিব। দৰকাৰ হলে পদ্ম হাজৰিকাক চোৱা চিতা কৰিবলৈ পৰামৰ্শ দিবলৈ দায়িত্ব দিয়া উচিত।
    কেন্দ্ৰ চৰকাৰে অসমৰ বহুমুখী কৃষি প্ৰকল্প সমূহত সহায় কৰিব পাৰে। Tractor, Rice Planter machine আদি বিভিন্ন Machinery ৰ বাবে আৰ্থিক সাহায্য দিব পাৰে। এই Machinery সমূহ ওচৰৰ কৃষক সকলেও ব্যবহাৰ কৰিব পাৰিব। বহুমুখী কৃষি প্ৰকল্প সমূহত Cold Storage বনাবলৈ আৰ্থিক সহায় কৰিব পাৰে। এই বছৰ কৃষিৰ কেন্দ্ৰীয় বাজেট বহুত বৃদ্ধি কৰা হৈছে।

  • @nabakalita9758
    @nabakalita9758 4 дня назад

    Mutual transfer portal ki hol sir

  • @Funzy10000
    @Funzy10000 4 дня назад +1

    Sir, vabisilu aikhon sarkar aa dukhiyak help koribo ews reservation di but Modi dileo apuni thogai ase Muslim aa ews benifit pabo buli...muslim r karone amak o apuni haraxasti kori ase

  • @nivaranidas3065
    @nivaranidas3065 4 дня назад

    মামা Cmaaa 2.0 এপ্লাই করতে প্রবলেম আইসে ওটিপি এর,
    Cachar Assam

  • @indianboys6904
    @indianboys6904 4 дня назад

    BJP zeendabad ✊